Success Story

A successful farmer is someone who is passionate, dedicated, and skilled in managing a farm operation. They possess technical knowledge, business acumen, and adaptability to changing conditions. Successful farmers prioritize sustainability and are active members of their communities. They build strong relationships with their customers, suppliers, and fellow farmers, and take steps to minimize their impact on the environment. Overall, a successful farmer is committed to maximizing their farm's productivity while also ensuring the long-term viability of their operations.

  • Success story: দিশহীনতাৰ পৰা এটা আদৰ্শলৈ পথলৈ, সংগীতা পিংগলেৰ এক সংগ্ৰামী

    পতী, সন্তান, শাহু-শহুৰে ভৰা এখন সুখৰ সংসাৰ সংগীতা পিংগেলৰ । তেওঁ এগৰাকী গৃহিনী হিচাপে নিজৰ ঘৰখনৰ প্ৰতি যি দায়িত্ব আছিল সেয়া আন্তৰিকতাৰে পালন কৰি গৈছিল। আৰু তেওঁৰ জীৱনৰ যাত্ৰা সেয়া খুব স্বাভাৱিক আৰু কোনো আউল নলগাকৈ চলি গৈছিল। কিন্তু হঠাৎ সংগীতা পিংগেলৰ স্বাভাৱিক জীৱন যাত্ৰালৈ…

  • Amazing Success story: প্ৰত্যাহ্বানৰ পৰা সফলতা লৈ সন্তোষ কাইটৰ সংগ্ৰাম কাহিনী

    এজন পলিঅ ৰোগী। সকলো বিফলতাই তেওঁক এফালৰ পৰা হেঁচা মাৰি আহিছিল। এনে ৩৬০ ডিগ্ৰীৰ হেঁচাত বহুতে নিজক হেৰুৱাই পেলায়। কিন্তু আজি আমি সেই ৩৬০ ডিগ্ৰীৰ হেঁচাক প্ৰত্যাহ্বান জনাই জীৱনৰ গান গোৱা এজন ব্যক্তিৰ কথা কম। যাক আপুনি বোকাৰ পৰা গজি উঠা পদুমৰ লগত তুলনা কৰিব…

  • Success Story : স্বাৱলম্বিতাৰ জাগৰণ সৃষ্টি কৰিছে নাজিৰাৰ চুভানা হাজৰিকাই

    শিৱসাগৰৰ নাজিৰাৰ অ’ এন জি চিৰ ক’লনীত বাস কৰা চুভানা হাজৰিকাই ২০২১ চনৰপৰা থলুৱা পিঠা, লাড়ুৰ লগতে ইদলি, দহিবৰা আদি তৈয়াৰ কৰি অ’ এন জি চিৰ ক’লনীত বিক্ৰী কৰি আহিছে৷ শিৱসাগৰৰ চৰকাৰী বিষয়া ডঃ তছলিমা চুলতানা বেগমে এনেবোৰ বিষয়ত আত্মনিয়োগ হ’বলৈ চুভানাক প্ৰশিক্ষণ দিছিল৷ ক’লনীত…

  • ইঞ্জিনিয়াৰ পাছ কৰি মীনপালনেৰে ১৩ জন লোকক স্থায়ী সংস্থাপন মৰিগাঁৱৰ ৰাজাকুল ইছলামৰ

    মীন পালন ছেক্টৰটো ভাৰতৰ আটাইতকৈ ডাঙৰ আন অৰ্গেনাইছ চেক্টৰ হিচাপে পৰিগণিত হৈ আহিছে।ইয়াত আমি খুব বেছি শিক্ষিত মানুহ দেখিবলৈ নাপাওঁ। দুই এজন আছে সেয়া আঙুলিৰ মূৰত লেখিব পৰা। যেতিয়া আমি ষ্টাডি কৰিছো তেতিয়া দেখিলো যে এই মীন পালন খণ্ডটোৱেই পিছপৰি আছে। আমি ভাবিছিলো যে এই…

  • চাকৰিৰ প্ৰস্তুতিৰ মাজতে গাহৰি ফাৰ্মেৰে দুজনক সংস্থাপন দিছে অংকুৰ গগৈয়ে

    অংকুৰ গগৈয়ে গাহৰি পালন কৰাৰ লগত ফাৰ্মত পালন কৰা গাহৰিসমূহ নিজেই কাটি বিক্ৰি কৰে। কোনো বেপাৰীক তেওঁ বিক্ৰি নকৰে। নিজৰে গাহৰি মাংস কটা দুখন দোকানো আছে। বৰ্তমান এই দোকান দুখন অংকুৰৰ দৰে ৩ জন গাহৰি পালকৰ তত্ত্বাৱধানত চলি আছে। গাহৰি লকডাউনৰ সময়ত গাহৰি বিক্ৰি কৰিবলৈ…

  • Success story: জৈৱিক চাবোনেৰে শিৱসাগৰৰ চুমী বৰা ৰ বৃহৎ প্ৰত্যাহ্বান

    মাত্ৰ ৮০০ টকাৰে চাবোন বনোৱা আৰম্ভ কৰা উদ্যমী মহিলাগৰাকীয়ে মাহে গড়ে এক লাখ টকাৰ জৈৱিক চাবোন বিক্ৰী কৰে৷ আগন্তুক সময়ত মাহে গড়ে চাৰি-পাঁচ হাজাৰ চাবোন বিক্ৰী কৰাৰ লক্ষ্য ধাৰ্য কৰা চুমীয়ে ঘৰতেই বনোৱা নিমকী, চানাৰ খুৰ্মা, নাৰিকলৰ লাড়ু আদি বিক্ৰী কৰে৷ কম সময়ৰ ভিতৰতে এনেদৰে…

  • Inspiring Story: চোম গছত পলু লগাই সূতা উৎপাদন কৰি স্বাৱলম্বী টিকেন কাকতি

    মুগা কাপোৰ বিক্ৰী কৰি বছৰি ১৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা ধেমাজি জিলাৰ দেউৰী বৰবামৰ মাইছা চাপৰিৰ থানেশ্বৰ কাকতিৰ পুত্ৰ টিকেন (মৃণাল) কাকতি বহুতৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে৷ নিজেই মুগা সূতা উৎপাদন কৰি কাপোৰ প্ৰস্তুত কৰে৷ যি সময়ত ৰাজ্যত মুগা সূতাৰ নাটনি হৈছে, সেই…

  • Inspiring Story : কাঠফুলা, কেঁচুসাৰৰ পৰা মৰুৱা, কণী ধানলৈ মুনমী শইকীয়া

    গোলাঘাটৰ জিতেন গগৈৰ পত্নী মুনমী শইকীয়া গগৈয়ে ২০০৭ চনত গোলাঘাট হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল৷ খেতিৰেই আত্মনিৰ্ভৰশীল হোৱাৰ বাবে তেওঁ কলেজত পঢ়ি থকাৰ পৰাই চিন্তা কৰিছিল৷ ২০০৮ চনত বিবাহ পাশত আবদ্ধ হোৱা মুনমীক স্বামী জিতেন গগৈয়ে খেতি কৰাৰ বাবে প্ৰেৰণা…

  • চিকিৎসালয়ৰ তেজ, পুঁজ লগা আৱজৰ্নাৰে অসমীয়া অভিজন্তা পাৰ্থপ্ৰতিম পাঠকৰ উদ্যোগ স্থাপন

    ২০০২ চনৰ পূৰ্বে গুৱাহাটীৰ কিছুমান এলেকাত চিৰিঞ্জ, চেলাইনৰ বটল, কটা আঙুলি, মানৱদেহৰ কিছু অংগকে ধৰি চিকিৎসালয়ৰ আৱৰ্জনা বহুতে পৰি থকা দেখিছিল৷ কিন্তু সেই ভয়লগা পৰিৱেশৰ পৰা এজন অসমীয়া অভিযন্তাই গুৱাহাটীবাসীক উদ্ধাৰ কৰিছে৷…

  • Inspiring story of Meghali borah : মেঘালী বৰাৰ প্ৰেৰণাদায়ক কাহিনী

    নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান 'মেঘা ফুড প্ৰডাক্টছ'ৰ স্বত্বাধিকাৰী মেঘালী বৰাই নিজে স্বাৱলম্বী হোৱাৰ লগতে পোনপটীয়াকৈ বাৰটা পৰিয়াল আৰু শতাধিক মানুহক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্ট ৱমেন অ'ন্ট্ৰপ্ৰিনিঅ'ৰ,'অসম উদ্যোগ প্ৰেৰণা এৱাৰ্ড', আউটষ্টেণ্ডিঙ পাৰ্ফমেন্স ৱমেন এমপাৱাৰমেন্ট এৱাৰ্ড' আদিৰে সন্মানিত হৈছে।…

  • ৩০ বিঘা মাটিত কঠিয়া ধানৰ খেতি কৰি আদৰ্শ দেখুৱাইছে চৰাইদেউৰ হেমিদুৰে

    কঠিয়া ধানৰ বীজ উৎপাদনৰ জৰিয়তে সফলতা লাভ কৰা চৰাইদেউ জিলাৰ নিমনাগড় কৃষি চক্ৰৰ শিলাসাঁকো চুমনি গাঁৱৰ প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমান৷ ৩০ বিঘা মাটিত কঠিয়া ধান উৎপাদনেৰে যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকীয়ে৷…

  • Handicrafts : নিজলৈ বুলি আৰম্ভ কৰা কামটোয়ে পূৰ্ণতা পালে সুস্মিতাৰ

    জন্মদিনৰ উপহাৰৰ পৰা আৰম্ভ কৰি, বিবাহ, যিকোনো অনুষ্ঠানত অতিথিৰ উপহাৰৰ সামগ্ৰী, মেখেলা চাদৰৰ ডিজাইন, ফেব্ৰিক তথা বিশেষকৈ অনুষ্ঠানতসমূহৰ ল'গ' প্ৰস্তুত কৰি বাৰুকৈ সমাদৰ লাভ কৰিছে টিয়কৰ আদৰ্শৱান যুৱতী সুস্মিতা শৰ্মাই।…

  • মাহিলি ৪ লাখ টকা উপার্জন, ৫০ গৰাকীক কর্মসংস্থাপন ডিমৌৰ অৰ্চনা বৰদলৈৰ

    উচ্চ শিক্ষিত হৈও চৰকাৰী চাকৰিৰ পাছত দৌৰি নথকাকৈও যে জীবন যুঁজত সফল হ'ব পৰা যায়, সেয়া শিৱসাগৰৰ ডিমৌৰ বোৱাৰী আৰু যোৰহাটৰ জীয়ৰী অৰ্চনা বৰদলৈ কোঁৱৰে ভালদৰে বুজি পাইছিল। সৃষ্টিশীল নৃত্যৰ পৰা অধিবক্তালৈ বিভিন্ন ক্ষেত্ৰত কাম কৰা অৰ্চনা বৰদলৈ কোঁৱৰৰ জীৱনৰ অন্যতম লক্ষ্য আছিল নিজৰ লগতে…

  • জাগীৰোডত ৬০ বিঘা মাটিত তৰমুজৰ খেতি কপিলী FPO ৰ কৃষক গোটৰ

    ৮ টা ভিন্ন প্ৰজাতিৰ তৰমুজৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰাৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এই কৃষক গোটটোৰ কৃষকসকলে । প্ৰতিবিঘা মাটিত প্ৰায় তিনিৰ পৰা চাৰিটনলৈ তৰমুজৰ উৎপাদন কৰিছে এই কৃষক গোটটোৱে । বিজ্ঞান সন্মতভাৱে এই তৰমুজৰ খেতি কৰিছে যদিও তেওঁলোকে মানৱ শৰীৰৰ বাবে…

  • তেজপুৰ বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দিলে চাহৰ দোকান

    এপিয়লা চাহ, ভাগৰুৱা জীৱনৰ উৎসাহ- এনে এক দূৰন্ত টেগলাইন লিখা টি ছাৰ্ট পিন্ধি কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ নিজৰ চাহৰ বিপণীখনতে পুৱাৰ পৰা গধূলিলৈ ব্যস্ত থকা যুৱতীগৰাকীৰ নাম উপাসনা দাস। ঘৰ গুৱাহাটীৰ খাৰঘূলিত।নিবনুৱা সমস্যাৰে ভাৰাক্রান্ত অসমৰ অনেক যুৱক-যুৱতীৰ দৰে কেৱল চৰকাৰী চাকৰি এটাৰ বাবে আশাপালি জীবনটোক অনিশ্চয়তাৰ…

  • Success story: কৰ্মশ্ৰী কৃষক বঁটা প্ৰাপক নিৰঞ্জন কুম্ভকাৰৰ সফলতাৰ ৰহস্য

    আগতে তেওঁ পৰম্পৰাগত কৃষি পদ্ধতি অনুসৰণ কৰি মন’ ক্ৰপিং কৰিছিল। কিন্তু ২০০৯ চনৰপৰা তেওঁ লাহে লাহে তেওঁৰ খেতিপথাৰ সলনি কৰে।…

  • ষ্ট্ৰবেৰীৰ খেতিৰে এবছৰত ১,৪০,০০০ টকা উপাৰ্জন কৃষক পুলিন বৰুৱাৰ

    গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত সৰ্জন ন-সত্ৰৰ এজন প্ৰগতিশীল কৃষক পুলিন বৰুৱা। যোৱা বছৰৰ ডিচেম্বৰত বৰুৱাই মাজুলীৰ জিলা কৃষি কাৰ্যালয়ৰ পৰা HMNEH আঁচনিৰ অধীনত প্ৰায় ৫০০ ষ্ট্ৰবেৰী পুলি (১৮ বাল্টি) লাভ কৰিছিল। তেওঁ সম্পূৰ্ণ জৈৱিক ধৰণে ষ্ট্ৰবেৰী খেতি কৰে। তেওঁ ঘৰত উৎপাদিত ভাৰ্মি ৱাছৰ ব্যৱহাৰেৰে পুলিবোৰ…

  • মন কৰিলেই চন, বাকৰি মাটিতেই ধন! ২০০ জোপা বগা চন্দনৰ খেতিৰে কৰিলে ১০ কোটি উপাৰ্জন

    ৰাজস্থানৰ এজন কৃষক ৰূপ সিং বৈষ্ণৱে বগা চন্দন কাঠৰ খেতি কৰি এতিয়া আন বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। ৰূপ সিঙে কয় যে তেওঁৰ এজন সহকৰ্মীৰ পৰামৰ্শ অনুসৰি তেওঁ প্ৰায় ১৩ বছৰ আগতে কৰ্ণাটকৰ পৰা প্ৰায় ৫০০ বগা চন্দন কাঠৰ উদ্ভিদ আমদানি কৰি দুই হেক্টৰ ভূমিত…

  • হস্ত শিল্পৰে জড়িত হৈ সৰ্বতে চৰ্চিত টীয়কৰ ছাত্ৰী শিখামণি

    চৌদিশে হিংসা, হত্যাৰ খবৰৰ মাজতে আজি আমি এক যোগাত্মক খবৰ দিবলৈ ওলাইছো। লক ডাউনৰ ফচল, এগৰাকী ২০ বছৰীয়া যুৱতী, মনত অযুত আশা সোপোন। কিন্তু লক ডাউনৰ ফলত জীৱন জীৱিকালৈ ভাবুকি নামি আহিছিল পৰিয়ালটিলৈ।…

  • পিতৃৰ সৈতে মৌ বিক্ৰী কৰিবলৈ যোৱা শিশুটি এতিয়া সফল মৌ পালক

    শৈশৱত পিতৃৰ সতে কুমাৰীকাটাৰ খাদী অফিচলৈ ঘৰৰ মৌ বিক্ৰী কৰিবলৈ গৈছিল বাবু ৰাম বড়ো‌। মৌ বিক্রী কৰি পিতৃয়ে ধনলাভ কৰা দেখি তেৱো মৌ পালনৰ প্ৰতি আকৰ্ষিত হল‌। শৈশৱত সেই মৌ বিক্ৰী কৰিবলৈ যোৱা লৰাজন এতিয়া হৈ পৰিল নিজেই এজন আদৰ্শ মৌ পালক।…

  • ৪২ জন শিৱসাগৰীয়া ডেকাৰ কৰ্মোদ্যমঃ ২০০ বিঘা ভূমিত চালে চকু ৰোৱা সৰিয়হৰ খেতি

    শিৱসাগৰ জিলাৰ বকতাৰ এদল যুৱকে কৃষি কাৰ্যৰে উদাহৰণ দাঙি ধৰিছে৷ কৃষি বিভাগে প্ৰদান কৰা সৰিয়হ বীজেৰে দিচাং নদী কাষৰ প্ৰায় ২০০ বিঘা পলসুৱা ভূমিত তেওঁলোকে কৰিছে সৰিয়হৰ খেতি৷ হালধীয়া হৈ থকা সৰিয়হদৰালৈ আহিছে বনভোজ দলো৷…

  • Potato Cultivation হিমাচলৰ কুৰ্ফী খ্যাতি প্ৰজাতিৰ আলু খেতি কৰি সফলতা গোলাঘাটৰ মুনিন্দ্ৰ শইকীয়াৰ

    আলুখেতি; কেঁচুসাৰ গাহৰি পালনেৰে কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাটৰ কমাৰবন্ধাৰ মাউটগাঁৱৰ মুনিন্দ্ৰ শইকীয়া নামৰ কৃষকজনে৷ মুনিন্দ্ৰই কৃষি বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা চমুকৈ আৰ কে ভি ৱাই আঁচনিৰ সুবিধা লৈ তিনিবছৰৰ পূৰ্বে মাত্ৰ এবিঘা মাটিত হিমাচলৰ কুৰ্ফী খ্যাতি (kufri khyati) প্ৰজাতিৰ আলুখেতি কৰিছিল৷ প্ৰথমবছৰ পৰীক্ষামূলক…

  • অসম গৌৰৱ বঁটাৰে সন্মানিত হ’ল মীন তথা গাহৰি পালক দেৱজিৎ বৰ্মন

    অসম চৰকাৰে ঘোষণা কৰিলে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা সেৱাৰ বাবে ৰাজ্যৰ কেইবাজনো লোকক এই বঁটাসমূহ প্ৰদান কৰা হৈছে। ইয়াৰে মাজত অসম গৌৰৱ বটাঁৰে সন্মানিত কৰা হৈছে মীন তথা গাহৰি পালক দেৱজিৎ বৰ্মনক৷…

  • ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী নলবাৰীৰ জুনু নাথ আৰু দৈৱকী নাথ

    ক্ষুদ্ৰ উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে দুগৰাকী মহিলাই। বিভিন্ন ধৰণৰ আচাৰ, জাম, জেলি, মছলা ইত্যাদি তৈয়াৰ কৰি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে। কেৱল ঘৰুৱা কাম কাজতে ব্যস্ত নাথাকি তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ বাবে এই প্ৰয়াস হাতত লৈছে।…

  • ৩০ বিঘা মাটিত ৬ বিধ ধানৰ বীজ উৎপাদন কৰি চাৰি লাখ টকা উপাৰ্জন হেমিদুৰ ৰহমানৰ

    থলুৱা ধানৰ বীজ উৎপাদনে স্বাৱলম্বী হৈছে চৰাইদেউ জিলাৰ এজন কৃষক৷ পাঁচ লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে ৩০ বিঘা মাটিত ৬ বিধ থলুৱা ধানৰ বীজ উৎপাদন কৰিছে কৃষকজনে৷ চৰাইদেউ জিলাৰ শিলাসাঁকোৰ প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমানে ব্যৱসায়িক ভিত্তিত অসমৰ থলুৱা জাতৰ ৬ বিধ ধানৰ বীজৰ খেতি কৰি অধিক…

  • নাৰ্ছাৰীৰ ব্যৱসায়েৰে মাহে ৫৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন মিনাক্ষী দুৱৰীৰ

    চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা উন্নয়ন খণ্ডৰ কাকটিবাৰী গাঁৱৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক মিনাক্ষী দুৱৰী। ২০০৫ চনত তেওঁ ৫ হাজাৰ টকাৰে এখন নাৰ্ছাৰী আৰম্ভ কৰিছিল।…

  • শ্ৰেষ্ঠ মহিলা গোপালক জোনা তামুলি বৰ্মনক জানো আহক

    সেয়া আছিল ২০০৪ চনৰ কথা। ডিব্ৰুগড়ৰ মোহনবাৰীৰ যুৱতী জোনা তামুলীয়ে বজালীৰ খাৰাধৰাৰ ওচৰৰ ভোজকুছিয়াপাৰাৰ প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে বিয়া হৈ স্বামী গৃহত প্ৰৱেশ কৰিছিল। অইন দহোটি পৰিয়ালৰ লেখীয়া কৈ প্ৰণৱ বৰ্মণৰ পৰিয়ালটো আৰ্থিকভাৱে পিচপৰা আছিল। সম্পদ বুলিবলৈ আছিল পিতৃ ভেটিটো আৰু এজনী গাইগৰু। তিনি লিটাৰ…

  • মুৰ্গী পালনৰপৰা বিমান ব্যৱসায়লৈ- জিআৰ গোপীনাথৰ প্ৰেৰণাদায়ক কাহিনী

    বিমানসেৱা ব্যৱসায়ী জিআৰ গোপীনাথো তেনে এজন লোক। সেনাৰ চাকৰি এৰি ব্যৱসায়ত হাত দিয়া গোপীনাথৰ জীৱন এটা সময়ত ভাৰসাম্যহীন হৈ পৰিছিল। বহু ব্যৱসায়ত সম্পৰীক্ষা চলাই বিফল হৈছিল গোপীনাথ। টানত পৰি গাখীৰৰ ব্যৱসায়, মুৰ্গীৰ ফাৰ্ম, পাট পলুৰ ফাৰ্ম আদি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল গোপীনাথে।…

  • বেকিং ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল শিৱসাগৰৰ চন্দনা শইকীয়া

    শিৱসাগৰ জিলাৰ ৰাজমাইৰ চন্দনা শইকীয়া নামৰ এগৰাকী মহিলাই বেকিং ব্যৱসায়ৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। ৰাইমাই গজালি বেংগলী গাঁওৰ নিবাসী মহিলা গৰাকীয়ে ২০১৬ বৰ্ষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি এই সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।প্ৰশিক্ষণ গ্ৰহণ কৰা…

  • গাখীৰ বিক্ৰী কৰি বছৰেকত ১ কোটি উপাৰ্জন এইগৰাকী মহিলাৰ!

    গুজৰাটৰ বনসকান্থা জিলাৰ নাগানা গাঁৱৰ বাসিন্দা নাভালবেনে সকলো প্ৰতিকূলতাক নেওচি তেওঁৰ জিলাত এক ক্ষুদ্ৰ বিপ্লৱ আৰম্ভ কৰিছিল। প্ৰতিবেদন অনুসৰি, তেওঁ 2020 চনত 1.10 কোটি টকাৰ গাখীৰ বিক্ৰী কৰি এক অভিলেখ সৃষ্টি কৰিছিল য’ত প্ৰতি মাহে তেওঁ 3.50 লাখ টকা উপাৰ্জন কৰিছিল। 2019 চনত, তেওঁ 87.95…

  • লেয়াৰ মুৰ্গী পালনেৰে দৈনিক ৩২০০ কণী উৎপাদন শিৱসাগৰৰ পৱন কোঁৱৰৰ

    শিৱসাগৰ জিলাৰ বেতবাৰীত শিক্ষিত যুৱক পৱন কোঁৱৰে উন্নত জাতৰ লেয়াৰ মুৰ্গী পালন কৰি দৈনিক প্রায় ৩২০০ কণী উৎপাদন কৰিবলৈ সক্ষম হৈছে। বেতবাৰী ফাৰ্ম নামেৰে প্ৰতিষ্ঠা কৰা কুকুৰা পাম খন বিগত বছৰ ৪০০০ উন্নত জাতৰ কুকুৰাৰে আৰম্ভ কৰিছিল যুৱক জনে।বৰ্তমান এই পাম খনে দৈনিক ৩০০০ ৰ…

  • কেঁচু সাৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সৰভোগৰ কল্পনা বৰ্মনৰ

    কেঁচুমতা সাৰ যাক ইংৰাজীত Vermi Compose বুলি কোৱা হয়, বৰ্তমান সমগ্ৰ বিশ্বতে ইয়াৰ ব্যাপক সমাদৰ আছে এই সাৰৰ৷ কিয়নো এইবিধ জৈৱিক সাৰৰ নাই কোনো পাশ্বপ্ৰতিক্ৰিয়া, আছে মাথো শস্য উৎপাদনৰ প্ৰচুৰ ক্ষমতা৷ এই কেঁচুমতা সাৰৰ উৎপাদনৰ বাবে এতিয়া স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ…

  • শিৱসাগৰৰ মিনা গগৈৰ কাঠফুলা খেতি! সামান্য টকাৰে আৰম্ভ কৰি এতিয়া লাখ টকা উপাৰ্জন

    কাঠফুলা খেতিৰে আত্মনিৰ্ভৰশীল হৈছে শিৱসাগৰৰ মীনা গগৈ বুঢ়াগোহাঁই। ১২০০ কিলোগ্ৰাম উৎপাদনেৰে দখল কৰিছে অসম-নগালেণ্ডৰ বজাৰ। সামান্য মূলধনেৰে আৰম্ভ কৰি এতিয়া হৈছে আৰ্থিক ভাৱে সৱল।।…

  • কৃষি কৰ্মৰে উজলিছে চৰাইদেউৰ প্ৰশান্ত দত্ত, নেমু বিক্ৰীৰে উপাৰ্জন লক্ষাধিক টকা!

    মন কৰিলেই ছন বাকৰি মাটিতেই ধন” এই অসমীয়া আপ্তবাক্যশাৰীকে সাৰোগত কৰি আগবাঢ়িছে চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ এজন কৰ্মদ্যোমী যুৱক৷ যি সময়ত ৰাজ্যখনত একাংশ যুৱক যুৱতীয়ে চাকৰিৰ আশাত ঘৰত বহি সময় পাৰ কৰিছে তেনে সময়তে চৰাইদেউ জিলাৰ চফ্ৰাই মোহন গাঁৱৰ প্ৰশান্ত দত্ত নামৰ কৰ্মদ্যোমী যুৱক…

  • কৰোণাত চাকৰি হেৰুওৱাৰ পিছতে আৰম্ভ কৰিলে মুকুতাৰ খেতি, এতিয়া ২.৫ লাখ টকাকৈ উপাৰ্জন তেওঁৰ

    কৃষি জাগৰণে ইয়াৰ প্ৰিয় পঢ়ুৱৈসকলৰ সৈতে সফল কৃষকসকলৰ সফলতাৰ কাহিনী নিৰন্তৰ শ্বেয়াৰ কৰি আহিছে। আজি আমি আপোনাৰ ওচৰলৈ এনে এজন কৃষকৰ কাহিনী আনিছো যি এসময়ত এজন শিক্ষক আছিল। কিন্তু এতিয়া তেওঁলোকে সফল কৃষক হৈ আন বহু কৃষকৰ বাবে আদৰ্শ হৈ পৰিছে।…

  • পাগলাদিয়াৰ বালিচাপৰিত ৰঙালাওৰ খেতিৰে কৃষি বিপ্লৱ

    পাগলাদিয়াৰ পলসুৱা বালিচাপৰিৰ উৰ্বৰ ভূমিত স্বাভিমানী কেইজন মান যুৱকে নিজৰ কৰ্মসংস্কৃতিৰে কৃষিৰ পৰা পৰ্যটনলৈ এক অবিৰত যাত্ৰাৰে স্বাৱলম্বিতাৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে৷ নলবাৰী জিলা সদৰৰ নাতিদূৰত পাগলাদিয়াৰ বালিচাপৰিত চন পৰি থকা এশ বিঘা ভূমিৰে আৱৰি থকা মাটিকালি আগুৰি ২০১২ চনৰ ৩০ এপ্ৰিলত বালিতাৰা বিপুল…

  • কৃষি কৰ্মৰ জৰিয়তে জিলিকি উঠিছে খনামুখৰ কৃষক দ্বীপেন বৰুৱা

    যোৰহাট জিলাৰ খনামুখ চাৰিঙিয়া গাঁৱৰ প্ৰগতিশীল কৃষক দ্বীপেন বৰুৱাই অসমৰ থলুৱা জাতৰ ১২০ বিধ ধানৰ বীজ সংৰক্ষণ কৰি এক অন্যান্য অভিলেখৰ সৃষ্টি কৰিছে। কৃষক পৰিয়ালৰ সন্তান দ্বীপেন ১৯৯৬ চনৰ পৰা গভীৰ একাগ্ৰতাৰে বিগত দুটা দশক ধৰি পৰিশ্ৰম কৰি এই ১২০ বিধ ধানৰ বীজ সংগ্ৰহ কৰিছে।…

  • তামোলৰ ঢকুৱাৰ উদ্যোগেৰে প্লাষ্টিকৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম ধৰ্মেন্দ্ৰৰ

    তামুলপুৰ জিলাৰ পশ্চিম নাওকাটাৰ ধৰ্মেন্দ্ৰ কলিতা নামৰ যুবক জনে ঘৰৰ পিছৰ তামোলৰ বাৰী খনত পৰি থকা পেলনীয়া তামোলৰ ঢকুৱাক লৈ গঢ়ি তোলা এটি ক্ষুদ্ৰ উদ্যোগৰ মাজেৰেই নিজেই এগৰাকী পৰিবেশ কৰ্মী হিচাপে সমাজত থিয় দিবলৈ সক্ষম হোৱাৰ উপৰিও আন দহজনক পেটৰ ভাত মোকলাই দিবলৈ সক্ষম হৈছে৷…

  • তামোলৰ ঢকুৱাৰ পৰা জীৱিকাৰ পথ মোকলাইছে বাক্সাৰ ধনেশ্বৰ বৈশ্যই

    বাক্সা জেলাৰ খৈৰানী গাৱৰ যুৱক ধনেশ্বৰ বৈশ্যই আজিৰ পৰা এঘাৰ (২০০৭) চনৰ পৰাই তামোলৰ ঢকুৱাৰ পৰা কাহি বাটি আৰু প্লেট তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি সকলোৰে সমাদৰ লাভ কৰাৰ উপৰি নিজেও আত্মসংস্থাপনৰ দিহা পৰি পৰিয়ালটো পোহপাল দি আহিছে৷…

  • মালেছিয়াত কৰ্মৰত জ্যোতিকনৰ কৃষিকৰ্মৰে বিকল্প সংস্হাপনৰ সন্ধান

    "পথাৰো আমাৰ বজাৰো আমাৰ" এই আপ্তবাক্য শাৰী সৰোগত কৰি লকডাউন কভিড কালীন পৰিবেশৰ মাজতে বিকল্পৰ সন্ধানত ব্যস্ত সুদূৰ মালয়েছিয়াত কৰ্মৰত তামুলপুৰৰ এগৰাকী শিক্ষিত যুৱক এতিয়া কৃষিকৰ্মৰে আত্মসংস্থাপনৰ নতুন বাট মুকলি কৰি নিজেই আত্মসন্তুষ্টি লাভ কৰাৰ উপৰিও আন দহ জনক সংস্থাপনৰ বাট দেখুৱাই আজিৰ মহঙা দিনৰ…

  • বগৰী খেতিৰে আদৰ্শ তামুলপুৰৰ প্ৰগতিশীল কৃষক প্ৰানেশ্বৰ স্বৰ্গীয়াৰী

    বগৰী এবিধ অতি লাভজনক খেতি৷ বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল। ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ এই গছ। উন্নত প্ৰজাতিৰ বগৰী খেতিয়েও সলনি কৰিব পাৰে আপোনাৰ কৃষি অৰ্থনীতিৰ ভেটি৷ বগৰী ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট,…

  • তামুলপুৰৰ মৌচুমী ফলৰ খেতিয়ক লক্ষেশ্বৰৰ কথাৰে

    বতৰৰ ফল মৌচুমীৰ খেতি কৰি শিক্ষিত নিৱনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে এগৰাকী যুৱক৷ তামুলপুৰ মহকুমাৰ পূৱ-কচুকাটাৰ শিঙিমাৰী চুবুৰীৰ যুৱ খেতিয়ক গৰাকী লক্ষ্যেশ্বৰ বসুমতাৰী৷ ২০০৬ চনতে নিজৰ ঘৰৰ পিছৰ প্ৰায় আঢ়ৈ বিঘা মাটিত মৌচুমী ফলৰ গছৰ পুলি স্থানীয় ব্ৰহ্ম চুবুৰীৰ পৰা সংগ্ৰহ কৰি আনি…

  • ফ্ৰীজৰ ভিতৰত বেঙেনা, ভেণ্ডি, বিলাহীৰ খেতি অভিযন্তাৰ

    তামিলনাডুৰ নেভেলি নিবাসী অভিযান্ত্ৰিক অধ্যাপক থায়ুমানাভান কুনাপালনে ছ’চিয়েল মিডিয়াত নিজকে এজন আধুনিক খেতিয়ক বুলি পৰিচয় দিয়ে। থায়ুমানাভান পণ্ডিচেৰীৰ কাৰাইকালত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ দেউতাক কুনাপালনেৰ ফুল, পাচলি আৰু ঔষধি বনৌষধিৰ এখন সুন্দৰ বাগিচা আছিল। সৰুতে থায়ুমানাভানে দেউতাকক এই কামবোৰত সহায় কৰিছিল আৰু লাহে লাহে ক্ষেত্ৰখনৰ প্ৰতি…

  • থলুৱা বীজৰ সৈতে ১৫০০ কৃষকৰ জীৱন সলনি কৰিলে কৃষক সুদাম চাহুৱে

    সমগ্ৰ দেশতে এনে বহু কৃষক আছে যিয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বলত সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই প্ৰবন্ধত আমি আপোনাক তেনে এজন কৃষকৰ বিষয়ে ক'ম। যিয়ে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু উচ্চ আত্মাৰ বলত খেতি কৰাৰ সপোন পূৰণ কৰিছিল। সম্প্ৰতি তেওঁ হ’ল উৰিষ্যাৰ এগৰাকী সফল…

  • ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো, দৈনিক ২০০০ টকা উপাৰ্জন!

    সাহসক সম্বল হিচাপে লৈ ষ্ট্ৰ'ব্ৰেৰী খেতি কৰা ছয়গাঁৱৰ অনুপমা বড়োবে এতিয়া দৈনিক দুহেজাৰ টকাকৈ উপাৰ্জন কৰে। উৎপাদিত ষ্ট্ৰ'ব্ৰেৰী দোকানে দোকানে বিক্ৰী কৰি বড়োৱে আত্মনির্ভৰশীল হৈছে। উপার্জন হোৱাৰ বাবেই তেওঁ আৰু অধিক মাটিত ষ্ট্ৰ'ব্ৰেৰী খেতি কৰাত মনোনিবেশ কৰিছে।…

  • ১,১০০ প্ৰকাৰৰ ধান সংৰক্ষণ কৰি থলুৱা বীজ বেংক সৃষ্টি সুদাম চাহুৰ

    যদিও ৰাসায়নিক বীজে জৈৱিক আৰু থলুৱা বীজৰ স্থান লৈছে, উৰিষ্যাৰ বৰগড় জিলাৰ সুদাম চাহু নামৰ এগৰাকী কৃষকে থলুৱা বীজ সংৰক্ষণৰ বাবে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এটা বীজ বেংক তৈয়াৰ কৰিছে, এনেদৰে 1,100 প্ৰকাৰৰ বীজ সংৰক্ষণ কৰিছে। চাহুৱে দেশৰ বীজ বচাবলৈ এই প্ৰচেষ্টা গ্ৰহণ…

  • নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী কিন্তু কি কৰিব!

    দেশৰ শিক্ষিত যুৱকসকলৰ নিৰানব্বৈ শতাংশই চৰকাৰী চাকৰি পাছত দৌৰি আছে। কিন্তু নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী। চাকৰি লাভ কৰিছে অতি মেধা সম্পন্ন ছাত্ৰী-ছাত্ৰীসকলে, পইচা ঘোচ দিব পৰা দেউতাকৰ সন্তানে বা কোনো ৰাজনৈতিক নেতা বা অৰ্থনৈতিকভাৱে শক্তিশালী লোকৰ লগত হলি-গলি থকা এখিনি যুৱক-যুৱতীয়ে। কিন্তু চাকৰিয়েই শেষ…

  • সমন্বিত কৃষিৰে সফলতা গোলাঘাটৰ কৃষক পল্লৱ গগৈৰ

    বৰ্তমান কৃষি আৰু আনুসঙ্গিক দিশৰ কৰ্মসূচীৰে পামখন জাতিষ্কাৰ হৈ পৰিছে। তেওঁ নিজে নিয়োজিত হোৱাৰ উপৰিও পামখনত গোটেই বছৰ জুৰি দৈনিক গড়ে ২-৩ জনকৈ শ্ৰমিক নিয়োজিত কৰি আহিছে। পামখনত মন কৰিবলগীয়া দিশটোৱেই হ’ল- চাহখেতিত প্ৰয়োজন হোৱা গতানুগতিক ছাঁ গছ ৰোপন কৰাৰ পৰিৱৰ্তে তেওঁ উদ্যান শস্য কলখতি…

  • পেপচিকামে ভাগ্য সলনি কৰিলে পলিঅ’ ৰোগী আলোকৰ

    উত্তৰ প্ৰদেশৰ আলোক নামৰ এজন প্ৰতিবন্ধী ব্যক্তি এতিয়া সংবাদ মাধ্যমৰ চৰ্চাত। আলোক পেছাত এজন কৃষক। তেওঁ কেপচিকামৰ খেতি কৰে। এই কেপচিকামৰ খেতিৰ পৰা তেওঁ বাৰ্ষিক ১ কোটি টকা উপাৰ্জন কৰি আছে। য’ত তেওঁ ৮৫ লাখ লাখ টকা লাভ হয়। পূৰ্বে আলোকৰ পৰিয়ালটো দৰিদ্ৰতাত ভুগি আছিল।…

  • গোবৰ আৰু গো-মূত্ৰ আধাৰিত কৃষিৰ পৰা লাখ টকা উপাৰ্জন কৃষকৰ!

    ভাৰতত দুগ্ধ পালনৰ ব্যৱসায়ৰ প্ৰসাৰ দ্ৰুত গতিত বৃদ্ধি হৈছে। এনে পৰিস্থিতিত, গো পালনকাৰী আৰু কৃষকসকলেও বৃহৎ পৰিমাণে উপাৰ্জনৰ পথ মুকলি হৈছে। যদি দেখা যায় গৰুক হিন্দু ধৰ্মত মাতৃৰ মৰ্যাদা দিয়া হয়। এইটো এতিয়াৰ পৰা নহয়, পৌৰাণিক সময়ৰ পৰা চলি আহিছে। গৰুৰ গাখীৰ স্বাস্থ্যৰ বাবে অতি…

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.