News
The purpose of news is to provide accurate and timely information to the public, allowing them to make informed decisions and understand the world around them. News can cover a range of topics, including Agriculture, Politics, Business, Sports, Entertainment, Technology, Science and Health.
-
সূৰ্য ফাউণ্ডেশ্যন আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ জৈৱিক কৃষিৰ প্ৰশিক্ষণ
প্ৰশিক্ষণ কাৰ্যসূচীত ২০০ ৰো অধিক কৃষকে অংশ গ্ৰহণ কৰাৰ লগতে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকো উপস্থিত থাকে। প্ৰশিক্ষণ কাৰ্যসূচীত কৃষকসকলক প্ৰাকৃতিক কৃষি কৌশলৰ বিষয়ে সজাগ কৰা আৰু পৰিৱেশ অনুকূলে ৰখাৰ বাবে জৈৱিক খেতিৰ প্ৰয়োজনীয়তা আৰু জৈৱিক খেতিৰ লাভালাভ সন্দৰ্ভত কৃষি বিশেষজ্ঞসকলে…
-
Inspiring Story : বহুতৰপীয়া পদ্ধতিৰে এডোখৰ মাটিতে ৫ টাকৈ শস্যৰ খেতি কৰে
প্ৰথম মই তামোল গছ ৰোপণ কৰিছিলো। তামোল ৪৫ ফুট পৰ্যন্ত ওখ হয়। তাৰ পিছত, মই ২৫ ফুট ওখ আমলখি ৰোপণ কৰিলোঁ, তাৰ পিছত ১৫ ফুটৰ জালুক , ১০ ফুটৰ কল, আৰু দুই পৰা পাঁচ ফুট ওখ আদা আৰু শিমলু আলুৰ পুলি ৰোপন ৰোপণ কৰিলোঁ।’…
-
১-৩ ডিচেম্বৰলৈ নতুন দিল্লীৰ ICAR, পুছা গ্ৰাউণ্ডত The Millionaire Farmer of India 2024
দেশ-বিদেশৰ প্ৰগতিশীল কৃষকৰে ভৰি পৰিব IARI মেলা গ্ৰাউণ্ড, পুচা, নতুন দিল্লী (IARI Mela Ground, Pusa, New Delhi)। কৃষি কৰ্ম, পশুপালন, আত্মসহায়ক গোট, FPO আদিৰে সফলতা প্ৰদৰ্শন কৰা ব্যক্তি আৰু গোট সমূহক এই অনুষ্ঠানত প্ৰদান কৰা হ’ব বঁটা।…
-
চৰকাৰে পূৰ্বতকৈ বৃদ্ধি কৰিছে MSP, প্ৰতি কুইন্টল ধানৰ মূল্য ২৩০০ টকা
যোৱা বছৰ ধানৰ ন্যুনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২১৮৩/- টকা আৰু প্ৰতি মোনত ৮৭৩/- টকা আছিল। এইবাৰ সেই মূল্য (MSP) চৰকাৰে বৃদ্ধি কৰি প্ৰতি কুইণ্টল ধানৰ ন্যুনতম সমৰ্থন মূল্য ২৩০০/- টকা আৰু প্ৰতি মোনৰ মূল্য ৯২০ /- টকালৈ বৃদ্ধি কৰিছে।…
-
After Flooding : বানপানীৰ পাছত কৃষক-পশুপালকসকলে ল’ব লগা সাৱধানতা
বানপানীৰ পিছত বিভিন্ন ধৰণৰ পোক পতঙ্গ প্রধানকৈ টুপলিকটা, পাত নুৰিওৱা, চৰহা, মজাখোৱা, পিয়াজী পোক, সেউজীয়া সোহনী পোক, বাদামী সোহনী পোক, শুৰ পোক, কেও কটা পোক, গান্ধী পোক আদিয়ে ধান খেতিত আক্ৰমণ কৰা দেখা যায়। ইয়াৰ বাবে সাধাৰণ নিবাৰণৰ উপায়সমূহ হ'ল-…
-
বানপীড়িত কৃষকৰ বাবে 'সামুহিক কঠীয়াতলী' আঁচনি গ্ৰহণ কৃষি বিভাগৰ
সংহাৰী বানত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্য চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগে গ্ৰহণ কৰিছে 'সামুহিক কঠীয়াতলী' ( Community Nursery ) স্থাপনৰ আঁচনি । ইয়াৰ জৰিয়তে বানত ক্ষতিগ্রস্ত কৃষকসকলে লাভ কৰিব পাৰিব উন্নত জাতৰ ধানৰ বিনামূলীয়া কঠীয়া ।…
-
“কৃষকৰ আত্মহত্যা, হতাশাই কৃষকৰ প্ৰকৃত ছবি নহয়, কৃষিখণ্ডৰে জড়িত লাখপতি ব্যক্তিও আছে” এম চি ডমিনিক
অনুষ্ঠানটোত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এমচি ডমিনিকে কয়- প্ৰতিবছৰে দেশত কৃষকৰ আত্মহত্যা সংখ্যা, কৃষকৰ হতাশাৰ কথা আমি সংবাদ মাধ্যমসমূহ আমি পাঁও। গতিকে কৃষকক বা কৃষি বৃত্তিক আমাৰ সমাজত এক সহানুভূতিসূচক দৃষ্টিৰে চোৱা হয়।…
-
STIHL বেণ্ডৰ পাৱাৰ টিলাৰে খেতি কৰক আৰু উৎপাদন দুগুণ কৰক
খেতিৰ বাবে পাৱাৰ টিলাৰ মেচিন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ষ্টিল ইণ্ডিয়া কোম্পানীৰ MH 710 আৰু MH 610 পাৱাৰ টিলাৰ কিনিব পাৰিব। ষ্টিলৰ এই আধুনিক পাৱাৰ টিলাৰখন কৃষকৰ প্ৰয়োজন অনুসৰি ডিজাইন কৰা হৈছে। এই পাৱাৰ টিলাৰখনৰ কেৱল দাম কমেই ব্যৱহাৰতো সুবিধাজনক।…
-
Mahindra Tractors : ৪০ লাখ সুখী গ্ৰাহক'ৰ সফলতাৰ হাঁহি উদযাপন মহিন্দ্ৰাৰ
৪০ বছৰ পূৰ্বে জন্ম হোৱা মহিন্দ্ৰা টেক্টৰছ আধুনিক কৃষকৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ব্যৱহাৰিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ সমাহাৰেৰে কৃষকৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে কোম্পানীটোৱে। অতিশেহতীয়াকৈ চলিত মাহটোৰ আৰম্ভণিতে ৪০ লাখ গ্ৰাহকৰ অন্তভূক্তিয়ে বিশ্বৰ সৰ্ববৃহৎ ট্ৰেক্টৰ নিৰ্মাতা কোম্পানী হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে…
-
Pumpkin Export : মৰিগাঁৱৰপৰা নেপাললৈ ২৯ মেট্ৰিক টন ৰঙালাউ ৰপ্তানি
মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ লগতে অসমৰ কৃষি খণ্ডৰ বাবে এক অত্যন্ত উৎসাহজনক খবৰ। মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ অধীনস্থ ৰজামায়ং কৃষি চক্ৰৰ অন্তৰ্গত প্ৰগতিশীল কৃষকসকলৰদ্বাৰা উৎপাদিত ৰঙালাউ বিহাৰ সীমান্তৰে, স্থলপথেৰে নেপাললৈ ৰপ্তানি।…
-
Post Postmortem : কি কি নকৰিলে অসমীয়া জাতিটো বাচি থাকিবগৈ
লেখাটোত লেখগৰাকীয়ে নিজৰ দৃষ্টিভংগী ফালৰ পৰা অসমীয়া মানুহক কিছুমান কামৰ পৰা আঁতৰি থকাৰ আহ্বান জনাইছে। যিবোৰ কামে জাতিটো আগবাঢ়ি যোৱাত বাধা হৈ থিয় দিব পাৰে।…
-
জলবায়ু পৰিৱৰ্তন, ডিজিটেল ই-মাৰ্কেটিঙৰ সচেতনতা বৃদ্ধিৰে খানাপাৰাত ৫ দিনীয়া কৃষি প্ৰশিক্ষণ
এই পাঁচদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক কৃষি বিভাগৰ উদ্যোগত ৰাজ্যখনত ৰূপায়িত হৈ থকা বিভিন্ন কৃষি আঁচনিসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বীজ উৎপাদন প্ৰযুক্তি, শস্যৰ বীজ প্ৰমাণীকৰণ পদ্ধতি, সাৰৰ উপযুক্ত প্ৰয়োগ,ডিজিটেল ই-মাৰ্কেটিং আৰু কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু এই প্ৰত্যাহবানৰ সন্মুখীন হ’বপৰাকৈ ন-কৃষি পদ্ধতিৰ পৰিচালনা ইত্যাদি বিভিন্ন দিশৰ…
-
Poly house Farming : পলিহাউচৰ ভিতৰত কেনেকৈ কৰিব খেতি! জানো আঁহক
প্ৰশিক্ষণকালত কৃষকসকলে গুপ্তাই POLY HOUSE ত HYDROPHONIC (জলজ কৃষি),উলম্ব কৃষি পদ্ধতিৰে কৰা খেতি দেখি অভিভূত হয়। কৃষকগৰাকীয়ে পলিহাউচৰ ভিতৰত সম্প্ৰতি বিলাহী খেতি উলম্ব পদ্ধতিৰে কৰি আছে। ওপৰৰ ফটোত আপোনালোকে দেখিছে কৃষকগৰাকীয়ে কেনেদৰে উলম্ব পদ্ধতিৰে বিলাহী খেতি কৰিছে। লগতে আমাৰ কৃষকসকলক জনাও যে উলম্ব বা হাইড্ৰপনিক…
-
MSP : ২ বছৰৰ পাছত আকৌ কিয় কৃষকৰ গৰ্জন! কি বিচাৰে কৃষকসকলে!
ইংৰাজীৰ মিনিমাম চাৰ্পট প্ৰাইজ শব্দ সমষ্টিটোক চমুকৈ কোৱা এম এছ পি। অসমীয়াত ইয়াক কোৱা হয় ন্যূনতম সমৰ্থন মূল্য। চৰকাৰে কৃষকৰ পৰা যি হাৰত শস্য ক্ৰয় কৰে সেয়াই হৈছে এম এছ পি। কৃষকৰ উৎপাদন ব্যয়তকৈ কমেও ডেৰগুণ বেছি। কেন্দ্ৰীয় চৰকাৰে শস্যৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰে। বজাৰত…
-
Nagaon News : নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ৰ ১৫ দিনীয়া প্ৰশিক্ষণ শুভাৰম্ভ
৯ ফেব্ৰুৱাৰীৰ পৰা নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক সমবায় সমিতি আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটিয়া উদ্যোগত সমবায় সমিতিৰ কৰ্মীবৃন্দৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ ওপৰত ১৫ দিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ।…
-
Bharat Ratna : স্বামীনাথন, চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন
ভাৰতৰত্নৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰ নাম। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন প্ৰবীন নেতা্ লাল কৃষ্ণ আদৱানি আৰু বিহাৰ প্ৰাক্তন…
-
Natural farming : দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা
অসম চৰকাৰৰ কৃষি বিভাগে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক কৃষিৰ বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত কৰিছে।…
-
ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শোণিতপুৰ জিলা কৃষি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ
বিগত সময়চোৱাত জিলাখনৰ কৃষি খণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰখনিত বিশেষ অৱদানৰ যোগেদি বিভিন্ন স্থানত প্ৰশংসা বুটলাৰ লগতে সম্বর্ধনা লাভ কৰিবলৈ সক্ষম হোৱা শোণিতপুৰৰ ৭ গৰাকীকৈ প্ৰগতিশীল কৃষকক সম্বর্ধনা জ্ঞাপন কৰিলে জিলা কৃষি বিভাগে ।…
-
কৃষক মৰ্চা তিনিচুকীয়া জিলাৰ পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্যসূচী শুভাৰম্ভ
কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে কৃষক মৰ্চা তিনিচুকীয়া জিলাই "পথাৰো আমাৰ বজাৰো আমাৰ" কাৰ্যসূচী হাতত লৈছে। কৃষক মৰ্চা তিনিচুকীয়া জিলাই শনিবাৰে Tingrai Farmers Producer Company Ltd নামৰ FPCটোৰ অধীনত কণীধানৰ খেতি কৰাৰ হালবোৱা কাৰ্যসূচী শুভাৰম্ভ কৰে।…
-
পশ্চিম গুৱাহাটীৰ জিমিৰগাঁৱৰ কৃষকে কমলা খেতিৰে গঢ়িছে সেউজ বিপ্লৱ
গুৱাহাটীৰ পৰা প্ৰায়, ৬০ কিলোমিটাৰ নিলগৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সুদৃষ্টি নপৰা অঞ্চলটোৰ এই কমলা খেতিৰ লগত জড়িত কেবা শতাধিক কৃষকে চৰকাৰৰ মুখলৈ বাট নাচাই কমলা খেতিৰে স্বাৱলম্বনৰ পথ মোকলোৱাৰ সংগ্রাম অব্যাহত ৰাখিছে।…
-
কামৰূপ জিলাৰ আঠিয়াবৈত ৰিণিকি ভূঞাৰ সৈতে ‘ন’ খালে অতুল বৰাই
নখোৱাস্থলীত উপস্থিত হৈ কৃষিমন্ত্ৰীগৰাকীয়ে কয়- খেতিয়কসকলৰ বাবে এই সময়ছোৱা প্ৰত্যাশা আৰু সমৃদ্ধিৰ। এই মধুৰ সময়ছোৱাতে কৃষক ৰাইজে পথাৰৰ সোণগুটি ঘৰলৈ চপাই আনে। নতুন ধানৰ নতুন চাউলেৰে মিলিজুলি এসাঁজ খোৱাৰ অনন্য "ন-খোৱা" পৰম্পৰাই আমাৰ লোকসংস্কৃতিৰ পথাৰখন চহকী কৰি ৰাখিছে আৰু সমাজৰ একতা সুদৃঢ় কৰি আহিছে।…
-
Swaraj tractor : Project Pani'ৰ বাবে স্বৰাজ ট্ৰেক্টৰছলৈ Golden Peacock বঁটা
২০২০ চনত স্বৰাজে টেক্টৰছে আৰম্ভ কৰিছিল ‘প্ৰকল্প পানী’ ('Project Pani') নামৰ এক প্ৰকল্প। এই প্ৰকল্পৰ দ্বাৰা বৰষুণৰ পানী সংগ্ৰহৰ পুৰণি পদ্ধতিটোক পুনৰুদ্ধাৰ আৰু সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকল্পটো হাতত লৈছিল।…
-
New Farming Methods : বাংলাদেশত কেছকি পদ্ধতিৰে খেতি কৰি লাভান্বিত কৃষক
দিনাজপুৰ মঙলপুৰৰ নাজৰিন মিছন বিজোৰা বজনাহৰ ৰেল ষ্টেচনৰ সন্মুখত এই পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰা হৈছে। পথ আৰু ৰে’লপথৰ মাজৰ পানীৰে ভৰা পথাৰত বাঁহৰ খুঁটাৰে তৈয়াৰী কেচকী বস্তাত মাটিত ভৰাই খেতি কৰিছে কৃষকসকলে। এই পদ্ধতিৰে কৃষকগৰাকীয়ে জাতিলও বীন, তিতা কেৰেলা আদি শাক-পাচলি খেতি কৰিছে।…
-
কৃষকক চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰি কৰিবলৈ আহ্বান কৃষি বিভাগৰ
বৰ্তমান অসমত ধানৰ সমৰ্থন মূল্য ২১৮৩ টকা। ৰাজ্যৰ কৃষি বিভাগে কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিবলৈ বিভিন্ন অঞ্চলত ধান ক্ৰয় কেন্দ্ৰসমূহো স্থাপন কৰিছে। কিন্তু MSP ত ধান বিক্ৰি কৰিবলৈ কৃষকসকল বৰ বেছি আগ্ৰহী নহয় যেন লাগে।…
-
MFOI 2023: ছত্তীশগড়ৰ ৰাজাৰাম ত্ৰিপাঠীলৈ ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা
দিল্লীৰ আইএআৰআইৰ মেলা গ্ৰাউণ্ড আয়োজিত তৃতীয় তথা অন্তিম দিনত কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আৰু ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা লাভ কৰা ছত্তীশগড়ৰ ৰাজাৰাম ত্ৰিপাঠীক কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা প্ৰদান কৰে।…
-
কৃষকসকলে খেতিৰ দৰে ফুড প্ৰচেচিঙতো গুৰুত্ব দিব লাগিব- সুমন শৰ্মা
এম এফ অ’ আই বঁটা ২০২৩ৰ দ্বিতীয় দিনৰ প্ৰথম অধিবেশনত কৃষি অৰ্থনৈতিক সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত মহিলা কৃষকৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয়। এই সময়ত বহু মহিলা কৃষক আৰু উদ্যোগীয়ে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। বঁটা প্ৰদান অনুষ্ঠানলৈ অহা কৃষকসকলক সম্বোধন কৰি প্ৰগতিশীল কৃষক সুমন…
-
কৃষকৰ উপাৰ্জন বৃদ্ধিত চৰকাৰী-বেচৰকাৰী সংস্থাৰক ভূমিকা সন্দৰ্ভত আলোচনা চক্ৰ
দ্বিতীয়খন আলোচনা চক্ৰত ক্ৰপলাইফ ইণ্ডিয়াৰ অধ্যক্ষ ড০ কে চি ৰবি, আই চি অ’ এৰ কাৰ্যবাহী সঞ্চালক মনোজ মেনন, ভাৰতীয় কেন্দ্ৰীয় হাৰ্বেল এগ্ৰ’ মাৰ্কেটিং ফেডাৰেচন (কৃষক)ৰ সভাপতি ড০ ৰাজা ৰাম ত্ৰিপাঠী, কাৰ্যবাহী সঞ্চালক ড০ আৰ কে ত্ৰিবেদী উপস্থিত থাকে , NSAI, ফেডাৰেচন অৱ ছিড ইণ্ডাষ্ট্ৰী অৱ…
-
Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি
কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অৰ্থাত ৬,৭ আৰু ৮ ডিচেম্বৰত দিল্লীৰ আইচিআৰ পুছা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩ অনুষ্ঠান। দেশ-বিদেশৰ কৃষক, পশুপালকৰ লগতে বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকিব কৃষিখণ্ডৰে জড়িত বিভিন্ন উদ্যোগপতি, ব্যৱসায়ী আৰু দেশৰ কৃষি বিভাগৰ লগত জড়িত বিভিন্ন ব্যক্তি।…
-
১০০ বিঘা মাটিত ধান খেতি কৰি কিমান উপাৰ্জন কৰিলে মোমাই তামুলী বহুমুখী সমিতিয়ে!
শিৱসাগৰৰ থাওৰা্ত অৱস্থিত মোমাই তামুলী সমবায় সমিতিয়ে এইবাৰ এশ বিঘা মাটিত কৰিছিল ধান খেতি। এই ধান খেতিৰ পৰা তেওঁলোকে ২৫০ কুইন্টেল পাবলৈ সক্ষম হৈছে।…
-
শ্যামকানু মহন্তৰ এটা ফেচবুক পোষ্ট আৰু তাপস চাহনিৰ এটা কমেন্ট
লেখক, উদ্যোগী শ্যামকানু মহন্তই সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে। বৰ্তমান সময়ৰ এটা চকুত নলগা যদিও ডাঙৰ সমস্যাকলৈ। শেহতীয়াকৈ বহু উচ্চশিক্ষিত যুৱকে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰিছে। কিন্তু উচ্চশিক্ষিত উচ্চ শিক্ষিত একাংশ ল'ৰা-ছোৱালীৰ কেৰানী হোৱাৰ প্ৰৱণতাই জাতিটোক ভয়ানক বৌদ্ধিক বিপৰ্যয়লৈ ঠেলি দিব বুলি…
-
AAUত খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন
তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত "খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি" শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। অসম ধান গৱেষণা প্ৰতিষ্ঠানটোৰ শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন।…
-
MT MFOI-2923 ৰ সহপৃষ্ঠপোষকৰূপত Dhanuka Agritech Limited
এতিয়া এই তালিকাত ধনুকা এগ্ৰিটেক লিমিটেডৰ নামো সংযোজন কৰা হৈছে। আপোনালোকক কওঁ যে ধনুকা এগ্ৰিটেক লিমিটেড ভাৰতৰ এটা আগশাৰীৰ কৃষি ৰাসায়নিক কোম্পানী যিটোকো ফৰ্বছ আলোচনীয়ে এছিয়া পেচিফিক ৰ ২০০ টা শ্ৰেষ্ঠ কোম্পানীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে।…
-
কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষত প্ৰায় ১ কৌটি ২০ লাখ গনসাক্ষৰ সংগ্ৰহ
ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউন্ডেশনৰ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবিত দেশজুৰি সজাগতা। অসমকে ধৰি প্ৰায়বিলাক ৰাজ্যত জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত গনসাক্ষৰ সংগ্ৰহ।…
-
MTMFOI : মহিন্দ্ৰা টেক্টৰছক ভাৰতৰ মিলিয়নাৰ কৃষক বঁটাৰ স্পনছৰশ্বিপ ঘোষণা
দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনোৱা আৰু কৃষি খণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্য কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা ২০২৩। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব দেশৰ কৃষি খণ্ডৰ এই সৰ্ববৃহৎ কৃষকৰ অনুষ্ঠানটো। কৃষি জাগৰণ মিডিয়া…
-
চৰ-চাপৰিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহত ৩ টাকৈ কণী : কেবিনেটৰ সিদ্ধান্ত
শিশুৰ পুষ্টি সাধন- শিশুৰ পুষ্টি সাধনৰ বাবে ১ ডিচেম্বৰ ২০২৩ৰ পৰা প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত চৰ অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিটি যোগ্য শিশুৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত তিনিটাকৈ কণী প্ৰদানৰ সিদ্ধান্ত লৈছে কেবিনেটে। প্ৰতিখন বিদ্যালয়তেই নহয় কেৱল চৰ চাপৰিৰ স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে সপ্তাহত ৩ টা কণী পাব। এতিয়া…
-
কেনেদৰে কৰিব গোলনেুমুৰ খেতি, পুলিৰ বাবে যোগাযোগ কৰিব ক’ত! সবিশেষ
গোলনেমুৰ খেতি আমাৰ কৃষকসকলে কাজি নেমুৰ খেতি কৰাৰ দৰে সাধাৰণতে কৰা দেখা নাযায়। দুই এজোপা বাৰীৰ চোকে-কোনে আমাৰ কৃষকসকলে ৰোপন কৰে। কিন্তু ব্যৱসায়িকভাৱে কৰিলে গোলনেমুৰ খেতিৰ পৰা লাভৱান হব পাৰে। গোলনেমুৰ গছত সাধাৰণতে খুব সোনকালে পোকে ধৰে। গতিকে এই খেতি কৰাৰ পূৰ্বে আমাৰ কৃষকসকলে এই…
-
Apply now: উদ্যমী কৃষকসকলক ৬,৭ আৰু ৮ ডিচেম্বৰত কৃষি জাগৰণে জনাব সন্মান
সম্প্ৰতি অসমৰ কৃষকসকলেও আম, লিচু, কল, কমলা, মধুৰি, নাৰিকল আদি ফলৰ খেতি ব্যৱসায়িকভিত্তিত কৰিবলৈ আৰম্ভ কৰিছে। এই লাভজনক উদ্যানশস্যৰ খেতিৰে বিশেষ সফলতা লাভ কৰা কৃষক সকলৰ বাবে এটা ভাল খবৰ।…
-
MFOI Award : MFOI বঁটাত সহযোগিতা ১৩ খন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ
আগন্তুক ৬,৭ আৰু ৮ ডিচেম্বৰত নতুন দিল্লীত কৃষি জাগৰণ মিডিয়া গ্ৰুপে অনুষ্ঠিত কৰিছে MFOI অৰ্থাত Millionaire Farmer of India Award 2023। শেহতীয়াকৈ তামিলনাডু কৃষি বিশ্ববিদ্যালয়, গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান বিশ্ববিদ্যালয় আদি কৰি দেশৰ বহু বিখ্যাত কৃষি বিশ্ববিদ্যালয়ে কৃষকসকলৰ বহু প্ৰতীক্ষিত…
-
KVK Dibrugarh : ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত কবিতা, চিত্ৰাংকণ প্ৰতিযোগিতাৰে হিন্দী দিৱস উদযাপন
সমগ্ৰ দেশৰ লগতে ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰতো উলহ-মালহেৰে উদযাপন কৰা হ’ল হিন্দী দিৱস। অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে জ্যেষ্ঠ বিজ্ঞানী তথা কৃষি বিজ্ঞান কেন্দ্ৰটোৰ মূৰব্বী দিগন্ত শৰ্মাই। ভাষণত তেওঁ হিন্দী ভাষাৰ চৰ্চা আৰু হিন্দী ভাষাৰ চৰ্চাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায়।…
-
কাইলৈ মহিন্দ্ৰা ফিউচাৰস্কেপে উন্মোচন কৰিব সাতটা নতুন মডেলৰ ট্ৰেক্টৰ
গ্ৰাহকক সদায় নতুন প্ৰযুক্তি সোৱাদ দি অহা মহিন্দাই ১৫ আগষ্টৰ দিনটোতে উন্মোচন কৰিব সাতটা নতুন মডেলৰ ট্ৰেক্টৰ। ১৫ আগষ্ট মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোৱে ভাৰতীয় অভিযান্ত্ৰিক উৎকৰ্ষতাৰ এক নিদৰ্শন দাঙি ধৰিব।…
-
ভিএছটিয়ে কৃষকৰ বাবে মুকলি কৰিলে Series 9 Range of Compact Tractors
দেশৰ কৃষকসকলৰ উপযোগী হোৱাকৈ কৃষিখণ্ডলৈ বিভিন্ন সময়ত VST Tillers Tractors Ltd দি আহিছে কৃষকসকলক নিত্য নতুন উপহাৰ। শেহতীয়াকৈ তেনে এক উপহাৰ প্ৰস্তুত কৰি উলিয়াইছে VST Tillers Tractors Ltd.। বুধবাৰে কৃষকসকলৰ সততে কামত অহাকৈ ভিএছটি টিলাৰ্ছ ট্ৰেক্টৰ লিমিটেডে মুকলি কৰিছে ‘কম্পেক্ট ট্ৰেক্টৰৰ ছিৰিজ ৯’ (Series 9…
-
কৃষকসকলৰ বাবে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই মুকলি কৰিলে স্বৰাজ হুইল হাৰ্ভেষ্টাৰ
মহিন্দা এণ্ড মহিন্দাই শেহতীয়াকৈ কৃষকসকলৰ বাবে মুকলি কৰিলে স্বৰাজ ব্ৰেণ্ডৰ অধীনত নতুন হুইল হাৰ্ভেষ্টাৰ‘- স্বৰাজ ৮২০০ হুইল হাৰ্ভেষ্টাৰ’ ('Swaraj 8200 Wheel Harvester')ৰ । যিয়ে কৃষিখণ্ডলৈ এক পৰিবৰ্তন আনিব বুলি আশা কৰিছে।…
-
ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্কৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল ডাঃ চি কে অশোক কুমাৰ
ইণ্ডিয়া ভেটিভাৰ নেটৱৰ্কৰ সভাপতি হিচাপে দায়িত্বগ্ৰহণৰ অংশস্বৰূপে আজি কেইবাখনো দেশৰ বিশিষ্ট পেছাদাৰী ব্যক্তিয়ে ভেটিভা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এক ৰোড মেপ প্ৰস্তুত কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক মিষ্টাৰ এম চি ডমিনিকৰ তত্বাৱধানত এখন বৈঠকো অনুষ্ঠিত কৰে।…
-
কৃষি সঞ্চালকালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী, শুভাৰম্ভ ডা: আশীষ কুমাৰ ভূটানীৰ লগতে তেওঁৰ সহধৰ্মিনীৰ
অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ডা: আশীষ কুমাৰ ভূটানীৰ লগতে তেওঁৰ সহধৰ্মিনী সবিতা ভূটানী সৈতে উপস্থিত থাকি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে সবিতা ভূটানী বিগত ভালে কেইবছৰ ধৰি স্বেচ্ছামূলকভাৱে বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত জড়িত ৷…
-
কৃষকসকলে মাটি মাহ, মাকৈ, স্কোৱাচ, তিল খেতি কৰি লাভ উঠাওক
এই আলোচনাত ৰাজ্যত বানৰ পাছতে বানে ধান মৰা পথাৰত, আগতীয়া ধান চপোৱা পথাৰ আৰু খৰাঙৰ বাবে ৰুব নোৱৰা পথাৰসমূহত কি কি শীতকালীন শস্যৰ খেতি কৰি কৃষকসকলে লাভ উঠাব পাৰিব সেই বিষয়ে আলোচনা কৰিম।…
-
অভিলাষী আঁচনি ‘স্বনিৰ্ভৰ নাৰী’ত নাম পঞ্জীয়নৰ দিন ৩১ জুলাইলৈ বৃদ্ধি
ৰাজ্যৰ শিপিনীসকললৈ ভাল খবৰ। স্বনিৰ্ভৰ নাৰীৰ আঁচনিত নাম পঞ্জীয়নৰ দিন বৃদ্ধি কৰিছে। ৩১ জুলাই ২০২৩ লৈ সময়সীমা বৃদ্ধি কৰিছে হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ে। গতিকে যিসকল শিপিনীয়ে এতিয়াও এই আঁচনিত অধীনত নাম পঞ্জীয়ন কৰা নাই তেওঁলোকক Swanirbharnaari.assam.gov.in ৱেৱচাইটত গৈ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।…
-
Rainy season : বৰষূণৰ বতৰত পুখুৰীত মীনপালকে লবলগীয়া সাৱধানতা
বৰষুণৰ পানীৰ pH (আম্লিক গুণ) 6.5 ৰ পৰা 7 লৈ থাকে বাবে বৰষূণৰ বতৰত পুখুৰীৰ পানীৰ pH প্ৰায় 0.3 ৰ পৰা 1.5 লৈ কমি যায় ফলত পুখুৰীৰ পানী আংশিক আম্লিক হৈ পৰে। এনেদৰে pH কমি যোৱাৰ বাবে পানীত অক্সিজেনৰ তাৰতম্য হয়। এনে সময়ত পুখুৰীত চূণ…
-
MFOI Awards 2023: কৃষি জাগৰণে দেশৰ কৃষকসকলক সন্মান জনাব
MFOI Awards অৰ্থাত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া বঁটা নামেৰে কৃষি জাগৰণে আৰম্ভ কৰিছে দেশৰ ভিতৰতে কৃষি আৰু কৃষকৰ এখন সৰ্ববৃহৎ মঞ্চ। এই মঞ্চৰ পৰা কৃষকসকলে লাভ কৰিব এক সুকীয়া পৰিচয় আৰু সন্মান। দেশৰ অৰ্থনীতিত কৃষিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ উন্নয়নত কৃষকসকলে সক্ৰিয়ভাৱে অৰিহণা…
-
সৰু থলুৱা মাছৰ কৃত্ৰিম প্ৰজনন আৰু উৎপাদন সন্দৰ্ভত সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণ
কৰ্মশালাত থলুৱা প্ৰজাতিৰ সৰু মাছ যেনে মোৱা, পুঠি আৰু লাচিম ভাঙনৰ বৈজ্ঞানিক ভাৱে কৃত্ৰিম প্ৰজনন জৰিয়তে পোনা উৎপাদন আৰু ব্যৱসায়ৰ ওপৰত বিষ্টিত ভাৱে প্ৰশিক্ষণ আগবঢ়ায়। উক্ত কর্মশালাত মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দ্বয় ডঃ পবিত্ৰ কুমাৰ চহৰীয়া, কৌষ্টভ ভাগৱতী আৰু ৱৰ্ল্ডফিছ্ ৰ কাৰিকৰী সমন্বয়ক কল্পজিত গগৈয়ে…
-
খানাপাৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আঁচনিসমূহৰ ওপৰত পৰ্যালোচনা সভা
কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ এই আঁচনিসমূহৰ সম্প্ৰসাৰণ, ৰূপায়ণ আৰু সঠিক নিৰীক্ষণৰ ওপৰত আলোচনাচক্ৰখনত গুৰুত্ব আৰোপ কৰা হয় ৷ যিহেতু ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্ৰিক বিকাশ তথা কৃষকৰ আয় বৃদ্ধিত এই আঁচনিসমূহ সঠিক ৰূপায়ণে সহায় কৰিব, সেয়েহে আলোচনাচক্ৰত এই আঁচনিসমূহৰ অধীনত উপযুক্ত কৃষি আন্তঃগাঁথনি বিকাশ, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে পৰ্যাপ্ত…
Latest feeds
-
অন্যান্য
অসমত মাল্টা, ড্ৰেগন, কমলা, আপেল, আম, ভেনিলা, মধুৰি, কল আদিৰ খেতি নহয়!
-
এগ্ৰিপেডিয়া
Cold storage in Assam : অসমত ৪০ টা পশ্চিমবংগত ৬০২ টা শীতল ঘৰ
-
অন্যান্য
Profitable Crop Farming : কোনবোৰ শস্য খেতি কৰিলে অধিক লাভান্বিত হ’ব
-
কৃষি সঁজুলি
মহিন্দ্ৰা 575 DI XP Plus য়ে সলনি কৰিলে মহাৰাষ্ট্ৰৰ গোপালক যোগেশ ভূটৰাৰ জীৱন
-
কৃষি সঁজুলি
অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীত হওঁক
-
সফল কাহিনী
মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে তামোল, কল, ড্ৰেগন আৰু ৰবিশস্যৰ খেতি
-
News
সমবায় ব্যৱস্থাকলৈ ২০২৫ বৰ্ষত নতুন পদক্ষেপ গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই
-
অন্যান্য
Watermelon Farming After Potato Harvesting : আলু খন্দাৰ পাছত আলুতলিবিলাকত কি কৰিব!
-
সফল কাহিনী
Certified Paddy Seeds Production : প্ৰমাণিত ধানৰ বীজ উৎপাদন কৰি সফল শিৱসাগৰ কৃষক
-
News
সূৰ্য ফাউণ্ডেশ্যন আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ জৈৱিক কৃষিৰ প্ৰশিক্ষণ