1. News

ভিএছটিয়ে কৃষকৰ বাবে মুকলি কৰিলে Series 9 Range of Compact Tractors

PANKAJ KHANIKAR
PANKAJ KHANIKAR
VST Tillers Tractors Limited launches 'Series 9 of Compact Tractors'
VST Tillers Tractors Limited launches 'Series 9 of Compact Tractors'

দেশৰ কৃষকসকলৰ উপযোগী হোৱাকৈ কৃষিখণ্ডলৈ বিভিন্ন সময়ত VST Tillers Tractors Ltd দি আহিছে কৃষকসকলক নিত্য নতুন উপহাৰ। শেহতীয়াকৈ তেনে এক উপহাৰ প্ৰস্তুত কৰি উলিয়াইছে VST Tillers Tractors Ltd. বুধবাৰে কৃষকসকলৰ সততে কামত অহাকৈ ভিএছটি টিলাৰ্ছ ট্ৰেক্টৰ লিমিটেডে মুকলি কৰিছে ‘কম্পেক্ট ট্ৰেক্টৰৰ ছিৰিজ ৯’ (Series 9 Range of Compact Tractors )

কৃষি যন্ত্ৰ  নিৰ্মাণ সংস্থাটোৱে জানিবলৈ দিয়া মতে, ভিএছটিৰ ছিৰিজ ৯ বিশ্বমানৰ অত্যাধুনিক ডিজাইন আৰু প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে। এই চিৰিজটোৱেই ভিএছটিৰ আটাইতকৈ আপডেট কমপেক্ট ৰেঞ্জ। ভিএছটি টিলাৰ্ছ ট্ৰেক্টৰছ লিমিটেডে বুধবাৰে বেংগালুৰুত এই ‘ছিৰিজ অৱ কম্পেক্ট ট্ৰেক্টৰ ৰেঞ্জ-৯’ৰ টেক্টৰৰ মডেলটো মুকলি কৰে।

লগতে পঢ়ক- 

ৰাজ্যৰ পশুপালক আৰু পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ১০-৫০ লাখ টকালৈ ঋণ

এই শেহতীয়া ভিএছটিৰ মডেলটো উদ্যান শস্য, উদ্যান শস্যৰ লগতে পৰম্পৰাগত কৃষি পথাৰৰ প্ৰস্তুতি, শস্য কঢ়িওৱাৰ লগতে অন্য কামতো ব্যৱহাৰৰ উপযোগীকৈ বিশ্বমানৰ ডিজাইন আৰু প্ৰযুক্তিগত প্ৰয়োগ কৰিছে।

ভিএছটি টিলাৰ্ছ ট্ৰেক্টৰছ লিমিটেডৰ চিইঅ’ এণ্টনি চেৰুকাৰাই (CEO Antony Cherukara ) ‘ছিৰিজ অৱ কম্পেক্ট ট্ৰেক্টৰ ৰেঞ্জ-৯’ সন্দৰ্ভত কয় কয়,- “ট্ৰেক্টৰৰ নতুন ছিৰিজ ৯ৰ সৈতে ভাৰতীয় কৃষকক উন্নত কৃষি সঁজুলি যোগান ধৰি কৃষিখণ্ডলৈ নতুন দিন কঢ়িয়াই অনাৰ দায়বদ্ধতা জড়িত হৈ আছে।  

লগতে পঢ়ক- 

কৃষকসকলৰ বাবে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই মুকলি কৰিলে স্বৰাজ হুইল হাৰ্ভেষ্টাৰ

English Summary: VST Tillers Tractors Limited launches 'Series 9 of Compact Tractors'

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.