1. News

Swaraj tractor : Project Pani'ৰ বাবে স্বৰাজ ট্ৰেক্টৰছলৈ Golden Peacock বঁটা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Swaraj Tractors Wins Golden Peacock Award for 'Project Pani'
Swaraj Tractors Wins Golden Peacock Award for 'Project Pani'

মুম্বাই, ২২ ডিচেম্বৰ, ২০২৩: মহিন্দ্ৰা গ্ৰুপৰ ট্ৰেক্টৰ ব্ৰেণ্ড স্বৰাজ ট্ৰেক্টৰছে ২০২৩ বৰ্ষৰ  আই অডিৰ ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত’ ‘কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ বাবে লাভ কৰিছে সোণালী ময়ুৰ বঁটা

২০২০ চনত স্বৰাজে টেক্টৰছে আৰম্ভ কৰিছিল  প্ৰকল্প পানী ('Project Pani') নামৰ এক প্ৰকল্প। এই প্ৰকল্পৰ দ্বাৰা বৰষুণৰ পানী সংগ্ৰহৰ পুৰণি পদ্ধতিটোক পুনৰুদ্ধাৰ আৰু সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকল্পটো হাতত লৈছিল।

লগতে পঢ়ক- 

CHC : কাষ্টম হায়াৰিং চেন্টাৰে কেনেদৰে সহায় কৰিব দুখিয়া কৃষকক

বিগত দুবছৰত স্বৰাজ টেক্টৰছে প্ৰকল্প পানীৰ অধিনত কাম কৰি আহিছে আৰু সফলতাও লাভ কৰিছে। এই প্ৰকল্পই কেৱল কৃষিৰ ক্ষেত্ৰত পানীৰ কাৰ্যকলাপ সীমাবদ্ধ নহয় জনসাধৰণৰ বছৰজোৰা খোৱাপানীৰ উপলব্ধতাও নিশ্চিত কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে মহিলা জল গোট নামৰ এটা গোট গঠন কৰি পানী ব্যৱহাৰ আৰু অপব্যয় আদিৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে।

বৃহস্পতিবাৰে আই অডিৰ ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলনতমহিন্দা এণ্ড মহিন্দা টেক্টৰছৰ স্বৰাজ বিভাগৰ উপ-সভাপতি এইচ আৰ, ই আৰ, এডমিন আৰু চি এছ আৰ শ্ৰী অৰুণ ৰাঘৱে বোম্বাইৰ মুখ্য ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ পৰা এই বঁটা লাভ কৰে।

লগতে পঢ়ক-

MTMFOI : মহিন্দ্ৰা টেক্টৰছক ভাৰতৰ মিলিয়নাৰ কৃষক বঁটাৰ স্পনছৰশ্বিপ ঘোষণা

 

English Summary: Swaraj Tractors Wins Golden Peacock Award for 'Project Pani'

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.