1. News

কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষত প্ৰায় ১ কৌটি ২০ লাখ গনসাক্ষৰ সংগ্ৰহ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
JSF Signature Campaign Update
JSF Signature Campaign Update

ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউন্ডেশনে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষত দেশজুৰি প্ৰায় ১ কৌটি ২০ লাখ গণসাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্টোবৰত গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এটা ৰাষ্ট্ৰ ৰক্ষা ৰেলী আৰম্ভ কৰে কিন্তু প্ৰশাসনে বাধা দিয়াত সংগঠনটোৰ ৰাষ্টীয় অধ্যক্ষ অনিল চৌধুৰীয়ে আমৰন অনশনত বহে।

সোমবাৰে এই অনশনৰ ১৬ দিনৰ পিচত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্রণ অহাৰ পৰিপ্ৰেক্ষিতত দিনৰ ১২ বজাত অনিল চৌধুৰীৰ সৈতে সংগঠনটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰীৰ মূখ্য উপদেষ্টাৰ লগত আলোচনা কৰে। এই আলোচনা যোগাত্মক বুলি ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে সংবাদ মাধ্যমক জানিব দিয়ে। উল্লেখযোগ্য এই ৰাষ্ট্ৰ ৰক্ষা ৰেলীত অসমৰ প্ৰায় ২ শতাধিক কাৰ্যকৰ্তাই অংশ লৈছিল। অসমৰ ৰাজ্যিক সমিটিয়ে জনাই যে জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজন ৰাষ্ট্ৰহিতৰ বাবেহে, এইয়া কোনো ধৰ্মীয় কাৰন নহয়।

লগতে পঢ়ক- 

চাকৰিৰ প্ৰস্তুতিৰ মাজতে গাহৰি ফাৰ্মেৰে দুজনক সংস্থাপন দিছে অংকুৰ গগৈয়ে

বৰ্তমান ভাৰতবৰ্ষৰ জনসংখ্যাই চীনদেশকো অতিক্ৰম কৰিছে গতিকে সময় থাকোতে জনসংখ্যা নিয়ন্ত্রণ নকৰিলে ই দেশৰ অৰ্থনীতিৰ লগতে প্ৰাকৃতিক সম্পদ সমুহকো ক্ষতি কৰিব।ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউন্ডেশনৰ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবিত দেশজুৰি প্ৰতিবাদ। অসমকে ধৰি প্ৰায়বিলাক ৰাজ্যত জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত গনসাক্ষৰ সংগ্ৰহ।

ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউন্ডেশনে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষত দেশজুৰি প্ৰায় ১ কৌটি ২০ লাখ গনসাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্টোবৰত গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এটা ৰাষ্ট্ৰ ৰক্ষা ৰেলী আৰম্ভ কৰে কিন্তু প্ৰশাসনে বাধা দিয়াত সংগঠনটোৰ ৰাষ্টীয় অধ্যক্ষ অনিল চৌধুৰীয়ে আমৰন অনশনত বহে।

আজি এই অনশনৰ ১৬ দিনৰ পিচত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্রণ অহাৰ পৰিপ্ৰেক্ষিতত দিনৰ ১২ বজাত অনিল চৌধুৰীৰ সৈতে সংগঠনটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰীৰ মূখ্য উপদেষ্টাৰ লগত আলোচনা কৰে। এই আলোচনা যোগাত্মক বুলি ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী ডাঙৰীয়াই সংবাদ মাধ্যমক জানিব দিয়ে।

লগতে পঢ়ক- 

MTMFOI : মহিন্দ্ৰা টেক্টৰছক ভাৰতৰ মিলিয়নাৰ কৃষক বঁটাৰ স্পনছৰশ্বিপ ঘোষণা

English Summary: JSF Signature Campaign Update

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.