1. কৃষি সঁজুলি

কৃষকসকলৰ বাবে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই মুকলি কৰিলে স্বৰাজ হুইল হাৰ্ভেষ্টাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mahindra & Mahindra Launches 'Swaraj 8200 Wheel Harvester'
Mahindra & Mahindra Launches 'Swaraj 8200 Wheel Harvester'

মহিন্দা এণ্ড মহিন্দাই শেহতীয়াকৈ কৃষকসকলৰ বাবে মুকলি কৰিলে স্বৰাজ ব্ৰেণ্ডৰ অধীনত নতুন হুইল হাৰ্ভেষ্টাৰ‘- স্বৰাজ ৮২০০ হুইল হাৰ্ভেষ্টাৰ’ ('Swaraj 8200 Wheel Harvester')ৰ । যিয়ে কৃষিখণ্ডলৈ এক পৰিবৰ্তন আনিব বুলি আশা কৰিছে।

এই স্বৰাজ সংমণ্ডলৰ চিইঅ’ হৰিশ চাৱনে (Harish Chavan, CEO of Swaraj Division) কয় যে এই নতুন হুইল হাৰ্ভেষ্টাৰটো মধ্যপ্ৰদেশৰ ইন্দোৰৰ সমীপৰ পিঠামপুৰত কোম্পানীটোৰ নতুনকৈ স্থাপন কৰা ফাৰ্ম মেচিনেৰী ফেচিলিটিত নিৰ্মাণ কৰা হৈছে। আগন্তুক শস্যৰ বতৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতত ব্ৰেণ্ডটোৰ ডিলাৰশ্বিপৰ জৰিয়তে গ্ৰাহকৰ বাবে স্বৰাজ ৮২০০ হুইল হাৰ্ভেষ্টাৰ’ উপলব্ধ হ’ব।

লগতে পঢ়ক- 

মাকৈৰ উৎপাদন দুগুণ কৰিবলৈ ব্যৱহাৰ কৰক Power Weeder আৰু পানী পাম্প

মাটি চহোৱাৰ বাবে টেক্টৰ বহুল প্ৰচলন ইতিমধ্যে দেশত হৈ গৈছে। কিন্তু শস্য চপোৱাৰ বাবে কিন্তু যান্ত্ৰিকৰণৰ ক্ষেত্ৰত একেবাৰে এতিয়াও ভাৰতবৰ্ষ কৃষকসকল পিছপৰি আছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহিন্দা এণ্ড মহিন্দাই শেহতীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে স্বৰাজ ৮২০০ হুইল হাৰ্ভেষ্টাৰ মডেলটো।

নিৰ্মাণ সন্থাটোৱে জানিবলৈ দিয়া মতে, কৃষকসকলে উৎপাদনশীলতা বৃদ্ধিৰ বাবে যান্ত্ৰিকীকৰণৰ পদ্ধতিসমূহ ক্ৰমান্বয়ে আকোৱালি লৈছে। স্বৰাজ ব্ৰেণ্ডৰ শেহতীয়া অফাৰ ‘স্বৰাজ ৮২০০ হুইল হাৰ্ভেষ্টাৰ’ এই ধাৰাটোৰ সৈতে মিলাই কৃষকসকলক তেওঁলোকৰ আধুনিকীকৰণ যাত্ৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে।

লগতে পঢ়ক- 

ITOTY- ইণ্ডিয়ান টেক্টৰ অফ দ্যা ইয়েৰ ২০২৩ ত বছৰ শ্ৰেষ্ঠ বঁটা ‘কুবোটা এম ইউ ৪৫০১ লৈ

English Summary: Mahindra & Mahindra Launches 'Swaraj 8200 Wheel Harvester'

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.