News
The purpose of news is to provide accurate and timely information to the public, allowing them to make informed decisions and understand the world around them. News can cover a range of topics, including Agriculture, Politics, Business, Sports, Entertainment, Technology, Science and Health.
-
অসমৰ কৃষি খণ্ডত বিপ্লৱ আনিবলৈ ল’বলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপ
অসমৰ কৃষি খণ্ডক কেৱল স্বাৱলম্বিতাৰ পৰ্যায়ৰ পৰা উন্নত কৰি এক প্ৰকৃত অৰ্থনৈতিক বিপ্লৱলৈ ৰূপান্তৰিত কৰিবলৈ হ’লে বৰ্তমানৰ কৰ্মদক্ষ কৃষিমন্ত্ৰীগৰাকীয়ে দীৰ্ঘম্যাদী আৰু প্ৰযুক্তি-নিৰ্ভৰ কেইটামান বিশেষ দিশত সৰ্বাধিক গুৰুত্ব দিয়াটো প্ৰয়োজন:…
-
কৃষকৰ বাবে তিনিখন লাগতিয়াল আঁচনি আৰু আৱেদনৰ সহজ উপায়
বহু সময়ত আমাৰ কৃষকসকলে কষ্ট কৰি খেতি কৰে ঠিকেই, কিন্তু চৰকাৰে তেওঁলোকৰ বাবে যুগুত কৰা বিভিন্ন আঁচনি আৰু ৰাজসাহায্য (Subsidy)ৰ বিষয়ে সঠিক সময়ত গমেই নাপায়। যাৰ বাবে বহুতো সুবিধা হাতছাড়া হয়। আপুনিও যদি এজন খেতিয়ক, তেন্তে আপোনাৰ লাভৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তিনিখন অতি…
-
পথাৰত উৎপাদনেই শেষ নহয়, বজাৰখনহে মেইন
পৰম্পৰাগত কৃষি ব্যৱস্থাত আমাৰ কৃষকসকলৰ এটা ডাঙৰ সমস্যা হৈছে— কষ্ট কৰি খেতি কৰাৰ পিছতো উপযুক্ত বজাৰ এখনৰ অভাৱত উৎপাদিত ফচল অতি কম মূল্যত বিক্ৰী কৰিবলগীয়া হয়। বহুত সময়ত বজাৰৰ অভাৱত বিলাহী, বন্ধাকবি ৰাজপথত পেলাই দিবলগীয়া পৰিস্থিতিও আহে। ইয়াৰ মূল কাৰণ হৈছে ‘কৃষি বিপণন’ (Agri-Marketing) আৰু…
-
বজাৰত লোকচান ভাৰতৰ আটাইতকৈ ধনী কৃষকজনৰ পৰামৰ্শ
‘কৃষি জাগৰণ অসম’ৰ মূল উদ্দেশ্যে হৈছে আমাৰ কৃষিখণ্ডত লুকাই থকা অপাৰ সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত তুলি ধৰা আৰু কৃষকসকলক আধুনিক কৃষিকৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰা। আমাৰ আহ্বানত সঁহাৰি জনাই বহু কৃষকে কষ্ট কৰে আৰু তেওঁলোকৰ পথাৰ সোণালী ফচলেৰে ভৰি পৰে। কিন্তু এই সফলতাৰ আনন্দ বেছিদিন নিটিকে, যেতিয়া…
-
ইউৰিয়াৰ পৰা জিংকলৈ: কোনটো সাৰে উদ্ভিদক কেনেকৈ সহায় কৰে?
উদ্ভিদৰ সুষম বৃদ্ধি, গুণগত মানদণ্ড আৰু প্ৰচুৰ উৎপাদনৰ বাবে বিভিন্ন ধৰণৰ সাৰৰ প্ৰয়োজন হয়। ইয়াৰ ভিতৰত ইউৰিয়া, টি এছ পি (TSP), পটাছ, আৰু জিংক ছালফেট আদিয়ে উদ্ভিদৰ জীৱন চক্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সাৰসমূহে উদ্ভিদৰ বিকাশত কেনেকৈ আগস্থান লয়, তাৰ এটা বিতং খতিয়ান…
-
কৃষকসকলে কৃষি বিভাগৰ লগত কেনেকৈ সম্পৰ্ক ৰাখিব
চৰকাৰী সাহায্য, ৰেহাই মূল্যত সাৰ-বীজ, ট্ৰেক্টৰ, জলসিঞ্চনৰ সঁজুলি আৰু বিভিন্ন কৃষি আঁচনিৰ (যেনে— PM-KISAN, KCC আদি) লাভ উঠাবলৈ কৃষকসকলে কৃষি বিভাগৰ সৈতে নিৰন্তৰ সম্পৰ্ক ৰখাটো অতি জৰুৰী। ইয়াৰ বাবে তলত উল্লেখ কৰা মাধ্যমসমূহ ব্যৱহাৰ কৰিব পাৰি:…
-
কিষাণ ক্ৰেডিট কাৰ্ড কেনেকৈ লাভ কৰিব
অসমৰ কৃষকসকলক কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় মূলধন অতি কম সূদত আৰু সহজতে উপলব্ধ কৰোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এক যুগান্তকাৰী আঁচনি হৈছে কিষাণ ক্ৰেডিট কাৰ্ড (KCC)। এই আঁচনিৰ জৰিয়তে কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ শোষণৰ পৰা হাত সাৰি নিজৰ খেতিডৰা সুকলমে কৰি যাব পাৰে।…
-
বানপানী আৰু খৰাঙৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে বীমা কৰক
অসমৰ কৃষিখণ্ড প্ৰধানকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। প্ৰতি বছৰে বতৰৰ অনিশ্চয়তা, হঠাৎ অহা বানপানী অথবা অনাবৃষ্টি বা খৰাঙৰ বাবে কৃষকসকলে কষ্টোপাৰ্জিত ফচল হেৰুৱাবলগীয়া হয়। এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৃষকসকলক আৰ্থিকভাৱে ভাগি পৰাৰ পৰা ৰক্ষা কৰিবলৈ আটাইতকৈ উত্তম আৰু নিৰ্ভৰযোগ্য উপায়টো হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)।…
-
MISSION SENEHJORI ৰ অধীনত ৪১১ কোটি ব্যয় কৰিব
কোনে কোনে লাভ কৰি এই সুবিধা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত অলপতে ২ জুন, ২০২৬ তাৰিখে অসমৰ গৌৰৱস্বৰূপ মুগা শিল্পৰ উত্তৰণৰ বাবে এক অভিলাষী আঁচনি "মিছন চেনেহ জৰী" মুকলি কৰা হৈছে। প্ৰায় ৪১১ কোটি টকা ব্যয়সাপেক্ষ এই আঁচনিখনৰ মূল লক্ষ্য হৈছে অসমৰ মুগা…
-
পানী, বজাৰ, সহজ ঋণ, দুৰ্যোগৰ ব্যৱস্থাপনাইহে কৃষিক্ষেত্ৰলৈ পৰিৱৰ্তন আনিব
অসমৰ অৰ্থনীতিৰ মূল ভেঁটি হৈছে কৃষি। ৰাজ্যৰ সৰহ সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু দুখৰ বিষয় হ’ল, অসম চৰকাৰে কৃষকসকলৰ সমস্যা সমাধানৰ বাবে যি নীতি আৰু আঁচনি হাতত লৈছে, সেয়া প্ৰায়েই পৰ্যাপ্ত নহয় আৰু আঁচনি অনুসৰি কাম নহয়। ফলত অন্য ৰাজ্যৰ তুলনাত অসমৰ কৃষক আৰু…
-
ধান খেতিৰ পৰা উপাৰ্জন বৃদ্ধি কৰিবলৈ কৃষকে এইকেইটা কাম কৰক!
উন্নত বীজ, সুষম সাৰ, পানী ৰাহি, IPM, আধুনিক পদ্ধতি আৰু সঠিক বিপণনেই ধান খেতিৰ লাভ বৃদ্ধিৰ মূল চাবি! আৰু সফল খেতিৰ বাবে প্ৰতিটো ধাপত সচেতন হৈ কাম কৰক।…
-
Berry farming time : দুবিঘা মাটিৰ পৰা প্ৰতিবছৰে ২ লাখকৈ উপাৰ্জন
পানী জমা নোহোৱা বা ধান খেতিৰ বাবে অনুপযোগী মাটি, নৈপৰীয়া বালিয়া মাটিত পানীৰ সুব্যৱস্থা কৰি অসমৰ কৃষকে গ্ৰাফটিং প্ৰজাতিৰ বগৰী খেতি কৰিব পাৰে। আমাৰ বহু কৃষকে ধান নোহোৱা কিছুমান বাম মাটিত প্ৰতিবছৰে ধান খেতি কৰি আহে। তাৰ পৰা তেওঁলোকৰ বৰ বেছি লাভ নহয়। সেই মাটিবোৰত…
-
ভোট জলকীয়া বিক্ৰিব পৰা নাই নেকি! উচিত দাম পোৱা নাই ! চিন্তা নকৰিব!
মই বিগত কেইবাটাও বছৰ ধৰি ভোট জলকীয়া খেতি কৰি আছো। মোৰ কৃষি পথাৰত উৎপাদন কৰা ভোট জলকীয়া প্ৰথম অৱস্থাত দাম হৈ থাকোঁতে বিক্ৰি কৰো। কিন্তু যেতিয়া বজাৰত দাম কম হয় মই বিক্ৰি নকৰো। আচাৰ বনাও, ড্ৰাই কৰো, আৰু গুৰি কৰি থওঁ। সেইবোৰ ঠাণ্ডা দিনত জলকীয়া…
-
Malta Fruit farming : এপ্ৰিলৰ পৰা জুনৰ ভিতৰত ৰোপন কৰক মাল্টাৰ খেতি
অতি সম্প্ৰতি অসমৰ কৃষকেই ইয়াৰ খেতি কৰিবলৈ লৈছে আৰু দুই এজন কৃষকে এই খেতি কৰি সফলতা লাভ কৰিছে। অসমৰ কৃষকৰ এই সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ মাটি তথা জলবায়ু মাল্টা টেঙাৰ খেতি উপযোগী।…
-
Berry Farming tips & Profit : ৰোণপ কৰাৰ ৮ মাহতে গছত ফল লাগে
অতি কম সময়(ৰোণপ কৰাৰ ৮ মাহতে উৎপাদন হ’বলৈ আৰম্ভ কৰা),কম মূলধন, কম পৰিশ্ৰমৰ এটা লাভ জনক খেতি হৈছে বগৰী খেতি।…
-
সূৰ্য ফাউণ্ডেশ্যন আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ জৈৱিক কৃষিৰ প্ৰশিক্ষণ
প্ৰশিক্ষণ কাৰ্যসূচীত ২০০ ৰো অধিক কৃষকে অংশ গ্ৰহণ কৰাৰ লগতে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকো উপস্থিত থাকে। প্ৰশিক্ষণ কাৰ্যসূচীত কৃষকসকলক প্ৰাকৃতিক কৃষি কৌশলৰ বিষয়ে সজাগ কৰা আৰু পৰিৱেশ অনুকূলে ৰখাৰ বাবে জৈৱিক খেতিৰ প্ৰয়োজনীয়তা আৰু জৈৱিক খেতিৰ লাভালাভ সন্দৰ্ভত কৃষি বিশেষজ্ঞসকলে…
-
Inspiring Story : বহুতৰপীয়া পদ্ধতিৰে এডোখৰ মাটিতে ৫ টাকৈ শস্যৰ খেতি কৰে
প্ৰথম মই তামোল গছ ৰোপণ কৰিছিলো। তামোল ৪৫ ফুট পৰ্যন্ত ওখ হয়। তাৰ পিছত, মই ২৫ ফুট ওখ আমলখি ৰোপণ কৰিলোঁ, তাৰ পিছত ১৫ ফুটৰ জালুক , ১০ ফুটৰ কল, আৰু দুই পৰা পাঁচ ফুট ওখ আদা আৰু শিমলু আলুৰ পুলি ৰোপন ৰোপণ কৰিলোঁ।’…
-
১-৩ ডিচেম্বৰলৈ নতুন দিল্লীৰ ICAR, পুছা গ্ৰাউণ্ডত The Millionaire Farmer of India 2024
দেশ-বিদেশৰ প্ৰগতিশীল কৃষকৰে ভৰি পৰিব IARI মেলা গ্ৰাউণ্ড, পুচা, নতুন দিল্লী (IARI Mela Ground, Pusa, New Delhi)। কৃষি কৰ্ম, পশুপালন, আত্মসহায়ক গোট, FPO আদিৰে সফলতা প্ৰদৰ্শন কৰা ব্যক্তি আৰু গোট সমূহক এই অনুষ্ঠানত প্ৰদান কৰা হ’ব বঁটা।…
-
চৰকাৰে পূৰ্বতকৈ বৃদ্ধি কৰিছে MSP, প্ৰতি কুইন্টল ধানৰ মূল্য ২৩০০ টকা
যোৱা বছৰ ধানৰ ন্যুনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২১৮৩/- টকা আৰু প্ৰতি মোনত ৮৭৩/- টকা আছিল। এইবাৰ সেই মূল্য (MSP) চৰকাৰে বৃদ্ধি কৰি প্ৰতি কুইণ্টল ধানৰ ন্যুনতম সমৰ্থন মূল্য ২৩০০/- টকা আৰু প্ৰতি মোনৰ মূল্য ৯২০ /- টকালৈ বৃদ্ধি কৰিছে।…
-
After Flooding : বানপানীৰ পাছত কৃষক-পশুপালকসকলে ল’ব লগা সাৱধানতা
বানপানীৰ পিছত বিভিন্ন ধৰণৰ পোক পতঙ্গ প্রধানকৈ টুপলিকটা, পাত নুৰিওৱা, চৰহা, মজাখোৱা, পিয়াজী পোক, সেউজীয়া সোহনী পোক, বাদামী সোহনী পোক, শুৰ পোক, কেও কটা পোক, গান্ধী পোক আদিয়ে ধান খেতিত আক্ৰমণ কৰা দেখা যায়। ইয়াৰ বাবে সাধাৰণ নিবাৰণৰ উপায়সমূহ হ'ল-…
-
বানপীড়িত কৃষকৰ বাবে 'সামুহিক কঠীয়াতলী' আঁচনি গ্ৰহণ কৃষি বিভাগৰ
সংহাৰী বানত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্য চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগে গ্ৰহণ কৰিছে 'সামুহিক কঠীয়াতলী' ( Community Nursery ) স্থাপনৰ আঁচনি । ইয়াৰ জৰিয়তে বানত ক্ষতিগ্রস্ত কৃষকসকলে লাভ কৰিব পাৰিব উন্নত জাতৰ ধানৰ বিনামূলীয়া কঠীয়া ।…
-
“কৃষকৰ আত্মহত্যা, হতাশাই কৃষকৰ প্ৰকৃত ছবি নহয়, কৃষিখণ্ডৰে জড়িত লাখপতি ব্যক্তিও আছে” এম চি ডমিনিক
অনুষ্ঠানটোত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এমচি ডমিনিকে কয়- প্ৰতিবছৰে দেশত কৃষকৰ আত্মহত্যা সংখ্যা, কৃষকৰ হতাশাৰ কথা আমি সংবাদ মাধ্যমসমূহ আমি পাঁও। গতিকে কৃষকক বা কৃষি বৃত্তিক আমাৰ সমাজত এক সহানুভূতিসূচক দৃষ্টিৰে চোৱা হয়।…
-
STIHL বেণ্ডৰ পাৱাৰ টিলাৰে খেতি কৰক আৰু উৎপাদন দুগুণ কৰক
খেতিৰ বাবে পাৱাৰ টিলাৰ মেচিন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ষ্টিল ইণ্ডিয়া কোম্পানীৰ MH 710 আৰু MH 610 পাৱাৰ টিলাৰ কিনিব পাৰিব। ষ্টিলৰ এই আধুনিক পাৱাৰ টিলাৰখন কৃষকৰ প্ৰয়োজন অনুসৰি ডিজাইন কৰা হৈছে। এই পাৱাৰ টিলাৰখনৰ কেৱল দাম কমেই ব্যৱহাৰতো সুবিধাজনক।…
-
Mahindra Tractors : ৪০ লাখ সুখী গ্ৰাহক'ৰ সফলতাৰ হাঁহি উদযাপন মহিন্দ্ৰাৰ
৪০ বছৰ পূৰ্বে জন্ম হোৱা মহিন্দ্ৰা টেক্টৰছ আধুনিক কৃষকৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ব্যৱহাৰিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ সমাহাৰেৰে কৃষকৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে কোম্পানীটোৱে। অতিশেহতীয়াকৈ চলিত মাহটোৰ আৰম্ভণিতে ৪০ লাখ গ্ৰাহকৰ অন্তভূক্তিয়ে বিশ্বৰ সৰ্ববৃহৎ ট্ৰেক্টৰ নিৰ্মাতা কোম্পানী হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে…
-
Pumpkin Export : মৰিগাঁৱৰপৰা নেপাললৈ ২৯ মেট্ৰিক টন ৰঙালাউ ৰপ্তানি
মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ লগতে অসমৰ কৃষি খণ্ডৰ বাবে এক অত্যন্ত উৎসাহজনক খবৰ। মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ অধীনস্থ ৰজামায়ং কৃষি চক্ৰৰ অন্তৰ্গত প্ৰগতিশীল কৃষকসকলৰদ্বাৰা উৎপাদিত ৰঙালাউ বিহাৰ সীমান্তৰে, স্থলপথেৰে নেপাললৈ ৰপ্তানি।…
-
Post Postmortem : কি কি নকৰিলে অসমীয়া জাতিটো বাচি থাকিবগৈ
লেখাটোত লেখগৰাকীয়ে নিজৰ দৃষ্টিভংগী ফালৰ পৰা অসমীয়া মানুহক কিছুমান কামৰ পৰা আঁতৰি থকাৰ আহ্বান জনাইছে। যিবোৰ কামে জাতিটো আগবাঢ়ি যোৱাত বাধা হৈ থিয় দিব পাৰে।…
-
জলবায়ু পৰিৱৰ্তন, ডিজিটেল ই-মাৰ্কেটিঙৰ সচেতনতা বৃদ্ধিৰে খানাপাৰাত ৫ দিনীয়া কৃষি প্ৰশিক্ষণ
এই পাঁচদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক কৃষি বিভাগৰ উদ্যোগত ৰাজ্যখনত ৰূপায়িত হৈ থকা বিভিন্ন কৃষি আঁচনিসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বীজ উৎপাদন প্ৰযুক্তি, শস্যৰ বীজ প্ৰমাণীকৰণ পদ্ধতি, সাৰৰ উপযুক্ত প্ৰয়োগ,ডিজিটেল ই-মাৰ্কেটিং আৰু কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু এই প্ৰত্যাহবানৰ সন্মুখীন হ’বপৰাকৈ ন-কৃষি পদ্ধতিৰ পৰিচালনা ইত্যাদি বিভিন্ন দিশৰ…
-
Poly house Farming : পলিহাউচৰ ভিতৰত কেনেকৈ কৰিব খেতি! জানো আঁহক
প্ৰশিক্ষণকালত কৃষকসকলে গুপ্তাই POLY HOUSE ত HYDROPHONIC (জলজ কৃষি),উলম্ব কৃষি পদ্ধতিৰে কৰা খেতি দেখি অভিভূত হয়। কৃষকগৰাকীয়ে পলিহাউচৰ ভিতৰত সম্প্ৰতি বিলাহী খেতি উলম্ব পদ্ধতিৰে কৰি আছে। ওপৰৰ ফটোত আপোনালোকে দেখিছে কৃষকগৰাকীয়ে কেনেদৰে উলম্ব পদ্ধতিৰে বিলাহী খেতি কৰিছে। লগতে আমাৰ কৃষকসকলক জনাও যে উলম্ব বা হাইড্ৰপনিক…
-
MSP : ২ বছৰৰ পাছত আকৌ কিয় কৃষকৰ গৰ্জন! কি বিচাৰে কৃষকসকলে!
ইংৰাজীৰ মিনিমাম চাৰ্পট প্ৰাইজ শব্দ সমষ্টিটোক চমুকৈ কোৱা এম এছ পি। অসমীয়াত ইয়াক কোৱা হয় ন্যূনতম সমৰ্থন মূল্য। চৰকাৰে কৃষকৰ পৰা যি হাৰত শস্য ক্ৰয় কৰে সেয়াই হৈছে এম এছ পি। কৃষকৰ উৎপাদন ব্যয়তকৈ কমেও ডেৰগুণ বেছি। কেন্দ্ৰীয় চৰকাৰে শস্যৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰে। বজাৰত…
-
Nagaon News : নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ৰ ১৫ দিনীয়া প্ৰশিক্ষণ শুভাৰম্ভ
৯ ফেব্ৰুৱাৰীৰ পৰা নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক সমবায় সমিতি আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটিয়া উদ্যোগত সমবায় সমিতিৰ কৰ্মীবৃন্দৰ কৃষি সামগ্ৰী ব্যৱসায়ৰ ওপৰত ১৫ দিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ।…
-
Bharat Ratna : স্বামীনাথন, চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন
ভাৰতৰত্নৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰ নাম। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন প্ৰবীন নেতা্ লাল কৃষ্ণ আদৱানি আৰু বিহাৰ প্ৰাক্তন…
-
Natural farming : দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা
অসম চৰকাৰৰ কৃষি বিভাগে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক কৃষিৰ বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত কৰিছে।…
-
ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শোণিতপুৰ জিলা কৃষি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ
বিগত সময়চোৱাত জিলাখনৰ কৃষি খণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰখনিত বিশেষ অৱদানৰ যোগেদি বিভিন্ন স্থানত প্ৰশংসা বুটলাৰ লগতে সম্বর্ধনা লাভ কৰিবলৈ সক্ষম হোৱা শোণিতপুৰৰ ৭ গৰাকীকৈ প্ৰগতিশীল কৃষকক সম্বর্ধনা জ্ঞাপন কৰিলে জিলা কৃষি বিভাগে ।…
-
কৃষক মৰ্চা তিনিচুকীয়া জিলাৰ পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্যসূচী শুভাৰম্ভ
কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে কৃষক মৰ্চা তিনিচুকীয়া জিলাই "পথাৰো আমাৰ বজাৰো আমাৰ" কাৰ্যসূচী হাতত লৈছে। কৃষক মৰ্চা তিনিচুকীয়া জিলাই শনিবাৰে Tingrai Farmers Producer Company Ltd নামৰ FPCটোৰ অধীনত কণীধানৰ খেতি কৰাৰ হালবোৱা কাৰ্যসূচী শুভাৰম্ভ কৰে।…
-
পশ্চিম গুৱাহাটীৰ জিমিৰগাঁৱৰ কৃষকে কমলা খেতিৰে গঢ়িছে সেউজ বিপ্লৱ
গুৱাহাটীৰ পৰা প্ৰায়, ৬০ কিলোমিটাৰ নিলগৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সুদৃষ্টি নপৰা অঞ্চলটোৰ এই কমলা খেতিৰ লগত জড়িত কেবা শতাধিক কৃষকে চৰকাৰৰ মুখলৈ বাট নাচাই কমলা খেতিৰে স্বাৱলম্বনৰ পথ মোকলোৱাৰ সংগ্রাম অব্যাহত ৰাখিছে।…
-
কামৰূপ জিলাৰ আঠিয়াবৈত ৰিণিকি ভূঞাৰ সৈতে ‘ন’ খালে অতুল বৰাই
নখোৱাস্থলীত উপস্থিত হৈ কৃষিমন্ত্ৰীগৰাকীয়ে কয়- খেতিয়কসকলৰ বাবে এই সময়ছোৱা প্ৰত্যাশা আৰু সমৃদ্ধিৰ। এই মধুৰ সময়ছোৱাতে কৃষক ৰাইজে পথাৰৰ সোণগুটি ঘৰলৈ চপাই আনে। নতুন ধানৰ নতুন চাউলেৰে মিলিজুলি এসাঁজ খোৱাৰ অনন্য "ন-খোৱা" পৰম্পৰাই আমাৰ লোকসংস্কৃতিৰ পথাৰখন চহকী কৰি ৰাখিছে আৰু সমাজৰ একতা সুদৃঢ় কৰি আহিছে।…
-
Swaraj tractor : Project Pani'ৰ বাবে স্বৰাজ ট্ৰেক্টৰছলৈ Golden Peacock বঁটা
২০২০ চনত স্বৰাজে টেক্টৰছে আৰম্ভ কৰিছিল ‘প্ৰকল্প পানী’ ('Project Pani') নামৰ এক প্ৰকল্প। এই প্ৰকল্পৰ দ্বাৰা বৰষুণৰ পানী সংগ্ৰহৰ পুৰণি পদ্ধতিটোক পুনৰুদ্ধাৰ আৰু সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকল্পটো হাতত লৈছিল।…
-
New Farming Methods : বাংলাদেশত কেছকি পদ্ধতিৰে খেতি কৰি লাভান্বিত কৃষক
দিনাজপুৰ মঙলপুৰৰ নাজৰিন মিছন বিজোৰা বজনাহৰ ৰেল ষ্টেচনৰ সন্মুখত এই পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰা হৈছে। পথ আৰু ৰে’লপথৰ মাজৰ পানীৰে ভৰা পথাৰত বাঁহৰ খুঁটাৰে তৈয়াৰী কেচকী বস্তাত মাটিত ভৰাই খেতি কৰিছে কৃষকসকলে। এই পদ্ধতিৰে কৃষকগৰাকীয়ে জাতিলও বীন, তিতা কেৰেলা আদি শাক-পাচলি খেতি কৰিছে।…
-
কৃষকক চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰি কৰিবলৈ আহ্বান কৃষি বিভাগৰ
বৰ্তমান অসমত ধানৰ সমৰ্থন মূল্য ২১৮৩ টকা। ৰাজ্যৰ কৃষি বিভাগে কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিবলৈ বিভিন্ন অঞ্চলত ধান ক্ৰয় কেন্দ্ৰসমূহো স্থাপন কৰিছে। কিন্তু MSP ত ধান বিক্ৰি কৰিবলৈ কৃষকসকল বৰ বেছি আগ্ৰহী নহয় যেন লাগে।…
-
MFOI 2023: ছত্তীশগড়ৰ ৰাজাৰাম ত্ৰিপাঠীলৈ ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা
দিল্লীৰ আইএআৰআইৰ মেলা গ্ৰাউণ্ড আয়োজিত তৃতীয় তথা অন্তিম দিনত কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আৰু ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা লাভ কৰা ছত্তীশগড়ৰ ৰাজাৰাম ত্ৰিপাঠীক কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা প্ৰদান কৰে।…
-
কৃষকসকলে খেতিৰ দৰে ফুড প্ৰচেচিঙতো গুৰুত্ব দিব লাগিব- সুমন শৰ্মা
এম এফ অ’ আই বঁটা ২০২৩ৰ দ্বিতীয় দিনৰ প্ৰথম অধিবেশনত কৃষি অৰ্থনৈতিক সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত মহিলা কৃষকৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয়। এই সময়ত বহু মহিলা কৃষক আৰু উদ্যোগীয়ে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। বঁটা প্ৰদান অনুষ্ঠানলৈ অহা কৃষকসকলক সম্বোধন কৰি প্ৰগতিশীল কৃষক সুমন…
-
কৃষকৰ উপাৰ্জন বৃদ্ধিত চৰকাৰী-বেচৰকাৰী সংস্থাৰক ভূমিকা সন্দৰ্ভত আলোচনা চক্ৰ
দ্বিতীয়খন আলোচনা চক্ৰত ক্ৰপলাইফ ইণ্ডিয়াৰ অধ্যক্ষ ড০ কে চি ৰবি, আই চি অ’ এৰ কাৰ্যবাহী সঞ্চালক মনোজ মেনন, ভাৰতীয় কেন্দ্ৰীয় হাৰ্বেল এগ্ৰ’ মাৰ্কেটিং ফেডাৰেচন (কৃষক)ৰ সভাপতি ড০ ৰাজা ৰাম ত্ৰিপাঠী, কাৰ্যবাহী সঞ্চালক ড০ আৰ কে ত্ৰিবেদী উপস্থিত থাকে , NSAI, ফেডাৰেচন অৱ ছিড ইণ্ডাষ্ট্ৰী অৱ…
-
Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি
কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অৰ্থাত ৬,৭ আৰু ৮ ডিচেম্বৰত দিল্লীৰ আইচিআৰ পুছা গ্ৰাউণ্ডত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া এৱাৰ্ড ২০২৩ অনুষ্ঠান। দেশ-বিদেশৰ কৃষক, পশুপালকৰ লগতে বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকিব কৃষিখণ্ডৰে জড়িত বিভিন্ন উদ্যোগপতি, ব্যৱসায়ী আৰু দেশৰ কৃষি বিভাগৰ লগত জড়িত বিভিন্ন ব্যক্তি।…
-
১০০ বিঘা মাটিত ধান খেতি কৰি কিমান উপাৰ্জন কৰিলে মোমাই তামুলী বহুমুখী সমিতিয়ে!
শিৱসাগৰৰ থাওৰা্ত অৱস্থিত মোমাই তামুলী সমবায় সমিতিয়ে এইবাৰ এশ বিঘা মাটিত কৰিছিল ধান খেতি। এই ধান খেতিৰ পৰা তেওঁলোকে ২৫০ কুইন্টেল পাবলৈ সক্ষম হৈছে।…
-
শ্যামকানু মহন্তৰ এটা ফেচবুক পোষ্ট আৰু তাপস চাহনিৰ এটা কমেন্ট
লেখক, উদ্যোগী শ্যামকানু মহন্তই সামাজিক মাধ্যমত এটা পোষ্ট কৰিছে। বৰ্তমান সময়ৰ এটা চকুত নলগা যদিও ডাঙৰ সমস্যাকলৈ। শেহতীয়াকৈ বহু উচ্চশিক্ষিত যুৱকে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰিছে। কিন্তু উচ্চশিক্ষিত উচ্চ শিক্ষিত একাংশ ল'ৰা-ছোৱালীৰ কেৰানী হোৱাৰ প্ৰৱণতাই জাতিটোক ভয়ানক বৌদ্ধিক বিপৰ্যয়লৈ ঠেলি দিব বুলি…
-
AAUত খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন
তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত "খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি" শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। অসম ধান গৱেষণা প্ৰতিষ্ঠানটোৰ শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন।…
-
MT MFOI-2923 ৰ সহপৃষ্ঠপোষকৰূপত Dhanuka Agritech Limited
এতিয়া এই তালিকাত ধনুকা এগ্ৰিটেক লিমিটেডৰ নামো সংযোজন কৰা হৈছে। আপোনালোকক কওঁ যে ধনুকা এগ্ৰিটেক লিমিটেড ভাৰতৰ এটা আগশাৰীৰ কৃষি ৰাসায়নিক কোম্পানী যিটোকো ফৰ্বছ আলোচনীয়ে এছিয়া পেচিফিক ৰ ২০০ টা শ্ৰেষ্ঠ কোম্পানীৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে।…
-
কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ সপক্ষত প্ৰায় ১ কৌটি ২০ লাখ গনসাক্ষৰ সংগ্ৰহ
ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউন্ডেশনৰ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবিত দেশজুৰি সজাগতা। অসমকে ধৰি প্ৰায়বিলাক ৰাজ্যত জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত গনসাক্ষৰ সংগ্ৰহ।…
-
MTMFOI : মহিন্দ্ৰা টেক্টৰছক ভাৰতৰ মিলিয়নাৰ কৃষক বঁটাৰ স্পনছৰশ্বিপ ঘোষণা
দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনোৱা আৰু কৃষি খণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্য কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা ২০২৩। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব দেশৰ কৃষি খণ্ডৰ এই সৰ্ববৃহৎ কৃষকৰ অনুষ্ঠানটো। কৃষি জাগৰণ মিডিয়া…
-
চৰ-চাপৰিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহত ৩ টাকৈ কণী : কেবিনেটৰ সিদ্ধান্ত
শিশুৰ পুষ্টি সাধন- শিশুৰ পুষ্টি সাধনৰ বাবে ১ ডিচেম্বৰ ২০২৩ৰ পৰা প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত চৰ অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিটি যোগ্য শিশুৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত তিনিটাকৈ কণী প্ৰদানৰ সিদ্ধান্ত লৈছে কেবিনেটে। প্ৰতিখন বিদ্যালয়তেই নহয় কেৱল চৰ চাপৰিৰ স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে সপ্তাহত ৩ টা কণী পাব। এতিয়া…
Latest feeds
-
এগ্ৰিপেডিয়া
আগষ্ট-ছেপ্টেম্বৰতে ধনীয়া খেতি কৰি উপাৰ্জন কৰক
-
এগ্ৰিপেডিয়া
বানপানী বা খৰাঙত ধান নষ্ট হ’লে কৃষকসকলে কি কৰিব?
-
এগ্ৰিপেডিয়া
এবিঘা মাটি জুকিনি খেতিৰ পৰা ১ লাখ টকা উপাৰ্জন
-
পশুপালন
এজনী উন্নত জাতৰ গাইৰে গো-ফাৰ্ম এখন আৰম্ভ কৰিব পাৰি নে!
-
উদ্য়ানশস্য়
আহিন-কাতিৰ পৰা আৰম্ভ কৰক লাইশাকৰ খেতি
-
এগ্ৰিপেডিয়া
১ বিঘাতে লাখ টকা উপাৰ্জনৰ ব্যৱসায়িক ফৰ্মুলা
-
News
অসমৰ কৃষি খণ্ডত বিপ্লৱ আনিবলৈ ল’বলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপ
-
সফল কাহিনী
১ কঠা মাটিৰ পৰা বছৰি ২০-৩০ হাজাৰ টকা উপাৰ্জন
-
এগ্ৰিপেডিয়া
ফল সংগ্ৰহৰ পূৰ্ব প্ৰস্তুতি আৰু পৰৱৰ্তী যতন: সঠিক বজাৰ আৰু বৈজ্ঞানিক সংৰক্ষণৰ কৌশল
-
News
কৃষকে পাব সৌৰশক্তি চালিত পানীৰ পাম্প মেছিন