Health & Lifestyle

ভাল স্বাস্থ্যৰ বিকাশৰ বাবে নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাতো প্ৰয়োজনীয় ।

  • Kidney disease : আপোনাৰ কিডনি ৰোগগ্ৰস্ত হ’লে কেনেকৈ গম পাব!

    এটা সুখী জীৱন-যাপনৰ কাৰণে শৰীৰটো সুস্থ কৰি ৰখাটো অতি দৰকাৰী কথা। যদি শৰীৰৰ কোনো এটা অংগ কিবা ৰোগত আক্ৰান্ত হয় বা অংগটোৱে স্বাভাৱিকভাৱে কাম-কাজ চলাই যাব নোৱাৰে, তেনেহ’লে ব্যক্তিজনে যথেষ্ট যন্ত্ৰণা ভুগিব লগা হয় আৰু জীৱন-যাপন কৰাটো দুৰ্বিষহ হৈ পৰে। সেই কাৰণে জীৱনটো স্বচ্ছন্দে চলাই…

  • Teeth diseases : সৰু ল’ৰা-ছোৱালীৰ দাঁত পোকে খোৱা ৰোগ কিয় হয় জানেনে!

    ধুনীয়াকৈ শাৰী পতি থকা ডালিমৰ গুটিৰ দৰে দাঁতে মানুহৰ মুখমণ্ডলৰ শোভা বর্ধন কৰে। কথা পাতোতে বা হাঁহোতে এই দাঁতবোৰ ওলালে দেখিবলৈ শুৱনি হয়। কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত সমুখৰ দাঁতবোৰৰ মাজত ফাঁক থকা দেখা যায়। এইক্ষেত্ৰত দেখাত অলপ অশুৱনি হয়। ভিতৰ ফালে থকা দাঁতবোৰৰ মাজত ফাঁক…

  • Best Home exercise for Women : নাৰীৰ ব্যায়াম কৰাৰ সময়

    ব্যায়াম কৰিবলৈ সময় নাই বুলি নাৰীয়ে সততে কৈ আহে। কিন্তু প্ৰতিগৰাকী নাৰীয়ে নিজৰ শৰীৰটোৰ ফিটনেছৰ কথা ভবা উচিত। তাৰ বাবে নাৰীয়ে নিজৰ বাবে কিছু সময় উলিয়াবই লাগিব। পুৱা শুই উঠিয়েই এগৰাকী নাৰীয়ে স্বামী, ল’ৰা-ছোৱালীৰ খোৱা-বোৱা তৈয়াৰৰ কামত লাগি যাব লাগে।…

  • আপুনি নজনাকৈয়ে এই অভ্যাস হৈ পৰিব পাৰে কৰ্কট ৰোগৰ কাৰণ

    আপুনি যি খায় সেই খাদ্যই পোনপটীয়াকৈ আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰে। বেয়া জীৱনশৈলী আৰু বেয়া খাদ্যাভ্যাস আপোনাৰ বাবে বহু প্ৰকাৰৰ ৰোগৰ কাৰক হ’ব পাৰে। সেই কাৰণেই বেছিভাগ লোক সময়ত ডায়েবেটিচ, মেদবহুলতা, ৰক্তচাপ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ দ্বাৰা অসুবিধাত পৰে।…

  • Lakadong Turmeric: ঔষধী গুণেৰে ভৰপূৰ মেঘালয়ৰ লাকাডং হালধি

    লাকাডং হালধি হৈছে এক প্ৰকাৰৰ হালধি যাৰ খেতি মেঘালয়ৰ পাহাৰত কৰা হয়। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইচিএআৰ) প্ৰতিবেদন অনুসৰি ইয়াত বজাৰত পোৱা আন হালধিতকৈ ৭% বেছি কাৰকিউমিন থাকে। ই ইয়াৰ উচ্চ কাৰকিউমিন সমলৰ বাবে বিখ্যাত।…

  • এটোপালো তেল নিদিয়াকৈ কেঁচা হালধিৰে ৰান্ধক সুস্বাদু ছাগলীৰ মাংস

    এটোপালো তেল নিদিয়াকৈ কেঁচা হালধিৰে ৰান্ধক সুস্বাদু ছাগলীৰ মাংস…

  • Komal Rice: নৰন্ধাকৈ খাব পৰা অসমৰ যাদুকৰী চাউল- কোমল চাউল

    ভাৰতীয়সকলে বিৰিয়ানি আৰু পোলাও ভাল পায়, আৰু এই ব্যঞ্জনবোৰৰ বিদেশতো জনপ্ৰিয়তা আছে। কিন্তু অসমৰ এবিধ চাউল- যাৰ সীমাহীন সম্ভাৱনীয়তা আছে, সেই চাউল এতিয়াও বিশ্বত নহয়, ভাৰততে অপৰিচিত।…

  • যদি আপুনি ৩০ দিনৰ বাবে চেনী নাখায় তেন্তে কি হ'ব?

    যদি আপুনি ৩০ দিনৰ বাবে চেনী নাখায় তেন্তে কি হ'ব? ইয়াত কোনো সন্দেহ নাই যে আমি ভাৰতীয়সকলৰ চেনী দিয়া চাহ খালেহে ৰাতিপুৱা হয়। চাহ, কুকিজ বা মাফিন যিয়েউ নহওঁক, আমি ৰাতিপুৱা কোনো এটা ৰূপত চেনী খাওঁ। অত্যধিক চেনী খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে।…

  • আপোনাৰ ডায়েটত এইকেইবিধ ফল অন্তৰ্ভুক্ত কৰাটো জৰুৰী, জানক কিয়

    আপেল আৰু কল দুয়োবিধ ফলৰ পুষ্টিকৰ উপাদানসমূহ কিছু বেলেগ বেলেগ। আপোনাৰ স্বাস্থ্যৰ বাবে কোনবিধ ফল অধিক উপযোগী জানিবলৈ এই তথ্যসমূহ বিবেচনা কৰক।…

  • এজন ব্যক্তিয়ে দিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী?

    কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু লগতে ই প্ৰ'টিনৰ ভাণ্ডাৰ। সেয়েহে, মুৰ্গীৰ মাংস নোখোৱা লোকসকলেও কণী খাবলৈ ভাল পায়। কিন্তু কণীৰ বিষয়েও বিশ্বাস কৰা হয় যে কণী বেছিকৈ খোৱাৰ ফলত শৰীৰৰ কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়। সেই কাৰণে, কিছুমান লোকে কণীৰ বগা অংশ খায়। একে সময়তে,…

  • বাজৰাৰে তৈয়াৰী এইবিধ সুস্বাদু ব্যঞ্জন খাই চাবচোন

    বাজৰা হৈছে এক মোটা শস্য। ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে গৰম ঠাইত বাজৰাৰ খেতি কৰা হয়। বাজৰাত বহুতো ভিটামিন আৰু খনিজ দ্ৰব্য থাকে, যি আমাক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। আপুনি নিশ্চয় চাউলৰ খিচিৰি খাইছে, কিন্তু আপুনি কেতিয়াবা বাজৰাৰ খিচিৰি খাইছে…

  • Hot Water Benefit: গৰম পানীৰ উপকাৰিতা কিমান! আপুনি জানেনে!

    যদি আপুনি ছালৰ সমস্যাত ভুগি আছে আৰু আপোনাৰ ছালৰ বৰণ আৰু উজ্জলতা নাইকিয়া হৈ গৈছে , তেন্তে নিয়মিত গৰম পানী খোৱা অভ্যাস কৰক । ছালৰ উজ্জলতা বৃদ্ধি পাব আৰু খৰ খজুৱতি আদিৰ নিচিনা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব ।…

  • ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াকৈ খাওক তিতা কেৰেলা

    আপুনি কেৰেলা কা চোখা খায়নে? সোৱাদ তিতা হ’লেও ই এক উপকাৰী খাদ্য। কেৰেলাত বেঙেনা আৰু আলুতকৈ বেছি উপকাৰী গুণ আছে। তিতা কেৰেলাৰ সোৱাদ তিতা হ’লেও ইয়াৰ বেক্টেৰিয়া-বিৰোধী গুণাগুণ আছে।…

  • আপুনি সদায় মুখ মেলি শোৱে নেকি? কথাটো মন কৰক, ই ৰোগৰ লক্ষণ হ’ব পাৰে

    আপুনি নিশা সদায় মুখ মেলি শোৱে নেকি? যদিহে প্ৰায়ে আপুনি এইদৰে শোৱে তেন্তে কথাটো মন কৰক। ই স্লিপ এপনিয়াৰ লক্ষণ হ’ব পাৰে। শ্লিপ এপনিয়া হ’লে টোপনিৰ সময়ত হঠাতে উশাহ বন্ধ হৈ যায়। এইটো প্ৰায়ে শৰীৰত ব্লকেজ বা কনজেচনৰ বাবে হয়। কিন্তু, এই সমস্যা নথকা বহুলোকেও…

  • চুলি লহপহীয়া কৰিবলৈ এনেদৰে প্ৰয়োগ কৰক মধুৰীআমৰ পাত

    আপুনি জানে যে মধুৰিআম ভিটামিন চিৰ এক সমৃদ্ধ উৎস আৰু ই আপোনাৰ আহাৰত অত্যাৱশ্যকীয়? কিন্তু সৌন্দৰ্য ৰক্ষাৰ ক্ষেত্ৰত মধুৰিআম পাত অতি গুৰুত্বপূৰ্ণ। কাৰণ ই বলিৰেখাৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু ছালৰ সৌন্দৰ্য বজাই ৰাখে। মুখত মধুৰিআম পাত লগালে ব্রণৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু আপুনি জানেনে…

  • মাৰুৱা ধানৰপৰা প্ৰস্তুত কৰক ভোগালীৰ স্বাস্থ্যসন্মত খাদ্যসম্ভাৰ

    বৰ্তমান মোটা শস্যসমূহ যথেষ্ট চৰ্চাত আছে। মাৰুৱা ধানো মোটা শস্য শ্ৰেণীৰ অন্তৰ্গত। মাৰুৱাৰ পৰা তৈয়াৰ কৰা কিছু খাদ্য স্বাস্থ্যৰ বাবে উপযোগী। মাৰুৱা ধান ভাৰতৰ বেছিভাগ ঠাইতে কৰা হয়। উত্তৰাখণ্ড আৰু পাহাৰীয়া অঞ্চলসমূত এই শস্যক ৰাগী বুলি কোৱা হয়। এই অঞ্চলসমূহত মাৰুৱা ধানৰ আটাৰে ৰুটী তৈয়াৰ…

  • ঠাণ্ডা দিনত আপোনাৰো হয় নেকি গাৰ বিষ?

    শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ ৰক্তসঞ্চালণ প্ৰক্ৰিয়া ধীৰ হয়। গাৰপৰা অধিক তাপ ওলাই যোৱাত বাধা প্ৰদান কৰিবৰ বাবে ছাল, হাত, ভৰি আদি অংগলৈ তেজ চলাচলৰ পৰিমাণ কমি যায়। ফলস্বৰূপে হাত আৰু ভৰিৰ মাংসপেশী আৰু গাঁঠিসমূহ কম অক্সিজেনৰ পৰিৱেশ এটাৰ মুখামুখী হয়- যিয়ে সেই…

  • ফুল আৰু বাগিচাৰ সৈতে সময় কটোৱাসকলৰ ভালে থাকে মানসিক স্বাস্থ্য

    যিসকলে গছ আৰু উদ্ভিদৰ মাজত থাকি ভাল পায় বা যিসকলে তেওঁলোকৰ ঘৰৰ বাগিচাত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ৰোপণ কৰে আৰু সেইবোৰৰ যত্ন লয়, তেওঁলোকৰ বাবে সেই বাগিচাতকৈ ভাল ঠাই থাকিব নোৱাৰে। বাগিচা কৰা মানুহে ফুল আৰু পাতৰ যত্ন লৈ কেৱল সুখে অনুভৱ নকৰে, তেওঁলোকে সেই সময়খিনিত…

  • এজোপা আপেল গছে বনাই দিব কোটিপতি! এটাৰ দাম ৬০০ টকা!

    আপুনি কেতিয়াবা এটা ক'লা আপেলৰ বিষয়ে শুনিছে নেকি? যদিহে শুনা নাই তেন্তে আপুনি জানি আচৰিত হ’ব যে ৰঙা আৰু সেউজীয়া আপেলৰ উপৰি এবিধ ক'লা ৰঙৰ আপেলো আছে। ইয়াক ব্লেক ডায়েমণ্ড আপেল বুলি কোৱা হয়।…

  • Finger Millet, মৰুৱা ধান বা ৰাগীৰ বিবিধ ব্যঞ্জন আৰু ইয়াৰ উপকাৰিতা

    মৰুৱা ধান দেখাত প্ৰায় সৰিয়হৰ দৰে। ইয়াক ৰাগি বুলিও কোৱা হয়। চাউল, ঘেঁহু আদিৰ দৰে ই এবিধ শস্য যাৰ বহু গুণাগুণ আছে। মৰুৱাধান ইথিয়’পিয়াৰ উচ্চ অঞ্চলৰপৰা অহা বুলি জনা যায়। ভাৰতলৈ প্ৰায় চাৰি হাজাৰ বছৰৰ পূৰ্বে ৰাগী বা মৰুৱাধানৰ সঁচ অনা হৈছিল। ভাৰতৰ কৰ্ণাটক, তামিলনাডু,…

  • জৈৱিক উপাদানেৰে প্ৰস্তুত কৰা সৌন্দৰ্য চৰ্চাৰ সৈমগ্ৰীৰ লাভালাভসমূহ

    বিগত কেইবছৰমানৰপৰা, বিশেষকৈ মহামাৰী আৰম্ভ হোৱাৰ পিছৰেপৰা অধিক সংখ্যক লোক জৈৱিক আৰু প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰৰ দিশত আগবাঢ়িছে। এতিয়া আমি কি খাই আছো, ইয়াৰ দ্বাৰা আমাৰ কেনে উপকাৰ হ’ব আৰু আমি খোৱা খাদ্যৰ কি কি অসুবিধা আছে সেই বিষয়ে অধিক সজাগ আৰু সচেতন হৈ পৰিছো। কেৱল…

  • অৱশেষত গৱেষকেও কৈ দিলে- ‘ঠাণ্ডা দিনত দৈনিক গা ধোৱাৰ প্ৰয়োজন নাই!’

    শেহতীয়া গৱেষণাত প্ৰকাশ পোৱা অনুসৰি শীতকালত দৈনিক গা ধোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। যিসকল লোকে শীতকালত দৈনিক গা ধুই থাকিবলৈ বেয়া পায়, তেওঁলোকৰ বাবে এইটো নিশ্চয় এটা ভাল খবৰ। শীতকালত দৈনিক গা ধোৱাৰ কু-ফল কি কি জানি লওক-…

  • টোপনি কিয় কম হয়? নিশা ভালদৰে শুব নোৱাৰিলে কি কৰিব?

    সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে সকলো লোকৰে টোপনি একে নহয়। কোনোবাই শোৱাৰ পাছত কাণৰ কাষত ঢোল বজাই থাকিলেও গম নাপায়। আনহাতে কোনোবাই আকৌ টোপনিৰ অভাৱত গোটেই নিশা শোৱাপাটীত চাটিফুটি কৰি কটাব লাগে।…

  • বজাৰত ভৰি পৰিছে Veg Meat: কি এই নিৰামিষ মাংসৰ ৰহস্য!

    উদ্ভিদ-আধাৰিত মাংস হৈছে উদ্ভিদৰ পৰা তৈয়াৰ কৰা এক নিৰামিষ খাদ্য যাক মাংসৰ উপাদানসূহ অনুকৰণ কৰি উদ্ভদজাত সামগ্ৰীৰপৰা তৈয়াৰ কৰা হয়। উদ্ভিদৰ সহায়ত প্ৰস্তুত কৰা হয় বাবে সেইবোৰক উদ্ভিদ-আধাৰিত মাংস (plant based meat) বুলি কোৱা হয়।…

  • ঠাণ্ডা দিনত গা গৰম কৰি ৰাখিবলৈ আপুনি কি কৰে?

    ঠাণ্ডা দিনত গা গৰম কৰি ৰাখিবলৈ আপুনি কি কৰে? ঠাণ্ডা বতৰ আহিলে চৰ্দি, কাহ, ডিঙিৰ বিষ, শ্বাস-প্ৰশ্বাসজনিত সমস্যাও লগতে আহে। শীতকালৰ শুকান বতাহে আপোনাৰ শৰীৰৰ বাবে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অধিক প্ৰত্যাহ্বান সৃষ্টি কৰে। গতিকে ঠাণ্ডা মাহকেইটাত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন।…

  • গৰুৰ গাখীৰত আছে সোণ! গাখীৰৰ এই গুণাগুণ জানি আচৰিত হ’ব

    গৰুৰ গাখীৰ হৈছে গুণাগুণৰ এক ভঁৰাল, এই গাখীৰৰ দ্বাৰা বহুতো ৰোগৰপৰা আৰোগ্য লাভ কৰিব পাৰি। যাৰ ফলত ভাৰতৰ লোকসকলৰ গৰুৰ প্ৰতি অপৰিসীম স্নেহ, শ্ৰদ্ধা আৰু মৰম আছে। আজি আমি গৰুৰ গাখীৰৰ এনে কিছুমান গুণাগুণৰ কথা ক’বলৈ ওলাইছোঁ যি হয়তো আপুনি কেতিয়াও শুনাই নাছিলো। লগতে গৰুৰ…

  • ঠাণ্ডা দিনত দৈ খালে কি হয় জানেনে?

    দৈ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। দৈত থকা বেক্টেৰিয়া স্বাস্থ্যজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত কাৰ্যকৰী। দৈ খালে আমাৰ শৰীৰে সকাহ পায়। ভাৰতত বহুতো ব্যঞ্জন দৈৰ পৰা তৈয়াৰ কৰা হয় আৰু হিন্দু বিশ্বাস অনুসৰি যিকোনো শুভ কামৰ আগতে দৈ-চেনী খোৱাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু…

  • Radish: শীতকালত সকলোৰে পৰিচিত এবিধ জনপ্ৰিয় পাচলি ‘মূলা’

    শীতকালত মূলা হৈছে প্ৰতিজন মানুহৰ আটাইতকৈ পৰিচিত পাচলি। শীতকালীন বজাৰত, বিভিন্ন ৰঙৰ পাচলিৰ সৈতে, বজাৰখন বগা মূলাত আৱৰি থাকে। কিন্তু এনে বহুতো লোক আছে যিয়ে মূলা দেখি নাক কুঞ্চিত কৰে, আনহাতে বহুতে কয় যে মূলা খালে বায়ুৰ সমস্যাত ভুগে। কিন্তু শীতকালত, মূলা হৈছে এক পাচলি…

  • Common Leucas : দ্ৰোণ শাক আমি কিয় খাব লাগে ?

    খেতিপথাৰ বা বাগিচাত হোৱা অবাঞ্চিত বা ক্ষতিকাৰক লতা-বনক ইংৰাজীত Weed (অপতৃণ) বোলে। জিলমিল শাকৰ দৰে দ্ৰোণো একে শ্ৰেণীতে পৰে৷ দ্ৰোণৰ বিষয়ে অভিধানত লিখিছে – ‘ দ্ৰোণ এবিধ সৰু বনৌষধি উদ্ভিদ ৷ ইয়াত সৰু সৰু ফুল ফুলে৷ মানুহে পেটৰ অসুখত ইয়াক পাতত দি পিটিকি খায় ৷…

  • Back Pain: কঁকাল বিষৰ বাবে ভাল চিকিৎসা

    কঁকালৰ বিষ এটা যন্ত্ৰণাদায়ক সমস্যা। কঁকালৰ বিষ ৰাজহাড়ৰ, নাৰ্ভ আৰু মাংসপেশীৰ সমস্যাৰ বাবে হ'ব পাৰে। এই ৰোগ পুৰুষৰ তুলনাত মহিলাৰ বেছিকৈ হয়। কাৰণ মহিলাসকলে দিনটোৰ বেছি সময় সমুখৰ পিনে হাওলি, চাপৰি বিভিন্ন কাম কৰিব লগা হয়। দেহত কেলছিয়াম আৰু ভিটামিন-ডি কমি যোৱা, মাংসপেশীৰ সংকোচন, নাৰ্ভৰ…

  • Marigold: বনৌষধি হিচাপে নাৰ্জী ফুলৰ ব্যৱহাৰ!!

    নাৰ্জিফুল বা মেৰিগোল্ড বা গেন্দা ফুল সকলোৰে পৰিচিত ফুল। ঘৰৰ ফুলনী, পার্ক, বাগিচা আদি শুৱনি কৰা নাৰ্জিফুলৰ মনোমোহা সৌন্দৰ্য্যই সকলোকে মুগ্ধ কৰে। প্ৰধানকৈ শীত আৰু বসন্ত ঋতুত ফুলা নাৰ্জিফুলৰ উজ্জ্বল হালধীয়া, কমলা আদি বিভিন্ন ৰঙ ইয়াৰ মূল আকৰ্ষণ।…

  • আপোনাৰো গোৰোহা ফাঁটে নেকি! তেতিয়াহ’লে এই লেখাটো পঢ়ক আৰু সমিধান পাওঁক

    শীতকালত সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হৈছে গোৰোহা ফঁটা। গোৰোহা ফঁটাটো কষ্টদায়ক লগতে পৰিস্থিতি সাপেক্ষে অস্বস্তিদায়ক আৰু ই কেতিয়াবা আত্মসন্মানতো আঘাত হানে।…

  • Roselle: অনেক ঔষধি গুণেৰে ভৰপূৰ টেঙামৰা শাক

    মিঠা, টেঙা, নিমখীয়া, তিতা, জ্বলা, কেঁহা আদি ছটা ৰস প্ৰধানকৈ আমাৰ খাদ্যত পোৱা যায়। এই ছটা ৰসৰ সোৱাদ আমাৰ জিভাখনে অনুভৱ কৰে। কোনোবাই মিঠা ভাল পায়, কোনোবাই টেঙা ভাল পায় বা কোনোবাই হয়তো তিতাও ভাল পায়। তদুপৰি আমি ঋতু অনুসৰিও বিভিন্ন ঋতুত এই ছটা ৰস…

  • ৰবাব টেঙাৰ জুতি আৰু স্বাস্থ্যত ইয়াৰ উপকাৰিতা

    সুস্বাদু টেঙা-মিঠা ৰসেৰে ভৰপূৰ ৰবাব টেঙাৰ সোৱাদ প্ৰতিজন অসমীয়াৰে প্ৰিয়। কাতিমহীয়া পথাৰত বহি লগে-ভাগে ৰবাব টেঙাৰ জুতি লোৱাটো গ্ৰাম্য জীৱনৰ পৰম্পৰাৰ দৰেই। অতি সহজতে হোৱা ৰবাব টেঙাৰ গছ অসমীয়া মানুহৰ ঘৰে ঘৰে পোৱা যায়। কিন্তু নিমখ জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে…

  • এই খাদ্যবোৰ কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে

    খাদ্যবস্তু বেয়া হৈ নাযাবলৈ ৰেফ্ৰিজাৰেটত ৰখা হয়। কিন্তু কেতবোৰ খাদ্যসামগ্ৰী ৰেফ্ৰিজাৰেটত ৰাখিলে ইয়াৰ প্ৰকৃত গুণাগুণ নাইকীয়া হৈ যায়। আৰু কেতিয়াবা ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হৈ উঠে। কিন্তু বহুলোকে অজ্ঞাতে এই খাদ্যসামগ্ৰীসমূহ ৰাখে।…

  • গুটখা এৰাৰ ১০ টা কাৰণ

    গুটখাৰ বিষয়ে প্ৰায় সকলো মানুহেই কম-বেছি পৰিমাণে জানে যদিও ল’ৰাৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলা বহুতেই গুটখা খোৱা দেখা যায়।গুটখাৰ নিচাৰ কবলত তেওঁলোক এনেধৰণেৰে আসক্ত যে সকলোবোৰ কথা জনা সত্ত্বেও এই বস্তুটোৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰে।গুটখাই শৰীৰত কৰিব পৰা ক্ষতিবোৰ এনেধৰণৰ-…

  • মন বেয়া লাগি থাকে নেকি? মানসিক প্ৰশান্তিৰ বাবে গঢ়ি তোলক এই অভ্যাস

    যিসকলে গছ আৰু উদ্ভিদৰ মাজত থাকি ভাল পায় বা যিসকলে তেওঁলোকৰ ঘৰৰ বাগিচাত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ৰোপণ কৰে আৰু সেইবোৰৰ যত্ন লয়, তেওঁলোকৰ বাবে সেই বাগিচাতকৈ ভাল ঠাই থাকিব নোৱাৰে। বাগিচা কৰা মানুহে ফুল আৰু পাতৰ যত্ন লৈ কেৱল সুখে অনুভৱ নকৰে, তেওঁলোকে সেই সময়খিনিত…

  • ঔটেঙা, ঢেকীয়া আৰু পচলাৰ কথাৰে

    পৰম্পৰাগত অসমীয়া ব্যঞ্জন সমূহত ঔটেঙা, ঢেকীয়া আৰু পচলাৰ বিবিধ ব্যঞ্জনৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ঢেকীয়াৰ তেনে কিছুমান চিনাকি ব্যঞ্জন হৈছে ঢেকীয়াৰ শুকান ভাজি, গুটি আলুৰ সৈতে ঢেকীয়া ভাজি, বুটৰ সৈতে ঢেকীয়া ভাজি, ঔটেঙা আৰু ঢেকীয়াৰ আঞ্জা (মাগুৰ বা শিঙি বা কাৱৈ মাছৰ লগত), ঢেকীয়া শাকৰ…

  • কচু শাকৰ গুণাগুণ, উপকাৰিতা আৰু ল’ব লগা সাৱধানতা

    খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কলপাতত দিয়া কচুথোৰৰ পিটিকা, কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জাখন খাই বেয়া পোৱা কোনো নোলাবই কিজানি।এই ব্যঞ্জন সমূহৰ…

  • হালধিৰ বিভিন্ন ভেষজ গুণ তথা স্বাস্হ্য উপকাৰিতা

    হালধিৰ (Turmeric) আন এটা নাম হৈছে বৰ্ণৱতী। হালধিক বিভিন্ন নামেৰে জনা যায়, যেনে কাঞ্চনী, পিতা, বৰভাৰ্নিলি, ইয়োশিতপ্ৰিয়া আৰু বৰ্ণবিধাইনি ইত্যাদি। ই তেজ পৰিষ্কাৰক, লগতে কফ, আৰ্থ্ৰাইটিছ, পিত্ত, ব্রণ, ডাৰ্মাটাইটিছ, এডিমা, পাণ্ডু, কীট, প্ৰমেহ, অসন্তুষ্টি, উদাৰী আৰু বিষ উপশম কৰাৰ ক্ষমতা আছে। ইয়াক প্ৰাচীন কালৰ পৰাই…

  • পথাৰত পোৱা চেঁচোৰৰো আছে ঔষধী গুণ

    অসমৰ খেতি পথাৰৰ চিনাকি নাম চেঁচোৰ। চেঁচোৰৰ সৈতে জড়িত হৈ আছে কৃষক সমাজৰ আবেগ। শৈশৱৰ স্মৃতি ৰোমন্থনত প্ৰায়ে সকলোৱে চেঁচোৰ খন্দাৰ কথা উল্লেখ কৰা দেখা যায়। পিছে খেতিপথাৰৰ পৰা মানুহৰ দূৰত্ব যিমানেই বাঢ়িছে সিমানেই এই উদ্ভিদবিধ হেৰাই যাবলৈ ধৰিছে।…

  • উশাহ লওঁতে কষ্ট? হ’ব পাৰে এই ৰোগৰ লক্ষণ

    উশাহ লওঁতে কষ্ট পোৱাটো গুৰুতৰ অসুখৰ লক্ষণ হ’ব পাৰে। আপোনাৰ ক্ষেত্ৰতো যদি কেতিয়াবা এনে হৈছে তেন্তে শীঘ্ৰে চিকিৎসকৰ কাষ চাপক। প্ৰতি বছৰে লক্ষাধিক ৰোগ হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হয়। কিন্তু ইয়াৰ অধিকসংখ্যকৰে ৰোগ ধৰা নপৰে…

  • ৭৫ বছৰীয়া কৃষকৰ সৈতে বিয়াত বহিল ১৫ বছৰীয়া কিশোৰী

    বৃদ্ধ কৃষকক মন সঁপিলে এগৰাকী কিশোৰীয়ে। ৩ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত তেওঁলোক অলপতে বিবাহ পাশত আবদ্ধ হয়। দৰা-কইনা দুয়ো পক্ষৰ পৰিয়ালৰ সহমতিৰ পাছত মুছলমান নীতি-নিয়মেৰে তেওঁলোক বিয়াত বহে।…

  • স্বাস্থ্যৰ বাবে আটাইতকৈ উপযোগী ফল- আপেল নে কল?

    আপেল আৰু কলৰ মাজত যদি বাছনি কৰিবলৈ দিয়া হয়, আপুনি কোনবিধ ফল খোৱাটো পচন্দ কৰিব? নিৰ্বাচন কৰা কঠিন নহয়নে? প্ৰকৃততে আপেল আৰু কল দুয়োবিধ ফলৰ পুষ্টিকৰ উপাদানসমূহ কিছু বেলেগ বেলেগ। আপোনাৰ স্বাস্থ্যৰ বাবে কোনবিধ ফল অধিক উপযোগী জানিবলৈ এই তথ্যসমূহ বিবেচনা কৰক।…

  • আখুনিঃ যাৰ গোন্ধ পালেই ভোক লাগে নগা লোকৰ

    আখুনি হৈছে নাগালেণ্ডৰ ছ'য়াবীনৰপৰা প্ৰস্তুত কৰা এবিধ খাদ্য। যাৰ এক অনন্য গোন্ধ আৰু সোৱাদ আছে। গাহৰিৰ মাংস, মাছ, কুকুৰা বা আন মাংস ৰান্ধোতে ইয়াক ব্যৱহাৰ কৰা হয়। লগতে আচাৰ আৰু চাটনি হিচাপেও ইয়াক প্ৰস্তুত কৰি খোৱা হয়।…

  • মাখানা কিয় আৰু কেনেকৈ খায়? মিথিলাৰ মাখানালৈ GI টেগ

    স্বাস্থ্যৰ বাবে উপকাৰী উপাদানেৰে ভৰপূৰ মাখানা। মিথিলাৰ মাখানাই লাভ কৰিলে GI TAG। মাখানা কেনেকৈ খাব পাৰি। মাখানাৰ উপকাৰিতা কি কি? ব্ৰতত কিয় খোৱা হয় মাখানাৰ পায়স?…

  • নহৰুৰ বিভিন্ন উপকাৰিতা সম্পৰ্কে জানো আহক-

    ৰন্ধনত ব্যৱহাৰ কৰাৰ উপৰিও, নহৰুৰ বহুতো ঔষধি গুণ আছে।প্ৰাচীন কালৰ পৰাই বিভিন্ন ৰোগৰ চিকিৎসাত নহৰু ব্যৱহাৰ হৈ আহিছে।…

  • ৰক্তচাপ, হৃদৰোগীসকলে ৰূমতে টাবত ৰোপণ কৰক Spider plant

    ঘৰৰ ভিতৰত বা অফিচ-কাছাৰিৰ ভিতৰত ফুলৰ টাবত গছ পুলি বা ফুলপুলি ৰোপন কৰাতো বৰ্তমান সময়ত ট্ৰেণ্ডলৈ ৰূপান্তৰ হৈছে। কিন্তু উদ্ভিদসমূহৰ গুণাগণ নজনাকৈ আমি ধৰণৰ উদ্ভিদ ৰোপণ কৰোঁ।কিন্তু এনেদৰে ৰোপণ কৰা কিছুমান উদ্ভিদ বিষাক্তও হ'ব পাৰে।…

  • অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি কল-পচলা

    আমাৰ অসমীয়া খাদ্যাভ্যাসৰ অতি জনপ্ৰিয় পাচলি৷ আঞ্জা হিচাপে বা ভাজি হিচাপে খাবলৈ ব্যৱহাৰ কৰা কলৰ পুলিক পচলা বুলি কোৱা হয়। এসময়ত কেৱল গ্ৰাম্যাঞ্চলতে পাচলি হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ–মহানগৰৰ বজাৰতো যথেষ্ট জনপ্রিয়।…

  • জীৱন যুঁজত অৱতীৰ্ণ হওঁক ৰতন টাটাৰ এইকেইটা কথাক সাৰথি কৰি

    বিশ্বৰ অন্যতম এগৰাকী উদ্যোগপতি হৈছে ৰতন টাটা। ৰতন টাটা কেৱল ধনৰ ধনীয়েই নহয় মনৰ ধনী বাবেহে দেশৰ নাগৰিকে তেওঁক অন্য কোটিপতিতকৈ পৃথক দৃষ্টিৰে চায়। নিজ আদৰ্শৰে মহিয়ান এইগৰাকী ব্যক্তি দেশ তথা আন্তৰ্জাতিক স্তৰৰে এগৰাকী সফল উদ্যোগপতি। এইগৰাকী উদ্যোগপতিৰ কেইটামান কথা প্ৰভাৱিত কৰিব আপোনাকো।…

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.