1. স্বাস্হ্য আৰু জীৱন

Hot Water Benefit: গৰম পানীৰ উপকাৰিতা কিমান! আপুনি জানেনে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Hot water Benefit
Hot water Benefit
  • যদি আপুনি ছালৰ সমস্যাত ভুগি আছে আৰু আপোনাৰ ছালৰ বৰণ আৰু উজ্জলতা নাইকিয়া হৈ গৈছে , তেন্তে নিয়মিত গৰম পানী খোৱা অভ্যাস কৰক । ছালৰ উজ্জলতা বৃদ্ধি পাব আৰু খৰ খজুৱতি আদিৰ নিচিনা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব ।
  • মাহিলাসকলৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষত এক গিলাচ গৰম পানীত এক চামুচ ঘিউ মিহলাই লৈ খালে বিষ কমে ।
  • হাত ভৰি জিন জিন কৰি থাকিলেও গৰম পানী খালে উপশম পোৱা যায় ।
  • শৰীৰৰ যিকোনো ঠাইত হোৱা বিষত যদি এক গিলাচ গৰম পানী খায় , তেন্তে বিষৰ পৰা উপশম পায়।
  • নিয়মিত গৰম পানী খোৱা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা কমি থাকে ।
  • Blockage থকা ৰোগীয়ে ৰাতি নিয়মিত এক গিলাচ গৰম পানী খাই শুলে  heart attack হোৱাৰ সম্ভাৱনা কমি থাকে ।

লগতে পঢ়ক- 

Bitter Gourd Farming : ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে কৃষকসকলে কৰিব পাৰিব জেং কেৰেলাৰ খেতি

  • নিয়মিত গৰম পানী খালে শৰীৰৰ ওজন বৃদ্ধি হব নাপায় আৰু অলাগতিয়াল fat কমি যায় ।
  • ওজন কমাবৰ বাবে নিয়মিত গৰম পানী খাওক ।
  • 11 .  ৰাতিপুৱা শুই উঠি গৰম পানী খালে কৌষ্ঠকাঠিন্যৰ পৰা মুক্তি পায় আৰু নিয়মিত পেট চাফা হৈ থাকে ।।
  • 12 . ভাত খোৱাৰ এক ঘণ্টা আগতে এক গিলাচ গৰম পানী আৰু খোৱাৰ এক ঘণ্টা পিছত এক গিলাচ গৰম পানী নিয়মিত খালে পাঁচনতন্ত্ৰ শক্তিশালী হয় ।।
  • 13 . গৰম পানিয়ে শৰীৰৰ তেজ চলাচল ঠিক ৰাখে আৰু ঘামৰ মাধ্যমেৰে বেয়া বস্তু বিলাক সহজতে উলিয়াই দিব পাৰে ।
  • খালি পেটত ৰাতিপুৱা গৰম পানী খালে মূত্ৰ সম্বন্ধীয় ৰোগৰ পৰা উপশম পায় আৰু পেচাব ভালকৈ হয় ।
  • 15 . যদি গেছৰ বাবে গাৰ বিষ হয় , তেন্তে এক গিলাচ গৰম পানী খালে বিষ কমি যায় ।

উৎস : পংকজ পাঠকৰ ফেচবুক পোষ্ট

লগতে পঢ়ক- 

ঠাণ্ডা দিনত গা গৰম কৰি ৰাখিবলৈ আপুনি কি কৰে?

 

English Summary: Hot water Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.