Government Scheme
A government scheme refers to a specific program or initiative that is implemented by a government to address a particular issue or achieve a specific goal. Government schemes are usually designed to provide financial, material, or other forms of support to individuals, businesses, or communities that are in need.
- 
                                কঠোৰ পৰিশ্ৰম নহয় মহিন্দ্ৰা 605 NOVO টেক্টৰ ক্ৰয় কৰক সহজে কাম সমাধান কৰকখেতিলৈ কেৱল কঠোৰ পৰিশ্ৰমেৰে সফলতা আনিব নোৱাৰি। খেতি হৈছে এক নতুন পদ্ধতি আৰু বুজাবুজিৰ খেল। এই কথাৰ এক উদাহৰণ হৈ পৰিছে উত্তৰপ্ৰদেশৰ এজন প্ৰগতিশীল কৃষক অংকিত জী।যিয়ে নতুন প্ৰযুক্তি কৃষিক্ষেত্ৰখনত প্ৰয়োগ কৰি অধিক উতপাদন আৰু মুনাফা উপাৰ্জন কৰি এক নজিৰ সৃষ্টি কৰিছে।… 
- 
                                মহিন্দ্ৰা 275 DI TU PP ৰে খেতি কৰি কৃষি পদ্ধতিলৈ পৰিৱৰ্তন আনিলে মধ্যপ্ৰদেশৰ কৃষকেমধ্যপ্ৰদেশৰ এখন সৰু গাঁৱৰ এজন পৰিশ্ৰমী কৃষক প্ৰহ্লাদ প্ৰজাপতিৰ সফলতাৰ কাহিনীয়ে প্ৰেৰণা দিব কৃষিক্ষেত্ৰখনত কাম কৰিব খোজা প্ৰতিজন ব্যক্তিকে। কৃষকগৰাকীয়ে… 
- 
                                প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰকআমাৰ পাঠকসকলে আমাক বিভিন্ন সময়ত সুধি থাকে কৃষকৰ বাবে অহা ছ’লাৰ আমি কেনেকৈ লাভ কৰিম। সকলোকে ব্যক্তিগতভাৱে জনোৱাতো সহজ নহয় গতিকে ছ’লাৰ পোৱাৰ সকলোখিনি কথা সামৰি আমি এই লেখাটো প্ৰস্তুত কৰিছো। প্ৰথমে আপোনাক জনাওঁ যে এই ছ’লাৰখন আপোনালোকে জিলা কৃষি কাৰ্যৰ ক্ৰয় কৰিলে আপুনি ৮৫… 
- 
                                পশুপালনৰ বাবে ৫০ শতাংশ ৰাজসাহাৰ্য যুক্ত ঋণ পাবলৈ ক’ত আবেদন কৰিব!ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগ তথা অসম চৰকাৰৰ পশুপালন আৰু পশুচিকৎসা বিভাগৰ যুটীয়া উদ্যোগত ২৯ জানুৱাৰীত উদ্যমিতা বিকাশ আঁচনি বিষয়ক এখন কর্মশালাৰ আয়োজন কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত অনুস্থিত এই কর্মশালাত ৫০ শতাংশ ৰাজসাহায্যযুক্ত আঁচনিখনৰ সঠিক ৰূপায়ণ… 
- 
                                ইফকো, মেকোফেড আৰু এনচিইউআই ৰ যৌথ উদ্যোগত সমবায়–কাম-ৰিটেইলাৰ সাৰ বিক্ৰী প্ৰশিক্ষণ আৰু সভাবৈঠকত শ্ৰীযুত নিৰজ ৰয়ে আইএফএফচিঅ'ৰ ইতিহাস আৰু ই কেনেদৰে হল সেই বিষয়ে অবগত কৰে। ইয়াৰ উপৰিও তেওঁ এমইচিওএফইডিৰ সহযোগত ইফকোৱে কৃষকসকলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে মেঘালয়ত সাৰ যোগান ধৰা কেনেদৰে আৰম্ভ কৰিব সেই বিষয়ে বৰ্ণনা কৰে। অনুজ কোটোকীয়ে বিভিন্ন আইএফএফচিঅ' সামগ্ৰী আৰু সেইবোৰৰ ব্যৱহাৰৰ দিশবোৰৰ বিষয়ে… 
- 
                                ৰাজ্যত আৰম্ভ হ’ল ভ্ৰাম্যমাণ "Mobile Veterinary Clinic"ৰ বাহনবাহনসমূহ। এতিয়াৰ পৰা ১৯৬২ নম্বৰত ফোন কৰিলে পশু চিকিৎসাৰ বাবে জৰুৰীকালীন সেৱা পাব আপুনি । পুনৰ জনাইছো আপোনাৰ গৰু-ছাগলী বা যিকোনো পশুধন কোনো ৰোগত আক্ৰান্ত হ’লেই আপুনি ফোন কৰিব পাৰিব ১৯৬২ নম্বৰত। ১০৮ নাম্বাৰত ফোন কৰিলে মৃত্যঞ্জয় বাহন আহি পোৱাৰ দৰেই ১৯৬২ নাম্বাৰত ফোন কৰিলে… 
- 
                                যোৰহাটত' প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনি বিষয়ক সজাগতা সভাযোৰহাট জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত 'প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনিৰ সন্দৰ্ভত শনিবাৰে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। যোৰহাট জিলা কৃষি বিষয়া ড° নিতুমণি গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ জীৱিকা সখী, কৃষি সখী, গ্ৰাম প্ৰধান আৰু কৃষকসকলক 'প্ৰধানমন্ত্ৰী… 
- 
                                ৫২ হাজাৰ কৃষকলৈ সুখবৰঃ চৰকাৰক সৰিয়হ বিক্ৰী কৰাৰ ৩ দিনৰ ভিতৰত একাউণ্টত সোমাব টকাপ্ৰতি কুইণ্টল সৰিয়হৰ বাবে ৰাজ্যচৰকাৰে কৃষকক ৫,৪৫০ টকাকৈ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে প্ৰতি কুইণ্টল সৰিয়হত বৰ্তমানৰ মূল্যতকৈ ১ হাজাৰ টকা অধিক লাভ কৰিব কৃষকসকলে।… 
- 
                                এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণসাধাৰণ অৰ্থত উদ্যমিতা বুলিলে কোনো বিত্তীয় ক্ষতি শংকা গ্ৰহণ কৰি সৃজনী প্ৰতিভা তথা সৃষ্টিশীলতাৰ জৰিয়তে সাংগঠনিকভাৱে ব্যৱসায় বা অৰ্থনৈনিত কাৰ্য সম্পাদন কৰি নিয়োগ সৃষ্টিৰ প্ৰক্ৰিয়াক বুজায়। গ্ৰামাঞ্চলত মহিলাৰ উদ্যমিতাই বহনক্ষম কৃষিখণ্ডৰ লগত সামঞ্জস্য ৰাখি কম খৰচত সৃষ্টিশীলতা আৰু নতুনত্বৰ জৰিয়তে ৰপ্তানিযোগ্য আৰু লাভজনক ব্যৱসায়সমূহক সামৰি… 
- 
                                ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েইৰাজ্যৰ পশুপালকসকললৈ ভাল এটা ভাল খবৰ। পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ৫০ শতাংশ ৰাজসাহাৰ্যৰে ১০-৫০ লাখলৈ লোণ। ছাগলী আৰু গাহৰি পালনৰ বাবে উদ্যমিতা বিকাশ আঁচনিৰ অধিনত পশুপালকসকলে লাভ কৰিব এই ঋণ। ব্যক্তি বিশেষৰ লগতে কৃষক উতপাদক গোট, আত্মসহায়ক গোটসমূহে লাভ কৰিব এই ঋণ।… 
- 
                                প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০০০ টকাৰ পৰৱৰ্তী কিস্তি কেতিয়া আহিব কৃষকৰ একাউণ্টত?প্ৰধানমন্ত্ৰী কিষাণ যোজনা (PM Kisan Yojana) হৈছে ২০১৯ চনত আৰম্ভ কৰা এক চৰকাৰী আঁচনি, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক বিত্তীয় সহায় আগবঢ়োৱা। এই আঁচনিৰ অধীনত, যোগ্য কৃষকসকলে প্ৰতি বছৰে ৬০০০ টকাৰ এক নিৰ্ধাৰিত পৰিমাণ প্ৰাপ্ত কৰে, পুঁজিবোৰ ২০০০ টকাৰ তিনিটা সমান কিস্তিত… 
- 
                                PMFBY- দেশৰ লাখ লাখ কৃষকক বিত্তীয় সুৰক্ষা প্ৰদান কৰিছে এইখন আচঁনিয়েPMFBY-ৰ অধীনত, কৃষকসকলে নামমাত্ৰ প্ৰিমিয়াম পৰিশোধ কৰে আৰু বীমাৰ বাকী ব্যয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰে। আঁচনিখনে সকলো খাদ্য শস্য, তৈলবীজ, আৰু উদ্যানশস্য সামৰি লয় আৰু কৃষকসকলক ব্যাপক বিপদাশংকা বীমা প্ৰদান কৰে।… 
- 
                                PM-KISAN: অযোগ্য হিতাধিকাৰীয়ে পালে ৪২ কোটি টকাঅযোগ্য আৰু আয়কৰ পৰিশোধকাৰীসকলক ৪০.৭০ কোটি টকা প্ৰদান কৰা হৈছে, যাৰ ভিতৰত মাত্ৰ ৪.৬০ লাখ টকা উদ্ধাৰ কৰা হৈছে আৰু ৪০.৬৫ কোটি টকা পুনৰুদ্ধাৰ হোৱা নাই বুলি CAG ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।… 
- 
                                খিলঞ্জীয়াৰ ভূমি সম্পৰ্কীয় যিকোনো সেৱাৰ নিষ্পত্তি কৰিবলৈ মিছন বসুন্ধৰা ২.০ আচঁনিঅসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা বিকশিত এক অনলাইন পৰ্টেল মিছন বসুন্ধৰা ৰাজ্যখনৰ সকলো জিলাতে নাগৰিকসকলক ভূমি সম্পৰ্কীয় সেৱাৰ বাবে আবেদন কৰিবলৈ মুকলি কৰা হৈছে। মিছন বাসুন্ধৰা অসম এপ অসমৰ মুখ্যমন্ত্ৰীয়ে ১৪ নৱেম্বৰ, ২০২২ মিছন বাসুন্ধৰা অসম আবেদনৰ অংশ হিচাপে প্ৰকল্পটো "মিছন বাসুন্ধৰা… 
- 
                                বীজ গ্ৰাম আচঁনিৰ অধীনত যে কৃষক সকলক বিনামূলীয়া বীজ যোগান ধৰা হয় এই কথা জানেনে আপুনি?ভাল শস্য পাবলৈ কৃষকসকলে ভাল প্ৰকাৰৰ বীজ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু আজিৰ সময়ত, বজাৰত বহু প্ৰকাৰৰ নকল বীজ আহিছে যাৰ ফলস্বৰুপে কৃষকসকলে কষ্ট কৰিও সঠিক উপাৰ্জন পাবলৈ সক্ষম নহয়। ইপিনে সঠিক বীজৰ ক'লা বিপণনৰ বাবে বহু কৃষকে আনকি উন্নত মানৰ বীজ পাবলৈ সক্ষম নহয়।… 
- 
                                PMAY: ৫০০ টকাৰ বিনিময়ত চহৰৰ কেঁচা ঘৰ হ’ব পকী৫০০টকাৰ বিনিময়ত চহৰত কেঁচা ঘৰত থকা লোকে PMAY ঘৰ নিৰ্মাণ কৰিব পাৰিব এতিয়াৰে পৰা৷ ইয়াৰ দ্বাৰা ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী, অর্থনৈতিকভাবে দুর্বল/ নিম্ন আৰু মধ্যম আয় শ্ৰেণীৰ অন্তৰ্গত ভূমিহীন খিলঞ্জীয়া লোকক প্রিমিয়ামৰ ৰেহাই হাৰত নিষ্পত্তিৰ জৰিয়তে মাটিৰ মালিকীস্বত্ব প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে৷… 
- 
                                Assam Homestay: অতিথি সেৱা কৰিবলৈ চৰকাৰে দিয়ে ৮ লাখ পৰ্যন্ত টকা, জানক কি এই আঁচনিঅসমীয়া মানুহ অতিথি পৰায়ণ বুলি জগত বিখ্যাত। কিন্তু আপুনি জানেনে যে অতিথি সতকাৰ কৰি এতিয়া উপাৰ্জনো কৰিব পাৰি? অসম চৰকাৰৰ এনে এখন আঁচনি আছে যাৰ জড়িয়তে অতিথি গৃহ স্থাপন কৰিবলৈ ৰাজসাহায্য লাভ কৰিব পাৰি। নতুন অতিথি গৃহ স্থাপন কৰিবলৈ চৰকাৰে নিৰ্বাচিত লোকক ৬-৮ লাখ টকা… 
- 
                                কৃষকৰ বাবে কি আছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অসম বাজেটত?২০২৩-২৪ বৰ্ষত বাজেতত কৃষকৰ বাবে আবণ্টিত মুঠ পুঁজিৰ পৰিমাণ হৈছে ₹২১৬১.৭৪ কোটি টকা। যোৱা তিনি বছৰত কৃষিজাত শস্যৰ ৰপ্তানি ২০০% বৃদ্ধি হৈ ২৪০ কোটিৰ পৰা ২১৪০ কোটি টকালৈ বৃদ্ধি হৈছে।… 
- 
                                আজি কৃষকসকললৈ ১৬৮০০ কোটি টকা মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়েPM Kisan 13th Installment: কৃষকসকলৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (২৭ ফেব্ৰুৱাৰী) কৰ্ণাটকৰ বেলাগাৱীত পি এম কিষাণ সন্মান নিধি যোজনাৰ ত্ৰয়াদশ কিস্তি মুকলি কৰিব। প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰায় ১৬,০০০ কোটি টকা বিতৰণ কৰিব।… 
- 
                                কাইলৈ বিয়লি ৩ বজাত কৃষকৰ একাউণ্টত সোমাব ২০০০ কৈ টকাপি এম কিষাণ (PM Kisan) যাক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বুলিও জনা যায়, হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পুঁজি যোগান ধৰা এক কেন্দ্ৰীয় আঁচনি। এই আঁচনিৰ অধীনত, সকলো ভূমিধাৰী কৃষকক তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬,০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। চৰকাৰে এই পৰ্যন্ত ১২… 
- 
                                আহি আছে সুবৰ্ণ সুযোগ! চৰকাৰী স্কুটী ল’বলৈ সাজু হওক গাঁৱৰ মহিলাসকল২০২৩ বৰ্ষৰ বাবে জীৱিকা সখী নিয়োগ অতি শীঘ্ৰেই হোৱাৰ সম্ভাৱনা আছে। অতি সোনকালে চৰকাৰে হয়তো নতুন কেডাৰসকলৰ মাজত স্কুটী বিতৰণ কৰিব।… 
- 
                                PM-PRANAM: জৈৱিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী-প্ৰণাম আঁচনিৰাজ্যসমূহক জৈৱিক সাৰ ব্যৱহাৰৰ প্ৰতি উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰী-প্ৰণাম কৃষি প্ৰবন্ধন যোজনা (PM-PRANAM) প্ৰৱৰ্তন কৰা হ’ব। এই পদক্ষেপে ৰাজ্যসমূহক ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উৎসাহিত কৰাত সহায় কৰিব।… 
- 
                                PMFBY: ফচল বীমা যোজনাই কিদৰে সহায় কৰিছে বিপদত পৰা অসমীয়া কৃষকক?পিএমএফবিৱাই হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ‘খাৰিফ ২০১৬’ৰ অধীনত প্ৰৱৰ্তন কৰা এক শস্য বীমা আঁচনি৷ আৰম্ভণিৰে পৰা ই বতৰৰ অনিশ্চয়তাৰ ফলত হোৱা ক্ষয়-ক্ষতি প্ৰশমন কৰি পৰিশ্ৰমী কৃষকসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷… 
- 
                                সময়সীমা ৩১ জানুৱাৰী: আদৰ্শ কৃষক বঁটাৰ বাবে কেনেকৈ কৰিব আবেদন?যদি আপুনি কৃষিৰ সৈতে সম্পৰ্কিত কাম কৰে আৰু আপুনি এই ক্ষেত্ৰত কোনোধৰণৰ অনন্য কাম কৰি আছে যি বাকী কৃষকসকলকো অনুপ্ৰাণিত কৰিছে, যদি আপোনাৰ ধাৰণাবোৰে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন কৰিছে, তেন্তে সাজু হওক- কিয়নো আপোনাকো সন্মানিত কৰা হ'ব বঁটাৰে।… 
- 
                                আজি ৩৯,৬২,৮৮৫ জন হিতাধিকাৰীৰ একাউণ্টত সোমাল টকা, আপুনি পালেনে?আজি ১০ তাৰিখ। একাউণ্টত টকা সোমোৱাৰ দিন। প্ৰতিমাহৰ ১০ তাৰিখে অসম চৰকাৰৰ কেইবাখনো আঁচনিৰ হিতাধিকাৰীয়ে আজিৰ ১০ তাৰিখৰ দিনাই লাভ কৰে টকা। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি হিতাধিকাৰীৰ একাউণ্টলৈ টকা প্ৰেৰণ কৰিছে চৰকাৰে।… 
- 
                                ভাল খবৰ! এইসকল বিনিয়োগকাৰীৰ একাউণ্টত ২০২৩ত সোমাব অধিক টকাপিপিএফ, ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি, এম.আই.এছ., সুকন্যা সমৃদ্ধি আঁচনিত বিনিয়োগ কৰাসকললৈ সুখবৰ। নতুন বছৰৰ আৰম্ভণিৰেপৰাই এই আঁচনিসমূহত বিনিয়োগ কৰাসকলে লাভ কৰিব বৰ্ধিত সূত। বিত্ত মন্ত্ৰালযয়ে জাৰি কৰা অধিসূচনা অনুসৰি ১ জানুৱাৰী, ২০২৩ৰ পৰা প্ৰথম তিনিটা মাহ, অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈ ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ সুতৰ হাৰ ০.২০… 
- 
                                Mission Basundhara বাবে আবেদনৰ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধিমিছন বসুন্ধৰা ২.০ত আৱেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। বিধানসভাৰ শীতকালীন অধিৱেশনত আজি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ২.০ত আৱেদন পূৰণৰ তাৰিখ ৩১ মাৰ্চ, ২০২৩লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।… 
- 
                                দেশৰ ২৮ কোটি লোকৰ নাম সোমাল এই তালিকাত, বাজেটৰ পূৰ্বে আপুনিও কৰি লওক পঞ্জীয়নদেশৰ বহু শ্ৰমিক এই আঁচনিৰ দ্বাৰা লাখ লাখ টকা লাভ কৰি লাভান্বিত হৈছে। বাজেটৰ আগতে , বহুলোকে এই আঁচনিখনত ইতিমধ্যে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। এটা জৰীপত প্ৰকাশ পোৱা মতে এতিয়ালৈকে ২৮ কোটিতকৈও অধিক লোকে এই আঁচনিখনত নিজৰ নাম পঞ্জীয়ন কৰিছে। গতিকে এই বিষয়ে বিতংভাৱে… 
- 
                                প্ৰধানমন্ত্ৰী জন ধন যোজনা: একাউণ্ট ধাৰকসকলক চৰকাৰে দিব ১০ হাজাৰ টকা!মৌলিক বিত্তীয় সেৱাসমূহৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিবলৈ, উচ্চাভিলাষী পিএমজেডিৱাই (PMJDY) আঁচনি আগষ্ট 2014-ত আৰম্ভ কৰা হৈছিল। ভাৰতৰ এজন নাগৰিক যাৰ বৰ্তমান আন কোনো একাউণ্ট নাই, তেওঁ যিকোনো বেংক শাখাত আঁচনিখনৰ অধীনত মৌলিক সঞ্চয় বেঙ্ক জমা একাউণ্ট খুলিব পাৰে।… 
- 
                                শীঘ্ৰেই মুকলি হ’ব পিএম কিষান আচঁনিৰ 13th কিস্তি, সম্পূৰ্ণ কৰক ই-কেৱাইচি!বিভিন্ন সুত্ৰৰ পৰা গম পোৱা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM Kisan Yojana) ত্ৰয়োদশ কিস্তি ডিচেম্বৰ মাহত মুকলি কৰা হ'ব। অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।… 
- 
                                ফচল বীমা আঁচনি কি! কৃষকক কেনেদৰে সহায় কৰে এই আঁচনিয়েডিব্ৰুগড়ত ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সভা। জিলাখনৰ প্ৰান্তে প্ৰান্তে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰে লক্ষ্যৰে আয়োজন কৰা হৈছে এই সজাগতা সভা। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত আৰু “Future Generali India Insurance Company Limited ” ৰ সহযোগত আয়োজন কৰা হৈছে এই সজাগতা সভাসমূহ।… 
- 
                                বহু কৃষকে সফলতা লাভ কৰিছে এই আঁচনিসমূহৰ সুবিধা লাভ কৰিআমাৰ ৰাজ্যৰ কৃষক সকলক কৃষিক্ষেত্ৰত সঠিকভাৱে আৰু সফলতাৰে আগবঢ়াই নিবলৈ অসম কৃষি বিভাগে বিভিন্ন শস্যৰ বাবে বিভিন্ন আঁচনি ৰুপায়ন কৰি আহিছে| তাৰে কিছুমান আঁচনি কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত আৰু আন কিছুমান আঁচনি ৰাজ্য চৰকাৰৰ নিজস্ব পুঁজিৰে পৰিচালিত|… 
- 
                                ৰেচন কাৰ্ডধাৰীৰ এতিয়াৰ পৰা আপুনি য'তেই নাথাকক কিয় এই সুবিধা লাভ কৰিব পাৰিব!দেশৰ দ্ৰৰিদ্ৰ সীমাৰেখা তলৰ জনতাক আৰ্থিকভাৱে সহায় কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিনামূলীয়া ৰেচন আৰু সস্তীয়া ৰেচন আঁচনি চলাই আছে। যাতে এই লোকসকলল কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ইয়াৰ মাজতে শেহতীয়াকৈ ইউআইডিএআই (UDIA)য়ে দেশৰ ৰেচনকাৰ্ডধাৰী লোকসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ।… 
- 
                                যদি আপুনি এই সৰু কামটো কৰে, স্বামী আৰু পত্নীয়ে ৭২ হাজাৰ টকা পাববিবাহিত লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে বিবাহিত লোকসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছে এই আঁচনি। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ পৰা বিবাহিত দম্পতীসকলক ৭২,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। কিন্তু বিবাহিত দম্পতীয়ে প্ৰতি মাহে ২০০টকা জমা দিব লাগিব৷… 
- 
                                কৃষকসকলে ডাকঘৰৰ এই আঁচনিৰ অধীনত ধন জমা কৰি নিৰ্দিষ্ট সময়ত দুগুণ লাভ কৰিবকেন্দ্ৰীয় চৰকাৰে কৃষি আৰু কৃষকৰ প্ৰতি লক্ষ্য ৰাখি বহুতো প্ৰণয়ন কৰিছে- পি এম কিষাণ যোজনা, প্ৰধানমন্ত্ৰী কিষাণ মানধন আঁচনি, কিষাণ ক্ৰেডিট কাৰ্ড আদি। এই আঁচনিসমূহৰ যোগদান কৰি দেশৰ কৃষক লাভান্বিত হৈছে৷ তদুপৰি শেহতীয়াকৈ কিন্তু অন্নদাতা কৃষকসকলে তেওঁলোকৰ জমা ধনৰ ওপৰত উৎকৃষ্ট সুতৰ সুবিধা প্ৰদানৰ বাবে… 
- 
                                পিএম কিষানৰ দ্বাদশ কিস্তি নাই পোৱা যদি এই নম্বৰত ফোন কৰকআজি মুকলি কৰা হ’ল PM Kisanৰ দ্বাদশ কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ কিষাণ সন্মান সন্মিলনত এই ধন মুকলি কৰে। নতুন দিল্লীৰ আইএআৰআইৰ পুচাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন, ২০২২ৰ আজি প্ৰথমটো দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ PM Kisan নামৰ ফ্লেগশ্বিপ আঁচনিৰ… 
- 
                                দেৱালীত ট্ৰেক্টৰ কিনিলে লাভ কৰিব 50 শতাংশ ৰাজসাহায্যৰ সুবিধা!যদি আপুনি দেৱালী উপলক্ষে ট্ৰেক্টৰ কিনিবলৈও পৰিকল্পনা কৰি আছে, তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। এই দেৱালীত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 50 শতাংশ ৰাজসাহায্য কিয়নো বেছিভাগ কৃষকে কেৱল দেৱালী উৎসৱৰ আশে পাশে ট্ৰেক্টৰ ক্ৰয় কৰে। এনে পৰিস্থিতিত, প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ অধীনত ট্ৰেক্টৰ ক্ৰয়… 
- 
                                কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশনা অতুল বৰাৰকৃষি বিভাগৰ অধীনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে কৃষি বিভাগে।উৎপাদন বৃদ্ধিৰ বাবে গুণগত মানৰ বীজ সময়মতে বিতৰণতো বিভাগটোৱে গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিষয়সমূহক বিভাগটোৱে গুৰুত্বসহকাৰে লোৱাৰ কথা কৃষি মন্ত্ৰীগৰাকীয়ে কয়।… 
- 
                                প্ৰয়োজন হ'ব কি কি নথি-পত্ৰ!গৰ্ভৱতী আৰু সন্তানক গাখীৰ খোৱাই থকা মাতৃসকলৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ এই মহিলাসকলক অৰ্থসাহাৰ্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। আপুনি যদি গৰ্ভৱতী তেতিয়া হ’লে আপুনিও লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ এই অৰ্থসাহাৰ্য। এই আঁচনিৰ অধীনত মহিলাসকলক পুষ্টি প্ৰদানৰ বাবে ৬ টা কিস্তিত ৬০০০ টকা… 
- 
                                PM Kishan ৰ দ্বাদশ কিস্তি কেতিয়া? ফোন কৰক এই নম্বৰতদেশৰ কোটি কোটি কৃষকৰ মনত এতিয়া কেইবাটাও প্ৰশ্নই জুমুৰি দি আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ দ্বাদশ কিস্তি কেতিয়া আহিব? এই কিস্তিটো দিয়াত ইমান পলম কিয় হৈছে? ই-কেৱাইচি (E-KYC) কেনেকৈ কৰিব? প্ৰধানমন্ত্ৰী কৃষকসকলৰ শুভাকাংক্ষী হয় নে নহয়?… 
- 
                                যদি আপোনাৰ বয়স ৪০ বছৰ তলৰ তেতিয়া ৬০ বছৰ বয়সত লাভ কৰিব ১০০০ কৈ পেঞ্চন!ভাৰতৰ যিকোনো বাসিন্দাই এই আঁচনিৰ সুবিধা ল’ব পাৰে। যদি আপোনাৰ বয়স ৪০ বছৰৰ কম হয় তেন্তে আপুনিও এই আঁচনিৰ সুবিধা ল’ব পাৰে। আচলতে এই আঁচনিৰ যোগদান বয়স ১৮ৰ পৰা ৪০ বছৰ, গতিকে ৪০ বছৰৰ ওপৰৰ ব্যক্তিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে।… 
- 
                                ডাকঘৰৰ MIS আঁচনি কি!যদি কোনো ব্যক্তিয়ে এম আই এছ একাউণ্টত এটা সময়ত ৫০ হাজাৰ টকা জমা কৰে, তেন্তে তেওঁ প্ৰতিমাহে ২৭৫ টকা সুতৰ হাৰত এবছৰত ৩৩০০ টকা পাব। ৫ বছৰত আয়ৰ পৰিমাণ হ’ব ১৬,৫০০ টকা। এবাৰতে যদি এক লাখ টকা একাউন্টত জমা হয়, তেন্তে প্ৰতিমাহে সুত হ’ব ৫৫০… 
- 
                                জৈৱিক খেতি কৰিবলৈ লৈছে যদি এই আঁচনিখনৰৰ বিষয়ে জানি থওকউত্তৰ-পূৰ্বাঞ্চলৰ সাৰুৱা মাটি আৰু অনুকূল বতৰৰ অৱস্থা বিশেষভাৱে লক্ষ্য কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ অধীনত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্যৰ ধাৰা বিকাশ অভিযান’ নামৰ কেন্দ্ৰীয় আঁচনি এখন আৰম্ভ কৰে।… 
- 
                                দীপাৱলীৰ পূৰ্বেই হাতত পৰিব PM Kisan আঁচনিৰ দ্বাদশ কিস্তি!দীপাৱলীৰ পূৰ্বেই আপোনাৰ বাবে আহিব পাৰে ভাল খবৰ! শীঘ্ৰেই PM Kisan যোজনাৰ (PM Kisan 12th Installment Released)ৰ দ্বাদশ কিস্তি মুকলি কৰিবলৈ ওলাইছে PM মোদীয়ে।… 
- 
                                Top Five Schemes for Girl: ছোৱালীৰ বাবে শীৰ্ষ পাঁচখন আঁচনি!ছোৱালীৰ জন্মৰ পৰা তেওঁলোকৰ শিক্ষালৈকে বিত্তীয় সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰে বহু প্ৰকাৰৰ আঁচনি চলাই আছে, য'ত কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰলৈ এক দীঘলীয়া তালিকা আছে। কিন্তু কিছুমান আঁচনি আছে যিবোৰ অতি বিশেষ আৰু প্ৰকৃততে প্ৰাথমিক পৰ্যায়ত ৰূপায়ণ কৰা হৈছে।… 
- 
                                e-Schram Card: ই-শ্ৰম কাৰ্ডৰ জৰিয়তে প্ৰাপ্ত কৰক চৰকাৰী আঁচনিৰ সুবিধা! শীঘ্ৰেই কৰক আবেদনযদি আপুনি অসংগঠিত খণ্ডত কাম কৰে আৰু আপুনি এতিয়ালৈকে ই-শ্ৰম কাৰ্ড (e-Sharm Card) ৰ বাবে আবেদন কৰা নাই, তেন্তে সোনকালে ইয়াৰ বাবে আবেদন কৰক। কিয়নো কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰমিক কাৰ্ড ধাৰকসকলৰ বাবে বহুতো আঁচনিৰ সুবিধা দিব, সেয়েহে আপুনি এই লাভালাভবোৰৰ পৰা বঞ্চিত হ'ব নালাগে, সেয়েহে, শীঘ্ৰেই… 
- 
                                Good News for Farmers: শীঘ্ৰেই লাভ কৰিব পি-এম কিষাণ আচঁনিৰ দ্বাদশ কিস্তিৰ ধন?PM Kisan 12th Instalment Latest Update: কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Yojana) সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে যথেষ্ট সহায়ক বুলি প্ৰমাণিত হৈছে, কিয়নো এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকৰ একাউণ্টলৈ ৬০০০ টকাৰ বিত্তীয় সাহায্য প্ৰেৰণ কৰে। এই পৰিমাণটো 1 বছৰত 3 টা কিস্তিৰ… 
- 
                                APL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিAPL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি… 
- 
                                ৩ লাখ টকালৈকে ঋণৰ ওপৰত ৰেহাই অনুমোদন কেন্দ্ৰীয় কেবিনেটৰকেন্দ্ৰীয় কেবিনেটে কিষাণ ক্ৰেডিট কাৰ্ডত ৩ লাখ টকালৈকে ঋণৰ ওপৰত ৰেহাই অনুমোদন জনাইছে। কৃষকসকলক ১.৫ শতাংশ সূতৰ হাৰত ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছিল যে এতিয়ালৈকে ৩ কোটিতকৈও অধিক লোক এই আঁচনিৰ পৰা লাভান্বিত হৈছে। চৰকাৰে আঁচনিখনৰ ঋণ গেৰাণ্টি ৪.৫ কোটি… 
- 
                                Post office Scheme: ডাকঘৰৰ চাৰিখন শ্ৰেষ্ঠ আঁচনিৰ বিষয়ে জানো আহক!আজিৰ সময়ত মানুহে তেওঁলোকৰ সঞ্চয়ৰ বিষয়টোক লৈ আটাইতকৈ বেছি অসুবিধাত পৰে। মানুহে এনে এক বিশ্বাসযোগ্য আঁচনিত তেওঁলোকৰ ধন বিনিয়োগ কৰিব বিচাৰে, যাতে ভৱিষ্যতে তাৰ পৰা ভাল লাভালাভ প্ৰাপ্ত কৰিব বিচাৰে।যদি আপুনিও একে ধৰণৰ আঁচনিত বিনিয়োগ কৰাৰ বিষয়ে চিন্তা কৰি আছে, তেনেহ'লে কিছু শ্ৰেষ্ঠ ডাকঘৰ আঁচনি… 
Latest feeds
- 
                    এগ্ৰিপেডিয়া
                    Certified Paddy Seed Production: শালিধানৰ প্ৰমাণিত বীজ উৎপাদন
- 
                    এগ্ৰিপেডিয়া
                    Sesame Farming Benefit : এই খেতি কৰি কম দিনতে উপাৰ্জন কৰক
- 
                    উদ্য়ানশস্য়
                    Betel leaf in Poli house : এবাৰ কৰক আৰু ২০-৩০ বছৰলৈ পইচা লৈ থাকক
- 
                    এগ্ৰিপেডিয়া
                    Toria Farming Tips & benefit : টৰিয়া খেতিৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী
- 
                    এগ্ৰিপেডিয়া
                    Green Gram Farming : গ্ৰীষ্মকালীন মগুমাহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী
- 
                    News
                    মহিন্দ্ৰা 275 XP PLUS প্ৰতিগৰাকী খেতিয়কৰ এক বিশ্বস্ত সহায়ক
- 
                    সফল কাহিনী
                    Mahindra Yuvo Tech+ 585ৰ সৈতে অশোক ৰাওৰ সফলতাৰ কাহিনী
- 
                    News
                    Bay leaf farming : পশ্চিমবংগত তেজপাতৰ খেতিৰে মহিলাৰ কৃষি বিপ্লৱ
- 
                    পশুপালন
                    fish seeds : পুখুৰীত মাছৰ পোনা মেলাৰ আগতে এইকেইটা কাম কৰক
- 
                    এগ্ৰিপেডিয়া
                    Assam Flood tolerant Paddy Variety : পানীৰ তলত ১৪-১৫ দিন থাকিলেও নমৰে
 
                     
                     
                     
                     
                         
                         
                         
                        