1. Government Schemes

APL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি

KJ Staff
KJ Staff
Social securitry Scheme
Social securitry Scheme

সংক্ষিপ্ত উদ্দেশ্য

এই আঁচনিৰ প্ৰাথমিক উদ্দেশ্য হ'ল ৰাজ্যৰ বৃদ্ধলোকসকলক, তেওঁলোকৰ অৱসৰকালীন সময়ত সাহাৰ্য প্ৰদান কৰা। আঁচনিখন ৰাজ্যৰ উভয় শ্ৰেণীৰ লোকৰ বাবে প্ৰযোজ্য।

নাগৰিকৰ সুবিধা

  • ৰাজ্যৰ সকলো জ্যেষ্ঠ নাগৰিকক প্ৰতিমাহে 300 টকাৰ পেনশন দিয়া হ'ব।

  • প্ৰাৰ্থীজন দাৰিদ্ৰ সীমাৰেখাৰ তলৰ বা দাৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হ'ব লাগিব।

  • চৰকাৰী চাহবাগানত কৰ্মৰত শ্ৰমিকে 10 পইচাৰ কৰ ৰেহাই দাবী কৰিব পাৰে।

  • ৰাজ্যৰ আমিনগাঁওত থকা চাহ কেন্দ্ৰৰ পৰা চাহ ৰপ্তানী কৰা সকলো চাহ কৃষকক কৃষি আয়কৰ হিচাপে 6 কেজি চাহত ৰেহাই দিয়া হ'ব যাতে তেওঁলোকে চাহ ৰপ্তানী প্ৰক্ৰিয়াৰ উন্নতি ঘটাব পাৰে।

যোগ্যতা

নিম্নলিখিত মানদণ্ডসমূহ পূৰণ কৰা সকলো নাগৰিকে এই আঁচনিৰ সুবিধা ল'ব পাৰিব-

  • আবেদনকাৰী ৰাজ্যৰ বাসিন্দা হ'ব লাগিব।

  • আবেদনকাৰী জ্যেষ্ঠ নাগৰিক হব লাগিব, 60 বয়সৰ অধিক হ'ব লাগিব। 

  • পৰিয়ালৰ বছেৰেকীয়া আয় তিনি লাখৰ কম হ'ব লাগিব।

  • আবেদনকাৰীৰ APL বা BPL কাৰ্ড থাকিব লাগিব।

  • যিকোনো জাতি, ধৰ্ম, সম্প্ৰদায় আৰু আৰ্থিক অৱস্থাৰ লোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে।

 

অসম চৰকাৰে এই আঁচনিৰ আবেদন প্ৰক্ৰিয়াৰ বাবে কোনো জাননী প্ৰকাশ কৰা নাই। আবেদন প্ৰক্ৰিয়াৰ বাস্তৱায়ন কৰাৰ সময় বৃদ্ধি কৰা হৈছে। সকলো ধৰণৰ সবিশেষ তথ্য প্ৰকাশ হোৱাৰ পিছত যোগ্য আবেদনকাৰীয়ে ৰাজ্য চৰকাৰৰ পৰ্টেলত গৈ আবেদন কৰিব পাৰিব।

অতিৰিক্ত তথ্য 

আঁচনিখনৰ সুবিধা লবৰ বাবে আবেদনকাৰীয়ে তলত উল্লেখ কৰা নথিসমূহ জমা দিব লাগিব-

  • বাসিন্দাৰ প্ৰমাণপত্ৰ 

  • আয়ৰ প্ৰমাণপত্ৰ 

  • আধাৰ কাৰ্ড 

  • দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ প্ৰমাণপত্ৰ 

  • বেংকৰ সবিশেষ 

  • একাউন্ট নম্বৰ 

  • IFSC

  • শাখাৰ নাম 

লগতে পঢ়ক-Post office Scheme: ডাকঘৰৰ চাৰিখন শ্ৰেষ্ঠ আঁচনিৰ বিষয়ে জানো আহক!

English Summary: Old Pension Scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.