1. News

ৰেচন কাৰ্ডধাৰীৰ এতিয়াৰ পৰা আপুনি য'তেই নাথাকক কিয় এই সুবিধা লাভ কৰিব পাৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ration card big Update: now u can get ration by anywhere
Ration card big Update: now u can get ration by anywhere

দেশৰ দ্ৰৰিদ্ৰ সীমাৰেখা তলৰ জনতাক আৰ্থিকভাৱে সহায় কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিনামূলীয়া ৰেচন আৰু সস্তীয়া ৰেচন আঁচনি চলাই আছে। যাতে এই লোকসকলল কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ইয়াৰ মাজতে শেহতীয়াকৈ ইউআইডিএআই (UDIA)য়ে দেশৰ ৰেচনকাৰ্ডধাৰী লোকসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ।

ইউআইডিএআইয়ে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই তথ্য জনাইছে যে দেশৰ যিকোনো কোণত থাকি ৰেচনৰ সুবিধা লাভ কৰিব পাৰিৰ হিতাধিকাৰীসকলে। ঘৰৰ পৰা আঁতৰত অৰ্থাত ভাড়া ঘৰ থকা ঠাইতে লাভ কৰিব ৰেচনৰ সামগ্ৰী। হিতাধিকাৰীয়ে এতিয়াৰ পৰা আধাৰ কাৰ্ড দেখুৱাই চৰকাৰী ৰেচনৰ দোকানৰ পৰা যিকোনো ঠাইতে ৰেচন লাভ কৰিব পাৰিব।

লগতে পঢ়ক- 

কৃষকসকে কিষাণ কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব ডেৰ লাখ টকাৰ লোণ

UIDAৰ টুইট
UIDAৰ টুইট

চৰকাৰে প্ৰদান কৰা ৰেচনৰ সুবিধা, মানুহে এতিয়া আধাৰ কাৰ্ড দেখুৱাই চৰকাৰী ৰেচনৰ দোকানৰ পৰা যিকোনো ঠাইতে ৰেচন লাভ কৰিব পাৰিব।

UIDAৰ টুইট

ইউআইডিএআইয়ে "ৱান নেচন, ৱান ৰেচন কাৰ্ড" অভিযানৰ অধীনত নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই খবৰ ঘোষণা কৰিছে, "আধাৰৰ সহায়ত আপুনি দেশৰ যিকোনো ঠাইতে ৰেচন ল'ব পাৰিব"।

ইয়াৰ বাবে আপুনি মাত্ৰ আপোনাৰ ওচৰৰ যিকোনো আধাৰ কেন্দ্ৰলৈ গৈ আধাৰ আপডেট কৰিব লাগিব। যদি আপুনি আপোনাৰ ওচৰৰ আধাৰ কেন্দ্ৰ বিচাৰি উলিয়াব নোৱাৰে তেন্তে UIDAI ৰ অফিচিয়েল ৱেবচাইটত গৈ সহজেই আধাৰ কেন্দ্ৰ বিচাৰি পাব। তদুপৰি আপুনি টোল ফ্ৰী নম্বৰ ১৯৪৭ নম্বৰত যোগাযোগ কৰি আধাৰ সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰিব।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

English Summary: Ration card big Update: now u can get ration by anywhere

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.