Fish Farming

Fish farming, also known as aquaculture, is the practice of raising fish and other aquatic organisms in controlled environments such as tanks, ponds, or cages. It is an important agricultural practice worldwide, providing a significant source of protein and income

  • এসময়ত আনৰ ঘৰত মাছ ধৰা চক্ৰধৰ বড়োৰ, এতিয়া নিজৰে আছে ২৬ টাকৈ পুখুৰী

    ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়তেই চক্ৰৰ বড়োৱে পিতৃ-ভাতৃৰ লগত আনৰ মাটিত হাল বাইছিল। পুৱা পথাৰত কাম কৰি উঠি বিদ্যালয়লৈ গৈছিল। আর্থিক অসুবিধাৰ বাবেই অশেষ কষ্ট কৰা বড়োৱে কিন্তু আশা এৰা নাছিল। সেইজন চক্র বড়োৱে এতিয়া বছৰি প্ৰায় ৬০ লাখ টকাৰ মাছ বিক্ৰী কৰে। বড়োৰ ব্যৱসায়ৰ…

  • অতি সম্ভাৱনাপূৰ্ণ মাগুৰ মাছ পালন! প্ৰতিকিলো গ্ৰামৰ বজাৰ মূল্য ৫০০-৭০০ টকা

    মাগুৰ মাছ পুখুৰীত পালন কৰাটো বিশেষ টান কাম নহয়, কাৰণ এই মাছবিধ বায়ুস্বাসী হোৱা হেতুকে পানীৰ গুণাগুণ অতি বেয়া হ’লেও ই জীয়াই থাকিব পাৰে। আনকি মাগুৰ মাছে অতি কম অক্সিজেনযুক্ত, অতি বেছি কাৰ্বন ডাই অক্সাইড যুক্ত, মিথেন আৰু এম’নিয়া গেছ থকা পানীতো জীয়াই থাকিব পাৰে।…

  • পুখুৰীত পোনা মেলাৰ আগেয়ে মীন পালক সকলৰ জানিবলগীয়া কথা.....

    পুখুৰী বা যিকোনো মীনপালন ক্ষেত্ৰত পোনা মেলাৰ আগেয়ে পোনাখিনি চিনি পোৱাটো একান্তই বাঞ্ছনীয়। বহু সময়ত বহু মীনপালকৰ অজ্ঞতা বা অৱহেলাৰ বাবে সঠিক প্ৰজাতিৰ পৰিৱৰ্তে অসাধু পোনা বিক্ৰেতাসকলে অসংগত আৰু অপালনীয় বিভিন্ন প্ৰজাতিৰ পোনা কৌশলেৰে বিক্ৰী কৰে। ফলস্বৰূপে মূৰকত মীন পালকজন বঞ্চিত হয় আশানুৰূপ উৎপাদনৰপৰা। আশানুৰূপ…

  • মাছক Horlicks খুৱাই বছৰি ৫,০০০ কেজি মৎস্য উৎপাদন উত্তম মন্ডলৰ

    উত্তমৰ মাছৰ বাঢ়নৰ হাৰ আৰু স্বাদ অনন্য বুলি জিলাখনত এটা নাম আছে। উত্তমে জনোৱা মতে তাৰ বাবে তেওঁ নিৰ্দিষ্ট নিৰিখত সপ্তাহে প্ৰতি দুদিন মাছক হৰলিস্ক (Horlicks) খুৱায়। সেয়েহে প্ৰতি হেক্টৰ জলকালিত বছৰেকত উত্তমৰ মৎস্য উৎপাদন ৫০০০ কেজিৰো অধিক।…

  • গাহৰিৰ সমন্বয়ত কেনেদৰে কৰিব মীন পালন জানিবলৈ পঢ়ক এই প্ৰবন্ধ

    মাছ পালনৰ বাবে পুখুৰী প্ৰস্তুতিৰ সময়। এই সময়ত আপোনাৰ ঘৰৰ পুখুৰীটো নতুন ৰূপত সজাই বৈজ্ঞানিক পদ্ধতিৰে মাছ পালনৰ বাবে উপযুক্ত কৰি ল’ব লাগে। বৈজ্ঞানিক পদ্ধতিৰে মাছ পালনৰ বাবে যদি পুখুৰীৰ পাৰত বা কাষত ঠাই আছে তাত গাহৰিৰ গড়াঁল নিৰ্মান কৰি গাহৰিৰ লগত মাছ পালনৰ সমন্বিত…

  • বায়’ফ্লক পদ্ধতিৰে ধেমাজিৰ জিতু গগৈয়ে পালন কৰিছে থলুৱা কাৱৈ-শিঙি মাছ

    সম্প্ৰতি মাছ পালনৰ বাবে বায়’ফ্লক পদ্ধতি একাংশ মাছ পালকৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছে। আৰু বহু মাছপালক এই বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি সফলো হৈছে। বহুজন বিফল হোৱা বুলি জানিব পৰা গৈছে। এই আলোচনাত আমি অৱশ্যে বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি কৰি সফল হোৱা ধেমাজিৰ…

  • শীতকালত মীনপালকসকলে মাছৰ ল’বলগীয়া যতন!

    শীতকালত মীন পালন কৰা পুখুৰীত তুলনামূলকভাৱে অধিক যত্ন লোৱা প্ৰয়োজন। কিয়নো এই কালছোৱা মীন পালনৰ ক্ষেত্ৰত যথেষ্ট স্পৰ্শকাতৰ সময়। আমাৰ ৰাজ্যখনত মুখ্যত পালন কৰা ভাৰতীয় মূলৰ ৰৌ, বাহু, মিৰিকা আৰু বিদেশী মূল ছিলাভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প আদি মাছৰ বাবে পানীৰ সৰ্বোত্তম উষ্ণতা ২৮…

  • Fish: স্বাস্থ্য ৰক্ষাৰ সমল হিচাপে মৎসবিশেষ

    স্বাধীনোত্তৰ কালছোৱাত ভাৰতত খাদ্যশস্য উৎপাদন বাঢ়িছে যদিও ইয়ে দেশখনৰ জনসাধাৰণৰ পুষ্টিহীনতা হ্রাস কৰিব পৰা নাই। বৰ্তমানেও ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৬ শতাংশ গ্ৰাম্য পৰিয়াল পুষ্টিহীনতাত ভুগি আছে। অতি কম খৰচী আৰু সুলভ প্ৰ'টিনৰ উৎস মাছ খাই এই পুষ্টিহীনতাৰ হাব যথেষ্ট হ্ৰাস কৰিব পাৰি। মাছত গড়ে…

  • Fish Farming Guide: মৎস পালনত কেৰিড অভাৰ চিড

    কেৰিড অভাৰ চিড হ’ল মাছৰ এই বছৰ পোনাটো নাৰ্চাৰী বা ৰিয়েৰিং পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পুখুৰী প্ৰস্তুতিৰ পিছত ষ্টফিং পুখুৰীত মেলি দিয়া।…

  • প্ৰজননক্ষম মাছ ৰখা পুখুৰীৰ পৰিচালনাৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া ৩ টা গুৰুত্বপূৰ্ণ কথা

    মাছ পালনত কৃতকাৰ্য হবলৈ হলে তিনিটা বস্তুৰ খুবেই প্ৰয়োজন। এই অপৰিহাৰ্য বস্তু কেইবিধ হ’ল মাছৰ গুণাগুণ সম্পন্ন পোনা, মাছৰ খাদ্য আৰু মাছ পালনৰ বৈজ্ঞানিক কৌশল সন্দৰ্ভত জ্ঞান।…

  • প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সুবিধা কেনেদৰে লাভ কৰিব জানক

    গ্ৰাম্য অঞ্চলত মীন পালন উপাৰ্জনৰ এক প্ৰধান উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে। গ্ৰাম্য ভাৰতৰ বহু সংখ্যক কৃষকে এই ব্যৱসায়ৰ ফালে গতি কৰিছে সমান্তৰালভাৱে ভাল লাভালাভ প্ৰাপ্ত কৰিছে। চৰকাৰে কৃষকসকলক কেইবাটাও আঁচনিৰ জৰিয়তে মীন পালন কৰিবলৈ আৰ্থিক সহায় আগবঢ়ায়।…

  • কৃত্ৰিম উপায়েৰে কেঁকোৰা কেনেদৰে পালন কৰিব পাৰি জানো আহঁক

    অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কেঁকোৰা দেশৰ ৰপ্তানি কৰা মীন সম্পদত মিছা মাছৰ পিছত দ্বিতীয় স্থানত আছে। যদিও বৰ্তমান আমাৰ দেশত উৎপাদিত কেঁকোৰাৰ পৰিমাণ সঠিকভাৱে অনুমান কৰা সম্ভৱ নহয়, কেঁকোৰা ৰপ্তানিৰ পৰা প্ৰতি বছৰে বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰা উপাৰ্জন হয়। কেঁকোৰাবোৰ প্ৰজাতি-আধাৰিত সতেজ আৰু নিমখীয়া পানীৰ পৰিৱেশত…

  • Prawn Fish Farming: মিছা মাছ পালন সন্দৰ্ভত কিছু কথা

    ধাননি পথাৰত মিছা মাছৰ খেতি কৰিব পাৰি। ধানৰ সৈতে মাছ পালনৰ এই পদ্ধতিক সমন্বিত মীন পালন বুলিও কোৱা হয়। এই খেতিত ধান পথাৰত মিছামাছ আৰু ধান আৰু পাচলি একেলগে খেতি কৰা হয়। এই ধৰণৰ খেতিৰ ক্ষেত্ৰত পথাৰৰ চাৰিওফালে উচ্চ এলেকা তৈয়াৰ কৰি, ইয়াক ইয়াৰ ভিতৰত…

  • শিঙি আৰু মাগুৰ মাছ পালনৰ পদ্ধতি সম্পৰ্কে জানো আহক-

    শিঙি আৰু মাগুৰ মাছৰ শাৰীৰিক বৈশিষ্ট্যৰ মাজত কিছু সাদৃশ্য আছে। সিহঁতৰ শৰীৰ দীঘল, সন্মুখভাগ নলাকাৰ, পিছফালটো সমতল। মুখত চাৰিযোৰ দাড়ি আৰু দুয়োফালে দুডাল কাইট থাকে। শিঙি মাছবোৰ মাগুৰ মাছতকৈ তুলনামূলকভাৱে সৰু আৰু আৰু মুৰটো তুলনামূলকভাৱে ঠেক। শিঙি মাছৰ কাইট বিষাক্ত। সেইকাৰণে শিঙৰ মাছে বিন্ধিলে প্ৰভাৱিত…

  • থাই পুঠি পালনৰ পদ্ধতি সম্পৰ্কে জানো আঁহক-

    মীনন পালনৰ ক্ষেত্ৰত থাই পুঠি পালন এক লাভজনক ব্যৱসায়। এই মাছ পালনেৰে বহু লোক স্বাৱলম্বনৰ পথ মুকলাবলৈ সক্ষম হৈছে। যিহেতু ই দ্ৰুতগতিত বাঢ়ি আছে, সকলোৱে এই মাছৰ খেতি কৰিবলৈ আগ্ৰহী। এইটো থাইলেণ্ডৰ মাছৰ এটা বিশেষ প্ৰজাতি। এইটো দেশী পুঠিৰ দৰে দেখা যায়, সেয়েহে ইয়াক থাই…

  • মৎস পালনৰ জৰিয়তে কম খৰচত অধিক উপাৰ্জন, কেনেকৈ জানিবলৈ পঢ়ক

    বিগত কেইবছৰমানত, মীন পালন বৃদ্ধি দেখি, চৰকাৰে কৃষকসকলক মীন পালনৰ ক্ষেত্ৰলৈ আহিবলৈ উৎসাহিত কৰি আছে আৰু লগতে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY)ৰ দৰে বিভিন্ন ধৰণৰ আঁচনি চলাই আছে। এই আঁচনিৰ অধীনত, কৃষকসকলক মীন পালনৰ লগতে আন বহুতো সুবিধাৰ বাবে ৰাজসাহায্য প্ৰদান কৰা হয়।…

  • এনেদৰে পালন কৰক কুচিয়া মাছ-

    কুচিয়া এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙি আদি মাছৰ দৰে ইয়াৰ ছাল থাকে। কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি থাকে।…

  • কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন পদ্ধতি

    হাপা পদ্ধতিত মাছৰ প্ৰজনন কৰাৰ বাবে প্ৰজনন হাপা আৰু ভ্ৰূণ পোনা জন্ম পাবৰ বাবে হেচ্ছিং হাপা ব্যৱহাৰ কৰা হয়। প্ৰজনন হাপাটো নাইলনৰ মিহি সুঁতাৰে তৈয়াৰী জালৰ পাহি কটা আঁঠুৱাসদৃশ এবিধ সঁজুলি। ইয়াৰ তিনিওফালৰ মুখকেইখন বন্ধ হয়, কিন্তু ওপৰফালৰ মুখখন খুলি ৰখা হয় আৰু ইচ্ছামতে বন্ধ…

  • মাছৰ পুষ্টিগুণ আৰু থাওঁকতে মৎস্য উৎপাদনৰ সম্ভাবনীয়তা

    মাছ এবিধ অতি সহজলভা উচ্চ প্রটিন উৎস্যসমৃদ্ধ পুষ্টিকৰ খাদ্য। সুস্বাদু এই খাদ্যবিধে জনসাধাৰণৰ পৌষ্টিক মানদণ্ড উন্নীতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি আমাৰ দেশৰ প্ৰায় ৩০ শতাংশ জনসাধাৰণে পুষ্টিহীনতাত ভোগে। খাদ্যত প্ৰ’টিনৰ অভাৱৰ হেতু এতিয়াওঁ কৱাছিৰকৰ, মাৰছমাছ আদিৰ…

  • মাছপোনা উৎপাদনেৰে স্বাৱলম্বী অভয়াপুৰীৰ নজৰুল সৰকাৰ

    মীন পালন বর্তমান সময়ত দ্ৰুততম বিকাশশীল খণ্ডসমূহৰ ভিতৰত এটা অন্যতম। মাছ উৎপাদনক দেশত যথেষ্ট গুৰুত্ব দিয়া হয়। গ্ৰাম্য অঞ্চলত বসবাস কৰা বহোতো লোকৰ জীৱিকাৰ এক প্ৰধান উৎস। মাছ পালনৰ সমান্তৰালভাৱে মাছৰ পোনা উৎপাদনো এক লাভজনক ব্যৱসায়।…

  • সুষমা: মীন পালকসকলৰ বাবে মাছৰ পৰিপূৰক খাদ্য!

    মীনপালন প্ৰযুক্তিৰ বিকাশ আৰু সমান্তৰালভাৱে ন ন ব্যক্তিৰ মীনপালন বৃত্তিলৈ আগ্ৰহে নীল বিপ্লৱৰ নিৰৱচ্ছিন্ন যাত্ৰাপথত সঞ্চাৰ কৰিছে আশাৰ ৰেঙণি। মীনপালনলৈ আহ্লাদিত এই উত্তৰণে প্ৰয়োগ সামগ্ৰীৰ ক্ষেত্ৰতো ন ন দৃষ্টিভংগীৰ উন্মেষ ঘটাইছে। উল্লেখ্য যে বিগত বছৰসমূহত বহু উচ্চশিক্ষিত যুৱক-যুৱতীয়ে মীনপালনৰ জৰিয়তে আত্মপ্ৰত্যয়ৰে প্ৰশস্ত কৰিছে আত্মসংস্থাপন। এইসমূহ…

  • মীন পালনত ৰাসায়নিক সাৰ প্ৰয়োগ আৰু পাৰ্শক্ৰিয়া

    বৰ্তমান যুগত সৰ্বত্ৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত হ’ব পৰা বিভিন্ন অসুবিধা/ভাল-বেয়া দিশৰ বিষয়ে নজনাকৈ আমি তাক সহজতে ব্যৱহাৰ কৰিব লৈছোঁ। এইটো কিন্তু আমাৰ বাবে শুভ লক্ষণ নহয়। আজিকালি আমাৰ কৃষক বন্ধুসকলে উৎপাদন বৃদ্ধিৰ বাবে ৰাসায়নিক দ্ৰব্যসমূহ জধেমধে ব্যৱহাৰ কৰা পৰিলক্ষিত…

  • মাছপোনা চিনাক্তকৰণ আৰু পুখুৰীত মেলাৰ কৌশল

    মাছপোনা চিনাক্তকৰণ এক জটিল প্ৰক্ৰিয়া। মাছ পোনা চিনাক্তকৰণত হোৱা অসুবিধাৰ বাবে আমি বহুক্ষেত্ৰত ঠগ খাব লগা হয়। আমাৰ মাছপোনা বিক্ৰেতাসকলে আমি চিনি নোপোৱাৰ সুযোগ গ্ৰহণ কৰি ডৰিকনা, পুঠি আদি মাছৰ পোনাক ৰৌ, বাহু বুলি বিক্ৰী কৰি থৈ যায়। বছৰৰ শেষত আমি ৰৌ, বাহুৰ পৰিৱৰ্তে পুঠি,…

  • মীন পালকসকলৰ বাবে সু-খবৰ! অনলাইন মাছ বিক্ৰী কৰিবলৈ "মৎস্য সেতু" মোবাইল এপ মুকলি

    কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পৰশত্তম ৰূপলাই ৰাষ্ট্ৰীয় মীন পালন উন্নয়ন ব'ৰ্ডৰ নৱম সাধাৰণ সভাত "মৎস্য সেতু" নামেৰে মোবাইল এপ মুকলি কৰে। এই এপৰ বিশেষত্ব হ’ল মীন পালকসকলে ইয়াৰ জৰিয়তে এক অনলাইন বজাৰৰ সুবিধা লাভ কৰিব।…

  • কুচিয়া পালনেৰে স্বনিয়োজনৰ নিদৰ্শন

    কুচিয়া পালনৰ বিজ্ঞানভিত্তিক কৰ্মপঞ্জী এতিয়াও (Package of Practice) সৰলীকৃত আৰু মানকৃত হৈ অনুমোদিত পৰ্যায়লৈ অহা নাই, তৎসত্ত্বেও বিজ্ঞানীমহলে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিছে। কুচিয়া মাছৰ আবিষ্ট প্ৰজননেৰে কৃত্ৰিমভাৱে পোনা উৎপাদনো ব্যৱসায়িক ভিত্তিত আজিকোপতি সহজলভ্য হোৱা নাই। ইয়াৰ মাজতো অৱশ্যে নিজস্ব অভিজ্ঞতাৰ ভিত্তিত পৰীক্ষামুলকভাৱে দুই-এজন মীন পালকে…

  • অসমত থলুৱা প্ৰজাতিৰ মাছ আৰু ইয়াৰ সংৰক্ষণ

    অসমৰ জলাশয়ত দেখিবলৈ পোৱা কাৱৈ, গৰৈ, মাগুৰ, শিঙি, শিঙৰা, তুৰি, বতিয়া, ককিলা, শ’ল, শাল, বৰালী, কুচিয়া, ভেদেঙী, পুঠি, দৰিকনা, খলিহনা, নাৰ, বাট, পাভ, চেনী-পুঠি, মিছা, চন্দা ইত্যাদি। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বজাৰ চাহিদা যথেষ্ট বেছি। থলুৱা প্ৰজাতিৰ মাছবোৰ চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহত উপযুক্ত মতা আৰু…

  • পুখুৰীত মাছৰ খাদ্য যোগানৰ নিৰিখ

    পানীত উদ্ভিদপ্লৱক আৰু প্ৰাণীপ্লৱকৰ পৰিমাণ বঢ়াবলৈ সাৰ প্ৰয়োগ কৰা হয় যদিও মীন পালনত মাছৰ আশানুৰূপ বৃদ্ধি পাবলৈ পৰিপূৰক খাদ্য প্ৰয়োগৰ প্ৰয়োজন অধিক। পোনা এৰাৰ এদিন পিছৰ পৰাই পৰিপূৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈৰ মিশ্ৰণ(১/১) পুখুৰীত প্ৰয়োগ কৰিব লাগে।…

  • মহাবাহু মীন কোম্পানীৰ বৃহৎ সফলতা, মীন পালনেৰে বছৰি লাখ টকা উপাৰ্জন!

    মহাবাহু মীন পালন প্ৰকল্প উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা মাছ উৎপাদন কোম্পানীবোৰৰ ভিতৰত এটা। অৰ্ধ-নিবিড় আৰু যৌগিক মাছ খেতিত অতুলনীয় দক্ষতাৰ সৈতে কম ব্যয়ৰ অভিনৱ মডেল। অনুপ চাৰ্মাৰ আৰু অঞ্জন কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত এই মহাবাহু মীন পালন প্ৰকল্পক 2021 চনত ভাৰত চৰকাৰৰ…

  • বানে গৰকা মীন পালকে কি কৰিব?

    প্ৰতি বছৰে সংহাৰী মূৰ্ত্তি ধাৰণ কৰা বানপানীয়ে মীন পালক সকলক কেনেদৰে জুৰুলা কৰে তাক নকৈ দোহৰাৰ প্ৰয়োজন নাই। ধন জন আৰু সা-সম্পত্তিৰ লগতে মীন পালনৰত পুখুৰী, মীন পাম, মীন সম্পর্কীয় আন্তঃগাঠনি আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বানপানীত ক্ষতি হোৱাৰ পাছত মীন পালক সকলে কেৱল ভাগ্যক ধিয়াই…

  • Fish Farming: গ্ৰীষ্মকালত মীন পালন আৰু ইয়াৰ পৰিচৰ্যা!

    গ্রীষ্মকালটো মীনপালকসকলৰ বাবে অতি গুৰুত্বপূর্ণ সময়। এই সময়ছোৱাত তুলনামূলকভাবে আন মাহতকৈ সৌৰ ঘণ্টাৰ (Solar Hour) পৰিমাণ বেছি বাবে পানীত প্রাকৃতিক উৎপাদকতা অধিক হয়। তদুপৰি মাছৰ বৃদ্ধিৰ বাবে অনুকূল উষ্ণতা (২৬ ডিগ্ৰী ছেঃ পৰা ৩২ ডিগ্ৰী ছেঃ) এই মাহকেইটাত থাকে। পানীত হ’ব পৰা অপতৃণসমূহৰো বংশবৃদ্ধি গৰমৰ…

  • Fisheries: কাৰ্পৰ লগত চিতল আৰু মাগুৰ মাছ পালন!

    কাৰ্পৰ লগত চিতল আৰু মাগুৰ মাছৰ প্ৰতিপালন-এই বিষয়টো বিগত কিছুদিন ধৰি সততে চৰ্চা হৈ আহিছে। যিহেতু চিতল, মাগুৰ আদি মাছৰ পুষ্টিগুণ চাহিদা আৰু ব্যৱসায়িক গুৰুত্ব তুলনামূলকভাৱে বেছি, সেয়েহে মীনপালকসকলে এই দুবিধ মাছো তেওঁলোকে সচৰাচৰ কৰি অহা সংমিশ্ৰিত মীন পালনৰ লগত মেলিবলৈ অৰ্থাৎ পালন কৰিবলৈ ইচ্ছা…

  • বৰশীত উঠিল ২০০ কিলোগ্ৰাম ওজনৰ দৈত্যকায় মাছ!

    মাছ ধৰিবৰ কাৰণেই হওক বা আনন্দৰ কাৰণেই হওক বৰষী বোৱা বহু লোকৰ প্ৰিয় অভ্যাস। অসমৰ গ্ৰাম্য জীৱনত নৈ, খাল, বিল আদিত প্ৰায়ে বৰষী বৈ মৎস চিকাৰ কৰা দেখিবলৈ পোৱা যায়।…

  • মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়!

    মাছ এবিধ শীতলৰক্তী মেৰুদণ্ডী প্রাণী। যিয়ে ফুলৰ দ্বাৰা উশাহ-নিশাহ লয়। জলক্লোম বা ফুলেৰে উশাহ নিশাহ লওঁতে দূষিত পানীৰ দ্বাৰা ই সহজে আক্রান্ত হ'ব পাৰে।…

  • বায়'ফ্লক পদ্ধতিৰে মাছ পালন কৰক ৬ ফুট গোলাকাৰৰ এটা টেংকিতে

    যি বিশেষ ব্যৱস্থাত এটা সৰু এলেকাত বৃহৎ পৰিমাণৰ মাছৰ খেতি কৰা হয়। ইজৰাইলত হোৱা এই বায়'ফ্লক পদ্ধতিয়ে বিশ্বৰ লগতে অসমতো বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে। ই কম খৰচি। এই বায়োফ্লক পদ্ধতিত মাছ পালনেৰে নিবনুৱা যুৱকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। মাত্ৰ চাৰি মাহৰ ভিতৰতে এই পদ্ধতিৰে মাছ…

  • মাছমৰীয়াৰ জালত বিৰল প্ৰজাতিৰ মিছা মাছ!

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মাছমৰীয়াৰ জালত ধৰা পৰিছে এটা বিৰল প্ৰজাতিৰ মিছা। মাছটো সম্পূৰ্ণ নীলা। টুইটাৰত মিছামাছৰ ফটো শ্বেয়াৰ কৰি চুইডিছ চিকিৎসা বিজ্ঞানী লাৰ্ছ-জোহান লাৰ্চনে কয় যে “পোৰ্টলেণ্ডৰ উপকূলত এটা নীলা মিছা মাছ ধৰা পৰিছে। মাছটো যাতে ডাঙৰ হয় তাৰ বাবে ইয়াক পানীত এৰি দিয়া হৈছে”।…

  • কম মূলধনৰ সৈতে শ’ল মাছ পালন- Snakehead Fish Cultivation

    শ’ল (Snakehead) এটা ব্যয়বহুল মাছ। যদিও এই মাছটো ব্যয়বহুল, খেতিৰ ব্যয় অতি কম। শ’ল মাছে সকলো ধৰণৰ প্ৰত্যাহ্বান যেনে খৰাং, ধাৰাসাৰ বৰষুণ বা প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে যি আন মাছৰ বাবে কঠিন।…

  • অসমৰ বানপানী, পুখুৰী আৰু মাছ পালন

    বাৰিষা কাল অহাৰ লগে লগে অসমৰ মানুহৰ মাজত এক সমস্যা আহি পৰে। সেই সমস্যাটো হ’ল বানপানী। বানপানীয়ে অসমৰ জন-জীৱনত এক সহিব নোৱাৰা সমস্যাৰ সৃষ্টি কৰাৰ লগতে নৈ, বিল আদিৰ বাঢ়নী পানীয়ে মানুহৰ জীৱন-জীৱিকা আৰু জীৱ জন্তক বাৰুকৈয়ে ক্ষতি কৰিছে। বৰ্তমান অসমৰ প্ৰায় ২২ খন জিলাৰ…

  • অসমৰ বানপানী, পুখুৰী আৰু মাছ পালন

    বাৰিষা কাল অহাৰ লগে লগে অসমৰ মানুহৰ মাজত এক সমস্যা আহি পৰে। সেই সমস্যাটো হ’ল বানপানী। বানপানীয়ে অসমৰ জন-জীৱনত এক সহিব নোৱাৰা সমস্যাৰ সৃষ্টি কৰাৰ লগতে নৈ, বিল আদিৰ বাঢ়নী পানীয়ে মানুহৰ জীৱন-জীৱিকা আৰু জীৱ জন্তক বাৰুকৈয়ে ক্ষতি কৰিছে। বৰ্তমান অসমৰ প্ৰায় ২২ খন জিলাৰ…

  • বানপানীৰ পিছত কি কি কৰিব মীন পালকসকলে?

    বানৰ তাণ্ডৱ সম্পৰ্কে নতুনকৈ অত্যুক্তি কৰাৰ নিশ্চয় প্ৰয়োজন নাই। বলিয়া বানে বিস্তৰ ক্ষতি কৰাৰ লগতে মীন পালনৰত পুখুৰীসমুহো ভাঙি চুৰমাৰ কৰি মাছসমুহ উলিয়াই নিয়ে। ধন-জন আৰু সা-সম্পত্তিৰ লগতে মীন পালনৰত পুখুৰী, মীন পাম, মীন সম্পৰ্কীয় আন্ত:গাঁথনি আদিৰো বিস্তৰ ক্ষতি সাধন কৰে। বানৰ ক্ষতি হোৱাৰ পাছত…

  • Fish Farming: কেনেদৰে কৰিব শ’ল মাছ পালন? জানক সম্পূৰ্ণ তথ্য!

    আজিৰপৰা ৩০-৪০ বছৰ আগত আমাৰ ঘৰৰ পাছফালে থকা পুখুৰীত মাটিৰ তলত থকা গাঁতত প্ৰায়ে দেখা পোৱা সকলোৰে পৰিচিত মাছবিধ হ’ল শ’ল বা শাল। পাৰ্চী ফৰ্মিচ(Perciformes) বৰ্গৰ অন্তৰ্গত চানিডে(Channidae) পৰিয়ালৰ মাছবিধ হ’ল চান্না(Channa) প্ৰজাতিৰ।…

  • মীন পালন কৰে নেকি আপুনি? Prawn Fish Farming আপোনাৰ বাবে হ’ব পাৰে এক লাভজনক ব্যৱসায়!

    মিছা মাছ হৈছে এক জলজ পালনৰ ব্যৱসায় যাক মুখ্যতঃ মানুহৰ ব্যৱহাৰৰ বাবে প্ৰতিপালন কৰা হয়। বিশেষ কথাটো হ'ল মিঠা পানীত উৎপন্ন হোৱা মিছা মাছৰ চাহিদা বজাৰৰ চাহিদাত অতি দ্ৰুত। মিছা মাছ খেতি এটা ফলপ্ৰসূ ব্যৱসায়। গ্ৰাম্য ভাৰতত মিছামাছ বহুলভাৱে খেতি কৰা হয়।…

  • Fish Farming: মাছৰ প্ৰজনন আৰু পোনা সংগ্ৰহ-

    মৎস্য পালনত আটাইতকৈ গুৰুত্বপূৰ্ন উপাদান হ’ল মাছ পোনা। উন্নত তথা প্ৰকৃত গুণাগুণসম্পন্ন মাছ পোনা ব্যৱহাৰৰ দ্বাৰা মাছৰ উৎপাদন বঢ়াব পাৰি। এই গুনসম্পন্ন মাছ পোনা উৎপাদনৰ ক্ষেত্ৰত আমাৰ মীনপালকসকলে গুৰুত্ব দিব লাগে। এই নিবন্ধত মাছ পোনা উৎপাদনৰ বিভিন্ন পদ্ধতি সম্বন্ধে আলোকপাত কৰিম।…

  • শ’ল মাছৰ উৎপাদন পদ্ধতি

    স্বাদ, পৰিপুষ্টি, ভেষজ গুণ, চাহিদা আৰু বজাৰ দৰৰ দিশৰ পৰা শ’ল এবিধ উতকৃষ্ট মাছ। অসমৰ উপৰি পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যত এই মাছ বিধ অতি জনপ্ৰিয়। বায়ুশ্বাসী এই মাছবিধৰ কলক্লোমৰ উপৰি এটি অতিৰিক্ত শ্বসনাংগ থাকে বা নিম্ন অম্লজান দ্ৰৱীভূত…

  • কাৱৈ, মাগুৰ, শিঙি মাছৰ পোনা উৎপাদনৰ পদ্ধতি

    প্ৰাকৃতিক পৰিৱেশৰ উপৰি হৰম’নৰ ব্যৱহাৰৰ দ্বাৰা কৃত্ৰিমভাৱে বায়ুশ্বাসী মাছৰ পোনা উৎপাদন কৰিব পাৰি। কাৰ্প মাছৰ বাবে প্ৰয়োজন হোৱাকৈ এই মাছ প্ৰজননৰ বাবে ইক’হেচ্ছাৰীৰ প্ৰয়োজন নহয়। কাৱৈ মাছৰ প্ৰজননৰ বাবে ৬ ফুট x ৩ ফুট x ৪ ফুটৰ (দীঘ x প্ৰস্থ x উচ্চতা) এটা কপাহী হাপাত…

  • অসমৰ থলুৱা প্ৰজাতিৰ মাছ আৰু ইয়াৰ সংৰক্ষণ

    অসমৰ জলাশয়ত দেখিবলৈ পোৱা কাৱৈ, গৰৈ, মাগুৰ, শিঙি, শিঙৰা, তুৰি, বতিয়া, ককিলা, শ’ল, শাল, বৰালী, কুচিয়া, ভেদেঙী, পুঠি, দৰিকনা, খলিহনা, নাৰ, বাট, পাভ, চেনী-পুঠি, মিছা, চন্দা ইত্যাদি। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বজাৰ চাহিদা যথেষ্ট বেছি। থলুৱা প্ৰজাতিৰ মাছবোৰ চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহত উপযুক্ত মতা আৰু…

  • কুচিয়া পালনেৰে স্বনিয়োজনৰ নিদৰ্শন বাক্সাৰ পুৱাৰাম বড়ো

    কুচিয়া পালনৰ বিজ্ঞানভিত্তিক কৰ্মপঞ্জী এতিয়াও (Package of Practice)সৰলীকৃত আৰু মানকৃত হৈ অনুমোদিত পৰ্যায়লৈ অহা নাই, তৎসত্ত্বেও বিজ্ঞানীমহলে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিছে। কুচিয়া মাছৰ আবিষ্ট প্ৰজননেৰে কৃত্ৰিমভাৱে পোনা উৎপাদনো ব্যৱসায়িক ভিত্তিত আজিকোপতি সহজলভ্য হোৱা নাই। ইয়াৰ মাজতো অৱশ্যে নিজস্ব অভিজ্ঞতাৰ ভিত্তিত পৰীক্ষামুলকভাৱে দুই-এজন মীন পালকে কুচিয়া…

  • বানাক্ৰান্ত অঞ্চলত মীন পালকসকলে লবলগীয়া ব্যৱস্থাসমূহ

    অসমৰ আৰ্থসামাজিক ক্ষেত্ৰৰ উন্নতিৰ অন্যতম প্ৰধান অন্তৰায় হৈছে প্ৰতি বছৰে হোৱা বানপানী। বিশেষকৈ ৰাজ্য খনৰ অৰ্থনীতিত প্ৰধান অৰিহণা যোগোৱা কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ উন্নয়নত বানপানীৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱে প্ৰতি বছৰে মাধমাৰ সোধাই আহিছে। ৰাজ্যখনৰ প্ৰায় ১.৬০ লাখ হেক্টৰ কৃষি ভূমি বানৰ কৱলত পৰে। মীন…

  • প্ৰজননক্ষম মাছবোৰ ধ্বংস নকৰিব

    বাৰিষা আৰম্ভ হোৱাৰ লগে লগে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত মাছবোৰ প্ৰজননক্ষমতা হৈ উঠে।মাছৰ কণীবোৰৰ আকৃতি যথেষ্ট সৰু হোৱাৰ কাৰণে এজনী মাইকী মাছে পাঁ‌চশৰ পৰা পোন্ধৰ হাজাৰতকৈ অধিক কণী দিব পাৰে।আহাৰ মাহৰ পাছত নদী,জলাশয় বোৰত মাছেৰে ওপচি পৰে।…

  • মাছৰ পোনা চিনাক্তকৰণৰ কেইটামান কৌশল-

    অসমত মাছৰ সংখ্যা দিনকদিনে কমি অহাৰ বিভিন্ন কাৰণ আছে, তাৰ ভিতৰত মানুহে সৃষ্টি কৰা অসুবিধাই বেছি। আমাৰ নৈ, বিল, পুখুৰী, জলাশয় আদিত জধে-মধে জাল মৰা, গেছ-বিহ দি মাছ মৰা, মাছৰ কণী পাৰিবৰ সময়ত জালেৰে মাছ মাৰি বিক্ৰী কৰা, অতি ঘন জাল ব্যৱহাৰ কৰি মাছৰ একেবাৰে…

  • নীল বিপ্লৱেৰে ৰাজ্যলৈ প্ৰগতিৰ জোৱাৰ কলং-কপিলীৰ

    ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ আশাত বহি থকাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ জ্যোতিষ তালুকদাৰে কৰিছে নীল বিপ্লৱৰ। এক কথাত ক'বলৈ গ'ল নীল বিপ্লৱেৰে ৰাজ্যলৈ প্ৰগতিৰ জোৱাৰ আনিছে এইজন মীনপালকে। বৰ্তমান তেঁও আমাৰ নৱ প্ৰজন্মৰ বাবে এক আদর্শ স্বৰূপ হৈ পৰিছে। ৰাজ্যৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ…

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.