1. News

বৰশীত উঠিল ২০০ কিলোগ্ৰাম ওজনৰ দৈত্যকায় মাছ!

RAHUL ALI
RAHUL ALI
বৰশীত উঠিল ২০০ কিলোগ্ৰাম ওজনৰ দৈত্যকায় মাছ!
বৰশীত উঠিল ২০০ কিলোগ্ৰাম ওজনৰ দৈত্যকায় মাছ!

মাছ ধৰিবৰ কাৰণেই হওক বা আনন্দৰ কাৰণেই হওক বৰষী বোৱা বহু লোকৰ প্ৰিয় অভ্যাস। অসমৰ গ্ৰাম্য জীৱনত নৈ, খাল, বিল আদিত প্ৰায়ে বৰষী বৈ মৎস চিকাৰ কৰা দেখিবলৈ পোৱা যায়।

কিন্তু বৰশী বা চিপৰ সৈতে কিমান ডাঙৰ মাছ ধৰিব পাৰি?  দুই বা পাঁচ কিলোগ্ৰাম ওজনৰ মাছ নিশ্চয়। কিন্তু ২০০ কিলোগ্ৰাম মাছ এটা বৰষিৰে ধৰাতো আপুনি কল্পনা কৰিব পাৰেনে? তেনে এক ঘটনা সংঘটিত হৈছে আমাজানত। ২০০ কিলোগ্ৰাম এথেৰাপীমা মাছ এটা বৰশীত ধৰা পৰিছিল।

পৃথিৱীৰ দৈত্য আকৃতিৰ মাছবোৰৰ ভিতৰত এটা হৈছে এথেৰাপীমা, যি কেৱল আমাজনৰ পানীত হে পোৱা যায়। ৰূপালীত শ্বেওলা ৰঙৰ আঁহ। ভেটকি মাছৰ দৰে অলপ, মুখখন সমতল। সেই মাছটো ধৰা পৰিছিল।

অৱশ্যে, মাছটো অকলে কাষলৈ উঠোৱা টো সম্ভৱ নাছিল। এইটো পিছত আন কাৰোবাৰ সহায়ত সম্ভৱ হৈছিল। আনকি চীপৰ সহায়ত মাছটো টানি অনাৰ সময়ত তেওঁ মাছটো উঠাই আনিব পৰা নাছিল।

মাছতো ধৰিবৰ কাৰণে চিকাৰীজনে নৌকাখন পাৰৰ পিনে লৈ যায়। তাৰ পিছত লাহে লাহে চিপৰ চকাটো ঘূৰাই মাছতো তীৰলৈ লৈ আনে। বাহুৰে উঠোৱাৰ পিছত, চিকাৰীজনে মাছতো পুনৰ আমাজনত মুকলি কৰি দিয়ে।

লগতে পঢ়ক-গৰুৰ গোবৰৰ পৰা মিনিটতে বৃদ্ধি হ’ব কৃষকৰ উপাৰ্জন! চৰকাৰে আৰম্ভ কৰিছে বৃহৎ পৰিকল্পনা

English Summary: Fish weighing 200 kg swelled at Hook

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.