Government Scheme

দেশৰ বা ৰাজ্যৰ নাগৰিকসকলক সহায় কৰিবলৈ বিভিন্ন সময়ত চৰকাৰে আচঁনি গ্ৰহণ কৰে ।

  • PM-PRANAM: জৈৱিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী-প্ৰণাম আঁচনি

    ৰাজ্যসমূহক জৈৱিক সাৰ ব্যৱহাৰৰ প্ৰতি উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰী-প্ৰণাম কৃষি প্ৰবন্ধন যোজনা (PM-PRANAM) প্ৰৱৰ্তন কৰা হ’ব। এই পদক্ষেপে ৰাজ্যসমূহক ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ উৎসাহিত কৰাত সহায় কৰিব।…

  • PMFBY: ফচল বীমা যোজনাই কিদৰে সহায় কৰিছে বিপদত পৰা অসমীয়া কৃষকক?

    পিএমএফবিৱাই হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ‘খাৰিফ ২০১৬’ৰ অধীনত প্ৰৱৰ্তন কৰা এক শস্য বীমা আঁচনি৷ আৰম্ভণিৰে পৰা ই বতৰৰ অনিশ্চয়তাৰ ফলত হোৱা ক্ষয়-ক্ষতি প্ৰশমন কৰি পৰিশ্ৰমী কৃষকসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷…

  • সময়সীমা ৩১ জানুৱাৰী: আদৰ্শ কৃষক বঁটাৰ বাবে কেনেকৈ কৰিব আবেদন?

    যদি আপুনি কৃষিৰ সৈতে সম্পৰ্কিত কাম কৰে আৰু আপুনি এই ক্ষেত্ৰত কোনোধৰণৰ অনন্য কাম কৰি আছে যি বাকী কৃষকসকলকো অনুপ্ৰাণিত কৰিছে, যদি আপোনাৰ ধাৰণাবোৰে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন কৰিছে, তেন্তে সাজু হওক- কিয়নো আপোনাকো সন্মানিত কৰা হ'ব বঁটাৰে।…

  • আজি ৩৯,৬২,৮৮৫ জন হিতাধিকাৰীৰ একাউণ্টত সোমাল টকা, আপুনি পালেনে?

    আজি ১০ তাৰিখ। একাউণ্টত টকা সোমোৱাৰ দিন। প্ৰতিমাহৰ ১০ তাৰিখে অসম চৰকাৰৰ কেইবাখনো আঁচনিৰ হিতাধিকাৰীয়ে আজিৰ ১০ তাৰিখৰ দিনাই লাভ কৰে টকা। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি হিতাধিকাৰীৰ একাউণ্টলৈ টকা প্ৰেৰণ কৰিছে চৰকাৰে।…

  • ভাল খবৰ! এইসকল বিনিয়োগকাৰীৰ একাউণ্টত ২০২৩ত সোমাব অধিক টকা

    পিপিএফ, ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি, এম.আই.এছ., সুকন্যা সমৃদ্ধি আঁচনিত বিনিয়োগ কৰাসকললৈ সুখবৰ। নতুন বছৰৰ আৰম্ভণিৰেপৰাই এই আঁচনিসমূহত বিনিয়োগ কৰাসকলে লাভ কৰিব বৰ্ধিত সূত। বিত্ত মন্ত্ৰালযয়ে জাৰি কৰা অধিসূচনা অনুসৰি ১ জানুৱাৰী, ২০২৩ৰ পৰা প্ৰথম তিনিটা মাহ, অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈ ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ সুতৰ হাৰ ০.২০…

  • Mission Basundhara বাবে আবেদনৰ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি

    মিছন বসুন্ধৰা ২.০ত আৱেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। বিধানসভাৰ শীতকালীন অধিৱেশনত আজি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ২.০ত আৱেদন পূৰণৰ তাৰিখ ৩১ মাৰ্চ, ২০২৩লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।…

  • দেশৰ ২৮ কোটি লোকৰ নাম সোমাল এই তালিকাত, বাজেটৰ পূৰ্বে আপুনিও কৰি লওক পঞ্জীয়ন

    দেশৰ বহু শ্ৰমিক এই আঁচনিৰ দ্বাৰা লাখ লাখ টকা লাভ কৰি লাভান্বিত হৈছে। বাজেটৰ আগতে , বহুলোকে এই আঁচনিখনত ইতিমধ্যে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। এটা জৰীপত প্ৰকাশ পোৱা মতে এতিয়ালৈকে ২৮ কোটিতকৈও অধিক লোকে এই আঁচনিখনত নিজৰ নাম পঞ্জীয়ন কৰিছে। গতিকে এই বিষয়ে বিতংভাৱে…

  • প্ৰধানমন্ত্ৰী জন ধন যোজনা: একাউণ্ট ধাৰকসকলক চৰকাৰে দিব ১০ হাজাৰ টকা!

    মৌলিক বিত্তীয় সেৱাসমূহৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিবলৈ, উচ্চাভিলাষী পিএমজেডিৱাই (PMJDY) আঁচনি আগষ্ট 2014-ত আৰম্ভ কৰা হৈছিল। ভাৰতৰ এজন নাগৰিক যাৰ বৰ্তমান আন কোনো একাউণ্ট নাই, তেওঁ যিকোনো বেংক শাখাত আঁচনিখনৰ অধীনত মৌলিক সঞ্চয় বেঙ্ক জমা একাউণ্ট খুলিব পাৰে।…

  • শীঘ্ৰেই মুকলি হ’ব পিএম কিষান আচঁনিৰ 13th কিস্তি, সম্পূৰ্ণ কৰক ই-কেৱাইচি!

    বিভিন্ন সুত্ৰৰ পৰা গম পোৱা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM Kisan Yojana) ত্ৰয়োদশ কিস্তি ডিচেম্বৰ মাহত মুকলি কৰা হ'ব। অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।…

  • ফচল বীমা আঁচনি কি! কৃষকক কেনেদৰে সহায় কৰে এই আঁচনিয়ে

    ডিব্ৰুগড়ত ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত সজাগতা সভা। জিলাখনৰ প্ৰান্তে প্ৰান্তে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰে লক্ষ্যৰে আয়োজন কৰা হৈছে এই সজাগতা সভা। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত আৰু “Future Generali India Insurance Company Limited ” ৰ সহযোগত আয়োজন কৰা হৈছে এই সজাগতা সভাসমূহ।…

  • বহু কৃষকে সফলতা লাভ কৰিছে এই আঁচনিসমূহৰ সুবিধা লাভ কৰি

    আমাৰ ৰাজ্যৰ কৃষক সকলক কৃষিক্ষেত্ৰত সঠিকভাৱে আৰু সফলতাৰে আগবঢ়াই নিবলৈ অসম কৃষি বিভাগে বিভিন্ন শস্যৰ বাবে বিভিন্ন আঁচনি ৰুপায়ন কৰি আহিছে| তাৰে কিছুমান আঁচনি কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত আৰু আন কিছুমান আঁচনি ৰাজ্য চৰকাৰৰ নিজস্ব পুঁজিৰে পৰিচালিত|…

  • ৰেচন কাৰ্ডধাৰীৰ এতিয়াৰ পৰা আপুনি য'তেই নাথাকক কিয় এই সুবিধা লাভ কৰিব পাৰিব!

    দেশৰ দ্ৰৰিদ্ৰ সীমাৰেখা তলৰ জনতাক আৰ্থিকভাৱে সহায় কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিনামূলীয়া ৰেচন আৰু সস্তীয়া ৰেচন আঁচনি চলাই আছে। যাতে এই লোকসকলল কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ইয়াৰ মাজতে শেহতীয়াকৈ ইউআইডিএআই (UDIA)য়ে দেশৰ ৰেচনকাৰ্ডধাৰী লোকসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ।…

  • যদি আপুনি এই সৰু কামটো কৰে, স্বামী আৰু পত্নীয়ে ৭২ হাজাৰ টকা পাব

    বিবাহিত লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে বিবাহিত লোকসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে গ্ৰহণ কৰিছে এই আঁচনি। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ পৰা বিবাহিত দম্পতীসকলক ৭২,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। কিন্তু বিবাহিত দম্পতীয়ে প্ৰতি মাহে ২০০টকা জমা দিব লাগিব৷…

  • কৃষকসকলে ডাকঘৰৰ এই আঁচনিৰ অধীনত ধন জমা কৰি নিৰ্দিষ্ট সময়ত দুগুণ লাভ কৰিব

    কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু কৃষকৰ প্ৰতি লক্ষ্য ৰাখি বহুতো প্ৰণয়ন কৰিছে- পি এম কিষাণ যোজনা, প্ৰধানমন্ত্ৰী কিষাণ মানধন আঁচনি, কিষাণ ক্ৰেডিট কাৰ্ড আদি। এই আঁচনিসমূহৰ যোগদান কৰি দেশৰ কৃষক লাভান্বিত হৈছে৷ তদুপৰি শেহতীয়াকৈ কিন্তু অন্নদাতা কৃষকসকলে তেওঁলোকৰ জমা ধনৰ ওপৰত উৎকৃষ্ট সুতৰ সুবিধা প্ৰদানৰ বাবে…

  • পিএম কিষানৰ দ্বাদশ কিস্তি নাই পোৱা যদি এই নম্বৰত ফোন কৰক

    আজি মুকলি কৰা হ’ল PM Kisanৰ দ্বাদশ কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ কিষাণ সন্মান সন্মিলনত এই ধন মুকলি কৰে। নতুন দিল্লীৰ আইএআৰআইৰ পুচাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন, ২০২২ৰ আজি প্ৰথমটো দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ PM Kisan নামৰ ফ্লেগশ্বিপ আঁচনিৰ…

  • দেৱালীত ট্ৰেক্টৰ কিনিলে লাভ কৰিব 50 শতাংশ ৰাজসাহায্যৰ সুবিধা!

    যদি আপুনি দেৱালী উপলক্ষে ট্ৰেক্টৰ কিনিবলৈও পৰিকল্পনা কৰি আছে, তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। এই দেৱালীত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 50 শতাংশ ৰাজসাহায্য কিয়নো বেছিভাগ কৃষকে কেৱল দেৱালী উৎসৱৰ আশে পাশে ট্ৰেক্টৰ ক্ৰয় কৰে। এনে পৰিস্থিতিত, প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনিৰ অধীনত ট্ৰেক্টৰ ক্ৰয়…

  • কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশনা অতুল বৰাৰ

    কৃষি বিভাগৰ অধীনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে কৃষি বিভাগে।উৎপাদন বৃদ্ধিৰ বাবে গুণগত মানৰ বীজ সময়মতে বিতৰণতো বিভাগটোৱে গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিষয়সমূহক বিভাগটোৱে গুৰুত্বসহকাৰে লোৱাৰ কথা কৃষি মন্ত্ৰীগৰাকীয়ে কয়।…

  • প্ৰয়োজন হ'ব কি কি নথি-পত্ৰ!

    গৰ্ভৱতী আৰু সন্তানক গাখীৰ খোৱাই থকা মাতৃসকলৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ এই মহিলাসকলক অৰ্থসাহাৰ্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। আপুনি যদি গৰ্ভৱতী তেতিয়া হ’লে আপুনিও লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ এই অৰ্থসাহাৰ্য। এই আঁচনিৰ অধীনত মহিলাসকলক পুষ্টি প্ৰদানৰ বাবে ৬ টা কিস্তিত ৬০০০ টকা…

  • PM Kishan ৰ দ্বাদশ কিস্তি কেতিয়া? ফোন কৰক এই নম্বৰত

    দেশৰ কোটি কোটি কৃষকৰ মনত এতিয়া কেইবাটাও প্ৰশ্নই জুমুৰি দি আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ দ্বাদশ কিস্তি কেতিয়া আহিব? এই কিস্তিটো দিয়াত ইমান পলম কিয় হৈছে? ই-কেৱাইচি (E-KYC) কেনেকৈ কৰিব? প্ৰধানমন্ত্ৰী কৃষকসকলৰ শুভাকাংক্ষী হয় নে নহয়?…

  • ৪০ বছৰ তলৰ লোকসকলে ৬০ বছৰ বয়সত কেনেদৰে লাভ কৰিব প্ৰতিমাহে ১,০০০ টকাকৈ পেঞ্চন!

    ভাৰতৰ যিকোনো বাসিন্দাই এই আঁচনিৰ সুবিধা ল’ব পাৰে। যদি আপোনাৰ বয়স ৪০ বছৰৰ কম হয় তেন্তে আপুনিও এই আঁচনিৰ সুবিধা ল’ব পাৰে। আচলতে এই আঁচনিৰ যোগদান বয়স ১৮ৰ পৰা ৪০ বছৰ, গতিকে ৪০ বছৰৰ ওপৰৰ ব্যক্তিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে।…

  • ডাকঘৰৰ MIS আঁচনি কি!

    যদি কোনো ব্যক্তিয়ে এম আই এছ একাউণ্টত এটা সময়ত ৫০ হাজাৰ টকা জমা কৰে, তেন্তে তেওঁ প্ৰতিমাহে ২৭৫ টকা সুতৰ হাৰত এবছৰত ৩৩০০ টকা পাব। ৫ বছৰত আয়ৰ পৰিমাণ হ’ব ১৬,৫০০ টকা। এবাৰতে যদি এক লাখ টকা একাউন্টত জমা হয়, তেন্তে প্ৰতিমাহে সুত হ’ব ৫৫০…

  • জৈৱিক খেতি কৰিবলৈ লৈছে যদি এই আঁচনিখনৰৰ বিষয়ে জানি থওক

    উত্তৰ-পূৰ্বাঞ্চলৰ সাৰুৱা মাটি আৰু অনুকূল বতৰৰ অৱস্থা বিশেষভাৱে লক্ষ্য কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ অধীনত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্যৰ ধাৰা বিকাশ অভিযান’ নামৰ কেন্দ্ৰীয় আঁচনি এখন আৰম্ভ কৰে।…

  • দীপাৱলীৰ পূৰ্বেই হাতত পৰিব PM Kisan আঁচনিৰ দ্বাদশ কিস্তি!

    দীপাৱলীৰ পূৰ্বেই আপোনাৰ বাবে আহিব পাৰে ভাল খবৰ! শীঘ্ৰেই PM Kisan যোজনাৰ (PM Kisan 12th Installment Released)ৰ দ্বাদশ কিস্তি মুকলি কৰিবলৈ ওলাইছে PM মোদীয়ে।…

  • Top Five Schemes for Girl: ছোৱালীৰ বাবে শীৰ্ষ পাঁচখন আঁচনি!

    ছোৱালীৰ জন্মৰ পৰা তেওঁলোকৰ শিক্ষালৈকে বিত্তীয় সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰে বহু প্ৰকাৰৰ আঁচনি চলাই আছে, য'ত কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰলৈ এক দীঘলীয়া তালিকা আছে। কিন্তু কিছুমান আঁচনি আছে যিবোৰ অতি বিশেষ আৰু প্ৰকৃততে প্ৰাথমিক পৰ্যায়ত ৰূপায়ণ কৰা হৈছে।…

  • e-Schram Card: ই-শ্ৰম কাৰ্ডৰ জৰিয়তে প্ৰাপ্ত কৰক চৰকাৰী আঁচনিৰ সুবিধা! শীঘ্ৰেই কৰক আবেদন

    যদি আপুনি অসংগঠিত খণ্ডত কাম কৰে আৰু আপুনি এতিয়ালৈকে ই-শ্ৰম কাৰ্ড (e-Sharm Card) ৰ বাবে আবেদন কৰা নাই, তেন্তে সোনকালে ইয়াৰ বাবে আবেদন কৰক। কিয়নো কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰমিক কাৰ্ড ধাৰকসকলৰ বাবে বহুতো আঁচনিৰ সুবিধা দিব, সেয়েহে আপুনি এই লাভালাভবোৰৰ পৰা বঞ্চিত হ'ব নালাগে, সেয়েহে, শীঘ্ৰেই…

  • Good News for Farmers: শীঘ্ৰেই লাভ কৰিব পি-এম কিষাণ আচঁনিৰ দ্বাদশ কিস্তিৰ ধন?

    PM Kisan 12th Instalment Latest Update: কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Yojana) সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে যথেষ্ট সহায়ক বুলি প্ৰমাণিত হৈছে, কিয়নো এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকৰ একাউণ্টলৈ ৬০০০ টকাৰ বিত্তীয় সাহায্য প্ৰেৰণ কৰে। এই পৰিমাণটো 1 বছৰত 3 টা কিস্তিৰ…

  • APL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি

    APL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি…

  • ৩ লাখ টকালৈকে ঋণৰ ওপৰত ৰেহাই অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

    কেন্দ্ৰীয় কেবিনেটে কিষাণ ক্ৰেডিট কাৰ্ডত ৩ লাখ টকালৈকে ঋণৰ ওপৰত ৰেহাই অনুমোদন জনাইছে। কৃষকসকলক ১.৫ শতাংশ সূতৰ হাৰত ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছিল যে এতিয়ালৈকে ৩ কোটিতকৈও অধিক লোক এই আঁচনিৰ পৰা লাভান্বিত হৈছে। চৰকাৰে আঁচনিখনৰ ঋণ গেৰাণ্টি ৪.৫ কোটি…

  • Post office Scheme: ডাকঘৰৰ চাৰিখন শ্ৰেষ্ঠ আঁচনিৰ বিষয়ে জানো আহক!

    আজিৰ সময়ত মানুহে তেওঁলোকৰ সঞ্চয়ৰ বিষয়টোক লৈ আটাইতকৈ বেছি অসুবিধাত পৰে। মানুহে এনে এক বিশ্বাসযোগ্য আঁচনিত তেওঁলোকৰ ধন বিনিয়োগ কৰিব বিচাৰে, যাতে ভৱিষ্যতে তাৰ পৰা ভাল লাভালাভ প্ৰাপ্ত কৰিব বিচাৰে।যদি আপুনিও একে ধৰণৰ আঁচনিত বিনিয়োগ কৰাৰ বিষয়ে চিন্তা কৰি আছে, তেনেহ'লে কিছু শ্ৰেষ্ঠ ডাকঘৰ আঁচনি…

  • e-Sharm Card: 2 লাখ টকাৰ বীমা কভাৰেজ প্ৰাপ্ত কৰিবলৈ সোনকালে কৰক আবেদন!

    দেশৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত ভাৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰে দৰিদ্ৰলোকৰ হিতৰ বাবে বহুতো আঁচনি লৈ আহিছে। যিহেতু ভাৰত এখন উন্নয়নশীল দেশ, ইয়াত বৃহৎ সংখ্যক নিৰ্মাণাধীন কাম কৰা হয়, যেনে বৃহৎ কাৰ্যালয়ৰ বাবে ভৱন নিৰ্মাণ, ৰেল আৰু মেট্ৰ' নিৰ্মাণ, পথ,…

  • কিষাণ ক্ৰেডিট কাৰ্ড কেনেদৰে উলিয়াব আৰু কি কি নথি-পত্ৰ প্ৰয়োজন হ’ব?

    কিষাণ ক্ৰেডিট কাৰ্ডৰ লক্ষ্য হ’ল বেঙ্ক ব্যৱস্থাৰ জড়িয়তে কৃষকসকলৰ প্ৰয়োজন আৰু সময় অনুযায়ী শস্য উৎপাদনৰ স্বল্পমিয়াদি ঋণৰ যোগান ধৰা। ই মূখ্যতঃ শস্য উৎপাদনৰ বাবে শস্য উৎপাদনৰ ঋতুত প্ৰয়োজন হোৱা সামগ্ৰী ক্ৰয় কৰাত সহায় কৰে। ক্রেডিট কার্ড প্রকল্প ব্যৱস্থাপনাত শিথিলতা আৰু অধিক ব্যয় সামৰ্থ কৰাৰ বাবে…

  • Kisan Credit Card তৈয়াৰ কৰিবলৈ মাত্ৰ ৩ খন নথিপত্ৰৰ প্ৰয়োজন!

    কৃষকৰ সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে কৃষকসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ ব্যৱস্থা কৰিছে, যাৰ জৰিয়তে কৃষকসকলক কম সূতৰ হাৰত ঋণ দিয়া হৈছে আৰু কৃষকসকলক এই আঁচনিৰ বাবে আবেদন কৰিবলৈ মাত্ৰ ৩ খন নথিৰ প্ৰয়োজন হ'ব।…

  • কৃষকসকলে আদায় কৰক এই আঁচনিসমূহৰ সুবিধা

    প্ৰধানমন্ত্ৰী নৰেন্দ মোডী শাসনলৈ অহাৰ পৰৱৰ্তীসময়তে দেশৰ কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল দেশৰ জনসাধাৰণক। মোডীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ স্বপ্নৰ বাবে কৃষকসকল হৈছে মূল হোতা। গতিকে কৃষকসকলৰ প্ৰকৃত উন্নয়নৰ অবিহনে আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাটো সম্ভৱ নহয়। গতিকে কৃষকসকলক আত্মনিৰ্ভৰ আৰু সন্মানসহকাৰে জীয়াই থকাৰ এক পৰিৱেশ তৈয়াৰ…

  • Atal Pension Yojana: বৃদ্ধ বয়স সুৰক্ষিত কৰাৰ বাবে এক শক্তিশালী পদক্ষেপ!

    বৰ্তমান সময়ত জীৱন অতি অনিশ্চিত হৈ পৰিছে আৰু এনে পৰিৱেশত আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ। অৱসৰৰ পৰিকল্পনাও অতি প্ৰণালীবদ্ধ ভাৱে কৰিব লাগে। ই বৃদ্ধ বয়সত হোৱা দুৰ্ঘটনাজনিত ব্যয়বোৰো সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। বৃদ্ধ বয়সৰ বাবে সুৰক্ষিত বিকল্প বিচাৰি থকা লোকসকলৰ বাবে চৰকাৰৰ অটল পেঞ্চন…

  • প্ৰকাশ পালে অসম প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি ২০২২ ৰ বাবে যোগ্যতাৰ নিৰ্ধাৰিত চৰ্ত, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক শীঘ্ৰেই বিতৰণ কৰা হব স্কুটি

    অসম প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিখন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱতীসকলৰ অধ্যয়নৰ বাবে মুকলি কৰিছিল। ইতিমধ্যে প্ৰজ্ঞান ভাৰতী স্কুটি প্লট ২০২২ ৰ বাবে ৱেবত অনলাইনত আবেদন কৰিছে বৃহৎ সংখ্যক যুৱতী অধ্যয়নকাৰীয়ে। শেহতিয়াকৈ কৰ্তৃপক্ষ বিশেষজ্ঞসকলে A.H.S.E.C. স্কুটি আঁচনিৰ মেধা তালিকা 2022…

  • ‘স্বনিৰ্ভৰ নাৰী’ আঁচনিৰ জৰিয়তে শিপিনীৰ পৰা চৰকাৰে ক্ৰয় কৰিব তাঁতশালত বোৱা কাপোৰ

    অসমৰ গ্ৰামাঞ্চলৰ শিপিনীসকলৰ বাবে ভাল খবৰ। নাৰী সৱলীকৰণৰ লক্ষ্যৰে “ স্বনিৰ্ভৰ নাৰী ' নামেৰে এখন আঁচনিৰ ঘোষণা কৰিছে। আঁচনীখনৰ জৰিয়তে অসমৰ গ্ৰাম্য শিপিনীসকলে বোৱা কাপোৰ সমূহ ক্ৰয় কৰিব। আৰু চৰকাৰে আটফেড আৰু ক্ৰয়-বিক্ৰয় কেন্দৰ যোগেদি বিক্ৰি কৰিব।…

  • প্ৰতি লিটাৰ গো-মূত্ৰ ৪ টকা দৰত কিনিব চৰকাৰে!

    ছত্তিশগড়ত অনুষ্ঠিত হ’বলৈ গৈ আছে 'হাৰেলী' নামেৰে বিশেষ উৎসৱৰ। এই উপলক্ষে ৰাজ্যখনৰ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ২৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া 'হাৰেলী' উৎসৱৰ পৰা চৰকাৰে প্ৰতি লিটাৰত নিম্নতম ৪ টকা হাৰত গৰুৰ প্ৰস্ৰাৱ ক্ৰয় আৰম্ভ কৰিব।…

  • প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত স্বামী আৰু পত্নীয়ে লাভ কৰিব দ্বাদশ কিস্তি! ইয়াত শেহতীয়া আপডেট আছে

    এতিয়ালৈকে, চৰকাৰে আঁচনিখনৰ অধীনত 11 টা কিস্তি মুকলি কৰিছে। আৰু এতিয়া কৃষকসকলে দ্বাদশ কিস্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।…

  • e-NAM, PoP কি? ই কেনদৰে সহায় কৰিব কৃষক!

    শেহতীয়াকৈ ই-ৰাষ্ট্ৰীয় কৃষি বজাৰ আঁচনিৰ অধীনত PoPৰ এখন অলনাইন মঞ্চ মুকলি কৰিছে কৃষি মন্ত্ৰালয়ে। ইয়াৰ বাবে farmer producer organizations সমূহক ১,০১৮ টকা প্ৰদানৰ বাবে ৩৭ কোটি টকাৰো অধিক ইকুইটি অনুদানৰ ঘোষণা কৰিছে কৃষি মন্ত্ৰালয়ে।…

  • FARMS- Farm Machinery Solutions এপৰ যোগেদি ৰাজ-সাহাৰ্যপ্ৰাপ্ত টেক্টৰ ক্ৰয় কৰক। লগতে সকলোধৰণৰ কৃষি সঁজুলি ভাড়াৰ তথ্য পাওঁক আৰু দিয়ক-

    এখন টেক্টৰ অথবা এটা মেচিন ক্ৰয় কৰিব কৰিবৰ বাবে দহবাৰ চিন্তা কৰিবলগীয়া হয়। তদুপৰি দেশৰ অধিকাংশ কৃষকে নিজৰ জীৱন কালত এনে আধুনিক সঁজুলিসমূহ ক্ৰয় কৰাৰটো সম্ভৱ হৈ নুঠে। দেশৰ কৃষকৰ এনে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। যিসকল খেতিয়কে কৃষিৰ লগত জড়িত…

  • প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ শেহতীয়া আপডেট

    প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১১ তম কিস্তি এতিয়ালৈকে ১০ কোটিৰো অধিক কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। শেহতীয়া অনুসৰি, দ্বাদশ কিস্তি আগষ্টৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ আৰম্ভণিতে কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰিব।…

  • ৪০ হাজাৰ পৰ্যন্ত ধন লাভ কৰিব TARBANDI YOJANAৰ অধীনত

    চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কৃষকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, প্ৰধানমন্ত্ৰীৰ শস্য বীমা আঁচনি আদিৰ বিষয়ে আমি সকলোৱে জ্ঞাত। এই আঁচনিবোৰৰ মূল লক্ষ্য কৃষকসকল যাতে কৃষিক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। কাৰণ কৃষকসকলেই দেশখনৰ চালিকাশক্তিত…

  • প্ৰকৃত কৃষক হলেও নাপাব পাৰে PM Kisan আচঁনিৰ দ্বাদশ কিস্তিৰ ধন!

    কৃষকসকলক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ভাৰত চৰকাৰে ১ ডিচেম্বৰ, ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰে। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতি বছৰে ৬ হাজাৰ টকা, ৩ টা কিস্তিত কৃষকসকললৈ আগবঢ়ায়। অৱশ্যে এই আঁচনিৰ অধীনত বহু ভুৱা কৃষক অন্তভুৰ্ক্ত হোৱাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে।…

  • জনসাধাৰণৰ জীৱনশৈলী সলনি কৰা প্ৰধানমন্ত্ৰী মোডীৰ ১০ খন চৰকাৰী আঁচনি

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰূপে দেশৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে দেশৰ জনসাধাৰণৰ উন্নতিৰ বাবে বহুতো উৎকৃষ্ট আঁচনি প্ৰস্তুত কৰিছে। যিয়ে দেশৰ উন্নয়নৰ পথ আৰু কেতবোৰ গ্ৰামাঞ্চলৰ ছবিখন সলনি কৰি পেলাইছে। চৰকাৰৰ এই আঁচনিবোৰ স্বাৱলম্বী ভাৰতৰ দৌৰৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। আজি আমি আমাৰ এই…

  • Kalia Yojana কি? কৃষকসকলে কেনেদৰে লাভালাভ প্ৰাপ্ত কৰিব এই আচঁনিৰ

    Kalia Yojana 2022: কৃষকসকলক সহায় কৰিবলৈ, সকলো ৰাজ্য চৰকাৰে তেওঁলোকৰ নিজা স্তৰত বহুতো উৎকৃষ্ট আঁচনি চলাই থাকে। সেই একেটা দিশতে, উৰিষ্যা চৰকাৰে জীৱিকা আৰু উপাৰ্জন বৃদ্ধিৰ বাবে কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে কলিয়া আঁচনিও ( Kalia Scheme 2022) প্ৰস্তুত কৰিছে।…

  • PMAYG: ২০২৪ চনৰ ভিতৰত প্ৰতিজন দৰিদ্ৰই পাব তেওঁলোকৰ সপোনৰ ঘৰ!

    চৰকাৰে দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে বহুতো আঁচনি চলাই আছে, যাৰ ভিতৰত আছে এটা প্ৰধানমন্ত্ৰী আৱাস আঁচনি (Pradhan Mantri awas Yojana)। প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৫ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰিছিল, যাৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালক গ্ৰাম্য আৰু চহৰৰ আৱাস প্ৰদান কৰা।…

  • Jan Dhan Account: যদি আপোনাৰ জন ধন একাউণ্ট আছে, তেন্তে আপুনি প্ৰতি মাহে পাব ৩০০০ টকা, জানক কেনেকৈ?

    কেন্দ্ৰীয় চৰকাৰে জন ধন একাউণ্ট (Jan Dhan Account) ধাৰকসকলক প্ৰতি মাহে তিনি হাজাৰ টকা দিয়াৰ সিদ্ধান্ত লৈছে। যদি আপোনাৰ জন ধন একাউণ্টো আছে, আপুনি এই আঁচনিৰ সুবিধাও ল'ব পাৰে। কিন্তু তাৰ আগতে, আপুনি ইয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ চৰ্ত পূৰণ কৰিব লাগিব। আপুনি জানেনে সেই প্ৰয়োজনীয়…

  • অৰুণোদয় আঁচনি কি? কোনে লাভ কৰিব এই আচঁনিৰ সুবিধা?

    অৰুণোদয় আঁচনিৰ অধীনত DBT (Direct Benefit Transfer) ব্যৱস্থাৰ মাধ্যমেৰে ৰাজ্যখনৰ প্ৰায় 17 লাখ লোকক প্ৰতিমাহে 830 টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব। 2020 চনৰ অক্টোবৰ মাহৰপৰা আৰম্ভ কৰি প্ৰতি মাহৰ প্ৰথম দিনটোত তেওঁলোকে ধনৰাশী লাভ কৰিব। পৰিয়ালৰ প্ৰাথমিক তত্ত্বাবধায়ক হিচাপে মহিলাসকলক এই আঁচনিৰ সুবিধাভোগী হিচাপে ৰখা…

  • প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা কি?

    Pradhan Mantri Matsya Sampada Yojana- কেন্দ্ৰীয় চৰকাৰে ২০২৪-২৫ বৰ্ষৰ ভিতৰত মাছৰ উৎপাদন ২২০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। এই লক্ষ্য পূৰণ কৰিবলৈ, চৰকাৰে বিভিন্ন আঁচনি আৰু পদক্ষেপ হাতত লৈছে।…

  • মহিলাসকললৈ বিনামূলীয়া চিলাই মেচিন আচঁনি-

    যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব কৃষক আৰু মহিলাৰ ওপৰত। এইকাৰণেই দেশৰ জনসংখ্যাৰ আধা বুলি কোৱা মহিলাসকলৰ বাবে বহুতো উচ্চাভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বিতা কৰাৰ বাবে…

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.