Agriculture News
Agriculture news refers to information related to the agricultural industry that is reported through various media outlets such as newspapers, magazines, websites, television, and social media platforms. Agriculture news covers a range of topics including crop production, livestock farming, farm management practices, technology and innovation in agriculture, climate change, and policies affecting the agriculture industry.
-
Alternatives Paddy farming : কম যত্নত কম খৰচত অধিক উপাৰ্জনৰ সুযোগ
ধানৰ খেতিত ব্যৰ্থ হ’লে বা ধান ভাল নোহোৱা পথাৰত কৃষকে বিকল্পভাৱে অন্যান্য লাভজনক শস্যৰ খেতি কৰিব পাৰে।…
-
Perfect Paddy Nursery : বিজ্ঞানসন্মতভাৱে ধানৰ কঁঠিয়াতলীখন কেনেকৈ প্ৰস্তুত কৰিব!
আহি আছে ধান খেতিৰ বতৰ। হয়তো বহু কৃষকে ধান খেতিৰ বাবে কঁঠিয়া পাৰিছে। কোনোৱে প্ৰস্তুতি চলাইছে। বিজ্ঞানসন্মতভাৱে আমাৰ কৃষকসকলে কেনেকৈ কঁঠিয়ানীতলীখন প্ৰস্তুত কৰি তাত ধানৰ বীজ সিঁচিব…
-
Tree plantation Time : এপ্ৰিল-জুনৰ ভিতৰত এই ফল-মূলসমূহৰ পুলি ৰোপন কৰক
বহাগৰ পৰা জুনলৈ অসমৰ কৃষক গছপুলি ৰোপন কৰিলে বৰ বেছি যত্ন নকৰাকৈ কমদিনতে লহপহকৈ বাঢ়ি আহিব। কাৰণ এই সময়ছোৱাত পানীৰ অভাৱ নহয়। বাকী সময়ছোৱাত খৰাং অৱস্থাই বিৰাজ কৰি থাকে। গতিকে যিসকল কৃষকে ফল-মূল বা কাঠৰ বাবে গছৰ পুলি ৰোপন কৰিম ভাৱিছে তেতিয়াহ’লে সাজু হোৱাৰ সময়…
-
Get ready for flooding : পঞ্চায়ত ইলেকচনৰ পাছতে বানপানীৰ বাবে সাজু হৈ থাকক ৰাইজ
আমি নুশুনিলো কৃষকৰ পথাৰত জলসিঞ্চন ব্যৱস্থা কৰাৰ কথা, কৃষকে পথাৰত উতপাদিত ফচলসমূহৰ সংৰক্ষণ কৰিব পৰাকৈ শীতল ঘৰ বা Cold Storage সমূহৰ কথা। কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিলো অৰুণোদয়, মেট্ৰিক পৰীক্ষাৰ্থীক গাখীৰ দিয়া কথা, আমি দেখিলো এইবাৰ পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত। যিবোৰ কথাই গ্ৰামাঞ্চলৰ…
-
Facebook : প্ৰতিটো লাইন মন দি পঢ়িব যদি সঁচাই পইছা ঘটিব বিচাৰে যদি!
আপোনাক ৩ লেবেল পাৰ কৰা বুলি দেখুৱাব আৰু আপুনাৰ প্ৰফাইল Earning ৰ বাবে উপযুক্ত হৈছে বুলি দেখুৱাব । তাৰ পিছত আহিব সপ্তাহিক চেলেঞ্জ। মানে প্ৰতি সপ্তাহত আপোনাক এনেদৰে চেলেন্জ দি যাব আৰু আপুনি সেইবোৰ পূৰণ কৰিব লাগিব।পুৰণ কৰিলে আপোনাক এটা এটাকৈ Achievement পোৱা বুলি দেখুৱাব।…
-
Inspirational Story : এবিঘা মাটি নথকা জীৱন চাহানীৰ বৰ্তমান ১৬ বিঘা মাটিত খেতি
কিন্তু খেতি কৰিবলৈ নিজৰ মাটি নাই। কেৱল ভেঁটি মাটি থকা কম বয়সীয়া যুৱকজনে ওচৰৰে এজন ব্যক্তিৰ পৰা এবিঘা মাটি লীজত আৰম্ভ কৰিলে খেতি।(যিসকল লোকে মাটি নাই বাবে খেতি কৰো কেনেকৈ বুলি কৈ থাকে তেওঁলোকে জীৱন চাহানীৰ এই আইডিয়াটো লব পাৰে।) এই যে তেওঁ আৰম্ভ কৰিলে…
-
Sugarcane Farming : ছয় পো ছয় নাতি তেহে কৰিব খেতি! কথাষাৰ কিমান সঁচা!
কৃষক ধনীৰাম চেতিয়াই অকলেই প্ৰায় ৫-৬ বিঘা মান মাটিত কুঁহিয়াৰ খেতি কৰিছে। বিগত বৰ্ষৰ জুন মাহত ৰোপন কৰা প্ৰতিজোপা কুঁহিয়াবোৰ পৰা ২-৩ ডাল কুঁহিয়া কাটিছে বুলি জানিবলৈ দিছিল। আৰু প্ৰতিকেজি কুঁহিয়াৰ ১২-১৫ টকা দৰত বিক্ৰি কৰি আছে বুলি জানিবলৈ দিয়ে।…
-
গছে, শস্যই কেতিয়াও মানুহক বিশ্বাসঘাটকতা নকৰে
অসমত কিছুমান শস্যৰ খেতি নহয় বুলি দীৰ্ঘদিন ধৰি এক ভুৱা প্ৰচাৰ চলি আছিল। যেনে- মাল্টা, ড্ৰেগন, বগৰী, গ্ৰাফটিং প্ৰজাতিৰ আম আদি। কিন্তু কৃষক আকবৰ আলীয়ে অসমত দীৰ্ঘদিনে চলি অহা ভুৱা প্ৰচাৰ বুলি নিজ হাতে-কামে দেখাই দিলে। নিজ হাতেৰে বগৰী, নিজ হাতেৰে মাল্টা, ড্ৰেগন ফল গছত…
-
মহিন্দ্ৰা 275 DI TU PP পৰিৱৰ্তন আনিলে কৃষক ৰাম সন্তোষৰ জীৱনলৈ
কৃষিকৰ্মৰ আগবঢ়াই নিবলৈ তেওঁক প্ৰয়োজন হোৱা সা-সঁজুলি আছিল সীমিত পৰিমাণৰ। নাছিল আধুনিক যন্ত্ৰ-পাতি, নাছিল সহায়ক সা-সঁজুলি। কিন্তু তেওঁৰ স্বপ্ন আছিল আধুনিক কৃষি যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি খৰচ কমোৱাৰ লগতে উৎপাদন বৃদ্ধি কৰা।…
-
এসময়ত পুৱাই খাই গধুলি কি খাম বুলি চিন্তা কৰিছিল! এটা পৰিয়ালে
দৰিদ্ৰতাই তেওঁলোকক সকলো সময়তে প্ৰাচীৰ হৈ থিয় দিছিল। কিন্তু তেওঁলোকে হাৰ নামানি দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙিলে অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু মহিন্দ্ৰা টেক্টৰে।…
-
Deepseek এ দিলে ভোট জলকীয়া বিক্ৰি কৰিব নোৱৰা কৃষকসকললৈ গুৰুত্বপূৰ্ণ তথ্য
কিছু অসমীয়া কৃষকে ভোট জলকীয়াৰ পৰা আচাৰ তৈয়াৰ কৰি অনলাইনত বিক্ৰী কৰি অধিক লাভ অৰ্জন কৰিছে। আনহাতে, FPO-ৰ জৰিয়তে গোটেই উত্তৰ-পূৰ্বাঞ্চললৈ বিপণন কৰাতো সম্ভৱপৰ হৈছে।…
-
Rich Farmer : সকলো কৃষকেই ধনী হ’ব পাৰিব! মাত্ৰ এইকেইটা কাম কৰক
খাবৰ বাবে কৃষি অবিহনে গত্যন্তৰ নাই। গতিকে কৃষকসকলে যদি বিজ্ঞানসন্মত আৰু আধুনিক পদ্ধতিৰে খেতি-বাতি কৰে, তেন্তে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে অৰ্থনৈতিকভাৱে সবল হ’ব পাৰে।…
-
Golden Opportunity : পানৰ খেতিৰে অসমীয়া খেতিয়কৰ আয় দুগুণ কৰাৰ উপায়!
পাণ খেতি অসমত বৰ বেছি কৃষকসকলে নকৰে। দুই এজন কৃষকে কৰে অসমত প্ৰয়োজন হোৱা অধিকাংশ পাণ খেতি বাহিৰৰ পৰাই মানে বহিঃৰাজ্যৰ পৰা আহে। পাণৰ যথেষ্ট দাম আছে। আজিকালি এগুছি পাণত ১৬ খিলা থাকে। আৰু এগুছি পাণৰ দাম ২০, ১০ লগতে আঘোণ-পুহৰ পৰা ৩ টকা মানকৈ…
-
ধান খেতিৰ পৰা ভাল ফল পাবলৈ কৃষকসকলে এইকেইটা কথা মনত ৰাখিব
ধান খেতিৰ লগত অসমৰ মানুহৰ এনেকুৱা এটা সম্পৰ্ক হৈ গৈছে যে বাৰিষা দিনত চহৰত থাকিলেও পথাৰখনলৈ মনত পৰে বা আঘোণৰ দিনবোৰতো পথাৰখনলৈ মনত পৰে। লাগিলে তেওঁ আমেৰিকাতেই থাকে। এক কথাত ধান খেতিৰ লগত অসমীয়া মানুহৰ এটা তেজৰ সম্পৰ্ক সৃষ্টি হৈছে।…
-
পলিহাউচত ৰঙা-হালধীয়া কেপচিকাম – উৎপাদন বৃদ্ধিৰ আধুনিক কৌশল!
এনেকৈ পলিহাউচৰ ভিতৰত খেতি কৰিলে বতাহ-বৰষুণ, ৰ’দৰ কোনো প্ৰভাৱ নপৰে শস্যৰ ওপৰত। পলিহাউচৰ ভিতৰত কৃষকসকলে অবতৰত কিছুমান শস্যৰ খেতি কৰি লাভ উঠাব পাৰে। অবতৰৰ কিছুমান শস্যৰ খেতি কৰি বতৰত কৰাতকৈ দুগুণ দামত আমাৰ কৃষকসকলে বিক্ৰি কৰিব পাৰে।…
-
Rootex হৰম’ন কি? কৃষকে কি কামত এই হৰম’ন ব্যৱহাৰ কৰে?
কৃষকসকলে শিপাৰ বৃদ্ধি ত্বৰান্বিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই কলম দিয়া গছত শিপা দ্ৰুতগতিত গজাবলৈ সহায় কৰে, ফলত কলন দিয়া দালটোত শিপা শক্তিশালী হয় আৰু দ্ৰুতগতিত বাঢ়ে।…
-
Integrated Farming : একে সমান পৰিশ্ৰমতে দুটা খেতি, ডাবল ইনকাম
এইবাৰ কৃষকগৰাকীয়ে অমিতা আৰু ভোট জলকীয়া এটা নতুন পদ্ধতিৰে মিশ্ৰিত পদ্ধতিৰে কৰিবলৈ লৈছে। তলৰ ফটোত আপোনালোকে দেখিবলৈ পাইছে- ভোট জলকীয়াৰ লগতে কৃষকগৰাকীয়ে অমিতা খেতি কৰিছে।…
-
Amazing Grafting Farming! টোমালু, একেটা গছতে বিলাহী আৰু আলু
বগুৰাৰ মোকমতলা অঞ্চলৰ এখন ব্যক্তিগত কৃষি পামে গ্ৰাফটিং পদ্ধতি অনুসৰণ কৰি আলু আৰু টমেটো খেতি কৰি এনে সফলতা লাভ কৰিছে। হাজাৰ হাজাৰ গছত পৰীক্ষামূলক খেতি কৰি সফল হৈছে।…
-
Pointed gourd : ৬০ দিনতে লাগিব ফল, কম ৮০-৯০ হাজাৰ টকা উপাৰ্জন
অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নৰ প্ৰান্তৰ বজাৰত পটলৰ চাহিদা আছে। ইফালে অসমৰ জলবায়ু পটল খেতিৰ বাবে খুৱ ভাল। গতিকে পৰিকল্পিতভাৱে কাম কৰিলে নিশ্চিতভাৱে পাব। গতিকে এইবাৰ বালিঅহীয়া, সাৰুৱা আৰু পানী জমা নোহোৱা এবিঘা মাটিত মাৰ্চ-এপ্ৰিলৰ ভিতৰতে পটল খেতি কৰক।…
-
মাৰ্চ-এপ্ৰিলত এবিঘা মাটিত কৰি ১০ মাহত ৫ লাখ টকা উপাৰ্জন কৰিব পৰা খেতি
এবিঘা মাটিত এজন কৃষকে আদা খেতি কৰিবলৈ হ’লে ৮০-৯০ হাজাৰমান টকাৰ খৰচ হ’ব। কিন্তু সেয়া ভয় কৰিব লগীয়া কথা নহয়। কাৰণ এবিঘা মাটি আদা খেতিৰ পৰা এজন কৃষকে ৫-৬ লাখ টকা উপাৰ্জন কৰিব পাৰে।…
-
Monsoon season Farming : বাৰিষাকালত খেতি কৰি অধিক উপাৰ্জন কৰিব পৰা সুবিধাসমূহ
বাৰিষা সময়ছোৱাত বৰষুণৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী পোৱা যায়। ফলত শাক-পাচলিৰ খেতিৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হয়।…
-
গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত ৰাজ্যিক পৰ্যায়ৰ এদিনীয় ৰিফ্ৰেছাৰ প্ৰশিক্ষণ শিবিৰ
এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য ডিজিটেল ক্রপ ছাৰ্ভে (DCS) আৰু কৃষক পঞ্জীয়ন (Farmers’ Registry) সম্পৰ্কে কৃষি বিভাগৰ বিভিন্ন স্তৰৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক সক্ষম কৰি তোলা।…
-
Malta Fruit farming : ২০-২৫ বছৰলৈ প্ৰতিবছৰে ৮০-৯০ হাজাৰকৈ উপাৰ্জন কৰক
অসমত মাল্টা টেঙাৰ খেতি ভাল নহয় বুলি বা অসমৰ জলবায়ু মাল্টা টেঙাৰ উপযোগী নহয় বুলি ভাৱি অহা কথাটোক ভুল বুলি প্ৰতিপন্ন কৰিছে অসমৰ মাল্টা টেঙাৰ খেতি কৰি অহা কৃষকসকলৰ সফলতাই। অসমত ব্যৱসায়িক উদ্দেশ্যৰে মাল্টা টেঙাৰ খেতি কৰি অহা কৃষকসকলৰ অন্যতম গোৱালপাৰা জিলাৰ বিপুল নাথ আৰু…
-
BCA launched New Logo : ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেডৰ নতুন ল’গ’ উন্মোচন
নতুন ল’গ’টোৱে উদ্ভাৱন, সমৃদ্ধি আৰু বহনক্ষম কৃষি বৃদ্ধিৰ প্ৰতি বিচিএৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ইয়াৰ নীলা ৰঙে কোম্পানীটোৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে, আৰু সেউজীয়া ৰংটোৱে বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক বুজায়।…
-
Polyhouse Farming : পলিহাউচত খেতি কৰি দুগুণ দামত পাচলি বিক্ৰি কৰক
বিলাহী, বেঙেনা, পেপচিকাম আদি শস্যবোৰ খেতি সাধাৰণতে শীতকালত কৰা হয়। শীতকালত এই শস্যসমূহৰ অনুমাণিক দাম প্ৰতিকিলোত ক্ৰমে ২০, ২৫, ৩০ টকা (কম বেছি হ’ব পাৰে)। যদি এই শস্যসমূহৰ খেতি অবতৰত অৰ্থাত বাৰিষা কালত পলিহাউচৰ ভিতৰত কৰি বজাৰলৈ পঠিয়াবলৈ সক্ষম হয় তেতিয়া বিলাহী, বেঙেনা, পেপচিকাম আদি…
-
Farming without Soil : শিক্ষিত যুৱক-যুৱতীসকলে বোকা-পানী নগছকাকৈ কৰিব পাৰিব খেতি
এই পদ্ধতিত খেতি কৰিলে কঁপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰিব নালাগে, ৰদ, বৰষুণত বা বোকা-পানী গছকি খেতি কৰিব নালাগে। যাৰবাবে শিক্ষিত আৰু আধুনিক যুৱক-যুৱতীসকলৰ মাজত এই কৃষি পদ্ধতিৰ প্ৰতি আগ্ৰহী হৈ উঠিছে।…
-
Maize Farming : প্ৰতিবিঘা মাটিত ৩ মাহত ১৮-২০ হাজাৰ টকা উপাৰ্জন কৰক
মাকৈৰপৰা মুৰ্গিৰ দানা, মাছৰ খাদ্য, পশু খাদ্য, প্ৰস্তুত কৰা হয়। মাকৈ খেতিক কেন্দ্ৰ কৰি অসমত সৰু-সুৰা বহুত উদ্যোগ গঢ় লৈ উঠিছে। এয়া ৰাজ্যখনৰ বাবে শুভ লক্ষণ।…
-
ইজৰাইলৰ হাইফা গ্ৰুপে ভাৰতত মুকলি কৰিলে হাইফা ইণ্ডিয়া ফাৰ্টিলাইজাৰছ এণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড
চলিত বৰ্ষটোৰ ২৩ জানুৱাৰীত মুম্বাইৰ টাজ হোটেলত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত মুকলি কৰে হাইফা ইণ্ডিয়া ফাৰ্টিলাইজাৰছ এণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড। কৃষকসকলৰ বাবে এক মাইলৰ খুঁটি হৈ পৰিব ২৩ জানুৱাৰী দিনটো। কৃষকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতিটো দিশক সামৰি অনাগত দিনত নতুন চিন্তাৰে কাম কৰি যাব বুলি জানিবলৈ দিয়ে…
-
Republic day : নতুন দিল্লীৰ গণৰাজ্য দিৱসলৈ নিৰ্বাচিত অসমৰ ১০ উদ্যমী
নতুন দিল্লীৰ গণতন্ত্ৰৰ দিৱসৰ বিশেষ অতিথিৰ বাবে নিৰ্বাচিত অসমৰ এই ১০ উদ্যমী ক্ৰমে- ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটী ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ জোনাইৰ অনিল পেণ্ড, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্রিবেণী বৰগোহাঞি…
-
Dhemaji Agriculture news: কানিবিলৰ পাৰত ৰবিশস্যৰ খেতি ধেমাজিৰ কৃষক অৰূপ লালুঙৰ
কৃষকগৰাকীয়ে পূৰ্বতে বাৰিষা সময়ছোৱাত ধান খেতি কৰিছিল আৰু বাকী সময়ছোৱাত তেওঁৰ নিজৰ অটোখন চলাই নিজৰ ঘৰখন চলাই নিছিল। কিন্তু অটোখন চলাই বৰ বেছি লাভ নোহোৱাজন অনুভৱ কৰি অটো চলোৱাৰ কামটো এৰি সম্পূৰ্ণৰূপে কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে।…
-
Apiculture in Assam : কৃষিকৰ্মৰ লগতে ঘৰৰ বাৰীখনতে কেনেকৈ মৌ-পালন কৰিব !
খুৱ কম কষ্টৰে, কম শ্ৰমেৰে, কম খৰচেৰে আৰু কোনো নিৰ্দিষ্ট ঠাই প্ৰয়োজন নোহোৱাকৈ ঘৰতে থাকি ভাল উপাৰ্জন কৰিব পৰা এটা কাম হ’ল মৌ পালন। সম্প্ৰতি বহু প্ৰগতিশীল কৃষকে কৃষিকৰ্মৰ লগত মৌ-পালনক সংযুক্ত কৰি লৈছে।…
-
Ash Gourd Farming : এবিঘা মাটিৰ পৰা ৪-৫ মাহত লাখ টকা উপাৰ্জন কৰক
এবিঘা মাটিত কোমোৰো খেতিৰ পৰা এজন কৃষকে ৪-৫ মাহত লাখ টকা উপাৰ্জন কৰিব পাৰে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলৰ লগতে জিলাখনৰ লীলা শৰ্মা আৰু আৰু ৰাজু দাহাল নামৰ কৃষককেইজনে অন্যান্য গ্ৰীষ্মকালীন শস্যৰ লগতে কোমোৰা খেতি কৰিছিল। একেটা দিনতে কৃষকসকলে ৫০০-৬০০ কৈ…
-
Flood-tolerant paddy : বিল, জলাশয় বা বানপ্ৰৱণ অঞ্চলত কৰক বাওধানৰ খেতি
বাওধানবোৰ বানপানী সহনশীল বা পানীৰ লগত সহৱস্থান কৰি জীয়াই থাকে। পানী বাঢ়ি গ’লে যাদ্দৃশ্যিকভাৱ ধানবোৰো বাঢ়ি যায়। গতিকে যিবোৰ পথাৰ বাৰিষা পানীত ডুব যায় তেনে ঠাইত কৃষকসকলে বাওধানৰ খেতি কৰে।…
-
অসমত মাল্টা, ড্ৰেগন, কমলা, আপেল, আম, ভেনিলা, মধুৰি, কল আদিৰ খেতি নহয়!
এই উৰা-বাতৰি প্ৰচাৰ কৰি থকা একাংশ বহি:ৰাগতই সেই উদ্যানশস্যসমূহৰ বজাৰখন দখল কৰি আহিছে। উৰা-বাতৰিসমূহ আওকাণ কৰি সম্প্ৰতি অসমত ড্ৰেগন, হাইব্ৰীজ প্ৰজাতিৰ কল, গ্ৰাফটিং আম, আপেল, লিছু, তামোল, মাল্টা, আপেল, মৌচুমী, থাইলেণ্ড বগৰী, ক’ক’ আদিৰ খেতি কৰিবলৈ লৈছে।…
-
Cold storage in Assam : অসমত ৪০ টা পশ্চিমবংগত ৬০২ টা শীতল ঘৰ
যদি কৃষকসকলৰ অঞ্চলত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ শীতল ঘৰ থাকিলহেঁতেন তেতিয়া কৃষকসকলে কৃষিজাত সামগ্ৰীসমূহ কম দামত বিক্ৰি কৰিব লগা নহ’লহেঁতেন, নাইবা বিক্ৰি কৰিব নোৱাৰি গৰু-ছাগলীক খোৱাবলগীয়া নহ’লেহেঁতেন।…
-
অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীত হওঁক
টেক্টৰখন ক্ৰয় কৰাৰ পাছতেই কৃষকগৰাকী আৰু পিছলৈ উভটি চাব লগা হোৱা নাই। নিজৰ ইচ্চানুসৰি কৃষকগৰাকীয়ে এতিয়া খেতি কৰি বছৰকেত এটা ভাল উপাৰ্জন কৰি নিজৰ ঘৰখন, পৰিয়ালটো সূচাৰূপে চলাই গৈছে।…
-
মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে তামোল, কল, ড্ৰেগন আৰু ৰবিশস্যৰ খেতি
কৃষকগৰাকী বিশেষকৈ উদ্যান শস্যৰ খেতিৰ লগত জড়িত যদিয়ো উদ্যান শস্যৰ লগত মিশ্ৰিত আৰু মাল্টিলেয়াৰ কৃষিপদ্ধতিৰে বতৰ শাক-পাচলি আৰু একোডোখৰ মাটিতে দুই তিনিটা উদ্যানশস্যৰ খেতি কৰিবলৈ লৈছে। মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে কৃষকগৰাকীয়ে বৰ্তমান উদ্যান শস্যৰ ভিতৰত কল, ড্ৰেগন ফল, তামোলৰ লগতে জলকীয়া, বেঙেনা, পেপচিকাম আদি শস্যসমূহৰ…
-
সমবায় ব্যৱস্থাকলৈ ২০২৫ বৰ্ষত নতুন পদক্ষেপ গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই
সমবায়সমূহে বিশ্বব্যাপী এক স্থায়ী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই সমবায় আৰ্হিটোৰ দ্বাৰা বিশ্বত দৰিদ্ৰতা হ্ৰাস, নিয়োগ সৃষ্টি আৰু সামাজিক সংহতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ আৰু বিভিন্ন প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ আৰু বহনক্ষম ভূমিকা গ্ৰহণ কৰি আহিছে।…
-
Watermelon Farming After Potato Harvesting : আলু খন্দাৰ পাছত আলুতলিবিলাকত কি কৰিব!
আলু খন্দাৰ পাছতে আমাৰ অধিকাংশ মাটিখিনি পেলাই ৰাখে আৰু দুই এজন কৃষকে সেই আলুতলীসমূহত কিছুমান খেতি কৰিব আৰু আগতেও কৰি আহিছে। ধেমাজি জিলাৰ নিলখ বালিজানত কেইবাজনো কৃষক মিলি ১৫ বিঘা মাটিত আলু খেতি কৰিছিল। তেওঁলোকে ইতিমধ্যে আলু চপাই শেষ কৰিছে। আলু খন্দাৰ পাছতে সেই ঠাইখিনিত…
-
Certified Paddy Seeds Production : প্ৰমাণিত ধানৰ বীজ উৎপাদন কৰি সফল শিৱসাগৰ কৃষক
সাধাৰণতে ১ কেজি ধানৰ বজাৰৰ মূল্য ২০-২৫ টকা। কিন্তু কৃষকগৰাকীয়ে বীজৰ বাবে ধান উৎপাদন কৰি প্ৰতিকেজি ধান ৪০-৫০ টকাত বিক্ৰি কৰে। ২০২৪ বৰ্ষটোত কৃষকগৰাকীয়ে ১৩০ কুইন্টল ধানৰ বীজ উৎপাদন কৰি কৃষকক যোগান ধৰিছিল। এইবাৰ ১৫০ কুইন্টল ধানৰ বীজ তেওঁ কৃষকসকলক যোগান ধৰিব বুলি আমাক জানিবলৈ…
-
ক’লা ধান, পাম অইল আৰু ভেনিলা খেতিৰে সফল হৰকান্ত বসুমতাৰী
প্ৰথমে ক’লা ধান, তাৰপিছতে পাম অইল আৰু শেহতীয়াকৈ তেওঁ ভেলিনা খেতি কৰিবলৈ লয়। এনেকৈ কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ তেওঁ কম দিনতে এজন সফল কৃষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।…
-
ড্ৰেগন ফল, মাল্টা, মৌচুমী খেতিৰে সফল চিৰাঙৰ আকবৰ আলী আহমেদ
কেৱল ৮ টা বছৰতেই কৃষি আৰু কৃষিৰ ব্যৱসায়িক দিশটোকো গুৰুত্ব আৰোপ কৰি কৃষক আকবৰ আলীয়ে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু প্ৰমাণ কৰি দেখুৱাইছে যে কৃষিৰ লগত জড়িত হৈয়ো, কৃষিবৃত্তি গ্ৰহণ কৰিয়ো এজন ব্যক্তি সমাজত সন্মানসহকাৰে এক জীৱন কটাব পাৰে।…
-
Sponge Gourd : এবিঘা মাটিত কৰক এদিনত ২-৩ কুইন্টল বজাৰলৈ পঠাওঁক
এবিঘা মাটিৰ পৰাই এদিনত ৫-৬ কুইন্টল ভুল চিঙি বজাৰলৈ পঠোৱা কৃষকো আছে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষিফাৰ্মৰ কৃষকসকলে প্ৰায় ডেৰ বিঘামান মাটিত ভোল খেতি কৰিছিল। তেওঁলোকে জানিবলৈ দিছিল যে এদিনতে তেওঁলোকে কেতিয়াবা দুবাৰকৈ ভোল চিঙিবলৈ সক্ষম হৈছিল।…
-
জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে এবিঘা মাটিত মৰাণ আদাৰ খেতি কৰক
অসমৰ গাঁৱে-ভূঞে দুই এজন কৃষকে এই মৰাণ আদাৰ খেতি কৰে। কমকৈ কৰে। ঘৰত খাই বচাৰ পৰা দুই একেজি বিক্ৰি কৰে। কিন্তু এই আদাৰ খেতি কৰিলে লাভান্বিত হ’ব আমাৰ কৃষকসকল। কাৰণ মৰাণ আদাৰ ওষধি গুণবোৰৰ বাবে এই আদাৰ এখন ভাল এখন বজাৰৰ সম্ভাৱনা আছে।…
-
MFOI 2024 : আজিৰে পৰা আৰম্ভ মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড ২০২৪
অতিথিসকলক সম্বৰ্ধনা জনায় কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ শ্বাইনী ডমিনিকে। সম্বৰ্ধনা অনুষ্ঠানটোত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্ত্বাধিকাৰী তথা মুখ্য সম্পাদক এম চি ডমিনিকে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ডৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।…
-
কাইলৈৰ পৰা MFOI 204, উপস্থিত থাকিব অসমৰো কেইবাজনো কৃষক
দেশৰ প্ৰগতিশীল কৃষকে ভৰি পৰিব ICAR পুচা মেলা গ্ৰাউণ্ড। দ্বিতীয়বাৰৰ বাবে একেখন মঞ্চত থিয় হৈ এক ইতিহাস সৃষ্টি কৰিব MFOI 2024 য়ে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচললৈ সকলো প্ৰান্তৰ কৃষকে ভৰি পৰিব MFOI 2024 ৰ মঞ্চ।…
-
বছৰত ১.৫ কোটি টকাৰ ব্যৱসায়, ১২৫ গৰাকী মহিলা-পুৰুষক সংস্থাপন
চাকৰি এৰি পোণপটীয়াকৈ খেতিত মনোনিৱেশ কৰাৰ পাছতে স্মৰিকাই আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ লয় কৃষিভূমিত ড্ৰীপ ইৰিগেশ্বন, মালচিং পেপাৰ, উন্নত বীজ, বিদেশী শাক-পাচলিক অন্তভূৰ্ক্ত কৰিবলৈ লয়। আৰু পথাৰত কাম কৰিবলৈ গ্ৰাম্য মহিলাসকলক নিয়োগ কৰে। বৰ্তমান তেওঁৰ কৃষিপথাৰত কাম কৰা ১২৫ গৰাকী শ্ৰমিকৰ অধিকাংশই মহিলা।…
-
MFOI-2024 : ৰাজধানী দিল্লী অভিমুখে ৰাওনা দেশৰ ভিন্নপ্ৰান্তৰ কৃষক
ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ কৃষক দ্বিতীয়বাৰৰ বাবে একেখন মঞ্চত থিয় হৈ এক ইতিহাস সৃষ্টি কৰিব MFOI 2024 য়ে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচললৈ সকলো প্ৰান্তৰ কৃষকে ভৰি পৰিব MFOI 2024 ৰ মঞ্চ।…
-
কৃষিখণ্ডত AI, আৰু Drone Technologyৰ ব্যৱহাৰকৃষিখণ্ডত AI, আৰু Drone Technologyৰ ব্যৱহাৰ : মোৰ কিছু ব্যক্তিগত অভিজ্ঞতাৰে
Drone প্ৰযুক্তিৰ সহায়ত মাটিৰ স্বাস্থ্য পৰ্যবেক্ষণ, ফচল আৰু অনাবশ্যক ঘাঁহৰ পৃথকীকৰণ, আৰু পতংগৰ আক্রমণ আগতীয়াকৈ চিহ্নিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰা দেখা গৈছে।…
-
Chief Guest Of MFOI 2024 : MFOI লৈ মাজত মাথো কেইটামান দিন বাকী
আগন্তুক ১-৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দুগৰাকী কেন্দ্ৰী মন্ত্ৰী। উপস্থিত থাকিব মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী পুৰুষোত্তম ৰূপালা, ঘাই পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।…
Latest feeds
-
এগ্ৰিপেডিয়া
ধান খেতিৰ পৰা উপাৰ্জন বৃদ্ধি কৰিবলৈ কৃষকে এইকেইটা কাম কৰক!
-
এগ্ৰিপেডিয়া
Alternatives Paddy farming : কম যত্নত কম খৰচত অধিক উপাৰ্জনৰ সুযোগ
-
এগ্ৰিপেডিয়া
Perfect Paddy Nursery : বিজ্ঞানসন্মতভাৱে ধানৰ কঁঠিয়াতলীখন কেনেকৈ প্ৰস্তুত কৰিব!
-
উদ্য়ানশস্য়
Berry farming time : দুবিঘা মাটিৰ পৰা প্ৰতিবছৰে ২ লাখকৈ উপাৰ্জন
-
উদ্য়ানশস্য়
Tree plantation Time : এপ্ৰিল-জুনৰ ভিতৰত এই ফল-মূলসমূহৰ পুলি ৰোপন কৰক
-
News
Get ready for flooding : পঞ্চায়ত ইলেকচনৰ পাছতে বানপানীৰ বাবে সাজু হৈ থাকক ৰাইজ
-
News
Facebook : প্ৰতিটো লাইন মন দি পঢ়িব যদি সঁচাই পইছা ঘটিব বিচাৰে যদি!
-
সফল কাহিনী
Inspirational Story : এবিঘা মাটি নথকা জীৱন চাহানীৰ বৰ্তমান ১৬ বিঘা মাটিত খেতি
-
উদ্য়ানশস্য়
Sugarcane Farming : ছয় পো ছয় নাতি তেহে কৰিব খেতি! কথাষাৰ কিমান সঁচা!
-
News
গছে, শস্যই কেতিয়াও মানুহক বিশ্বাসঘাটকতা নকৰে