farm Mechanization

কৃষিৰ ক্ষেত্ৰত কৃষি যন্ত্ৰৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ । কৃষি যন্ত্ৰৰ সহায়ত, কৃষকসকলৰ বাবে শস্য খেতি কৰা সহজ । সাম্প্ৰতিক সময়ত কৃষিক্ষেত্ৰত কৃষি যন্ত্ৰৰ অৱদান অতিকৈ গুৰুত্ব উল্লেখযোগ্য ।

  • কৃষি যন্ত্ৰপাতিৰ প্ৰযুক্তিগত অগ্ৰগতি আৰু প্ৰয়োগ

    পুৰণি কালৰ পৰাই খেতিৰ কঠিন কামবোৰৰ বাবে জীৱ-জন্তুৱেই আছিল প্ৰধান শক্তিৰ উৎস। পিছলৈ ভাপ শক্তিয়ে একেখিনি ঠাই ল’বলৈ আৰম্ভ কৰিলে। আৰু তাৰ পিছত গেছ চালিত ট্ৰেক্টৰে ঠাই ল’লে, তাৰ পিছত ডিজেল ইঞ্জিন। উন্নত দেশ সমূহত ইয়াৰ ফলত কৃষি শ্ৰমিকৰ সংখ্যা হ্ৰাস পালে যদিও কৃষি যন্ত্ৰৰ…

  • কৃষিত মহিলাসকলৰ বাবে STHIL-ৰ সঁজুলি

    মহিলা আৰু সমগ্ৰ বিশ্বলৈ তেওঁলোকৰ অৱদান উদযাপন কৰাৰ বাবে প্ৰতি বছৰে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয়। কৃষি খণ্ডৰ ক্ষেত্ৰত ৰোপণ, নিষ্কাশন, জলসিঞ্চন, নিষিক্তকৰণ, উদ্ভিদ সুৰক্ষা, শস্য চপোৱা, অপতৃণ আৰু সঞ্চয়লৈকে, মহিলাসকল কৃষি প্ৰক্ৰিয়াৰ প্ৰতিটো পদক্ষেপত অন্তৰ্ভুক্ত থাকে। অৱশ্যে, কৃষি সঁজুলি আৰু কৃষি যন্ত্ৰৰ গধুৰ…

  • কৃষকসকলৰ বাবে আটাইতকৈ সুবিধাজনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৪ খন ইলেকট্ৰ'নিক ট্ৰেক্টৰ

    বৈদ্যুতিক ট্ৰেক্টৰ হৈছে কৃষি প্ৰযুক্তিৰ এক নতুন যুগৰ আৰম্ভণি। কৃষকসকলে সদায় খেতি সহজ বা কম ব্যয়বহুল কৰাৰ উপায় বিচাৰি থাকে। এনে পৰিস্থিতিত, বেটাৰী চালিত ট্ৰেক্টৰে এই সমস্যাটো সমাধান কৰিব পাৰে। কিয়নো ই ইন্ধন ব্যৱহাৰ হ্ৰাস কৰে। একে সময়তে, ই কৃষিৰ কাম সহজ আৰু কম ব্যয়বহুল…

  • ইউটিলিটী আৰু কম্পেক্ট ট্ৰেক্টৰৰ পাৰ্থক্যঃ খেতিপথাৰৰ বাবে কোনবিধ বেছি উপযোগী?

    ট্ৰেক্টৰবোৰ প্ৰায়ে কৃষি-সম্পৰ্কীয় কাম, লেণ্ডস্কেপিং বা সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয়। ট্ৰেক্টৰ সমূহক ২ টা শ্ৰেণীত ভাগ কৰা হৈছে। কম্পেক্ট ট্ৰেক্টৰ (compact tractor) আৰু ইউটিলিটি ট্ৰেক্টৰ (utility tractor)। যিবোৰ বিভিন্ন কামৰ বাবে ডিজাইন কৰা হৈছে।…

  • ৮৫ হাজাৰ ৰাজসাহাৰ্যৰে ৩ হাজাৰখন পাৱাৰ টিলা অসমৰ কৃষকলৈ। যোগযোগ কৰক আজিয়েই!

    ইক মটৰ্ছৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱৰ অধ্যক্ষতাত সমাজৰ দুখীয়া শ্ৰেণীৰ কৃষকৰ সাহায্যার্থে যোৱা ২১ নৱেম্বৰত আছাম ফাৰ্মাৰ প্ৰাউউচাৰ ক'-অপারেটিভ ছ'চাইটি লিমিটেড গঠন কৰা হয়। সমবায় সমিতিখন গঠন হোৱাৰ লগে লগে কৃষকৰ হিতৰ হকে ইয়াৰ প্ৰথমটো পদক্ষেপ গ্রহণ কৰে।…

  • কৃষিৰ বাবে শ্ৰেষ্ঠ ৫ খন টেক্টৰ। আটাইতকৈ কম তেল খায় এইকেইখন টেক্টৰে

    বৰ্তমান দেশৰ অন্যান্য ৰাজ্যসমূহৰ সমান্তৰালভাৱে অসমৰ কৃষকসকলে কৃষি কাৰ্যৰ বাবে মেচিনৰ ওপৰত নিৰ্ভৰ কৰিব ধৰিছে। অসমৰ কৃষকসকলেও প্ৰায় গৰুৱে হালবাবলৈ এৰিছে গৰুৰ সলনি টেক্টৰ, পাৱাৰটিলাৰে হালবাবলৈ লৈছে। গৰুক বৰ্তমান মৈ দিবলৈহে ব্যৱহাৰ কৰা দেখা যায়। পিছে কৃষক এজনৰ বাবে কেনেকুৱা টেক্টৰ উপযোগী। কোনবোৰ টেক্টৰে তেল…

  • ভাৰতৰ শীৰ্ষ ৫ খন আইচাৰ ট্ৰেক্টৰৰ বিশেষত্ব

    আপুনি টেক্টৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি! তেতিয়াহ’লে আপুনি সময় খৰচ নকৰি প্ৰবন্ধটো পঢ়ক। কাৰণ এই প্ৰবন্ধত আমি আইচাৰ (Eicher) কোম্পানীৰ শাৰ্ষ ৫খন টেক্টৰ সকলো বৈশিষ্ট্য ইয়াত আলোচনা কৰিম। লগতে প্ৰৱন্ধটোত Eicher ট্ৰেক্টৰৰ মূল্য আৰু অন্যান্য তথ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছোঁ।…

  • শীৰ্ষ বেণ্ডৰ ৪ খন মিনি টেক্টৰ আৰু ইয়াৰ বিশেষত্ব!

    বৰ্তমান ট্ৰেক্টৰ অবিহনে কোনো কৃষিকৰ্ম সম্ভৱ নহয়। কৃষকসকলৰ এই মৌলিক প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আমি টেক্টৰ শীৰ্ষ ব্ৰেণ্ডৰ এখন তালিকা লৈ আহিছো আপোনাৰ কাষলৈ। যদি আপুনি কম বিনিয়োগ কৰি মিনি ট্ৰেক্টৰ লোৱাৰ কথা ভাবি আছে, তেনেহ'লে এই প্ৰবন্ধটোৱে আপোনাৰ বাবে যথেষ্ট সহায় কৰিব পাৰে। কিয়নো…

  • কৃষি যন্ত্ৰ আৰু সঁজুলি ক্ৰয়ৰ বাবে কৃষকসকলক 50% লৈকে ৰাজসাহায্য

    উৎপাদন বৃদ্ধিৰ বাবে কৃষিখণ্ড আধুনিকীকৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে চৰকাৰে । কৃষি আধুনীকিকৰণৰ ওপৰত বাখ্যা কৰিবলৈ গৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয়, কৃষিখণ্ড আধুনিক যন্ত্ৰ আৰু সঁজুলি ব্যৱহাৰ কৰাতো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আৰ্থ-সামাজিক পৰিস্থিতি, ভৌগোলিক পৰিস্থিতি, জলসিঞ্চনৰ সুবিধা,…

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.