1. কৃষি সঁজুলি

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Offers for farmers by Mahindra Tractor
Offers for farmers by Mahindra Tractor

দেশৰ টেক্টৰ নিৰ্মাতা কোম্পানী মহিন্দ্ৰা টেক্টৰছে দেশৰ কৃষকসকলক দিছে এক বিশেষ সুযোগ। কম ডাউন পেমেইন্টৰেৰে সহজ কিস্তিৰে কৃষকসকলে ক্ৰয় কৰিব পাৰিব মন পচন্দ্ৰৰ টেক্টৰখন। আৰু নিজৰ কৃষি কৰ্ম নিয়াৰিকৈ আগবঢ়াই নিব পাৰিব কৃষকজনে।

শেহতীয়াকৈ মহিন্দ্ৰা টেক্টৰছে কৃষকসকলক দিছে এই সুযোগ। এই সুযোগ গ্ৰহণ কৰি আমাৰ কৃষকসকলেও এখন টেক্টৰৰ গৰাকী হ’ব পাৰিব। সাধাৰণতে অধিক ডাউন পেমেন্টৰ বাবে আমাৰ কৃষকসকলে এখন টেক্টৰ কিনিব নোৱাৰে। কিন্তু সেই অসুবিধা এতিয়াৰ পৰা নাথাকিব আমাৰ কৃষকসকলৰ। কম উপাৰ্জন কৰা কৃষকসকলেও এতিয়া গৰাকী হব পাৰিব এখন টেক্টৰৰ।

লগতে পঢ়ক- 

CHC : কাষ্টম হায়াৰিং চেন্টাৰে কেনেদৰে সহায় কৰিব দুখিয়া কৃষকক

শেহতীয়াকৈ মহিন্দ্ৰা টেক্টৰছে দেশৰ কৃষকৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা হাতত লৈছে। সকলো কৃষকেই যাতে নিজৰ কৃষি কৰ্ম কোনো বাধা নোপোৱাকৈ আগবঢ়াই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ।

মহিন্দ্ৰা টেক্টৰছে কৃষকলৈ আগবঢ়োৱা এই অফাৰত আছে- ৫০ হাজাৰ টকাত নিজৰ ঘৰলৈ এখন টেক্টৰ লৈ যাব পাৰিব তাকো সহজ কিস্তিত। এই বিষয়ে অধিক জানিবলৈ তেওঁলোকে এই লিংকত গৈ ফৰ্মখন পূৰণ কৰক। নাইবা অধিক জানিবলৈ- 098188 93957 এই নাম্বাৰত ফোন কৰক।

লগতে পঢ়ক- 

Crop Cover : ক্ৰপ কভাৰ কি! কৃষকসকলে কিয় ব্যৱহাৰ কৰে ক্ৰপ কভাৰ

English Summary: Offers for farmers by Mahindra Tractor

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.