1. কৃষি সঁজুলি

ভাৰতৰ শীৰ্ষ ৫ খন আইচাৰ ট্ৰেক্টৰৰ বিশেষত্ব

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আপুনি টেক্টৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি! তেতিয়াহ’লে আপুনি সময় খৰচ নকৰি  প্ৰবন্ধটো পঢ়ক। কাৰণ এই প্ৰবন্ধত আমি আইচাৰ (Eicher) কোম্পানীৰ শীৰ্ষ ৫খন  টেক্টৰ সকলো বৈশিষ্ট্য ইয়াত আলোচনা  কৰিম। লগতে প্ৰৱন্ধটোত এই ৫খন Eicher ট্ৰেক্টৰৰ মূল্য আৰু অন্যান্য তথ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰিছোঁ।

1. আইচাৰ 333 (Eicher 333)

Eicher 333 ত তিনিটা চিলিণ্ডাৰ আৰু ২৩৬৫ চিচিৰ এটা শক্তিশালী ইঞ্জিন আছে। ইয়াত মুঠ দহটা গিয়াৰ আছে, আঠটা ফৰৱাৰ্ড আৰু দুটা ৰিভাৰ্চ, আৰু এটা 1905 মিমি হুইলবেচ। এই ট্ৰেক্টৰত মেকানিকেল ষ্টিয়েৰিং বিকল্প আছে, যাৰ ফলত Eicher টেক্টৰ খুৱ আৰামদায়ক হয়।  ই ডিজেলত চলে লগতে ড্ৰাই ডিস্ক ব্ৰেক সংযুক্ত হৈ থাকে। ইতিমধ্যে আইচাৰ কোম্পানীটো সথিক মূল্যৰ বাবে এক সুপৰিচিত নাম।

  • HP: 33HP
  • Price: 5, 50,000*
  • Lifting capacity- 1600 kg
  • Engine Capacity- 2365 CC

2. আইচাৰ 242 ( Eicher 242)

আইচাৰ 242 সাধাৰণতে খেতিৰ বাবে উপযোগী। প্ৰয়োজন অনুসৰি খেতিয়কগৰাকীয়ে ট্ৰেইলাৰ, ৰোটাভাটৰ, আৰু বীজড্ৰিলৰ সংযোগ কৰি লব পাৰে। ইয়াত 1557 চিচি ক্ষমতাৰ একক-চিলিণ্ডাৰ ইঞ্জিন আৰু 1900 আৰপিএমৰ আৰপিএম আছে। এই টেক্টৰ কৃষকসকলৰ মাজত অধিক জনপ্ৰিয়। তদুপৰি আধুনিক কৃষকসকলৰ পছন্দ হিচাপেও জনা যায়। কিয়নো ই অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত আৰু বৰ্তমানৰ কৃষকসকলৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে।

  • HP: 25HP
  • Price range: 3,500,000 to 3,950,000*
  • Lifting Capacity: 900 KG
  • Engine capacity: 1557 CC

আইচাৰ 557 (Eicher 557)

আইচাৰ 557 য়ো আইচাৰ 242ৰ দৰেই কৃষিৰ বাবে বিশেষভাৱে উপযোগী। ৰোটাভেটৰ, টিলাৰ, 'ৱাৰ আদি সংযোগ কৰি প্ৰয়োজন অনুসৰি কৃষকসকলে ব্যৱহাৰ কৰিব পাৰে। খেতিয়ক আদিৰ সৈতে ভালদৰে কাম কৰে। উল্লেখ্য যে এই টেক্টৰখনত ৫০ হৰ্চপাৱাৰ এটা ৩,৩০০ চিচি ইঞ্জিন শক্তিশালী ইঞ্জিন আছে।

  • HP: 50 HP
  • Price range: 6, 65,000 to 6, 90,000.*
  • Capacity for lifting: 1470-1850 kg
  • Engine capacity: 3300 cc

4. আইচাৰ 551 (Eicher 551)

আইচাৰ ৫৫১ হৈছে কোম্পানীৰ ফ্লেগশ্বিপ সামগ্ৰী।  আইচাৰ 551 (Eicher 551) ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে।

  • HP: 49HP
  • Price: 7, 00,000*
  • Capacity: 1850 kg
  • Engine capacity: 3300 CC
  1. আইচাৰ 380

আইচা কোম্পানীৰ আটাইতকৈ শীৰ্য শ্ৰণীটোৱেই আইচাৰ 380 ।

  • HP: 40HP
  • Price: 5, 00,000- 5, 50,000*
  • Capacity: 1200 kg
  • Engine capacity-2500

লগতে পঢ়ক- শীৰ্ষ বেণ্ডৰ ৪ খন মিনি টেক্টৰ আৰু ইয়াৰ বিশেষত্ব!

English Summary: Top 5 Eicher Tractor in India- Features

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.