Agriculture News
Agriculture news refers to information related to the agricultural industry that is reported through various media outlets such as newspapers, magazines, websites, television, and social media platforms. Agriculture news covers a range of topics including crop production, livestock farming, farm management practices, technology and innovation in agriculture, climate change, and policies affecting the agriculture industry.
-
Pointed gourd : ৬০ দিনতে লাগিব ফল, কম ৮০-৯০ হাজাৰ টকা উপাৰ্জন
অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নৰ প্ৰান্তৰ বজাৰত পটলৰ চাহিদা আছে। ইফালে অসমৰ জলবায়ু পটল খেতিৰ বাবে খুৱ ভাল। গতিকে পৰিকল্পিতভাৱে কাম কৰিলে নিশ্চিতভাৱে পাব। গতিকে এইবাৰ বালিঅহীয়া, সাৰুৱা আৰু পানী জমা নোহোৱা এবিঘা মাটিত মাৰ্চ-এপ্ৰিলৰ ভিতৰতে পটল খেতি কৰক।…
-
মাৰ্চ-এপ্ৰিলত এবিঘা মাটিত কৰি ১০ মাহত ৫ লাখ টকা উপাৰ্জন কৰিব পৰা খেতি
এবিঘা মাটিত এজন কৃষকে আদা খেতি কৰিবলৈ হ’লে ৮০-৯০ হাজাৰমান টকাৰ খৰচ হ’ব। কিন্তু সেয়া ভয় কৰিব লগীয়া কথা নহয়। কাৰণ এবিঘা মাটি আদা খেতিৰ পৰা এজন কৃষকে ৫-৬ লাখ টকা উপাৰ্জন কৰিব পাৰে।…
-
Monsoon season Farming : বাৰিষাকালত খেতি কৰি অধিক উপাৰ্জন কৰিব পৰা সুবিধাসমূহ
বাৰিষা সময়ছোৱাত বৰষুণৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী পোৱা যায়। ফলত শাক-পাচলিৰ খেতিৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হয়।…
-
গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত ৰাজ্যিক পৰ্যায়ৰ এদিনীয় ৰিফ্ৰেছাৰ প্ৰশিক্ষণ শিবিৰ
এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য ডিজিটেল ক্রপ ছাৰ্ভে (DCS) আৰু কৃষক পঞ্জীয়ন (Farmers’ Registry) সম্পৰ্কে কৃষি বিভাগৰ বিভিন্ন স্তৰৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক সক্ষম কৰি তোলা।…
-
Malta Fruit farming : ২০-২৫ বছৰলৈ প্ৰতিবছৰে ৮০-৯০ হাজাৰকৈ উপাৰ্জন কৰক
অসমত মাল্টা টেঙাৰ খেতি ভাল নহয় বুলি বা অসমৰ জলবায়ু মাল্টা টেঙাৰ উপযোগী নহয় বুলি ভাৱি অহা কথাটোক ভুল বুলি প্ৰতিপন্ন কৰিছে অসমৰ মাল্টা টেঙাৰ খেতি কৰি অহা কৃষকসকলৰ সফলতাই। অসমত ব্যৱসায়িক উদ্দেশ্যৰে মাল্টা টেঙাৰ খেতি কৰি অহা কৃষকসকলৰ অন্যতম গোৱালপাৰা জিলাৰ বিপুল নাথ আৰু…
-
BCA launched New Logo : ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেডৰ নতুন ল’গ’ উন্মোচন
নতুন ল’গ’টোৱে উদ্ভাৱন, সমৃদ্ধি আৰু বহনক্ষম কৃষি বৃদ্ধিৰ প্ৰতি বিচিএৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ইয়াৰ নীলা ৰঙে কোম্পানীটোৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে, আৰু সেউজীয়া ৰংটোৱে বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক বুজায়।…
-
Polyhouse Farming : পলিহাউচত খেতি কৰি দুগুণ দামত পাচলি বিক্ৰি কৰক
বিলাহী, বেঙেনা, পেপচিকাম আদি শস্যবোৰ খেতি সাধাৰণতে শীতকালত কৰা হয়। শীতকালত এই শস্যসমূহৰ অনুমাণিক দাম প্ৰতিকিলোত ক্ৰমে ২০, ২৫, ৩০ টকা (কম বেছি হ’ব পাৰে)। যদি এই শস্যসমূহৰ খেতি অবতৰত অৰ্থাত বাৰিষা কালত পলিহাউচৰ ভিতৰত কৰি বজাৰলৈ পঠিয়াবলৈ সক্ষম হয় তেতিয়া বিলাহী, বেঙেনা, পেপচিকাম আদি…
-
Farming without Soil : শিক্ষিত যুৱক-যুৱতীসকলে বোকা-পানী নগছকাকৈ কৰিব পাৰিব খেতি
এই পদ্ধতিত খেতি কৰিলে কঁপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰিব নালাগে, ৰদ, বৰষুণত বা বোকা-পানী গছকি খেতি কৰিব নালাগে। যাৰবাবে শিক্ষিত আৰু আধুনিক যুৱক-যুৱতীসকলৰ মাজত এই কৃষি পদ্ধতিৰ প্ৰতি আগ্ৰহী হৈ উঠিছে।…
-
Maize Farming : প্ৰতিবিঘা মাটিত ৩ মাহত ১৮-২০ হাজাৰ টকা উপাৰ্জন কৰক
মাকৈৰপৰা মুৰ্গিৰ দানা, মাছৰ খাদ্য, পশু খাদ্য, প্ৰস্তুত কৰা হয়। মাকৈ খেতিক কেন্দ্ৰ কৰি অসমত সৰু-সুৰা বহুত উদ্যোগ গঢ় লৈ উঠিছে। এয়া ৰাজ্যখনৰ বাবে শুভ লক্ষণ।…
-
ইজৰাইলৰ হাইফা গ্ৰুপে ভাৰতত মুকলি কৰিলে হাইফা ইণ্ডিয়া ফাৰ্টিলাইজাৰছ এণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড
চলিত বৰ্ষটোৰ ২৩ জানুৱাৰীত মুম্বাইৰ টাজ হোটেলত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত মুকলি কৰে হাইফা ইণ্ডিয়া ফাৰ্টিলাইজাৰছ এণ্ড টেকন’লজিছ প্ৰাইভেট লিমিটেড। কৃষকসকলৰ বাবে এক মাইলৰ খুঁটি হৈ পৰিব ২৩ জানুৱাৰী দিনটো। কৃষকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতিটো দিশক সামৰি অনাগত দিনত নতুন চিন্তাৰে কাম কৰি যাব বুলি জানিবলৈ দিয়ে…
-
Republic day : নতুন দিল্লীৰ গণৰাজ্য দিৱসলৈ নিৰ্বাচিত অসমৰ ১০ উদ্যমী
নতুন দিল্লীৰ গণতন্ত্ৰৰ দিৱসৰ বিশেষ অতিথিৰ বাবে নিৰ্বাচিত অসমৰ এই ১০ উদ্যমী ক্ৰমে- ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটী ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ জোনাইৰ অনিল পেণ্ড, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্রিবেণী বৰগোহাঞি…
-
Dhemaji Agriculture news: কানিবিলৰ পাৰত ৰবিশস্যৰ খেতি ধেমাজিৰ কৃষক অৰূপ লালুঙৰ
কৃষকগৰাকীয়ে পূৰ্বতে বাৰিষা সময়ছোৱাত ধান খেতি কৰিছিল আৰু বাকী সময়ছোৱাত তেওঁৰ নিজৰ অটোখন চলাই নিজৰ ঘৰখন চলাই নিছিল। কিন্তু অটোখন চলাই বৰ বেছি লাভ নোহোৱাজন অনুভৱ কৰি অটো চলোৱাৰ কামটো এৰি সম্পূৰ্ণৰূপে কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে।…
-
Apiculture in Assam : কৃষিকৰ্মৰ লগতে ঘৰৰ বাৰীখনতে কেনেকৈ মৌ-পালন কৰিব !
খুৱ কম কষ্টৰে, কম শ্ৰমেৰে, কম খৰচেৰে আৰু কোনো নিৰ্দিষ্ট ঠাই প্ৰয়োজন নোহোৱাকৈ ঘৰতে থাকি ভাল উপাৰ্জন কৰিব পৰা এটা কাম হ’ল মৌ পালন। সম্প্ৰতি বহু প্ৰগতিশীল কৃষকে কৃষিকৰ্মৰ লগত মৌ-পালনক সংযুক্ত কৰি লৈছে।…
-
Ash Gourd Farming : এবিঘা মাটিৰ পৰা ৪-৫ মাহত লাখ টকা উপাৰ্জন কৰক
এবিঘা মাটিত কোমোৰো খেতিৰ পৰা এজন কৃষকে ৪-৫ মাহত লাখ টকা উপাৰ্জন কৰিব পাৰে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলৰ লগতে জিলাখনৰ লীলা শৰ্মা আৰু আৰু ৰাজু দাহাল নামৰ কৃষককেইজনে অন্যান্য গ্ৰীষ্মকালীন শস্যৰ লগতে কোমোৰা খেতি কৰিছিল। একেটা দিনতে কৃষকসকলে ৫০০-৬০০ কৈ…
-
Flood-tolerant paddy : বিল, জলাশয় বা বানপ্ৰৱণ অঞ্চলত কৰক বাওধানৰ খেতি
বাওধানবোৰ বানপানী সহনশীল বা পানীৰ লগত সহৱস্থান কৰি জীয়াই থাকে। পানী বাঢ়ি গ’লে যাদ্দৃশ্যিকভাৱ ধানবোৰো বাঢ়ি যায়। গতিকে যিবোৰ পথাৰ বাৰিষা পানীত ডুব যায় তেনে ঠাইত কৃষকসকলে বাওধানৰ খেতি কৰে।…
-
অসমত মাল্টা, ড্ৰেগন, কমলা, আপেল, আম, ভেনিলা, মধুৰি, কল আদিৰ খেতি নহয়!
এই উৰা-বাতৰি প্ৰচাৰ কৰি থকা একাংশ বহি:ৰাগতই সেই উদ্যানশস্যসমূহৰ বজাৰখন দখল কৰি আহিছে। উৰা-বাতৰিসমূহ আওকাণ কৰি সম্প্ৰতি অসমত ড্ৰেগন, হাইব্ৰীজ প্ৰজাতিৰ কল, গ্ৰাফটিং আম, আপেল, লিছু, তামোল, মাল্টা, আপেল, মৌচুমী, থাইলেণ্ড বগৰী, ক’ক’ আদিৰ খেতি কৰিবলৈ লৈছে।…
-
Cold storage in Assam : অসমত ৪০ টা পশ্চিমবংগত ৬০২ টা শীতল ঘৰ
যদি কৃষকসকলৰ অঞ্চলত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ শীতল ঘৰ থাকিলহেঁতেন তেতিয়া কৃষকসকলে কৃষিজাত সামগ্ৰীসমূহ কম দামত বিক্ৰি কৰিব লগা নহ’লহেঁতেন, নাইবা বিক্ৰি কৰিব নোৱাৰি গৰু-ছাগলীক খোৱাবলগীয়া নহ’লেহেঁতেন।…
-
অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীত হওঁক
টেক্টৰখন ক্ৰয় কৰাৰ পাছতেই কৃষকগৰাকী আৰু পিছলৈ উভটি চাব লগা হোৱা নাই। নিজৰ ইচ্চানুসৰি কৃষকগৰাকীয়ে এতিয়া খেতি কৰি বছৰকেত এটা ভাল উপাৰ্জন কৰি নিজৰ ঘৰখন, পৰিয়ালটো সূচাৰূপে চলাই গৈছে।…
-
মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে তামোল, কল, ড্ৰেগন আৰু ৰবিশস্যৰ খেতি
কৃষকগৰাকী বিশেষকৈ উদ্যান শস্যৰ খেতিৰ লগত জড়িত যদিয়ো উদ্যান শস্যৰ লগত মিশ্ৰিত আৰু মাল্টিলেয়াৰ কৃষিপদ্ধতিৰে বতৰ শাক-পাচলি আৰু একোডোখৰ মাটিতে দুই তিনিটা উদ্যানশস্যৰ খেতি কৰিবলৈ লৈছে। মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে কৃষকগৰাকীয়ে বৰ্তমান উদ্যান শস্যৰ ভিতৰত কল, ড্ৰেগন ফল, তামোলৰ লগতে জলকীয়া, বেঙেনা, পেপচিকাম আদি শস্যসমূহৰ…
-
সমবায় ব্যৱস্থাকলৈ ২০২৫ বৰ্ষত নতুন পদক্ষেপ গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই
সমবায়সমূহে বিশ্বব্যাপী এক স্থায়ী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই সমবায় আৰ্হিটোৰ দ্বাৰা বিশ্বত দৰিদ্ৰতা হ্ৰাস, নিয়োগ সৃষ্টি আৰু সামাজিক সংহতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ আৰু বিভিন্ন প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ আৰু বহনক্ষম ভূমিকা গ্ৰহণ কৰি আহিছে।…
-
Watermelon Farming After Potato Harvesting : আলু খন্দাৰ পাছত আলুতলিবিলাকত কি কৰিব!
আলু খন্দাৰ পাছতে আমাৰ অধিকাংশ মাটিখিনি পেলাই ৰাখে আৰু দুই এজন কৃষকে সেই আলুতলীসমূহত কিছুমান খেতি কৰিব আৰু আগতেও কৰি আহিছে। ধেমাজি জিলাৰ নিলখ বালিজানত কেইবাজনো কৃষক মিলি ১৫ বিঘা মাটিত আলু খেতি কৰিছিল। তেওঁলোকে ইতিমধ্যে আলু চপাই শেষ কৰিছে। আলু খন্দাৰ পাছতে সেই ঠাইখিনিত…
-
Certified Paddy Seeds Production : প্ৰমাণিত ধানৰ বীজ উৎপাদন কৰি সফল শিৱসাগৰ কৃষক
সাধাৰণতে ১ কেজি ধানৰ বজাৰৰ মূল্য ২০-২৫ টকা। কিন্তু কৃষকগৰাকীয়ে বীজৰ বাবে ধান উৎপাদন কৰি প্ৰতিকেজি ধান ৪০-৫০ টকাত বিক্ৰি কৰে। ২০২৪ বৰ্ষটোত কৃষকগৰাকীয়ে ১৩০ কুইন্টল ধানৰ বীজ উৎপাদন কৰি কৃষকক যোগান ধৰিছিল। এইবাৰ ১৫০ কুইন্টল ধানৰ বীজ তেওঁ কৃষকসকলক যোগান ধৰিব বুলি আমাক জানিবলৈ…
-
ক’লা ধান, পাম অইল আৰু ভেনিলা খেতিৰে সফল হৰকান্ত বসুমতাৰী
প্ৰথমে ক’লা ধান, তাৰপিছতে পাম অইল আৰু শেহতীয়াকৈ তেওঁ ভেলিনা খেতি কৰিবলৈ লয়। এনেকৈ কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈ তেওঁ কম দিনতে এজন সফল কৃষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।…
-
ড্ৰেগন ফল, মাল্টা, মৌচুমী খেতিৰে সফল চিৰাঙৰ আকবৰ আলী আহমেদ
কেৱল ৮ টা বছৰতেই কৃষি আৰু কৃষিৰ ব্যৱসায়িক দিশটোকো গুৰুত্ব আৰোপ কৰি কৃষক আকবৰ আলীয়ে অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু প্ৰমাণ কৰি দেখুৱাইছে যে কৃষিৰ লগত জড়িত হৈয়ো, কৃষিবৃত্তি গ্ৰহণ কৰিয়ো এজন ব্যক্তি সমাজত সন্মানসহকাৰে এক জীৱন কটাব পাৰে।…
-
Sponge Gourd : এবিঘা মাটিত কৰক এদিনত ২-৩ কুইন্টল বজাৰলৈ পঠাওঁক
এবিঘা মাটিৰ পৰাই এদিনত ৫-৬ কুইন্টল ভুল চিঙি বজাৰলৈ পঠোৱা কৃষকো আছে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষিফাৰ্মৰ কৃষকসকলে প্ৰায় ডেৰ বিঘামান মাটিত ভোল খেতি কৰিছিল। তেওঁলোকে জানিবলৈ দিছিল যে এদিনতে তেওঁলোকে কেতিয়াবা দুবাৰকৈ ভোল চিঙিবলৈ সক্ষম হৈছিল।…
-
জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে এবিঘা মাটিত মৰাণ আদাৰ খেতি কৰক
অসমৰ গাঁৱে-ভূঞে দুই এজন কৃষকে এই মৰাণ আদাৰ খেতি কৰে। কমকৈ কৰে। ঘৰত খাই বচাৰ পৰা দুই একেজি বিক্ৰি কৰে। কিন্তু এই আদাৰ খেতি কৰিলে লাভান্বিত হ’ব আমাৰ কৃষকসকল। কাৰণ মৰাণ আদাৰ ওষধি গুণবোৰৰ বাবে এই আদাৰ এখন ভাল এখন বজাৰৰ সম্ভাৱনা আছে।…
-
MFOI 2024 : আজিৰে পৰা আৰম্ভ মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড ২০২৪
অতিথিসকলক সম্বৰ্ধনা জনায় কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ শ্বাইনী ডমিনিকে। সম্বৰ্ধনা অনুষ্ঠানটোত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্ত্বাধিকাৰী তথা মুখ্য সম্পাদক এম চি ডমিনিকে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ডৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।…
-
কাইলৈৰ পৰা MFOI 204, উপস্থিত থাকিব অসমৰো কেইবাজনো কৃষক
দেশৰ প্ৰগতিশীল কৃষকে ভৰি পৰিব ICAR পুচা মেলা গ্ৰাউণ্ড। দ্বিতীয়বাৰৰ বাবে একেখন মঞ্চত থিয় হৈ এক ইতিহাস সৃষ্টি কৰিব MFOI 2024 য়ে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচললৈ সকলো প্ৰান্তৰ কৃষকে ভৰি পৰিব MFOI 2024 ৰ মঞ্চ।…
-
বছৰত ১.৫ কোটি টকাৰ ব্যৱসায়, ১২৫ গৰাকী মহিলা-পুৰুষক সংস্থাপন
চাকৰি এৰি পোণপটীয়াকৈ খেতিত মনোনিৱেশ কৰাৰ পাছতে স্মৰিকাই আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ লয় কৃষিভূমিত ড্ৰীপ ইৰিগেশ্বন, মালচিং পেপাৰ, উন্নত বীজ, বিদেশী শাক-পাচলিক অন্তভূৰ্ক্ত কৰিবলৈ লয়। আৰু পথাৰত কাম কৰিবলৈ গ্ৰাম্য মহিলাসকলক নিয়োগ কৰে। বৰ্তমান তেওঁৰ কৃষিপথাৰত কাম কৰা ১২৫ গৰাকী শ্ৰমিকৰ অধিকাংশই মহিলা।…
-
MFOI-2024 : ৰাজধানী দিল্লী অভিমুখে ৰাওনা দেশৰ ভিন্নপ্ৰান্তৰ কৃষক
ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ কৃষক দ্বিতীয়বাৰৰ বাবে একেখন মঞ্চত থিয় হৈ এক ইতিহাস সৃষ্টি কৰিব MFOI 2024 য়ে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচললৈ সকলো প্ৰান্তৰ কৃষকে ভৰি পৰিব MFOI 2024 ৰ মঞ্চ।…
-
কৃষিখণ্ডত AI, আৰু Drone Technologyৰ ব্যৱহাৰকৃষিখণ্ডত AI, আৰু Drone Technologyৰ ব্যৱহাৰ : মোৰ কিছু ব্যক্তিগত অভিজ্ঞতাৰে
Drone প্ৰযুক্তিৰ সহায়ত মাটিৰ স্বাস্থ্য পৰ্যবেক্ষণ, ফচল আৰু অনাবশ্যক ঘাঁহৰ পৃথকীকৰণ, আৰু পতংগৰ আক্রমণ আগতীয়াকৈ চিহ্নিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰা দেখা গৈছে।…
-
Chief Guest Of MFOI 2024 : MFOI লৈ মাজত মাথো কেইটামান দিন বাকী
আগন্তুক ১-৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দুগৰাকী কেন্দ্ৰী মন্ত্ৰী। উপস্থিত থাকিব মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী পুৰুষোত্তম ৰূপালা, ঘাই পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।…
-
MFOI 2024 ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
এজন ব্যক্তি লাখপতি বা কোটি হ’ব পাৰে, কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো এজন ব্যক্তি প্ৰথন শ্ৰেণী চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাব পাৰে তাৰ এক উদাহৰণ দাঙি ধৰাৰ লগতে কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত দাঙি ধৰিব Millionaire Farmer of India Award 2024 য়ে।…
-
কেইবাজনো Star Farmer Speaker উপস্থিত থাকিব MFOI 2024
কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো Star Farmer Speakerৰ সকলে কেনেকৈ অবিশ্বাস্য সফলতা লাভ কৰিছে তাৰ আঁৰৰ কাহিনীবোৰ তেওঁলোকে Millionaire Farmer of India Award 2024 ত তৃণমূল পৰ্যায়ৰ কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব। কেৱল ভাৰতবৰ্ষৰে নহয় বিশ্বৰ বিভিন্নপ্ৰান্তৰ Star Farmerসকলে Millionaire Farmer of India Award 2024 অংশগ্ৰহণ কৰিব।…
-
আজিয়েই আবেদন কৰক মুখ্যমন্ত্ৰাী আত্মনিৰ্ভৰ অসম অভিযান ২.০ৰ বাবে
অসমৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে বা স্বনিৰ্ভৰশীল কৰি তোলা লক্ষ্যৰে ২০২৩ বৰ্ষত গ্ৰহণ কৰা হৈছিল "মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান" ( CMAAA = Chief Minister Atmanirbhar Asom Abhiyan ) আঁচনি। খুব কম সুত আৰু ৰাজ্যসাহাৰ্যত ২-৫ লাখ পৰ্যন্ত এই আঁচনিৰ অধিনত নিৱনুৱা যুৱক-যুৱতীসকলে কোনো…
-
এডোখৰ মাটিতে কেনেকৈ বছৰত দুটা খেতি কৰে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে!
আঘোণ-পুহ মাহৰ পাছৰ বহাগ-জেঠলৈ অসমৰ কৃষকে শ শ বিঘা মাটি পেলাই ৰাখে। বিস্তৃত বিস্তৃত এলেকা ছন পৰি থাকে। এনেদৰে ছন পৰা মাটিসমূহত আমাৰ কৃষকসকলে খেতি কৰি আৰ্থিকভাৱে শক্তিশালী হ’ব পাৰে। অসমৰ অধিকাংশ কৃষকেই এটা শস্য খেতিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে বাৰিষা দিনত ধান খেতি কৰে। আঘোণত…
-
Tomato Disease and Farming Tips : বিলাহীৰ বেমাৰ-আজাৰ আৰু কৃষি পদ্ধতি
বীজ সিঁচাৰ ২০-৩০ দিনৰ পাছত পুলিবোৰ মূল পথাৰত ৰোৱাৰ উপযোগী হয়। মূল পথাৰত পুলি ৰোৱাৰ ব্যৱধান সঁচ অনুযায়ী বেলেগ বেলেগ হয় যদিও সাধাৰণতে ৬০ ছেঃমিঃ × ৪৫ ছেঃমিঃ ব্যৱধানত পুলিবোৰ ৰুব লাগে।…
-
Ornamental Fish Farming : লখিমপুৰত খাবৰ বাবে নহয় একুৰিয়ামত ৰাখিবৰ মাছ পালন
ঘৰ এখন সৌন্দৰ্যশালী কৰিবৰ বাবে কিছু চৌখিন লোকে ড্ৰয়িং ৰূমৰ একুৰিয়ামত ৰখা হয়তো বহুতে দেখিছে। সম্প্ৰতি বহু লোকে নিজৰ ঘৰখন সজাবৰ বাবে, সৌন্দৰ্যশালী কৰিবৰ বাবে একুৰিয়ামত মাছ ৰক্ষা পৰিলক্ষিত হৈছে। আমাৰ অসমতো দিনক দিনে এনে চৌখিন লোকৰ সংখ্যা বাঢ়িছে। এনে চৌখিনলোকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে…
-
French bean : অধিক উৎপাদনৰ বাবে ফ্ৰেন্সবিনৰ খেতি কেনেকৈ কৰিব!
কম সময়তে কৰি খৰচত দুগুণ উপাৰ্জন কৰিব পাৰিব আমাৰ কৃষকসকলে। ইফালে, ফ্ৰেন্সবিনৰ বজাৰখনো ভাল। চিঙাৰ পাছত কেইবাদিনলৈ ভাল হৈ থাকে। দামো আছে। তদুপৰি ই সকলো শ্ৰেণী মানুহৰ প্ৰিয় খাদ্য।…
-
Pumpkin Farming : ৰঙালাও খেতি সন্দৰ্ভত কেইটামান তথ্য
ৰঙালাওৰ উন্নত জাত যেনে- আর্কা সূর্যমুখী, আর্কা চন্দন; বৰ্ণসংকৰ জাত যেনে অর্জুনা, ভিমা, ৰাণাৰ লগতে উন্নত থলুৱা সঁচবোৰ ব্যৱহাৰ কৰি খেতি কৰিলে যথেষ্ট লাভবান হ'ব পাৰি।…
-
নেমু আৰু অন্যান্য টেঙাজাতীয় ফলৰ কৃষিপদ্ধতি, বেমাৰ-আজাৰৰ সমাধান
নতুনকৈ নেমুটেঙাৰ বাৰী পাতিব বিচাৰিলে আহাৰৰ পৰা শাওণ মাহৰ ভিতৰত ৩ মিটাৰ × ৩ মিটাৰ দূৰত্বত গাঁত খান্দিব লাগে। এই গাঁতত এবছৰীয়া স্বাস্থ্যৱান নেমুৰ কলম পুলি ৰোপণ কৰিব লাগে।…
-
Indigenous Foods As Medicines : ঔষধ হিচাপে কেইবিধমান থলুৱা খাদ্য
পাকঘৰত সদায় ব্যৱহাৰ হৈ থকা উপকৰণসমূহ বা আমাৰ ঘৰৰ বাৰীৰ চুকত থকা বনশাক আৰু বনৌষধি সমূহ আমি বহু ক্ষেত্ৰত ঔষধ হিচাবে ব্যৱহাৰ কৰিব পাৰো। মাত্ৰ আমি জানিব লাগিব কি খাদ্যৰ কি বিশেষ ঔষধি গুণ আছে, কি খাদ্য কি ৰোগত উপকাৰী, কেনেকৈ ব্যৱহাৰ কৰিলে গুণাগুণ পোৱা…
-
Watermelon Farming : তৰমুজ খেতিৰে ৮০-৯০ দিনৰ ভিতৰতে উপাৰ্জন কৰক
অসমৰ লগতে ভাৰতৰ সকলো ৰাজ্যতে তৰমূজৰ চাহিদা আছে। খুব সময়তে আমাৰ কৃষকসকলে তৰমূজ খেতিৰ পৰা উপাৰ্জন কৰিব স্থল আছে। তৰমূজ খেতিৰ বাবে বিশেষ কৃষিভূমিৰো প্ৰয়োজন নহয়। ধান খেতি কৰা বাম মাটিবোৰতো কৃষকসকলে তৰমুজৰ খেতি কৰিব পাৰে। তদুপৰি নৈ পৰীয়া বালি মাটিতো পানীৰ ব্যৱস্থা কৰি কৃষকসকলে…
-
জৈৱিক পদ্ধতিৰে শীতকালীন শাক-পাছলিৰ ৰোগ আৰু কীট-পতংগৰ নিয়ন্ত্রণ
কীট-পতংগ নিৰাময়ৰ কাৰনে নিৰাপদ আৰু ফলপ্ৰসূ পদ্ধতি যেনে আচৰণজনিত নিয়ন্ত্রণ, জৈৱ নিয়ন্ত্রণ আৰু উদ্ভিদজাত জৈৱ-কীটনাশক ইত্যাদি পদ্ধতিৰ সন্ধান কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে।…
-
Wild plant : ধাননী পথাৰত গজা অপতৃণবোৰ কেনেকৈ নগজা কৰিব!
সচৰাচৰ আমাৰ খেতি পথাৰত দেখা পোৱা অপতৃণ সমূহ হ'ল ঘাহ জাতীয় বন, মহফুলা বন, বিনৈ, বিহলঙণি, মেটেকা আদি। এই অপতৃণ সমূহে আমাৰ শস্য পথাৰত হোৱাৰ ফলত উৎপাদনৰ যথেষ্ট প্রভাৱ পৰা দেখা যায়।…
-
Mushroom farming : এই কথাখিনি জানি মাত্ৰ ৩০ দিনত উপাৰ্জন কৰক
আমাৰ কৃষকসকলৰ আর্থিক অৱল অতি পুতৌজনক। উপযুক্ত বজাৰৰ অভাৱ তথা অন্যান্য সাসুবিধাৰ অভাৱৰ কাৰনে আমাৰ কৃষকসকলে খৰছৰ অনুপাতে যথেষ্ট পৰিমানে লাভ অর্জন কৰিবলৈ সক্ষম নহয়। সেয়ে আমাৰ কৃষকসকলে এনে কিছুমান কৃষিজাত উদ্যোগ বাছি লব লাগিব য'ত খৰছ কম হয় কিন্তু কম সময়তে অধিক লাভ অর্জন…
-
বানৰ বাবে ৰুৱ নোৱৰা ধান কটাৰ পাছৰ খালি পথাৰসমূহত কৰক এই খেতি
শেহতীয়াকৈ এই মিলেট বা কনীধানে সকলো স্তৰতে অধিক গুৰুত্ব লাভ কৰাৰ কাৰণ হৈছে কণীধানে বৰ্তমানৰ জলবায়ু পৰিবৰ্তনৰ লগত খাপ খোৱাকৈ খৰাং পৰিৱেশত নুন্যতম পানী আৰু পুষ্টিতো খৰতকীয়াকৈ অতি কম আপদানত ভাল উৎপাদন দিব পাৰে। অসমৰ জলবায়ুত উৎপাদন কৰিব পৰা আৰু গ্ৰাহকৰ মাজত জনপ্রিয়তা অর্জন কৰিছে।…
-
Green Lady : অমিতাৰ এই জাতটোৰ খেতি কৰক ৩-৪ মাহতে লাগিব ফল
এই জাতটোৰ অমিতা খুব কম সময়তে লাগে আৰু অধিক পৰিমানে লাগে। পুলি ৰোপনৰ ৩-৪ মাহৰ পৰা ফটোত দেখা দৰেই গুৰিৰ পৰা অমিতা লাগে। আৰু এটা অমিতাৰ ওজন ৮০০গ্ৰাম- ১৫০০গ্ৰামৰ হয়। আৰু লাগিবলৈ আৰম্ভ কৰাৰ পাছৰ পৰা গোটেই জীৱন কাল ফল দি থাকে।…
-
Regenerative Agriculture System : কৃষিৰ উজ্জীবিত কৰণ
উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে উন্নত তথা সংকৰ জাতৰ বীজ, ৰাসায়নিক সাৰ, ৰাসায়নিক ভাবে কীট-পতঙ্গ তথা শস্যৰ ৰোগ নিয়ন্ত্ৰণ, অপতৃণ নিয়ন্ত্ৰণ ইত্যাদিৰ প্ৰয়োগ কৰিবলগা হৈছে ।…
-
মাটি এনেই পেলাই নাৰাখিব ধানকটাৰ পাছতে এই জাতটোৰ সৰিয়হ খেতি কৰক
এনেকি, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত TS 67 জাতৰ গুটি সিঁচি নগাওঁত কৰা এটা সম্পৰীক্ষাৰ পৰা ৰাজ্যৰ কৃষি বিজ্ঞানীসকলে এই জাত সৰিয়হৰ বৰ দেৰিকৈও পেলাই কৰা খেতিৰ পৰা আমাৰ খেতিয়ক ৰাইজ লাভৱান্বিত হব বুলি ঠাৱৰ কৰিব পৰা হ'ল ৷…
Latest feeds
-
এগ্ৰিপেডিয়া
মহিন্দ্ৰাই ভাগ্য সলনি কৰিলে ইউ পিৰ বিমল কুমাৰৰ
-
এগ্ৰিপেডিয়া
৩০ একৰ কৃষিভূমি আৰু এক বিশ্বাসযোগ্য সংগী : NOVO 605 DI
-
উদ্য়ানশস্য়
Pointed gourd : ৬০ দিনতে লাগিব ফল, কম ৮০-৯০ হাজাৰ টকা উপাৰ্জন
-
উদ্য়ানশস্য়
মাৰ্চ-এপ্ৰিলত এবিঘা মাটিত কৰি ১০ মাহত ৫ লাখ টকা উপাৰ্জন কৰিব পৰা খেতি
-
অন্যান্য
Farmers VS Market : কৃষকসকলে বজাৰখন পাবলৈ এইকেইটা কাম কৰক
-
অন্যান্য
Farmer avoid this Work : কৃষকসকলে কৃষি পথাৰত কৰিব নলগা কেইটামান কাম
-
সফল কাহিনী
Profession as a farmer : কৃষিক বৃত্তি হিচাপে গ্ৰহণ কৰাৰ সুবিধাসমূহ
-
এগ্ৰিপেডিয়া
Monsoon season Farming : বাৰিষাকালত খেতি কৰি অধিক উপাৰ্জন কৰিব পৰা সুবিধাসমূহ
-
News
গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত ৰাজ্যিক পৰ্যায়ৰ এদিনীয় ৰিফ্ৰেছাৰ প্ৰশিক্ষণ শিবিৰ
-
উদ্য়ানশস্য়
Malta Fruit farming : ২০-২৫ বছৰলৈ প্ৰতিবছৰে ৮০-৯০ হাজাৰকৈ উপাৰ্জন কৰক