Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 August, 2022 5:08 PM IST
Urban agriculture

অসমৰ উৰ্বৰ মাটি আৰু নাতিশীতোষ্ণ জলবায়ু বিভিন্ন ধৰণৰ উদ্যান শস্যৰ বাবে অতি উপযোগী । সেয়েহে অসমত বাৰ মাহে বিভিন্ন ধৰণৰ ফলমূল , শাক - পাচলি , ফুল , বাগিচা শস্য , মছলাজাতীয় শস্যৰ খেতি সহজে হোৱা দেখা যায় । এক কথাত ক'বলৈ গ'লে অসম জৈৱ বৈচিত্ৰ্যৰ এক সুন্দৰ উদ্যান। ফল মূলকে ধৰি কেইবিধমান মুখ্য শস্যৰ উৎপত্তিস্থল অসমেই বুলি জনা যায় ।

ফল - মূলৰ ভিতৰত কল , আনাৰস , কাজি নেমু , কমলা টেঙা , তামোল , নাৰিকল , কঁঠাল , আম , অমিতা , লিচু , মধুৰী আদিয়েই প্রধান । ভাৰতত উৎপন্ন হোৱা প্ৰায় ৬০ বিধ শাক - পাচলিৰ আটাইকেইবিধেই বছৰৰ বিভিন্ন সময়ত অসমত কৰা হয়। তদুপৰি বৰ্তমান সময়ত  উদ্যান শস্যত নগৰীয়া কৃষি এক নতুন সংযোজন ঘটিছে । ‘ ৰূফ টপ গার্ডেনিঙে ’ ইতিমধ্যে নগৰ অঞ্চলত সমাদৰ লাভ কৰিছে ।

Urban agriculture

নগৰ অঞ্চলত উপলব্ধ স্থানসমূহত কৃষিকাৰ্য কৰি সতেজ ফল-মূল, শাক-পাচলি লাভ কৰাৰ লগতে ফুলৰ খেতি কৰিব পাৰি । এনে খেতিয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা, প্রাকৃতিক শোভাবর্ধন কৰা আৰু জৈৱিক সামগ্ৰীৰ পুনৰ ব্যৱহাৰতো অৰিহণা যোগাব পাৰে ।

Urban agriculture

শেহতীয়াকৈ NASA- ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘৰৰ ভিতৰত ৰোৱা ( Indoor Plants ) শোভাবর্ধক গছ , যেনে- এল’ভেৰা , এৰেকা , ফাইকুলা , আইভি , তুলসী , স্নেক প্লেন্ট আদিয়ে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে । ঘৰৰ লগত সংলগ্ন ঠাইত, ঘাইপথৰ কাষে কাষে বা বিভাজকত , ছাদৰ ওপৰত , মুকলি এলেকাত সঠিক পৰিকল্পনাৰে নগৰীয়া কৃষি কৰিব পাৰি।

লগতে পঢ়ক- আপোনাৰ ঘৰটো সৌন্দৰ্যশালী কৰাৰ লগতে উপাৰ্জনৰ এটা নতুন পথ দিব

English Summary: urban agriculture
Published on: 05 August 2022, 05:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now