1. এগ্ৰিপেডিয়া

আপোনাৰ ঘৰটো সৌন্দৰ্যশালী কৰাৰ লগতে উপাৰ্জনৰ এটা নতুন পথ দিব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ছাদৰৰ ওপৰত এনেদৰে  ভোট জসকীয়াৰ খেতি কৰিব পাৰি
ছাদৰৰ ওপৰত এনেদৰে ভোট জসকীয়াৰ খেতি কৰিব পাৰি

আজিৰ এই লেখাটো নগৰীয়া লোকসকলক সন্মুখত ৰাখি প্ৰস্তুত কৰা হৈছে।। অৱশ্যে এই লেখাটো যে কৃষকসকলৰ প্ৰয়োজন নাই তেনে কোনো কথা নাই। এই পদ্ধতিৰে ভোট জলকীয়া খেতি কৰি গ্ৰাম্য কৃষকসকলো লাভাৱান্বিত হ’ব পাৰিব।

চহৰাঞ্চলত সাধাৰণতে মাটি কম। নিজৰ ঘৰটো বনাবৰ বাবেই মাটি কিনিবলৈ দহবাৰ চিন্তা কৰিব লগীয়া হয় মধ্যবিত্তসকলে। গতিকে গাঁৱৰ দৰে শাক-পাছলি বাৰী এখন অকল্পনীয়। কিন্তু এতিয়াৰ পৰা আপুনি ঘৰতে কিছুমান খেতি কৰিব পাৰিব যিবোৰে আপোনাৰ ঘৰটো সৌন্দৰ্যশালী কৰাৰ লগতে উপাৰ্জনৰ এটা নতুন পথ দিব। লগতে আজৰি সময়খিনি আপুনি সদ্ব্যৱহাৰ কৰিব পাৰিব।

ছাদৰত ওপৰত কৰা  জলকীয়াৰ খেতি

ছাদৰৰ ওপৰত এনে কৰিব পাৰি ঘৰতে খাব পৰাকৈ শাক-পাচলিৰ খেতি
ছাদৰৰ ওপৰত এনে কৰিব পাৰি ঘৰতে খাব পৰাকৈ শাক-পাচলিৰ খেতি

মাটি, গোৱৰ আৰু কেঁচুসাৰ মিশ্ৰণ ঘটাই  অলপ শুকুৱাই বস্তা বা মাছৰ কাৰ্টনত ভৰাই ভোট জলকীয়া পুলিসমূহ ৰোপন কৰিব পাৰে। এই পদ্ধতিৰে কেৱল ভোট জলকীয়াই যে ৰুব পাৰে তেনে কথা নহয়। কণ জলকীয়া, বেঙেনা, বিলাহী, ধনিয়া আদি আদিৰ খেতি কৰি আপুনি বজাৰৰ পৰা নিকিনাকৈ ঘৰতে এইসমূহ শাক-পাচলি কৰি খাব পাৰে। কিন্তু এই শস্যৰ খেতি কৰিবলৈ সঁচ নিৰ্বাচন কৰোঁতে চাপৰ জাতীয় শস্যসমূহ নিৰ্বাচন কৰিলে ভাল ফল পাব।

লগতে পঢ়ক- “মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ মাটিত খেতি কৰি যাম”- ধনেশ্বৰী ৰাজখোৱা!

English Summary: Vegetable cultivation on the roof

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.