Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 January, 2022 3:25 PM IST

জানুৱাৰী মাহৰ কৃষি কাৰ্যকলাপৰ বিষয়ে যদি আমি আলোচনা কৰো তেতিয়াহলে দেখা যায় যে বেছিভাগ ফচলৰ নাৰ্চাৰী এই মাহতে কৰা হয় । তথ্যৰ অভাৱৰ বাবে বহু কৃষকেস এই মাহত কৃষিৰ লাভালাভৰ পৰা বঞ্চিত হয় । আজি আমি এই প্ৰবন্ধটোৰ জৰিয়তে জানুৱাৰী মাহত হোৱা কৃষি কাৰ্যকলাপৰ বিষয়ে শিকিব পাৰো...

সৰিয়হ : এই মাহত সৰিয়হৰ শস্যত মাহজাতীয় কলিবোৰ উৎপন্ন হ'বলৈ আৰম্ভ কৰে । এনে সময়ত জলসিঞ্চন অতি গুৰুত্বপূৰ্ণ । জলসিঞ্চনে শস্যবোৰ ডাঠ কৰে আৰু লগতে ফলিবোৰত শস্যৰ সংখ্যা বৃদ্ধি কৰে ।

তৰমুজ: যেতিয়া তৰমুজৰ কথা আহে তেতিয়া গ্ৰীষ্ম কালৰ কথা মনলৈ আহে ।  ই গ্ৰীষ্মমাহত ফল প্ৰদান কৰিবলৈ আৰম্ভ কৰে কিন্তু জানুৱাৰী হৈছে তৰমুজৰ নাৰ্চাৰী প্ৰস্তুত কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ মাহ । ইয়াৰ খেতিৰ বাবে বালিময় লোম মাটি বাছনি কৰক । স্বাস্থ্যকৰ উদ্ভিদ পাবলৈ নাৰ্চাৰীত সঠিক নিষ্কাশন ব্যৱস্থা কৰক ।

ঘেঁহু : ৪০ ৰ পৰা ৪৫ দিনৰ ঘেঁহু শস্যত কলিবোৰ ওলাই আহিবলৈ আৰম্ভ কৰে । এই মুহূৰ্তত ঘেঁহুৰ শস্য দ্বিতীয় জলসিঞ্চনৰ বাবে সৰ্বশ্ৰেষ্ঠ । যদি ক্ষেত্ৰখনত অপতৰণৰ সমস্যা হয়  ইয়াক নিয়ন্ত্ৰণ কৰি আঁতৰ কৰক।

তৰমুজ : জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সমভূমিত তৰমুজ ৰোপণ কৰা হয় । ইয়াৰ খেতিৰ বাবে ভালদৰে নিষ্কাশিত লোম মাটি এটা বাছনি কৰক । আপুনি ইয়াক অধিক পানী ধৰি ৰখাৰ ক্ষমতাৰে বালিময় লোম মাটি আৰু জৈৱীয় মাটিত খেতি কৰিব পাৰে ।
আলু: যেতিয়া লাহি পতংগৰ সংখ্যা প্ৰতি 100 আলু পাতত 20 হয় গছবোৰ কাটি মাটিত পুতি দিয়ক বা জ্বলাই দিয়ক । ই সংক্ৰমণ বিয়পাৰ আশংকা হ্ৰাস কৰে । আনহাতে, প্ৰতি হেক্টৰত 2 লিটাৰ হাৰত উদ্ভিদটো কটাৰ পিছত এবাৰ অপতৃণ হত্যাকাৰী স্প্ৰে কৰক । এই স্প্ৰে কৰাৰ পিছত  গছবোৰত পাতবোৰ পুনৰ ওলাই আহিবলৈ আৰম্ভ কৰে ।

লগতে পঢ়কঃ 'অনাথৰ মাতৃ' খ্যাত সিন্ধুটাই স্বপ্কালৰ দেহাৱসান

English Summary: January Month important agricultural activities
Published on: 05 January 2022, 03:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now