Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 January, 2021 4:30 PM IST
(IPM) in Rice

পতঙ্গঁ আৰু বেমাৰ নিযন্ত্রণ ব্যৱস্থা ধানগছত বিভিন্ন পয্যায়ত আৰ্থিকভাবে অনিষ্ঠ কৰিব পৰা কীট-পতঙ্গঁ আৰু বেমাৰৰ সংখ্যা

ক্রমিক নং

শস্যৰ অৱস্থা আৰু কীট - পতঙ্গঁ আৰু বেমাৰ

আৰ্থিকভাবে অনিষ্ঠকৰিব পৰা কীট - পতঙ্গঁ আৰু বেমাৰৰ সংখ্যা

(ক) পুলি অৱস্থা / নাৰ্চাৰী

১.

সেউজীয়া চ'গা পোক (Green leafhopper)

- ১-২ টা পোক / বৰ্গমিটাৰত

২.

পিয়াজী পোক(Gall midge)

- ১ টা পিয়াজী পাত / বৰ্গমিটাৰ

৩.

মজ্জাখোৱা পোক(Stem borer)

- ১টা পখিলা /১ টা কণীৰ থোপা / বৰ্গমিটাৰত

(খ) ৰোৱাৰ পৰা পোখা মেলাৰ আগৰ অৱস্থালৈ

১.

পাত মেৰুৱা পোক (leaf floder)

- ১টা নতুনকৈ নষ্ঠ কৰা পাত /জোপা গছত

২.

হালধীয়া মজ্জা খোৱা পোক (Yellow Stem borer)

৫ শতাংশ গছ মজাখোৱা পোকৰ দ্বাৰা আক্রমণ ("ডেদহাট") নাইবা এথোপা কণী , নাইবা এটা পখিলা প্রতি বৰ্গমটাৰত

৩.

পিয়াজী পোক (Gall midge)

- পিয়াজী পোক দ্বাৰা আক্রান্ত এজোপা গছত এটাকৈ গ'ল (Gall) যিবোৰ ঠাই ইয়াৰ প্রাৰ্দুভাৱ বেচি অথবা ৫শতাংশ পোখাত ইয়াৰ আক্রমণ যিবোৰ ঠাইত ইয়াৰ আক্রমণ বৰ বেছি নহয় ।

৪.

মুগা ৰঙৰ চ'গাপোক(Brown Planthopper)

- ৫ ৰ পৰা ১০ টা মান পোক / জোপা গছত

৫.

চ'গা পোক (Rice leaf hopper)

- ১০ টাৰ পৰা বেচি চ'গা /জোপা গছত

৬.

বগা ৰঙৰ চ'গাপোক(White backed planthopper)

-১০ টাৰ পৰা বেচি চ'গা /জোপা গছত

৭.

চৰহা পোক( Rice hispa)

- ২টা পূৰ্ণাঙ্গঁ পোক অথবা ২টা মাত্র পোকে আক্রমণ কৰা পাত / জোপা গছত

(গ) পোখামেলাৰ মধ্যকালিন অৱস্থা

১.

পাত মেৰোৱা পোক (Leaf floder)

- এজোপা গছত ১ - ২ টা মান পোকে আক্রমণ কৰা পাত

২.

মজ্জাখোৱা পোক (Stem borer)

- প্রতি বৰ্গ মিটাৰত ৫ শংতাশ গছ মজাখোৱাৰ আক্রান্ত বা এটা কণীৰ থোপা নাইবা এটা পূৰ্ণাঙ্গ পখিলা

৩.

পিয়াজী পোক (Gall midge)

- প্রতি বৰ্গ মিটাৰত ৫ শংতাশ পিয়াজী পাত

৪.

মুগা ৰঙৰ চ'গা পোক(Brown planthopper)

- প্রতি জোপা গছত ৫ ৰ পৰা ১০ টা চ'গা পোক

৫.

সেউজীয়া চ'গাপোক (Green leafhopper)

- প্রতিজোপা গছত ১০ ৰ পৰা ২০ টা চ'গা পোক

৬.

চৰহা পোক (Rice hispa)

- প্রতিজোপা গছত ১ টা পূৰ্ণাঙ্গ পোক অথবা ১ ৰ পৰা ২ টা মান পোকে অনিষ্ঠকৰা গছৰ পাত

৭.

ব্লাষ্ঠ বেমাৰ (Blast)

- পাতল ( ৫ৰ পৰা ১০ শতাংশ বেমাৰ) প্রকোপ

৮.

বেকটেৰিয়েল ব্লাইট(Bacterial leaf blight)

- পাতল প্রকোপ (২ৰ পৰা ৫শংতাশ বেমাৰ)

 

৯.

বৈখাজ্বলা বেমাৰ ( Sheath blight )

৫ শতাংশ অথবা তাতোধিক পোখাত বেমাৰ

 

১০.

টুগ্রা বেমাৰ (Tungro)

প্রতি বৰ্গমিটাৰত ১ টা মান পোখাত পোকে আক্রমণ কৰা

 

(ঘ) চেই গঠণ হোৱাৰে পৰা গেৰ ধৰালৈকে

 

১.

মজ্জাখোৱা পোক (Stem borer)

- প্রতি বৰ্গ মিটাৰত এটাকৈ কণীৰ থোপা নাইবা এটাকৈ পূৰ্ণাঙ্গঁ পখিলা

 

২.

পাত মোৰোৱা পোক (Leaf folder)

প্রতিজোপা গছত ২ টাকৈ পোকে আক্রমণ / অনিষ্ঠ কৰা নতুনকৈ ওলোৱা পাত

 

৩.

সেউজীয়া চ'গাপোক (Green leafhopper)

- প্রতি জোপা গছত ২০ টা মানকৈ চ'গা পোক

 

৪.

ব'গা চ'গাপোক (White backed Planthopper)

- প্রতি জোপা গছত ৫ ৰ পৰা ১০ টা মান চ'গা পোক

 

৫.

মুগা ৰঙৰ চ'গাপোক(Brown Planthopper)

- প্রতি জোপা গছত ৫ ৰ পৰা ১০ টা মান চ'গা পোক

 

৬.

ব্লাষ্ঠ বেমাৰ(Blast)

- ২ ৰ পৰা ৫ শতাংশ মান এটা পাতৰ অংশ নষ্ঠ হোৱা

 

৭.

বেকটেৰিয়েল ব্লাইট(Bacterial leaf blight)

- পাতলীয়াৰ পৰা মধ্যমীয়া পয্যায়ত বেমাৰ হোৱা ( ২ ৰ পৰা ৫ শতাংশ )

 

৮.

বৈখাজ্বলা বেমাৰ (Shcath blight)

- ৫ শতাংশ অথবা তাতোধিক বেচি পোখা আক্রন্ত হোৱা

 

(ঙ) ফুল ফুলা অৱস্থা আৰু ইয়াতকৈ পিচৰ অৱস্থা

 

১.

মুগা ৰঙৰ চ'গাপোক(Brown planthopper)

- প্রতিজোপা গছত ৫ টাৰ পৰা ১০ টা চ'গাপোক

 

২.

টোপালি কটা পোক(Climbing cutworn)

- প্রতি বৰ্গ মিটাৰত ৪ৰ পৰা ৫ টা পাত নষ্ঠ হোৱা

 

৩.

গান্ধি পোক (Gandhi bug)

-প্রতি জোপা গছত ১ টা বা ২ টা গান্ধি পোকৰ সংখ্যা

 

৪.

ব্লাষ্ঠ বেমাৰ(Blast)

- এটা পাতৰ ৫ শতাংশ ঠাই অনিষ্ঠ হোৱা নাইবা ১ ৰ পৰা ২ শতাংশ ঠোকৰ তলত হোৱা ব্লাষ্ঠ বেমাৰ

 

৫.

চিঠ্ ৰট/ মুগা ৰঙৰ দাগ বেমাৰ(Sheath rot/brown spot)

- ২ ৰ পৰা ৫ শতাংশ পোখা আক্রান্ত হোৱা

 

৬.

বৈখাজ্বলা(Sheath blight)

- ৫ শতাংশ অথবা তাতোধিক পোখা আক্রান্ত হোৱা

 

ধানত সংহত কীট - পতঙ্গঁ আৰু বেমাৰ নিয়ন্ত্রণৰ কৈশল

(ক) সাংস্কৃতিক পদ্ধতি

১. জহকালিত মাটিডোখৰ হাল বোৱা ,পথাৰৰ আলিবোৰ সমানকৈ চকলিয়াই ছাফা কৰি ৰখা আৰু আগতে কৰা শস্যৰ জাবৰ - জোথৰবোৰ পুৰি নষ্ঠ কৰা ।

২. স্বাস্থ্যবান বীজ নিৰ্ব্বাচন কৰা নাইবা বেমাৰ ও কীট - পতঙ্গঁ প্রতিৰোধ কৰিব পৰা জাত নিৰ্ব্বাচন কৰা।

৩. বীজ শোধন কৰা ( বেমাৰৰ বাবে )।

৪. আগতীয়া আৰু সময়মতে ৰোপন / সিঁচা ।

৫. স্বাস্থ্যবান / নিৰোগী কঠীয়া সিঁচা / গজোৱা ।

৬. কঠীয়া শোধন অথবা পুলী শোধন কৰা (পিয়াজী পোকৰ অথবা মজ্জাখোৱা পোকৰ বাবে )।

৭. পথাৰৰ আলিবোৰ চাফা কৰা আৰু বনবাতবোৰ নিৰায় পেলোৱা ।

৮. অনুমোদন অনুপাতে কঠীয়া ৰোৱা ।

৯. ৰোৱাৰ আগেয়ে কঠীয়াৰ আগবোৰ কাটি পেলোৱা  কিন্তু যিবোৰ পথাৰত মুগা - চ'গাপোকৰ আক্রমণ সদ্যহতে দেখা পোৱা যায় তেনেবোৰ পথাৰৰ বাবে এই আগ কটা পদ্ধতিৰ পৰা বিৰত থকা।

১০. ৰাসায়নিক সাৰ আৰু সুষম সাৰ অনুমোদিত হাৰত ব্যৱহাৰ কৰা ।

১১. চ'গা পোক অধ্যুক্ষিত পথাৰত পৰিমিত ভাগ পানীৰ যোগান ধৰা ।

১২. আক্রান্ত হোৱা গছবোৰ ওভালি নষ্ঠ কৰা ।

১৩. খেতি নকৰা সময়খিনিত দ'ঠাইত হোৱা গছ - গছনিবোৰ নষ্ঠ কৰা।

১৪. পলমকৈ কৰা শালিধানৰ খেতিত অলপ বয়সীয়া কঠীয়া ব্যৱহাৰ কৰা (৪০ - ৪৫দিনৰ)।

(খ) শাৰিৰীক / যান্ত্রিক নিয়ন্ত্রণ পদ্ধতি :-

১. পোক - পৰুৱাৰ কণীবোৰ সংগ্রহ কৰি নষ্ঠ কৰা আৰু জৈৱিক কীট নাশক জীৱাণু ব্যৱহাৰ কৰিবলৈ সজাবোৰ স্থাপিত কৰা ।

২. এক ভাগ কেৰাচিন তেল আৰু এক ভাগ পানীৰ মিশ্রণত নাৰিকলৰ ৰচি ডুবায় তাৰে টুপালী কটা আৰু পাতমেৰোৱা পোকৰ পলুবোৰ গছৰ পৰা আতৰোৱা ।

৩. অপতৃণ নিয়ন্ত্রণ কৰিবলৈ "পেদি ইউদাৰ" ৰোৱাৰ ৩০-৩৫ দিনৰ পিচত খেতিত ব্যৱহাৰ কৰা ।

৪. চৰহা পোকে আক্রমণ কৰা গছৰ পাতবোৰ কাটি নষ্ঠ কৰা পাৰিলে কাঁইটিয়া গছৰ ডালেৰে ধান গছৰ পাতত কোবাব লাগে যাতে পাতবোৰ ফাটি তাত থকা চৰহা পোকৰ পলুবোৰ বাহিৰ হৈ আহিব পাৰে।

(গ) জৈৱিক নিয়ন্ত্রণ পদ্ধতি

১. ধাননি পথাৰত স্বাভাৱিকতে বাস কৰা ধানৰ কীট - পতঙ্গঁ নাশক পোক - পৰুৱা যেনে মকৰা , জিয়াঁ আদিবোৰক ৰক্ষণাবেক্ষণ দিয়া ।

২. অনিষ্ঠকাৰী কীট - পতঙ্গঁ নাশক পোক - পৰুৱাবোৰ ওপৰত যাতে বিৰূপ প্রতিক্রিয়া নহয় তালৈ লক্ষ্যৰাখি কঠীয়াবোৰ ক্লৰপাইৰিফচ্ নামৰ ঔষধৰ মিশ্রণতহে শোধন কৰিব লাগে ।

৩. আগতীয়াকৈ ৰোবলৈ লোৱা খেতিৰ বাবে কঠীয়া উঠোৱাৰ প্রায় ৫ দিনমানৰ আগেয়ে কঠীয়া তলীত হেক্টৰে প্রতি ১.৫ কিঃগ্রাম এ. আই পৰিমাণত তলীডৰাত চতিয়াই লব লাগে । এনে পদ্ধতি অৱলম্বন কৰিলে উপৰোক্ত কঠীয়া শোধন পদ্ধতি অৱলম্বন নকৰিলেও হয় ।

৪. ধাননীডৰাৰ মাজে মাজে চৰায় চিৰিকতিয়ে বহি পোক - পৰুৱা খাব পৰাকৈ গছৰ ডাল বা বাহঁৰ আগ পুতি দিব লাগে ।

৫. ট্রাইকগ্রামা জেপনিকাম (Trichogramma japonicum) নাইবা ট্রাইকগামা চিলনিচ্ (Trichogramma chilonis) এই দুইবিধৰ এবিধ জৈৱিক জীৱাণু হেক্টৰে প্রতি ৫০,০০০ হেজাৰ প্রতি সপ্তাহত ৰোৱাৰ ৩০ দিনৰ পৰা পথাৰত মেলিব লাগে যাতে মজ্জা খোৱা আৰু পাত মেৰোৱা পোকৰ পলুবোৰ নষ্ঠ কৰিব পাৰে ।

৬. মজ্জাখোৱা পোকৰ মতা - পখিলাবোৰ আকৰ্ষিত কৰিবলৈ পথাৰৰ মাজে মাজে ফিৰম'ন ট্রেপ (Pheromone trap) হেক্টৰে প্রতি ২০ টাকৈ ৰোৱাৰ ১০ দিনৰ পিচৰ পৰা বহুৱাব লাগে ।

(ঘ) ৰাসায়নিক নিয়ন্ত্রণ পদ্ধতি

আৱশ্যক , সঠিক হাৰত আৰু সাৱধানতা অৱলম্বন কৰাটো ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰাত সদায় গুৰুত্ব দিব লাগে ।

কীট - পতঙ্গঁ নিয়ন্ত্রণৰ বাবে কীটনাশক ঔষধৰ অনুমোদিত হাৰ

ক্রমিক নম্বৰ

শস্যৰ বয়স আৰু কীট - পতঙ্গঁ

আৰ্থিকভাবে অনিষ্ঠ কৰিব পৰা সংখ্যা অৱস্থা

ৰাসায়নিক কীট - নাশক ঔষধ

হাৰ

(ক) নাৰ্চাৰী

১.

থ্রিপচ্( Thirps)

গছৰ ৰং হালধীয়াৰ পৰা ৰঙচুৱা আৰু পাতবোৰ মেৰখোৱা দেখা পালে

(ক)কুইনেলফচ ২৫ ইঃচি

২ মিঃ লিঃ

(খ)ম'নক্রেটিফচ্ ৪০ ইঃচি

১.২ মিঃলিঃ

(গ)ক্ল'ৰপাইৰিফচ্ ২৫ ইচি

২.৫ মিঃলিঃ

(ঘ) ফেনিট্রথিয়ণ ৫০ ইচি

১ মিঃলিঃ

(ঙ) ডাইমিথয়েট্ ৩০ ইচি

১.৬ মিঃলিঃ

২.

সেউজীয়া চ'গাপোক(Green leafhopper)

এক বৰ্গমিটাৰত ১-২ টা পোক

(ক) ম'নক্রোটফচ্ ৪০ ইচি

১.২ মিঃ লিঃ

(খ) ক্ল'ৰপাইৰিফচ্ ২০ ইচি

২.৫ মিঃলিঃ

(গ) ডাইমিথয়েট্ ৩০ইচি

১.৬ মিঃলিঃ

(ঘ) কুইনেলফচ্ ২৫ ইচি

২ মিঃলিঃ

(ঙ) ফচালেন ৩৫ ইচি

১.৪ মিঃলিঃ

৩.

পিয়াজী পোক (Gall midge)

প্রতি বৰ্গমিটাৰত ১টাকৈ পিয়াজী পাত

(ক)ক্ল'ৰপাইৰিফচ ২০ ইচি

২.৫মিঃলিঃ

(খ) ম'নক্রোটফচ্ ৪০ ইচি

১.২মিঃলিঃ

৪.

মজ্জাখোৱা পোক(Stem borer)

প্রতি বৰ্গমিটাৰত ১টাকৈ পখিলা বা এঠোপা কণী

(ক)ক্ল'ৰপাইৰিফচ ২০ ইচি

২.৫মিঃলিঃ

(খ) ম'নক্রোটফচ্ ৪০ ইচি

১.২মিঃলিঃ

৫.

ব্লাষ্ট বেমাৰ

প্রাৰ্দুভাৱ

প্রতি বৰ্গমিটাৰত ১-২ টা বেমাৰৰ দ্বাৰা হোৱা দাগ

ট্রাইক্লিকেজ'ল ৭৫ ডব্লিও পি নাইবা

প্রতি কিঃ গ্রাঃ বীজৰ বাবে ২ গ্রামকৈ

পাইৰকুইলন ৫০ ডব্লিও পিৰ দ্বাৰা বীজ শোধন কৰিব লাগে

প্রতি কিঃ গ্রাম বীজৰ বাবে ৪ গ্রামকৈ

(ক)কাৰবেনদাজিম ৫ ডব্লিও পি

১গ্রাম

(খ)এদিদেনফ'চ ৫০ ইচি

১মিঃলিঃ

(গ) ট্রাইচাইক্লেজ'ল ৭৫ ডব্লিও পি

০.৬ গ্রাম

(খ)কঠীয়া ৰোৱাৰ পৰা পোখা মেলাৰ আগভাগলৈকে

১.

হ'ল মেগট(Whole maggot)

ৰোৱাৰ ৩০ দিনৰ ভিতৰত যদি ২০শতাংশ আক্রন্ত হয়

(ক) কাৰ্বফুৰান ৩ জি়

৩০কিঃগ্রাম প্রতি হেক্টৰত

(খ)ক্ল'ৰপাইৰিফচ্ ২০ ইচি

২.৫মিঃলি

(গ)ম'নক্রোটফচ্ ৪০ ইচি

১.২মিঃলিঃ

২.

টুপলী কটা পোক (Case worm)

প্রতিজোপা গছত ১-২ টাকৈ টুপলী কটা থোপা

(ক)কুইনেলফ'চ ২৫ ইচি

২ মিঃলিঃ

(খ) ম'নক্রোটফচ্ ৪০ ইচি

১.২মিঃলিঃ

৩.

পাত মেৰোৱা পোক(Leaf folder)

প্রতিজোপা গছত ১-২ টা মান আক্রান্ত পাত

(ক)কুইনেলফ'চ ২৫ ইচি

২ মিঃলিঃ

(খ) ম'নক্রোটফচ্ ৪০ ইচি

১.২মিঃলিঃ

(গ) ক্ল'ৰপাইৰিফচ্ ২০ ইচি

২.৫মিঃলিঃ

(ঘ) ফেনিট্রথিয়েন ৫০ইচি

১ মিঃলিঃ

(ঙ) ডাইমিথোয়েঠ ৩০ ইচি

১.৬মিঃলিঃ

৪.

সেউজীয়া চ'গা (Green leaf hopper)

এজোপা গছত ১০ টা বা তাতোধিক চ'গাৰ সংখ্যা নাইবা টুঙ্গৰো ভাইৰাচ অধ্যূক্ষিত এজোপাৰ প্রতিজোপা গছত ২ টাকৈ চ'গাৰ থাকিলে

(ক) ম'নক্রোটফচ্ ৪০ ইচি

১.২ মিঃলিঃ

(খ) ক্ল'ৰপাইৰিফচ্ ২০ ইচি

২.৫ মিঃলিঃ

(গ)কুইনেলফচ্ ২৫ইচি

২ মিঃলিঃ

(ঘ)ডাইমিথোয়েট ৩০ইচি

১.৬মিঃলিঃ

(ঙ)ফচলিন ৩৫ ইচি

১.৪ মিঃলিঃ

৫.

চ'গা পোক  (White backed plant hopper)

প্রতিজোপা গছত ১০ টা বা তাতোধিক পোক

(ক) ম'নক্রোটফচ্ ৪০ ইচি

১.২ মিঃলিঃ

(খ) ক্ল'ৰপাইৰিফচ্ ২০ ইচি

২.৫ মিঃলিঃ

(গ)কুইনেলফচ্ ২৫ইচি

২ মিঃলিঃ

(ঘ)ডাইমিথোয়েট ৩০ইচি

১.৬মিঃলিঃ

(ঙ)ফচলিন ৩৫ ইচি

১.৪ মিঃলিঃ

৬.

মুগা ৰঙৰ চ'গা পোক(Brown plant hopper)

প্রতিজোপা গছত ৫ ৰ পৰা ১০ টাকৈ পোক

(ক) ম'নক্রোটফচ্ ৪০ ইচি

১.২ মিঃলিঃ

(খ) ক্ল'ৰপাইৰিফচ্ ২০ ইচি

২.৫ মিঃলিঃ

(গ)কুইনেলফচ্ ২৫ইচি

২ মিঃলিঃ

(ঘ)ডাইমিথোয়েট ৩০ইচি

১.৬মিঃলিঃ

(ঙ)ফচলিন ৩৫ ইচি

১.৪ মিঃলিঃ

(চ) কাৰ্বফুৰান ৩ জি

৩০ কিঃগ্রাম / হেক্টৰে

৭.

মজ্জাখোৱা পোক(Stem borer)

প্রতি বৰ্গ মিটাৰত ১ঠোপা কণী /এটা পোক নাইবা ৫ শতাংশ গছত মজ্জাখোৱাৰ আক্রমণ(Dead heart symtom)

(ক)ক্ল'ৰপাইৰিফচ্ ৪০ ইচি

২.৫ মিঃলিঃ

(খ) ম'নক্রোটফচ্ ৪০ ইচি

১.২ মিঃলিঃ

(গ)কুইনেলফচ্ ২৫ইচি

২ মিঃলিঃ

(ঘ)ফচফামিদন ১০০ ইচি

০.৫মিঃলিঃ

(ঙ)ফেনিট্রথিয়ন ৫০ ইচি

১মিঃলিঃ

(চ) কাৰ্বফুৰান ৩ জি

৩০ কিঃগ্রাম / হেক্টৰে

(ছ)ফৰেট ১০ জি

১০ কিঃগ্রাম / হেক্টৰে

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

English Summary: Integrated Pest Management (IPM) in Rice
Published on: 10 May 2019, 03:13 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now