অসম বীজ নিগম লিমিটেড (Assam Seed Corporation Ltd.) ৰ ৰাজ্যখনৰ বিভিন্ন জিলা সামৰি ১২ খন ফাৰ্ম আছে । অসম বীজ নিগম লিমিটেডৰ অধীনৰ ফাৰ্মবোৰে আৰম্ভণিৰ পৰাই ভেটি আৰু প্ৰমাণিত বীজ উৎপাদন কৰি আহিছে । ভেটি আৰু প্ৰমাণিত বীজ উৎপাদনৰ বাবে জিঅ'আই(GOI) আৰু জিঅ'এ (GOA) -ৰ দ্বাৰা ব্ৰিডাৰ বীজ আৱণ্টন কৰা হয় । উৎপাদিত বীজবোৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি বিভিন্ন আঁচনিৰ অধীনত বিতৰণ কৰা হয় । ধান, সৰিয়হ, মাকৈ, পাট, মাহজাতীয় শস্য, তেল বীজ আদিস বীজবোৰ মুখ্যত উৎপাদন কৰা হয় । ওপৰোক্ত শস্যৰ উপৰিও ফাৰ্মসমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিচৰা অনুসৰি বিভিন্ন শস্য উৎপাদন কৰি আহিছে ।
লগতে পঢ়ক ঃ কৃষি বিজ্ঞানীয়ে প্ৰস্তত কৰিলে জৈৱিক সাৰ, কৃষকৰ বাবে হ’ব আশীৰ্বাদ
অসম বীজ নিগমৰ অধীনত বীজ ফাৰ্ম |
|
|
||||
SL No. |
Name Of Farm |
Location |
Total Area (Hac.) |
Cultivable Area (Hac) |
Name Of Farm Incharge |
Contact Number |
1 |
Dalgaon Seeds farm |
Dalgaon, Darrang |
118 |
65 |
Md. Sadek ali |
9678712989 |
2 |
Darigaji Seeds farm |
Darigaji, Nagaon |
65 |
55 |
Fakkarudin Ali Ahmed |
9854406155 |
3 |
Golakganj Seeds farm |
Golakganj, Dhuburi |
37 |
22 |
Salim Ahmed |
9954290589 |
4 |
Dhekiajuli Seeds farm |
Dhekiajuli, Sonitpur |
20 |
17 |
Munindra Basumatary |
8486336011 |
5 |
Dimoru Seed Farm |
Dimoru, Nagaon |
12 |
11 |
Bhogeswar Kalita |
9854549767 |
6 |
Tingtingia Seeds farm |
Tingtingia, Jorhat |
36 |
11 |
Suren Deori |
9678385336 |
7 |
Rohdoi Seeds farm |
Rohdoi, Sivasagar |
16 |
14 |
Ajit Das |
7035792807 |
8 |
Cherelipathar Seeds farm |
Titabor, Jorhat |
13 |
8 |
Md. Jaher Ali |
|
9 |
Moniarkhal Seeds farm |
Monierkhal, Cachar |
26 |
8 |
Shyamal Sinha |
7086827160 |
10 |
Fallangoni Seeds farm |
Fallangoni, Golaghat |
28 |
10 |
Biren Bora |
7896715340 |
11 |
Senchowa Seeds farm |
Senchowa, Nagaon |
3.8 |
3 |
Maser Ali |
9864810862 |
12 |
Moran Big Nursery cum Seeds farm |
Moran, Dibrugarh |
3.00 |
3.00 |
Rameswar Deka |
9859293075 |