Others
Others information
-
Profitable Crop Farming : কোনবোৰ শস্য খেতি কৰিলে অধিক লাভান্বিত হ’ব
খেতি কৰা আগমুৰ্হূতত কো?নবোৰ শস্যৰ খেতি কৰিলে বজাৰখন পাব, লাভান্বিত হ’ব? অধিক দাম পাব আদি কথাবোৰ ভালদৰে অধ্যয়ন কৰি কম বেছি পৰিমাণে কৰিব লাগে।…
-
মহিন্দ্ৰা 575 DI XP Plus য়ে সলনি কৰিলে মহাৰাষ্ট্ৰৰ গোপালক যোগেশ ভূটৰাৰ জীৱন
কৃষকগৰাকীয়ে কয়- কঠোৰ পৰিশ্ৰম, পৰিকল্পনা আৰু আধুনিক সঁজুলিৰ ব্যৱহাৰে তেওঁৰ সফতাৰ আঁৰৰ কথা। তেওঁৰ সফলতাত মহিন্দ্ৰা কোম্পানীৰ 575 DI XP Plus ৰ টেক্টৰখনৰ অৱদানৰ কথাও উল্লেখ কৰে।…
-
Mahindra 275 DI TU PP : ১৮ বছৰ পূৰ্বে গঢ়া এটা সম্পৰ্ক, আজিও অটুট
সেয়াই আৰম্ভণি। তাৰপাছতে বাৰ্গমাল গুৰ্জাৰৰ পথাৰ আৰু জীৱনলৈ এক পৰিৱৰ্তন আহে। এই সন্দৰ্ভত কৃষকগৰাকীয়ে কয়- মহিন্দ্ৰা টেক্টৰ মোৰ বাবে কেৱল এটা ব্ৰেণ্ডেই নহয়। ই মোৰ সফলতাৰ আন এটা নাম।…
-
Mahindra Arjun Novo ৰ সৈতে সপোন বাস্তৱ কৰাৰ পথত কৃষক গুৰমেজ সিং
Mahindra Arjun Novo 605 DI 4WD টেক্টৰখনে মোৰ খেতি পথাৰ প্ৰতিটো কাম নিয়াৰিকৈ কৰাত বিচৰাধৰণে সহযোগিতা আগবঢ়ায়। টেক্টৰখনত এজন কৃষকৰ প্ৰয়োজনীয়তাসমূহ অধ্যয়ন কৰি নতুন প্ৰযুক্তিৰে ডিজাইন কৰা হৈছে।…
-
Walnuts Health Benefit :এন্টি অক্সিডেন্টযুক্ত আখৰোটৰ গুণাগুণ
এন্টিঅক্সিডেন্টে হাৰ্টৰ সুৰক্ষা কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰথ্ৰাইটিছ (arthritis) ,কেন্সাৰ আদি প্ৰতিৰোধ কৰে, ছাল , চুলিৰ সৌন্দৰ্য বৰ্ধন কৰে আৰু আমাৰ বাৰ্ধক্য অহাতো বাধা প্ৰদান কৰে (anti aging) । এন্টিঅক্সিডেন্টযুক্ত বহুতো খাদ্যসামগ্রী আছে। তাৰ ভিতৰত বাদাম জাতীয় শুকান ফল (dry fruit) আখৰোট যাক…
-
Tea Labour & Fact : দিনটোৰ আৰম্ভণিতে আপুনি তুলি লোৱা চাহ কাপ
আপুনি দেখিব সেউজীয়া চাহ বাগানবোৰৰ মাজে মাজে পুষ্টিহীনতাত ভুগি থকা এখিনি মানুহে এইমাত্ৰ আপুনি আদৰেৰে তুলি লোৱা চাহকাপৰ বাবে গাৰ তেজবোৰ পানী কৰা দৃশ্যবোৰ। পুষ্টিহীনতাত ভুগি থকা এখিনি মানুহে গাৰ তেজেৰে গঢ়ি তোলা এই সেউজীয়া চাহ বাগিছাবোৰে ক্ৰমশ ৰোগীয়া হ’ব ধৰা পৃথিবীখনৰ বাবে ইমিউনিটি দৰে…
-
Goats For Assam : অসমৰ জলবায়ু উপযোগী কেইটামান উন্নত ছাগলীৰ জাত
ছাগলী পালন বৰ্তমান সময়ত এটা লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। কাৰণ বজাৰত ছাগলী মাংসৰ অধিক। ইয়াৰ মূলতে ই জাতি-বৰ্ণ নিৰ্বিশেষ সকলোৱে ইয়াৰ মাংস গ্ৰহণ কৰে। গ্ৰামাঞ্চলৰ গৃহিনীসকলে এই কামটো কৰি লাভান্বিত হ’ব পাৰে। কাৰণ অসমত পৰ্যাপ্ত পৰিমানে ছাগলীৰ কাৰণে চৰণীয়া পথাৰ আছে।এই চৰণীয়া পথাৰসমূহত ছাগলী…
-
৬ মাহৰ প্ৰশিক্ষণ লৈ গ্ৰাম আৰম্ভ কৰক এই কাম, ভাল উপাৰ্জন হ’ব
কৃষি ক্ষেত্ৰখনলৈ অহা পৰিৱৰ্তনে কিছুমান জীৱিকাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে ধান কটা মেচিন, টেক্টৰ চলোৱা ড্ৰাইভাৰ, ড্ৰোণৰ পাইলট আদিত নিয়োজিত হৈ বহু নিবনুৱা সংস্থাপিত হৈছে। একেদৰে কৃষিক্ষেত্ৰখনলৈ অহা যান্ত্ৰিকীকৰণে যুৱক-যুৱতীসকলকো কৃষিক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু বহু উচ্চশিক্ষিত যুৱকে কৃষিক জীৱিকা হিচাপে লবলৈ আগবাঢ়ি আহিছে।…
-
khaki Campbell : ঘৰৰ ওচৰৰ পুখুৰী বা জান-জুৰিত এশজনী খাকী কেম্ববেল হাঁহ পোহক
এজনী হাঁহে বছৰি ২০০ টা কণী পাৰে তেন্তে বছৰি এজনী হাঁহৰ পৰা লাভ কৰিব ২ হাজাৰ টকা। তদুপৰি মাংসৰ বাবে হাঁহ এটা বা এজনী বিক্ৰি কৰিলে পাব ৫০০ টকা। এই হিচাপত এশজনী হাঁহৰ পৰা এগৰাকী হাঁহ পালকে ২ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।…
-
বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব!
বহনক্ষম কৃষি হ’ল এটি কৃষি পদ্ধতি যিয়ে ভৱিয্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰোৱা ক্ষমতাৰ সৈতে কোনো আপোচ নকৰি বৰ্তমান প্ৰজন্মৰ বাবে খাদ্য আৰু কাপোৰৰ চাহিদা পূৰণ কৰাৰ বাবে ওপৰত গুৰুত্ব দিয়ে। এই ব্যৱস্হাত পৰিবেশ সুৰক্ষা আৰু মাটি, পানী, বায়ু আদি প্ৰাকৃতিক সম্পদ সমূহৰ সংৰণৰ প্ৰয়োজনৰ ওপৰত…
-
বিশেষ লেখা : কৃষিভূমিৰ খণ্ডীকৰণৰ সমস্যা
ভাৰতৰ কৃষিখণ্ডত দেখিবলৈ পোৱা বহু সমস্যাৰ ভিতৰত কৃষিভূমিৰ খণ্ডীকৰণৰ সমস্যাও আন এটা জটিল সমস্যা। ভাৰতৰ কৃষিভূমিত এই সমস্যা থকাৰ বাবে কৃষিৰ উৎপাদন ব্যয় বৃদ্ধি পাবলৈ ধৰিছে। উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ লগে লগে কৃষিজাত সামগ্ৰীৰ দামো বৃদ্ধি পোৱাটো স্বাভাবিক। গতিকে এনেকুৱা এটা জটিল সমস্যা আমি সমাধান…
-
Double Cropping Farming : ডাবল ক্ৰপিং খেতিৰ প্ৰত্যাহ্বান আৰু সমাধানসূত্ৰ
ধান কাটিলে সেই ধানকটা ঠাইত লগে লগে শীতকালীন শস্যৰ খেতি বা ঘেঁহু খেতিৰ প্ৰস্তুতি চলাব। নাইবা আগতীয়া ধানকটা পথাৰখনত মগুমাহ, মচুৰমাহ, বুটমাহ, মটৰমাহ, মাটিমাহ আদি শস্যৰ খেতি কৰিব। কিন্তু অসমত দুই এজন কৃষকৰ বাদে এই কামটো অধিকাংশ কৃষকে নকৰে।…
-
একে ঠাইতে একে শস্যৰ খেতি কৰি থকাতো কিমান যুক্তি সংগত!
কৃষকসকলে মাটিডোখৰ পৰীক্ষা কৰাই তাত প্ৰয়োজনীয় কৃত্ৰিম সাৰ সেয়া জৈৱিক বা ৰাসায়নিক সাৰ প্ৰদান কৰা আৰু দ্বিতীয়টো হ’ল একেডোখৰ কৃষিভূমিতে একেটা শস্যৰ খেতি নকৰি তাত দুবছৰ বা তিনি বছৰৰ মূৰে মূৰে মাহজাতীয় শস্যৰ খেতি কৰা। কিন্তু কিয় দুই এবছৰ মূৰে মূৰে মাহ জাতীয় শস্যৰ খেতি…
-
এতিয়াৰ পৰা বান্দৰ উপদ্ৰৱ থকা অঞ্চলতো কৰিব পাৰিব খেতি
কিন্তু আজি এই আলোচনাত আমাৰ পাঠকসকলক জনাম যে বান্দৰৰ উপদ্ৰৱ থকাৰ পাছতো বিশ্বনাথ জিলাৰ ৬ যুৱকে ৩৫ বিঘা মাটিত কেৰেলা, জিকা, কোমোৰা, তিয়ঁহ আদিকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিছে। তেওঁলোকৰ কি যাদু আছে যে বান্দৰৰ বাবে মানুহে জলকীয়া পুলি এটা ৰুৱলৈ নোৱৰা অঞ্চলত ৩০-৩৫…
-
Bok choy Cultivation : অক্টোবৰ-নৱেম্বৰতে এই পাচবিধৰ খেতি কৰক
বক চয়। ই এটা চীন দেশৰ পাচলি জাত। চীন দেশৰ হলেও বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ লগতে বহু ইউৰোপীয় দেশত এই পাচলিবিধে জনপ্ৰিয়তা লাভ কৰিছে। ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসমৰ জলবায়ু এই খেতিৰ বাবে উপযোগী বুলি চিহ্নিত হৈছে।…
-
এইবাৰ এই পাচলিবিধৰ খেতি কৰক, আন ৰবিশস্যতকৈ দুগুণ উপাৰ্জন হ’ব
ভাৰতবৰ্ষত দুই এজন কৃষকে এই কবি বিধৰ খেতি কৰিছে। চাইনীজ বন্ধা কবি নামেৰে জনাজাত এই পাচলিবিধ জাপানতো খুব জনপ্ৰিয়। ই দেখাত প্ৰায় আমাৰ বন্ধা কবিৰ দৰেই। যদিয়ো ই অকণমান দীঘলীয়া। পাতৰ দৰে। মানে লাইশাকৰ দৰে। কিন্তু লাই আৰু বন্ধাকবি- এই দুয়োটাৰ পৰাই ই পৃথক।…
-
Seedling tray : ছিডলিং ট্রে’ কি! ছিডলিং ট্রে’ত কেনেকৈ অংকুৰিত বীজ কৰা হয়!
ছিডিলং ট্ৰে হৈছে এখন বীজ অংকুৰিত কৰাৰ এখন কৃত্ৰিম পথাৰ। ওপৰৰ ফটোত আপোনালোকে দেখিছেই বীজ বিলাক অংকুৰিত কৰিবৰ বাবে একোটাকৈ নিৰ্দিষ্ট গাত দেখিছে। সেই গাঁত সদৃশ কোঠাসমূহত কৃষকসকলে শস্য অংকুৰিত কৰিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ভৰাই তাত বীজটো অংকুৰিত কৰিবৰ বাবে দি দিব লাগে।…
-
3 Tips of Duck Farming : হাঁহ পালনৰ তিনিটা আধুনিক পদ্ধতি
বৰ্তমানৰ নিবনুৱা সমস্যা উপশমৰ বাবে সমন্বিত কৃষিৰ লগতে উন্নত জাতৰ হাঁহ পালনে কৰ্ম সংস্থাপন যোগানত সহায় কৰিব পাৰে। আমাৰ পৰম্পৰাগত হাঁহ-কুকুৰা পালনক কিছু পৰিমাণে হ’লেও বৈজ্ঞানিক ব্যবস্থা প্ৰণালীৰ স্পৰ্শ প্ৰদান কৰিব পাৰিলে আমি অধিক উৎপাদন আৰু আয় বৃদ্ধিত সফলতা অৰ্জন কৰিব পাৰো।…
-
মাইকী ছাগলী, গাভিনী ছাগলী আৰু পোৱালীৰ যত্ন কেনেকৈ ল’ব
মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহ বয়সত প্ৰথম গৰম হয় আৰু ইয়াৰ ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গর্ভ ধাৰণ নহয়। এজনী মাইকী ছাগলী দুই তিনিদিন ধৰি গৰম হৈ থাকে আৰু সেই সময়চোৱাতেই উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে।…
-
Urban Farming New Tips : চহৰত ঘৰতে কৰক এই পদ্ধতিৰে পাচলিৰ খেতি
যদি এজন চহৰীয়া লোকৰ এখন ছাদ আছে, বেলকনি আছে, বা কোনো চাজা আছে- তেওঁলোকে কিন্তু কেৱল বজাৰখনৰ ওপৰতে নিৰ্ভৰ নকৰি ঘৰ এখনত প্ৰয়োজনীয় ৮০ শতাংশ শাক-পাচলি নিজেই উতপাদন কৰিব পাৰিব। তাৰ বাবে লাগিব কিছুমান টিপচ।…
-
Double Cropping Farming : ডাবল ক্ৰপিং খেতি কি! আৰু ইয়াৰ লাভালাভ!
ডাবল ক্ৰপিং খেতি খেতি কি! বছৰত একোডোখৰ মাটিতে দুবাৰ খেতি কৰাকে ডাবল ক্ৰপিং খেতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে অসমত ধান খেতি কৰাৰ পাছতে আমাৰ কৃষকসকলে মাটিডোখৰ পুনৰ ছমাহলৈ একো খেতি নকৰাকৈ পেলায় ৰাখে। এনেকৈ ছমাহলৈ পেলায় নাৰাখি তাত পুনৰ খেতি কৰাটোৱেই ডাবল ক্ৰপিং খেতি বুলি…
-
ৰাষ্টাৰ কাষৰ পৰিত্যক্ত মাটিত এজন বৃদ্ধ কৃষকৰ ব্যতিক্ৰম ৰূপত অমিতা খেতি
ভবামতেই ৰাস্তাৰ কাষৰ ব্যৱহাৰ নোহোৱা ঠাইখিনিত ৪০০ টা অমিতাৰ পুলি ৰোপন কৰিলে। মাজে মাজে যত্ন ল’লে, সাৰ পানী যোগান ধৰিলে। কম দিনতে বছৰ বছৰ ধৰি পৰি থকা ছন পৰা মাটিখিনিত সেউজীয়া হৈ আহিল অমিতাবোৰ। দিন বাগৰি যোৱাৰ লগে লগে অমিতা গছবোৰ ডাঙৰ হৈ আহিল আৰু…
-
খানাপাৰাত ''FPO & Entrepreneurship Development'' সন্দৰ্ভত প্ৰশিক্ষণ
৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক এফপিচি বা কৃষক উৎপাদক কোম্পানী গঠন, কৃষক উৎপাদক কোম্পানীৰ পঞ্জীয়ন ব্যৱস্থা তথা নীতি-নিৰ্দেশাৱলীৰ লগতে ইয়াৰ সাংগঠনিক ব্যৱস্থাপনা কেনেকৈ শক্তিশালী কৰিব পাৰি ইত্যাদি বিভিন্ন বিষয় সন্দৰ্ভত বিভাগীয় আৰু নিমন্ত্ৰীত সমলব্যক্তিসকলে প্ৰশিক্ষণ আগবঢ়ায়…
-
Father & Son : পিতৃয়ে দেখুওৱা বাটেৰেই দুই পুত্ৰৰ কৃষিৰে সপোনৰ সন্ধান
বৰ্তমান কৃষকগৰাকীয়ে দুই পুত্ৰ ক্ৰমে মুকুট শইকীয়া আৰু বিদ্যুত শইকীয়াৰ সৈতে ২৬ বিঘা মাটিত উদ্যান শস্য, নগদী শস্য, ঋতুকালীন শস্য আৰু তিনিটা পুখুৰীত মীন পালন কৰি আহিছে। কৃষকগৰাকীয়ে কয় যে তেওঁ কৃষিকৰ্ম আগবঢ়াই নিয়াত পৰিবাৰৰ ভূমিকাও অপৰিসীম।…
-
Winter crops : শীতকালীন শস্য ৰোপণৰ আগতে এইবোৰ কথা বিবেচনা কৰক
শীতকালত কবি মূলা, লাই, বিলাহী, আদিৰ খেতি সকলোৱে কৰে। গতিকে ঘৰত খাব পৰাকৈ এই পাচলিসমূহৰ খেতি কৰি গাজৰ, ধনিয়া, ব্ৰকলি, জুকিনি, ৰঙা আলু, আমাৰ থলুৱা আলু আদিৰ খেতি ব্যৱসায়িকভাৱে অধিক পৰিমানে কৰিবলৈ লওঁক।…
-
৭০ দিনতে এক-ডেৰ লাখ টকা, অক্টোবৰ-নৱেম্বৰতে কৰক এই কাম
কেৰেলা খেতি কৰিম বুলি ভবা কৃষকসকলে এতিয়াৰ পৰা সাজু হোৱাৰ সময় আহি পৰিছে। পাৰিলে এতিয়াই টেক্টৰ বা গৰুৱে দুই এছাহ হাল বাই থলে ভাল হ’ব। কেৰেলাতলীত গোৱৰ দিবৰ বাবে গোৱৰ ক’ত পাব তাৰো ঠিক-ঠাক কৰি লওঁক।…
-
New Robi Crop : ছেপ্তেম্বৰ-অক্টোৱৰতে কৰিব পৰা কেইবিধমান নতুন শস্য
জানিব পৰা মতে, অসমত বৰ্তমানলৈ ব্যৱসায়িক উদ্দেশ্যলৈ কোনেও ক’লা বিলাহীৰ খেতি কৰা নহয়। এই বিলাহী খেতিয়ো আমাৰ কৃষকসকলে আহিন-কাতি-আঘোণ মাহত কৰিব পাৰে। অন্য বিলাহীৰ দৰেই সাৰ-পানী যোগান ধৰিলে সুফল পাব আমাৰ কৃষকসকলে।…
-
Flood-tolerant Farming in Assam : ১২ মাহে পানীত ডুব গৈ থকা মাটিত খেতি
কৃষকগৰাকীয়ে হেৰাই যাব ধৰা অসমৰ বানপানী সহনশীল থলুৱা ধান বাওধানৰ খেতি আৰু ইয়াৰ বীজ সংৰক্ষণ কৰি আহিছে দীৰ্ঘদিন ধৰি। যাৰ বাবে কৃষক বিজয় পামে ৰাষ্ট্ৰপতিৰ পৰা কৃষি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।…
-
আগতীয়াকৈ খেতি কৰিবৰ বাবে এই পদ্ধতিৰে পুলি উৎপাদন কৰক
আজি কৃষক বন্ধুসকলক বাৰিষা সময়খিনিতো, বৰষুণৰ বতৰতো, কৃষিভূমি পানীৰে উপচি থকা সময়তো পুলিবাৰীখন প্ৰস্তুত কৰা এটা সহজ পদ্ধতিৰ বিষয়ে জনাম।…
-
দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ১-২ ঘন্টাতে ১ হাজাৰ পৰা ১৫০০ টকা উপাৰ্জন কৰক
এই কামবোৰ কৰিব পাৰে প্ৰশিক্ষণৰ অত্যন্ত প্ৰয়োজন। এই প্ৰশিক্ষণ পাব পৰা অত্যন্ত সুবিধাজনক স্থান হল জিলা কৃষি বিজ্ঞানকেন্দ্ৰসমূহ। কৃষকসকলক এই জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰে। দুই-তিনিটা দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আপোনালোকে ঘৰতে আজৰি সময়খিনিত কাম কৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব। এই…
-
Adv. farming : কম মাটিত, কম খৰচত, কম দিনত অধিক উপাৰ্জন কেনেকৈ কৰিব!
অবতৰত কৰিব পাৰিলে বজাৰত বস্তুৰ দাম পায়। কৃষকগৰাকীয়ে তেওঁ বৰ্তমান কৰি থকা বিলাহী খেতিখিনিৰ কথা উল্লেখ কৰি কয়- বৰ্তমান বিলাহী খেতি বেছিভাগ কৃষকেই নকৰে। গতিকে পলিহাউচত খেতি কৰি বাৰিষা সময়ছোৱাত বিলাহী উলিয়াব পাৰিলে অধিক দাম পাম। বিলাহীৰ বতৰত যদি কৃষকে বিলাহী প্ৰতিকেজিত ১৫ টকাত বিক্ৰি…
-
Double Cropping Farming : অসম কৃষি বিশ্ববিদ্যালয় যুগান্তকাৰী পদক্ষেপ
শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ে শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাকে ধৰি অন্যান্য আনুষংগিক বিভিন্ন তথ্য ডিজিটেল মাধ্যমেৰে কৃষকক যোগান ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা দ্বিভাষিক (ইংৰাজী-অসমীয়া) "AAU PestDoc" শীৰ্ষক এন্ড্ৰয়ট মোবাইল এপ্ এটিও মুকলি কৰে।…
-
বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!
সম্প্ৰতি অসমত বান্দৰৰ সমস্যাটো কৃষকসকলৰ মাজত এক সন্ত্ৰাস হৈ থিয় দিছে। বান্দৰ থকা অঞ্চলত কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত খেতি কৰাটো বাদেই ঘৰত জলকীয়া পুলি এটা, বেঙেনা এজোপা, ডাংবডি এজোপা ৰুৱ নোৱাৰে। বেৰা দিয়ো বান্দৰক ৰক্ষা কৰিব নোৱাৰি। দুই এদিন চম্ভালি ৰাখি ডাঙৰ কৰিলেও এদিন অকণমান…
-
আপুনি জানেনে! এই ৰাসায়নিক সাৰবোৰে উদ্ভিদবোৰৰ বিকাশত কেনেদৰে সহায় কৰে!
সম্প্ৰতি আমাৰ বহু কৃষকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খেতি কৰিবলৈ ধৰিছে। কিন্তু বহু কৃষকে তেওঁলোকে ব্যৱহাৰ কৰা সাৰে উদ্ভিদজোপাক কোনবোৰ দিশত সহায় কৰে সেইবিষয়ে নাজানে। গতিকে আমি এই আলোচনাত ৰাসায়নিকভাৱে খেতি কৰোঁতে সচৰাচৰ প্ৰয়োগ কৰা কেইবিধমান ৰাসায়নিক সাৰৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম।…
-
এইবাৰ এবিঘা মাটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত আপেলৰ এই জাতকেইটাৰ খেতি কৰক
সাধাৰণতে ভৱা হয় অসমত আপেলৰ খেতি ভাল নহয়। হিমাচল বা জম্মু কাশ্মীৰ দৰে ঠাণ্ডা পৰিবেশ আপেল খেতিৰ অনুকুল। কিন্তু অসমত হিমাচল বা জম্মু কাশ্মীৰ দৰে আপেল খেতি নহয় কিন্তু অসমতো আপেল খেতি হয়। শেহতীয়াকৈ এই কথাৰ প্ৰমাণ কৰি দেখুৱাইছে অসম কৃষিবিশ্ব বিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ…
-
মালচিং পেপাৰ কি ! ইয়াৰ দাম কিমান! ক’ত পাব! ইয়াৰ উপকাৰিতা কি!
শেহতীয়াকৈ আমাৰ প্ৰগতিশীল কৃষকসকলে কৃষি পথাৰত ব্যৱহাৰ কৰা এবিধ সামগ্ৰী হ’ল- মালচিং পেপাৰ। বহু কৃষকে এই মালচিং পেপাৰ কৃষি পথাৰত কিয় ব্যৱহাৰ কৰে, মালচিং পেপাৰৰ উপকাৰিতা কি! মালচিং পেপাৰৰ দাম কিমান! মালচিং পেপাৰ ক’ত পায় আদি কথাবোৰ নাজানে! আৰু বহু পৰম্পৰাগতভাৱে খেতি কৰি অহা কৃষকে…
-
মহিলাৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষ উপক্ষমৰ ঘৰুৱা সহজ উপায়
আজি আমি মহিলাৰ মাহেকীয়া সময়ছোৱাত হোৱা পেটৰ বিষ কেনেকৈ নিয়ত্ৰণ কৰিব পাৰো, কি কি খাব লাগে, কেনেকৈ প্ৰস্তুতি চলাব লাগে, কি কি কাম কৰিব লাগে আদি কথাবোৰ আলোচনা কৰিম।…
-
Advanced Marketing : এডভান্স মাৰ্কেটিং ফৰ্মুলাৰে কৃষকে পথাৰতো জিকক, বজাৰতো জিকক
‘কৃষি জাগৰণ অসম’ৰ উদ্দেশ্যই কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত তুলি ধৰা। এনে কৰিবলৈ যাওঁতে আমি বিভিন্ন সময়ত কৃষকসকলক খেতি কৰিবলৈ অনুৰোধ জনাও আৰু খেতিৰ লাভালাভসমূহৰ কথা কওঁ। কিন্তু কেতিয়াবা আমি হতাশ হৈ যাওঁ। যেতিয়া আমাৰ লেখাসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ খেতি কৰে, ফচল ভৱাৰ ধৰণেই…
-
ৰ’দ-বৰষুণ নলগোৱাকৈ, ঘৰ্মাক্ত পৰিশ্ৰম নকৰাকৈ কেনেকৈ কৰিব খেতি!
সাধাৰণতে আমাৰ যুৱক-যুৱতীসকলে খেতি নকৰাৰ মূলতে থকা এটা প্ৰধান কাৰণ হ’ল- ঘৰ্মাক্ত পৰিশ্ৰম আৰু শংকা। কিন্তু এই দুইটা পৰা আপোনাক ৰেহাই দিব আজি আমি আলোচনা কৰিবলৈ লোৱা এই কৃষি পদ্ধতিটোৱে।…
-
Morel mushroom : কাশ্মীৰ এই কাঠফুলা বিধৰ এক কেজিৰ দাম ২০-২৫ হাজাৰ
অতি উচ্চ মূল্যৰ খাদ্য সামগ্ৰীৰ ভিতৰত Morel mushroom বা গুচ্ছি অন্যতম৷ ইয়াৰ বৈজ্ঞানিক নাম Morchella esculenta জম্মু-কাশ্মীৰৰ ডোডা জিলাত স্থানীয় ভাষাত "ঠুন্ঠু" বোলা হয়৷ সাধাৰনতে অনলাইন স্বপিংত Kasmiri morel এই অধিক পোৱা যায়৷…
-
খালি মাটি আছে যদি মাৰ্চ-এপ্ৰিলত এইবাৰ এবিঘা মাটিত অম্ৰপালি আমৰ খেতি কৰক
আজি দুই-তিনি বছৰৰ পৰা এবিধ চাপৰতে আৰু কম দিনতে লগা এবিধ আমৰ খেতি কৰি আহিছে তিনিচুকীয়াৰ পেঙেৰীৰ কৃষক ধনীৰাম চেতিয়াই। তেওঁ জানিবলৈ দিয়া মতে, অম্ৰপালি নামৰ এই আমৰ জাতটোৰ খেতি কৰি তেওঁ যথেষ্ট লাভান্বিত হৈছে ।…
-
Rural Business Idea : কৃষিভূমি থকা আৰু নথকাসকলেও কৰিব পাৰিব এই তিনিটা কাম
ফটোত দেখা এই আমবোৰ কৃষক ধনীৰাম চেতিয়াৰ বাৰীৰ। এই আমৰ জাতটোৰ নাম অম্ৰপালি। পূৰ্বতে আমি উত্তৰ, বিহাৰ আদি বহিঃৰাজ্যতহে এনে আমৰ খেতি দেখিছিলো। এই আমবোৰৰ এটা বিশেষত্ব হল যে ই কম দিনতে লাগে আৰু চাপৰতে লাগে। স্কীনত আপোনালোকে দেখিছে হাতেৰে চিঙিব পৰা চাপৰতে আমবোৰ ঠপাঠপে…
-
New Variety bitter gourd : অধিক উপাৰ্জনৰ বাবে কেৰেলাৰ এই উন্নত জাতটোৰ খেতি কৰক
কৃষকসকলে সদায় উন্নত জাতৰ বীজৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু আমাৰ কৃষকসকলে বীজ ভাণ্ডাৰত যি জাতৰ বীজ পায় তাকে ৰোপন কৰে। ফলত প্ৰযোজন অনুসৰি সাৰ-পানী যোগান ধৰিলেও ভবাৰ ধৰণ খেতি ডৰা ভাল হৈ নুঠে।…
-
Today 10th February : ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাল ধন
অসমীয়া মানুহৰ বাবে এতিয়া প্ৰতিটো মাহৰ ১০ তাৰিখটো এটা গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ৰাজ্যৰ হিতাধিকাৰীসকলৰ একাউন্টত সোমায় নগদ ধন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্টযোগে লাভ কৰি আহিছে অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি আৰু ৰাষ্ট্ৰীয় দিব্যাংগ,…
-
কৃষকসকলে শীতল ঘৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব!
What are the benefits of cold storage? শীতল ঘৰ বা Cold Storage হৈছে কোনো সামগ্ৰী বেয়া নোহোৱাকৈ দীৰ্ঘদিনৰ বাবে সজীব কৰি ৰখা এটা শীত-তাপ নিয়ন্ত্ৰিত ঘৰ। এই শীতল ঘৰত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কম খৰচত দীৰ্ঘ দিনৰ সজীব কৰি ৰাখিব পাৰে। বীজৰ বাবে ৰখা শস্যৰ…
-
২৬০০০ হাজাৰ ×২ =৫২০০০হাজাৰ/ যদি জহা হয় ৬০০০০ হাজাৰ টকা
বছৰত দুটাকৈ খেতি কৰিব পাৰি। প্ৰতি বিঘা মাটিত সামূহিক খৰছ ৩৫০০/টকাৰ ভিতৰত+ধান চপাই মাৰি খৰছ মোটামুটি ১৭০০/১৮০০ ভিতৰত। সৰ্বমুঠ ৫৫০০/ভিতৰত বা অলপ বেছি। ১ কুইণ্টল ধানৰ বিপৰীতে ৬৫ কেজি চাউল। বজাৰত চাউলৰ মূল্য ৪০/টকা।গতিকে বিঘাত প্ৰায় ২৬০০০ হাজাৰ টকা/×২=৫২০০০হাজাৰ/ যদি জহা বা অন্যান্য মহঙা জাতৰ…
-
"আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২৩”ত শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ বিশ্বনাথৰ পুলিমাই কুটুম পেগুলৈ
আন্তঃ ৰাষ্ট্ৰীয় কৃষি মেলাত বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চলৰ ৩৭ বছৰীয়া প্ৰগতিশীল কৃষক পুলিমাই কুটুম পেগুয়ে ATMAৰ অধিনত কৃষি আৰু ৰেচম খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।…
-
A to Z হিচাপ কৰিলে খেতিত লাভতকৈ লোকচানহে হয়! কথাষাৰ কিমান সঁচা
ধান সিঁচাৰ পৰা ধানকাটি দোকালনৈ বা বজাৰলৈ পঠিওৱালৈকে সকলো হিচাপ কৰিলে ধান খেতি কৰাতকৈ কিনি খোৱাই ভাল বুলি তেওঁলোকে ভাবি আৰম্ভ কৰিছে। তাতে আজিকালি বহু গ্ৰামাঞ্চলৰ লোকে চৰকাৰী চাউল পায় আৰু পত্নীয়ে পায় অৰুণোদয়ৰ ধন। মাজতে ঘৰৰ মালিকজনে দুই এটা আনৰ ঘৰত হাজিৰা কৰিলেই ঘৰৰ…
-
Best Goat Breed : অসমৰ জলবায়ু উপযোগী ছাগলীৰ ৩ টা জাত
ভাৰতৰ অন্য প্ৰান্তৰ দৰে সম্প্ৰতি অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাইছে ৷ সু-খবৰ যে পুৰুষৰ লগতে একাংশ অসমীয়া মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে ৷ ছাগলী পালনৰ ক্ষেত্ৰত যদি আমাৰ ৰাজ্যখনৰ গাঁৱে ভূঞে চকু দিয়া হয়, তেতিয়া দেখা যায়…
-
Coconut-Battle : কেৰ্কেটুৱাৰ পৰা তামোল-নাৰিকল ৰক্ষা কৰাৰ সহজ উপায়
কেৰ্কেটুৱা থকা অঞ্চলত তামোল, নাৰিকলৰ খেতি কৰিব বিচৰা কৃষকসকলে ১০ ভাবিব লগা হয়। তামোল-নাৰিকল ৰুলে কেৰ্কেটুৱাৰ বাবেহে ৰুৱাৰ হয়। গতিকে কেৰ্কেটুৱা থকা অঞ্চলত কৃষকসকলে তামোল, নাৰিকল ৰুৱাৰ পৰা দূৰত থাকে। যিসকলে ৰুৱে তেওঁলোকে কেৰ্কেটুৱাৰ লগত যুঁজিব লগা হয়। তামোল-নাৰিকল আদিৰ খেতিৰ কৰি বৰঞ্চ পৰৱৰ্তী সময়ত…
Latest feeds
-
এগ্ৰিপেডিয়া
Flood-tolerant paddy : বিল, জলাশয় বা বানপ্ৰৱণ অঞ্চলত কৰক বাওধানৰ খেতি
-
অন্যান্য
অসমত মাল্টা, ড্ৰেগন, কমলা, আপেল, আম, ভেনিলা, মধুৰি, কল আদিৰ খেতি নহয়!
-
এগ্ৰিপেডিয়া
Cold storage in Assam : অসমত ৪০ টা পশ্চিমবংগত ৬০২ টা শীতল ঘৰ
-
অন্যান্য
Profitable Crop Farming : কোনবোৰ শস্য খেতি কৰিলে অধিক লাভান্বিত হ’ব
-
কৃষি সঁজুলি
মহিন্দ্ৰা 575 DI XP Plus য়ে সলনি কৰিলে মহাৰাষ্ট্ৰৰ গোপালক যোগেশ ভূটৰাৰ জীৱন
-
কৃষি সঁজুলি
অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীত হওঁক
-
সফল কাহিনী
মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে তামোল, কল, ড্ৰেগন আৰু ৰবিশস্যৰ খেতি
-
News
সমবায় ব্যৱস্থাকলৈ ২০২৫ বৰ্ষত নতুন পদক্ষেপ গ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘই
-
অন্যান্য
Watermelon Farming After Potato Harvesting : আলু খন্দাৰ পাছত আলুতলিবিলাকত কি কৰিব!
-
সফল কাহিনী
Certified Paddy Seeds Production : প্ৰমাণিত ধানৰ বীজ উৎপাদন কৰি সফল শিৱসাগৰ কৃষক