Agriculture

বহুমুখী অভিনেতা পংকজ ত্ৰিপাঠীক কৃষি নেটৱৰ্কৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে । কৃষি নেটৱৰ্কৰ হৈছে কৃষিপ্ৰযুক্তি এপ পৰিচালনা কৰা এক ব্যক্তিগত কৃষি প্ৰতিষ্ঠান ।

  • SHRI ANNA YOJNA: শ্ৰী অন্ন শস্য কি? ২০২৩-২৪ত শ্ৰী অন্নৰ খেতি কৰিলে হ’ব লাভৱান

    কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ চনৰ বাৰ্ষিক বাজেটৰ ভাষণত বিশেষকৈ কৃষি আৰু কৃষকসকলৰ বাবে কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰে। আঁচনিসমূহৰ ভিতৰত এটা আছিল 'শ্ৰী অন্ন' যোজনা। এই আঁচনিখনৰ প্ৰতি সকলোৱে বিশেষভাৱে মনোযোগ দিয়া দেখা গৈছিল। কোৱা হৈছিল যে দেশত মোটা শস্য উৎপাদনৰ বাবে শ্ৰী…

  • GOBAR-DHAN SCHEME গোবৰ্ধন আঁচনিৰ অধীনত চৰকাৰে দিব ৫০ লাখ টকাৰ সাহায্য

    আজি কেন্দ্ৰীয় বাজেট ২০২৩ উপস্থাপন কৰাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে গোবৰ্ধন আঁচনিৰ অধীনত ৫০০ টা নতুন ‘আৱৰ্জনাৰ-পৰা-সম্পদ’ (waste to wealth) পৰিকল্পনা এক বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰচাৰৰ বাবে ঘোষণা কৰা হৈছে।…

  • আপুনি গোবৰৰ দন্তমঞ্জন ব্যৱহাৰ কৰিছে নে? গোবৰক সোণ কৰিব পৰা কেইটামান সামগ্ৰী

    ৰন্ধন গেছৰ পৰা থলুৱা আৰু জৈৱ-সাৰলৈকে গৰুৰ গোবৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পৰা ৰং, কাগজ, মোনা, ইটা, গোবৰ, কাঠ আৰু আনকি দন্তমঞ্জনলৈকে তৈয়াৰ কৰা হৈছে। এটা গৰুৱে প্ৰাকৃতিক কৃষিৰ ব্যয় হ্ৰাস কৰে। যদি আপুনি এটাও গৰু পালন কৰে, তেন্তে আপুনি ইয়াৰ গাখীৰৰ সৈতে গোবৰ আৰু…

  • Water Management in Agriculture Sector: কৃষি ক্ষেত্রত জল ব্যৱস্হাপনা

    অকল বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য্য কৰিলে বৰষুণ কমিলে পানীৰ নাটনিৰ ফলত উৎপাদন যথেষ্ট পৰিমাণে কমি যায়, সেয়ে কৃষকসকলে কৃত্রিম জলসিঞ্চনৰ ব্যৱস্থা কৰিবলগীয়া হয়। সাধাৰণতে বৰষুণ অনিয়মিত বা শুকান সময়ত বা খৰাং হোৱাৰ সম্ভাৱনা থকা অঞ্চলত জলসিঞ্চন ব্যৱহাৰ কৰা হয়। জলসিঞ্চনৰ ব্যৱস্থাত সমগ্ৰ পথাৰখনলৈ…

  • মাকৈ খেতি কৰি কম দিনতে অধিক লাভৱান হোৱাৰ বাট মুকলি কৰক

    ‘মাকৈ যিহেতু উদ্যোগিক ক্ষেত্ৰখনত বহুল ব্যৱহাৰ হয়, যেনে- শিশুখাদ্য কৰন-ফ্লেক্স, কৰন-ফ্লৰ আদিৰ প্ৰস্তুতিত; পশুখাদ্য, মাছৰ খাদ্য আদিৰ প্ৰস্তুতিত আমি ইয়াৰ বজাৰ পাবৰ কাৰণেও কোনো সমস্যা নহব৷ জনামতে অসমৰ কাৰ্বি আলং জিলাৰ খটখটীত প্ৰথম মাকৈ ভিত্তিক কৃষি উদ্যোগ গঢ় লৈ উঠে৷ '…

  • জৈৱিক সাৰ, অজৈৱিক সাৰ আৰু কীট নাশকৰ বিষয়ে প্ৰাথমিক তথ্য

    জৈৱিক সাৰ জীৱিত বস্তু যেনে জীৱ-জন্তু আৰু উদ্ভিদৰ পৰা আহৰণ কৰা হয়। সচৰাচৰ জৈৱিক সাৰ হিচাপে ব্যসহাৰ হোৱা বস্তুবোৰ হ’ল- সাৰ, হাড়ৰ গুড়ি, মাছৰ গুড়ি, ভেৰ্মিন পচন সাৰ ইত্যাদি। এইবোৰ সাধাৰণতে মাটিত অণুজীৱ হিচাপে মুকলি হওঁতে পলম হয়।…

  • ৰোগমুক্ত বেঙেনাৰ বীজৰ বিকাশ: ১০০ টা বেঙেনা উৎপাদন কৰিলে ৯৭ টায়ে হ’ব বিক্ৰীযোগ্য

    মহাৰাষ্ট্ৰস্থিত কোম্পানী বেজো শীতল বীজ প্ৰাইভেট লিমিটেডে জনক আৰু বিএছএছ-793 নামৰ প্ৰথম ফিলিয়াল প্ৰজন্মৰ হাইব্ৰিড বেঙেনাৰ প্ৰকাৰ বিকশিত কৰিছে। এতিয়া এই কোম্পানীটোৱে কৰ্ণাটকৰ এখন বিশ্ববিদ্যালয়ক এই বেঙেনাৰ প্ৰকাৰৰ জৈৱ সুৰক্ষা পৰীক্ষা কৰাৰ দাবী জনাইছে।…

  • Lobia cultivation পাঞ্জাবৰ কৃষকে কোটি টকা ঘটিছে: কেনেকৈ কৰিব লুবিয়া মাহৰ খেতি?

    লুবিয়া হৈছে এক মাহজাতীয় উদ্ভিদ যাৰ বীনবোৰ পাতল আৰু দীঘল। লুবিয়া মাহৰ তৰকাৰী বনাই খোৱা হয়। এই উদ্ভিদ সেউজীয়া সাৰ তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। ই বগা ৰঙৰ আৰু ডাঙৰ বীজ। ইয়াৰ ছিৰাবোৰ এহাত দীঘল আৰু তিনি আঙুল বহল। ই অতি কোমল আৰু ৰন্ধা আৰু…

  • Tissue Culture: টিচু কালচাৰ পদ্ধতি প্ৰয়োগ কৰি লাভ কৰক উন্নত শস্য, অধিক উপাৰ্জন

    বহুলোকে টিচু কালচাৰ বিষয়ে শুনিব পাৰে, কিন্তু প্ৰতিজন কৃষক বা মালীয়ে এই বিষয়ে নাজানে। আজি আমি আপোনাক এই কৃষি পদ্ধতি কি আৰু আপুনি ইয়াৰ জৰিয়তে কেনেদৰে ভাল লাভ উপাৰ্জন কৰিব পাৰে তাৰ বিষয়ে ক'বলৈ লৈছোঁ।…

  • Sapota/Chiku Cultivation অসমৰ কৃষকেও আৰম্ভ কৰক চপেটাৰ খেতি

    বৰ্তমান অসমৰ বজাৰত বহিঃৰাজ্যৰ পৰা অহা চপেটা প্ৰতিকেজিত নিম্নতম ১০০ টকা দামত বিক্ৰী হৈ আছে। গতিকে অসমৰ কৃষকেও এই শস্যৰ খেতি কৰি বজাৰ দখল কৰাৰ সময় আহি পৰিছে। আজি আমি এই প্ৰবন্ধটোৰ জৰিয়তে চপেটা খেতিৰ বিষয়ে কিছু তথ্য দিব বিচাৰিছোঁ।…

  • Sikkim Large cardamom: মছলাৰ ৰাণী- ছিকিমৰ ডাঙৰ ইলাচী

    ছিকিম পৰম্পৰাগত জৈৱিক কৃষি পদ্ধতিৰ এক উদাহৰণ হৈ পৰিছে আৰু ইয়াত উৎপাদিত ইলাচীৰ অপৰিসীম ৰপ্তানিৰ সম্ভাৱনা আছে যাক অধিক অন্বেষণ কৰাৰ প্ৰয়োজন আছে।…

  • Millet: মিলেটৰ গুৰুত্ব আৰু সাম্প্ৰতিক স্থিতি

    সমগ্ৰ বিশ্বৰ ৬০ ভাগতকৈও অধিক লোক দুখীয়া শ্ৰেণাৰ। ভাৰতবৰ্যত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ সংখ্যা শতকৰা ৮৫ জন। অসমত এই হাৰ শতকৰা ৮৫ ভাগ। বিশ্বৰ মুঠ জনসংখ্যাৰ সিংহভাগ দুখীয়া আৰু মিলেট হ’ল এই জনসংখ্যাৰ প্ৰধান খাদ্যশস্যৰ অংশ।…

  • Aeroponics Potato Farming: মাটি অবিহনে বতাহতে আলু খেতি কৰি ১০ গুণ বেছি উপাৰ্জন কৰক

    এৰোপনিক্স হৈছে এক আধুনিক কৃষি পদ্ধতি। এই কৌশলটো পাচলি উৎপাদনৰ বাবে ভাল বুলি গণ্য কৰা হয়। এৰোপনিক্স প্ৰযুক্তিৰে আলু খেতি কৰিবলৈ, এৰোপনিক্স ইউনিটটো মাটিৰ পৃষ্ঠৰ পৰা কেই ইঞ্চিমান উচ্চতাত নিৰ্মাণ কৰা হয়।…

  • কোনবিধ ধানৰ খেতি কোন মাহত কৰিব? অসমত বিভিন্ন ধান খেতিৰ উপযুক্ত ঋতু

    আহু ধান বাম মাটিত সিঁচি খেতি কৰা আৰু সোনকালে পকা এজাতি ধান৷ এই ধান ফাগুন-চ’তত সিঁচি বাৰিষাৰ আৰম্ভতে কটা হয়৷ শালি ধানৰ যিমান উপজাতি আছে, ইয়াৰো প্ৰায় যিমান আছে৷ যেনে-আহু-বৰা, আহু-জহা, ইত্যাদি৷…

  • Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

    অসমত ধানৰ পাছতে বাৰিষাকালত কৰা শস্যসমূহৰ অন্যতম মৰাপাট । অসমৰ প্ৰায় ৫৮,০০০ হেক্টৰ কৃষিভুমিত মৰাপাটৰ খেতি কৰি বছৰি প্ৰায় ৫,৫৯,০০ টন উৎপাদন কৰা হয়। এইবিধ শস্যই কেৱল জাতীয় অৰ্থনীতিতে নহয় দেশৰ অৰ্থনীতিতো যথেষ্ট বৰঙণি যোগাই আহিছে। আমাৰ দেশত এইবিধ শস্য বিভিন্ন প্ৰকাৰৰ সামগ্ৰী , যেনে-…

  • জৈৱিক পদ্ধতিৰে লেচেৰা মাহৰ খেতি কেনেকৈ কৰিব?

    উজনিত ডাংবদি, নামনিত লেচেৰা। নাম ভিন্ন হ’লেও ৰাজ্যৰ সকলো অঞ্চলতে এই মাহজাতীয় শস্যবিধৰ চাহিদা বাৰ মাহে থাকে। অসমৰ বজাৰত সকলো সময়তে লেচেৰা মাহ পোৱা যায় যদিও সকলো লেচেৰাৰ খেতি জৈৱিক পদ্ধতিৰে কৰা নহয়। বৰ্তমান চৰকাৰে জৈৱিক কৃষিৰ ওপৰত অধিক গুৰুত্ব দিয়ালৈ চাই জৈৱিক পদ্ধতিৰে লেচেৰা…

  • Manipur Chak Hao: ভৌগোলিক স্বীকৃতি প্ৰাপ্ত মণিপুৰৰ সুগন্ধি ক’লা চাউল

    মণিপুৰত স্থানীয়ভাৱে চাক-হাও (Chak hao) নামেৰে নামাকৰণ কৰা ক'লা সুগন্ধি চাউল (Aromatic black rice) ইয়াৰ আকৰ্ষণীয় ৰং আৰু গোন্ধ আৰু সোৱাদৰ বাবে সুপৰিচিত। ইয়াক ভিটামিন, খনিজ পদাৰ্থ, আঁহ, প্ৰ'টিন আৰু বহুতো পুষ্টিৰ অনুকূল সমলৰ উপৰিও খাদ্য শস্যত পোৱা এন্থোচাইনিনৰ আটাইতকৈ বেছি থকা উৎস হিচাপে বিবেচনা…

  • বিশ্বৰ আটাইতকৈ দামী কাঠফুলা- প্ৰতি কেজিৰ দাম ৭-৯ লাখ টকা!

    ইউৰোপীয় হোৱাইট ট্ৰাফল কাঠফুলাক পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল কাঠফুলা বুলি কোৱা হয়। ই এক ভেঁকুৰ যদিও এক অতি বিৰল কাঠফুলা, যাক খেতি কৰিব নোৱাৰি। বৰঞ্চ ই পুৰণি গছত নিজে নিজে হয়। ইয়াৰ গুণাগুণৰ বাবে ইয়াৰ সদায় চাহিদা থাকে। আন্তৰ্জাতিক বজাৰত, ইউৰোপীয় বগা ট্ৰাফল কাঠফুলাৰ মূল্য প্ৰতি…

  • Turmeric : আপুনি জানেনে! হালধিৰ নামত বহিঃৰাজ্যই বছৰি অসমৰ পৰা লৈ যায় ৪০০ কোটি টকা

    হালধি খেতি অসমৰ লাভজনক খেতিসমূহৰ অন্যতম। কাৰণ যিহেতু হালধি পাকঘৰৰ লাগতিয়াল উপাদান যি টো অপৰিহাৰ্য। বৰ্তমান অসমৰ জনস্ংখ্যা ৩ কোটি ওপৰত আৰু এই ৩ কোটি মানুহে দৈনিক গড়ে ৩ গ্ৰাম কৈ হালধি খালেও কেৱল অসমতে দৈনিক ৯০,০০০ কেজি শুকান হালধি দৰকাৰ। যাৰ আজিৰ নন্যূতম বজাৰ…

  • ৰবৰ আৰু চাহ খেতিত সফলতা প্ৰাক্তন সেনা জোৱানৰ

    কাৰ্বিপাহাৰত ৰবৰ আৰু চাহ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰাক্তন সেনাজোৱান দিপাংকৰ শৰ্মাই। এসময়ত দেশ সেৱাৰ বাবে ওলাই যোৱা সৰুপথাৰৰ নাহৰণিৰ কোষেশ্বৰ শৰ্মা আৰু অনু দেৱীৰ কনিষ্ঠ পুত্ৰ দিপাংকৰ শৰ্মাই কাৰ্বিপাহাৰত ৰবৰ আৰু চাহ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে৷…

  • Avocado Cultivation: উত্তৰ-পূৰ্বাঞ্চলত আভকাডো খেতিৰ সম্ভাৱনীয়তা

    উত্তৰ-পূব হিমালয়ৰ ৰাজ্য ছিকিমত ৮০০-১৬০০ মিটাৰ উচ্চতাত পাহাৰৰ ঢালত আভকাডোৰ খেতি কৰা হয়। মাটিৰ খহনীয়া প্ৰতিহত কৰিবলৈ আভাকাডোৰ খেতি ওখ ঠাইত কৰা হয়।…

  • Bitter Gourd Farming : ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে কৃষকসকলে কৰিব পাৰিব জেং কেৰেলাৰ খেতি

    মাঘৰ পাছতে বহাগ বিহু। বহাগ বিহুলৈ আগতীয়া কেৰেলাবোৰ প্ৰায় নলগা হয়গৈ। কিন্তু কেৰেলাটো বহাগ বিহুত গৰু গা-ধোৱাবলৈ লাগিবই। গতিকে কৃষকসকলে বহাগ বিহুৰ কেৰেলা বজাৰখন ধৰিবলৈ এতিয়াই কৰিব লাগিব কেৰেলা। কেৰেলা খেতি বছৰটোত তিনিবাৰকৈ কৰিব পাৰি-আগষ্ট-নৱেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-জুলাই মাহত আৰু সময় অনুসৰি সাৰ, পানীৰ প্ৰয়োগ…

  • Bee farming Training : তামুলপুৰত ১৫ দিনীয়াকৈ বনৰীয়া মৌ –পালনৰ প্ৰশিক্ষণ

    তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কাউলীৰ হৰিণচৰাত ১৫ দিনীয়া বনৰীয়া মৌপালন আৰু প্ৰক্ৰিয়াকৰণ প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে (এএছটিইচি) যোৱা ২৭ ডিচেম্বৰ তাৰিখৰ পৰা মৌ মাখি পালনৰ সজাগতা বৃদ্ধি আৰু বৈজ্ঞানিক ভাৱে মৌপালন কৰি আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা…

  • Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

    মচলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম আৰু বজাৰত আদাৰ চাহিদাও বহুত বেছি। বজাৰত ৫০-৭০ গ্ৰামৰ এটুকুৰা আদাৰ দাম ১০ টকা। ইফালে অসমৰ আদাৰ গুৰুত্ব বহিঃৰাজ্যতো আছে। গতিকে অসমৰ কৃষকসকলে আদা খেতি কৰি যথেষ্ট লাভান্বিত হ’ব পাৰে। অসমৰ বহু কৃষকে আদা খেতি কৰে। আৰু ভাৰতৰ পাঁচখন আদা…

  • Dalle Khursani: আপুনি জানেনে? ম’ম’ চাটনিত দিয়া ৰঙা জলকীয়াটো উত্তৰ পূবৰ জৈৱিক সম্পদ!

    দালে খুৰছানী ( Dalle Khursani) পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াবোৰৰ ভিতৰত অন্যতম। ইয়াৰ নাম আৰু খ্যাতি অনুসৰি জলকীয়াটো অতি জ্বলা আৰু সকলোৱে ইয়াক খাব নোৱাৰে। সাধাৰণতে ছিকিম আৰু দাৰ্জিলিং অঞ্চলত খেতি কৰা দালে খুৰছানী কেপচিকাম পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু জ্বলাৰ ক্ষেত্ৰত অতিকৈ চৰম পৰ্যায়ৰ বুলি জনা যায়।…

  • ধান খেতি এৰি ধনী দেশৰ ‘পশু খাদ্য’ৰ খেতি কৰিবলৈ কৃষকক উদগণি চৰকাৰৰ, কিন্তু কিয়?

    অসম মিলেট মিচনৰ অধীনত যিসমূহ শস্যৰ প্ৰচাৰ চৰকাৰে অব্যাহত ৰাখিছে, তাৰ ভিতৰত চীনা ধানো অন্যতম। অসমত পূৰ্বে নকৰা এই শস্যৰ খেতি কৰিবলৈ কৃষকসকলক পাৰ্যমানে সা-সুবিধা প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে। কিন্তু ধানজাতীয় শস্য বাদ দি অসমৰ মাটিত এই ধৰণৰ মিলেটৰ খেতি কিমান দূৰ…

  • Assam Karbi Anglong Ginger: GI স্বীকৃতি প্ৰাপ্ত অসম কাৰ্বি আংলং আদাৰ বিষয়ে সবিশেষ

    উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত যিসমূহ ফচলে বিশ্বজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত কাৰ্বি আংলং আদা (Assam Karbi Anglong Ginger) অন্যতম। এই উদ্ভিদ কাৰ্বি আংলং জিলাত উৎপাদিত হয়। অগতানুগতিক তথা সুকীয়া সোৱাদৰ বাবে ই অন্য আদাতকৈ পৃথক। মছলাজাতীয় এই উদ্ভিদ Zingiberaceae পৰিয়ালৰ অন্তৰ্গত।…

  • Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক

    ফাৰ্মাচিউটিকেল আৰু সুগন্ধি উদ্যোগৰ বাবে, খাদ্য, সোৱাদ, ঔষধ আৰু বীজ তেলত ব্যৱহৃত কালজিৰাৰ শুকান বীজৰ উৎপত্তি ভূমধ্যসাগৰীয় অঞ্চলত হৈছিল আৰু উত্তৰ ভাৰতলৈ ই পশ্চিম এছিয়া হৈ আহিছিল। ২০ বছৰৰ আগৰপৰা কেইবাটাও ধৰ্মীয় আৰু প্ৰাচীন লেখাত ইয়াৰ উৎকৃষ্ট চিকিৎসা গুণাগুণৰ বিষয়ে উল্লেখ আছে।…

  • Drumstick farming: এবাৰ পুলি ৰুলে দহ বছৰলৈ ফল দিব এই উদ্ভিদে

    চজিনা হৈছে এক ঔষধি উদ্ভিদ। উচ্চ পুষ্টিগত গুণাগুণৰ বাবে চজিনাক এক ছুপাৰ ফুড বুলি গণ্য কৰা হয়। ইয়াক অলিফেৰা আৰু ড্ৰামষ্টিক গছ বুলিও জনা যায়। যোৱা কেইবছৰমানত, কৃষকসকলে চজিনা খেতি কৰিবলৈ যথেষ্ট আগ্ৰহ দেখুৱাইছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল কৃষকসকলে কম খৰচত ইয়াৰ পৰা ভাল…

  • অসমত তামোলৰ উৎপাদন কমিছে পাত হালধীয়া পৰা ৰোগটোৰ বাবেই !

    অসমত তামোলৰ উৎপাদন যিকেইটা প্ৰধান কাৰণত হ্ৰাস পাই আহিছে তাৰ ভিতৰত ‘গেনোডাৰমা’ বা ‘এনাবেৰোগা’ নামৰ বেমাৰবিধৰ প্ৰাদুৰ্ভাৱ অন্যতম। গতিকে কৃষকসকলে এই ৰোগৰ বিষয়ে জনাতো অত্যন্ত জৰুৰী।…

  • বান্দৰৰ পৰা একো কৰিব নোৱৰা অঞ্চলতো কৰিব পাৰিব ৪ বিধ খেতি

    অসমত বান্দৰ আৰু উদঙীয়া গৰুৰ বাবে বহু সময়ত কৃষকসকলে খেতি কৰিবলৈ ভয় কৰে। কাৰণ খেতি কৰিলে কি হ’ব সৱ এদিনতে শেষ কৰিব। এনেকুৱা এটা ভয় লৈ বহু কৃষক মাটিবোৰ পেলাই ৰাখে। কৃষসকলৰ এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বান্দৰে অপকাৰ কৰিব নোৱৰা কেইবিধমান শস্যৰ খেতিৰ…

  • প্ৰতি একৰ মধুৰী খেতিত গড়ে ৬ লাখ টকা উপাৰ্জন ৩০ বছৰীয়া কৃষকৰ

    ৩০ বছৰীয়া এগ্ৰিপ্ৰেনাৰজনৰ এতিয়া ২৫ একৰ মাটি আছে, য'ত তেওঁ প্ৰায় ১২০০০ গছ ৰোপণ কৰে আৰু প্ৰতি একৰত গড়ে প্ৰায় ৬ লাখ টকা লাভ কৰে।…

  • ভোগালী বিহু উপলক্ষে ব্যস্ততা বাঢ়িছে কুঁহিয়াৰ খেতিয়কৰ

    হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী৷ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। ভোগালীৰ প্ৰাক ক্ষণত তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ, সিদ্ধিনাথপুৰ আৰু মহেন্দ্ৰ নগৰ গাঁৱৰ কেইবাটাও পৰিয়াল দিনে-নিশাই ব্যস্ত হৈ পৰিছে কুঁহিয়াৰ শালত কুহিয়াৰ পেৰি খাঁটি সুস্বাদু গুৰ তৈয়াৰ কৰাত৷…

  • Bodo Paddy Farming : আহি আছে বৰো ধানৰ খেতিৰ বাবে

    সম্প্ৰতি অসমত ঠাই বিশেষে জনপ্ৰিয় হৈ উঠা এবিধ ধান খেতি হ’ল বৰো ধানৰ খেতি। এই খেতিৰে কৃষকসকলে সফলতা লাভ কৰাৰ পাছতে চৰকাৰেও কৃষকসকলক বৰোধানৰ খেতিৰ বাবে বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে বিগত আৰু বৰ্তমানেও।…

  • Kath Alu & Its Farming : মাৰ্চ-এপ্ৰিলত এবিঘা মাটিত কাঠ আলু খেতি কৰক

    এতিয়া কাঠ আলু খোৱা বতৰ। অসমীয়া মানুহে অতিজৰে পৰা মাঘবিহুত কাঠ আলু খায়। কাঠ আলু, মিৰি আলু ঠাণ্ডাদিনত জুইশালত বয়ল কৰি বা পুৰি খোৱা আনন্দ সুকীয়া। শীতকালৰ এই সময়ছোৱাত অসমীয়া মানুহৰ ঘৰত কাঠ আলুৰ লগতে আলুগুটি, মিৰি আলু থাকেই।…

  • Corn Jewel ৰঙীন মাকৈৰ খেতি কৰাৰ পদ্ধতি

    শস্য আৰু পশুখাদ্যৰ বাবে গোমধান ব্যৱহাৰ কৰা হয়। ইয়াক শস্যৰ ৰাণী বুলিও কোৱা হয় কিয়নো ইয়াৰ উৎপাদন যথেষ্ট ভাল। মেগনেছিয়াম, পটাছিয়াম আৰু ষ্টাৰ্চ গোমধানত প্ৰচুৰ পৰিমাণে পোৱা যায়, যি আমাৰ শৰীৰৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে।…

  • Kaji Nemu : কাজি নেমু আৰু ইয়াৰ কৃষি পদ্ধতি

    কাজিনেমু অসম উৎপাদিত এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। কাজিনেমুৰ কিছুমান বিশেষ বৈশিষ্ট্যৰ বাবে ই আন নেমুতকৈ পৃথক। বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলকভাবে কাজিনেমুৰ বাকলি পাতল। পুৰঠ নেমুত প্ৰচুৰ পৰিমাণে ৰস থাকে। ফলৰ বৰণ ডাঠ সেউজীয়াৰ পৰা পাতল সেউজীয়া-হালধীয়া হ’লে ছিঙাৰ উপযুক্ত…

  • এইবিধ বিদেশী শস্যৰ খেতি কৰি অসমৰ খেতিয়কেও ঘটিব পাৰে লাখে লাখে টকা

    কৃষকসকলে এতিয়া বিভিন্ন শস্যৰ ওপৰত সম্পৰীক্ষা কৰি আছে। সেয়া ঘৰুৱা হওক বা বিদেশী হওক, সকলো ধৰণৰ শস্যৰ খেতি অসমত কৰা হৈছে। কিন্তু বিদেশী পাচলি জুকিনিৰ খেতি কেৱল ভাৰতৰ কিছু অংশতহে কৰা হয়। ইয়াক কিছুমান ঠাইত চপ্পন পাম্পকিন বুলিও কোৱা হয়।…

  • অসমৰ কৃষিক্ষেত্ৰত জোৱাৰ খেতিয়ে আনিব নেকি বিপ্লৱ?

    জোৱাৰক স্মাৰ্ট ফুড ৰূপেও অভিহিত কৰা হয় কিয়নো ই গ্ৰাহকৰ লগতে আমাৰ ধৰিত্ৰী আৰু কৃষকসকলৰে বাবেও সমানে উপযোগী৷ ফিংগাৰ মিলেটত থকা কেলচিয়ামৰ পৰিমাণ গাখীৰৰ তুলনাত তিনিগুণ আৰু বেছিভাগ জোৱাৰতে অতি উচ্চ পৰিমাণৰ আইৰন আৰু জিংক, নিম্ন গ্লাইচেমিক ইণ্ডেক্স, উচ্চ মাত্ৰাৰ প্ৰ’টিন আৰু আঁহজাতীয় উপাদান থকাৰ…

  • Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ

    ৰাণী আনাৰসক পৃথিৱীৰ আটাইতকৈ মিঠা আনাৰস বুলি জনা যায়। ফলটোৰ এক সুগন্ধি মিঠা সোৱাদ থাকে আৰু ই আন আনাৰসৰ প্ৰকাৰতকৈ তুলনামূলকভাৱে সৰু। ইয়াৰ ওজন কেৱল ৪৫০ গ্ৰামৰ পৰা ৯৫০ গ্ৰাম হয়। ২০১৫ চনত ৰাণী আনাৰসে জিআই টেগ লাভ কৰিছিল। তদুপৰি ইয়াক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপেও…

  • কাছাৰ জিলাত ১৮৫৩ চনতেই কৰা হৈছিল কফি খেতি

    কফি খেতি এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেতি৷ তথাপিও ইয়াৰ বহুল প্ৰচাৰ হোৱা নাই৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই কফি খেতি প্ৰসাৰ কৰিবৰ বাবে আমাৰ ভাৰতীয় কফি বৰ্ডে নিজা কিছু প্ৰকল্প হাতত লৈছে৷…

  • Foxtail millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

    অসমৰ হাবিয়ে-বননিয়ে গজি থকা এবিধ বিশেষ ধান। আমাজনত প্ৰতি কেজিত ৩০০ টকাকৈ বিক্ৰী হয় জৈৱিকভাৱে উৎপাদিত এই ধান। ১৮শ শতিকাৰপৰা এই ধান বিধৰ প্ৰচলন আছে যদিও অসমত ইয়াৰ খেতি হোৱা দেখা নাযায়। ইংৰাজীত ফক্সটেইল মিলেট আৰু অসমীয়াত কণিধান নামেৰে পৰিচিত এই শস্য নৱ প্ৰজন্মৰ কমেইহে…

  • ৩৫ বিঘা মাটিত বিভিন্ন শাক-পাচলিৰ খেতি কৰি চৰ্চাত জনপ্ৰতিনিধি

    বঙাইগাঁও জিলাৰ সিদলসতীৰ এগৰাকী ব্যতিক্ৰমী জনপ্ৰতিনিধি৷ বিভিন্ন সামাজিক কাম-কাজত জড়িত হৈ থকাৰ লগতে ব্যক্তিগৰাকী কাকৈজানা গাঁও পঞ্চায়তৰ সভাপতিৰ দৰে সন্মানীয় আসনৰ দায়িত্বতো আছে। সামাজিক কাম-কাজৰ বাবে ইতিমধ্যে তেওঁ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ কিন্তু এইগৰাকী জনপ্ৰতিনিধিৰ আছে অন্য এক চিনাকি৷ বিগত ৩০-৩৫ বছৰ ধৰি অঞ্চলটোত…

  • ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিপননৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতাসমূহ

    ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ কৃষিভূমিৰ পৰিমাণ যিহেতু নিচেই কম, এই সীমিত মাটিখিনিৰ বৰ্দ্ধিত ব্যৱহাৰৰ কাৰনে বিভিন্ন পৰিকল্পনা যেনে বহুমুখী কৃষি, সমন্বিত পাম পদ্ধতি, ইন্টাৰ কুপিং, বহুতৰপীয়া খেতি ইত্যাদি কৰিব পাৰে। তাৰোপৰি কৃষকজনৰ ঘৰৰ লোকসকলে বা নিজে সীমিত পৰিমানৰ মাটিখিনিত যাতে ভালদৰে নিয়োজিত হয় তাৰকাৰণে উপযুক্ত…

  • কল খেতিয়কৰ ব্যৱসায় বিকল্প- প্ৰতি কেজিত ৮০০ টকা পৰ্যন্ত উপাৰ্জনৰ সুবিধা

    কলৰ খেতিয়কসকলৰ বাবে আছে এক অভিনৱ ব্যৱসায়ৰ বিকল্প। কলৰ পৰা পাউডাৰ তৈয়াৰ কৰি আৰু ইয়াৰ ব্যৱসায় কৰি তেওঁলোকে উপাৰ্জন দুগুণ কৰিব পাৰে। এই ব্যৱসায়ৰ মূল কেঁচা সামগ্ৰী হৈছে কল। কলৰ পৰা তৈয়াৰ কৰা কলৰ গুৰিয়ে সঠিক বিপণনৰ জৰিয়তে পকা ফল বিক্ৰীতকৈ কৃষকসকলক অধিক উপাৰ্জন দিব…

  • আলু পিটিকা অসমীয়া, কিন্তু আলু বিদেশী! ভাৰতলৈ ক’ৰপৰা আহিল আলু?

    ভাৰতলৈ আলু পৰ্তুগীজ আৰু ডাচ্চ ব্যৱসায়ীসকলৰ সৈতে আহিছিল আৰু প্ৰথমে মালাবাৰ উপকূলত ইয়াৰ ব্যৱহাৰ হৈছিল আৰু তাৰ পাছত বংগৰ পৰা উত্তৰ ভাৰতলৈ সমগ্ৰ দেশতে কৃষকসকলে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল।…

  • এবিধ অদ্ভূত ফলঃ নিমিষতে নোহোৱা কৰে খং, শত্ৰুও হৈ পৰে মিত্ৰ!

    খাচী মাণ্ডাৰিন হৈছে কমলাৰ এক অতুলনীয় প্ৰকাৰ। খাচী মাণ্ডাৰিন (চাইট্ৰাছ ৰেটিকুলাটা)ৰ খেতি প্ৰধানতঃ মেঘালয় ৰাজ্যত কৰা হয়। মাণ্ডাৰিনৰ আকৃতি টেনিছ বলতকৈ কিছু ডাঙৰ। ফলবোৰৰ ৰং উজ্জ্বল কমলা আৰু ভিতৰৰ ফালে এটা মিঠা সুগন্ধি ৰস থাকে।…

  • পথাৰৰপৰা পাকঘৰলৈ সুস্বাদু বৰা চাউলঃ ইতিহাস, খেতি আৰু ব্যঞ্জন

    বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। ইয়াক ইংৰাজীত Glutinous Rice বুলি কোৱা হয়। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। অসমৰ বাহিৰেও এছিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা (ম্যানমাৰ), বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে।…

  • Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

    কোমোৰা অসমীয়া মানুহৰ অতিকে চিনাকী এটা পাচলিৰ নাম। বহাগ বিহুতো গৃহস্থৰ ঘৰত বিহুজোৰাৰ লগে লগে বিহুৱাই গায় চালত কোমোৰা বুলি। হাঁহ মাংস আৰু কোমোৰাৰ জুতি প্ৰতিজন অসমীয়া মানুহৰ এক লোভনীয় খাদ্য তালিকাৰ এবিধ অন্যতম ব্যঞ্জন। ইয়াৰোপৰি কোমোৰাৰ দালিৰ লগত, অন্যান্য পাচলিৰ লগত ভাজি কৰি খায়…

  • ব্যৱসায়িক মুনাফাৰ বাবে ৰঙালাউৰ খেতিঃ জানুৱাৰীতে সিঁচক বীজ

    ৰঙালাউ এনে এবিধ উদ্ভিদ, যাৰ প্ৰতিটো অংশই খাব পাৰি। ৰঙালাউৰ ফল পাচলি হিচাপে ৰান্ধি খোৱাৰ লগতে ইয়াৰ সুস্বাদু মিঠা ব্যঞ্জনো প্ৰস্তুত কৰা হয়। ৰঙালাউৰ বীজ বিভিন্ন স্বাস্থ্যকৰ উপাদানৰ সমাহাৰ। ইয়াক ভাজি বা গুড়ি কৰি খোৱা হয়। ৰঙালাউৰ আগ আৰু ইয়াৰ ফুলেৰে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত…

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.