Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 April, 2022 11:12 AM IST

জলন্ত সমস্যা বানৰ সময়ত অসমৰ প্ৰায় সংখ্যক কৃষিজীৱি লোকেই  বৃহৎ ক্ষতি সন্মুখীন হ'বলগীয়া হয় । বহু লোকে খেতি মাটিৰ লগতে ঘৰ-বাৰীও হেৰুৱাবলগীয়া হয় । বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি এই সময়ছোৱা বান পীড়িত লোকৰ বাবে অতি প্ৰত্যাহ্বানমূলক ।

বানৰ সৈতে মকাবিলা কৰিব পৰাকৈ প্ৰত্যেক গৰাকী লোকেই আগতীয়া সাৱধানতা লোৱাৰ অতি প্ৰয়োজন । বিশেষকৈ বানৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মজুত কৰাটো অতি প্ৰয়োজন । ই সাম্ভাব্য দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ পৰা আপোনাক ৰক্ষা কৰিব ।

বান অহাৰ পূৰ্বে আপোনাৰ কৰিবলগীয়া

  • তিনিদিন জোৰাকৈ ( প্ৰত্যেক গৰাকী লোকৰ বাবে প্ৰতিদিনে ৪ লিটাৰকৈ) খোৱা পানী আৰু সহজে বেয়া নোহোৱা খাদ্য-সামগ্ৰী মজুত কৰি ৰাখিব ।
  • পিন্ধা কাপোৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবে এযোৰকৈ জোতা আৰু চেণ্ডেল, এখনকৈ কম্বলৰ ব্যৱস্থা কৰা ।
  • জৰুৰীকালীনভাৱে স্বাস্থ্য যতম লোৱাৰ বাবে চিকিৎসাৰ সা-সঁজুলি আৰু ঔষধ-পাতি মজুত কৰি ৰাখিব ।
  • জৰুৰীকালীন ভাৱে ব্যৱহৃত সামগ্ৰী যেনে ৰেডিঅ', টৰ্চলাইট, বেটাৰী আদি ব্যৱস্থা কৰিব ।
  • অতিৰিক্ত গাড়ী চাবি, ক্ৰেডিট কাৰ্ড, টকা-পইচা, ট্ৰভেলাৰ্ছ চেক আদি প্ৰয়োজুন অনুসৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব বা লগত ৰাখিব ।
  • শিশু, মহিলা, বয়োজ্যেষ্ঠ বা বিকলাংগ ব্যক্তিৰ প্ৰয়োজনীয় বিশেষ সামগ্ৰীৰ লগত ৰাখিব । লগতে এযোৰ চশমা মজুত ৰাখিব ।
  • পৰিয়ালৰ অত্যাৱশ্যকীয় নথি-পত্ৰ আদি পানীত তিতিব নোৱাৰাকৈ এটা টোপোলাত বান্ধি ৰাখক ।

লগতে পঢ়কঃ বাৰিষাৰ বেমাৰৰ পৰা গৰু-ম'হক ৰক্ষা কৰিবলৈ ল'বলগীয়া প্ৰাথমিক যতন

English Summary: Important emergency measures before floods in Assam
Published on: 28 April 2022, 11:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now