-
-
১৭ ডিচেম্বৰৰ পৰা “৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলা ২০২২”
১৭, ১৮ আৰু ১৯ ডিচেম্বৰত “৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলা ২০২২”
ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলা ২০২২”
লগতে পঢ়ক-
১৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেলাত ৭ নৱেম্বৰৰ পূৰ্বেই প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলক প্ৰ-পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।
আগ্ৰহী অংশগ্ৰহণকাৰীসকলে Assamagrihortishow2022@gmail.com মেইলত গৈ ওপৰৰ প্ৰ-পত্ৰখন ৭ নৱেম্বৰ ২০২২ ৰ পূৰ্বে পুৰণ কৰি জমা কৰিবলৈ আহ্বান জনাইছে “৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলা ২০২২” ৰ উদ্যোক্তাসকলে।
লগতে পঢ়ক-
English Summary: International agri-horticulture fastival-2022
Share your comments