Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 April, 2022 5:19 PM IST
জিকা খেতি

সচঁ সমূহ

পুচা নাছদাৰ, এএ ইউ জে-১ আদি ।

সঁচৰ বৰ্ণনা

১) পুচা নাছদাৰ: এজোপা গছত ১৫-২০ টাকৈ জিকা লাগে, দীঘল হয়, সেউজীয়া ৰংৰ। গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০-৭৫ দিনত ফলবোৰ চিঙিব পৰা হয়।

২) এএ ইউ জে ১: এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে, জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয়। গঢ় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উৎপাদন হয়।

মাটি নিৰ্বাচনঃ

পানী বন্ধ নোহোৱা ওখ, পলসুৱা আৰু আধা জৈৱিক পদার্থ থকা মাটিত জিকা খেতি ভাল হয়।

বীজৰ পৰিমাণ

৩.৫-৪.৫ কি: গ্রাম / হেক্টৰত বীজ সিঁচাৰ সময় : জানুৱাৰী-মে মাহ পর্য্যন্ত জিকা খেতি কৰিব পাৰি।

বীজ ব্যৱধান

১.৫-২.৫ মিটাৰ শাৰীৰ পৰা শাৰীলৈ* ৬০-১.২ মিটাৰ গছৰ পৰা গছলৈ।

সাৰ প্ৰয়োগ

পচন সাৰ ১০ টন/হেক্টৰত, ১০ কি: গ্রাম নাইট্রজেন, ৩০ কি: গ্রাম ফছফৰাচ হেক্টৰে প্রতি শেষৰ বাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰিব আকৈ ১০ কি: গ্রাম নাইট্রজেন সাৰ গছৰ ওপৰ ভাগত প্রয়োগ কৰিব।

জলসিঞ্চন

নোহোৱা শুকান দিনবোৰত প্রায় ৮-১০ দিনৰ ব্যৱধানত গছবোৰত পানীৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।

উৎপাদন

৯০-১৩০ কুইন্টল/হেক্টৰত।

তিতা স্বাদৰ পৰা মুক্ত কৰা:

৮০ পি পি এম চাকচিনিক এচিডৰ (Succinic acid) দ্বাৰা বীজবোৰ শোধন কৰি গছবোৰ ৫ টা মান পাত ওলোৱাৰ পিচত আৰু শেষৰবাৰ ফল ধৰা অৱস্থাত স্প্রে কৰিলে জিকাৰ তিতা স্বাদটো নোহোৱা হয়।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক-খুটি পদ্ধতিৰে কৰা পাণ খেতিৰ ৰোগজনিত সমস্যা আৰু ইয়াৰ সমাধান-

English Summary: Ridge Gourd Cultivation
Published on: 13 April 2022, 05:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now