Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 28 December, 2020 4:12 PM IST
walnut

প্ৰতিদিনে পুৱা জলপানৰ সৈতে কেইটামান আখৰোটৰ জুতি লোৱাৰ মাজেৰে বৃদ্ধাৱস্থালৈ স্মৃতিশক্তি অটুট ৰাখিব পৰা যায়। অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ আধাৰত ইউনিভাৰ্ছিটী অব্‌ কেলিফ’ৰ্ণিয়াৰ গৱেষকদ্বয় ডাঃ লেন’ৰে আৰব আৰু ডাঃ এলফান্সো আঙে এই কথা প্ৰকাশ কৰে। কেইজনমান বয়সস্থ ব্যক্তিৰ ওপৰত অধ্যয়ন চলাই গৱেষকদ্বয়ে জানিব পাৰে যে আখৰোটে মানুহৰ স্মৃতি, একাগ্ৰতা আৰু জ্ঞান সম্বন্ধীয় কাৰ্যপদ্ধতিৰ শ্ৰী বৃদ্ধি ঘটায়। 

এমুঠিমান আখৰোটেই স্মৃতিশক্তি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও মাত্ৰাত বেছিকৈ এই শুষ্কফলবিধ খাব পৰা মানে এই বৃদ্ধি (স্মৃতিশক্তি) আৰু অধিক ত্বৰান্বিত কৰা। অধ্যয়নৰ কালত গৱেষকদ্বয়ে জানিব পাৰে যে অধিক ত্বৰান্বিত কৰা। অধ্যয়নৰ কালত গৱেষকদ্বয়ে জানিব পাৰে যে অধিক আখৰোট সেৱন কৰা বয়ষ্কজনে ছটাকৈ জ্ঞান সম্বন্ধীয় পৰীক্ষাত বেছ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছিল। ইয়াৰ আধাৰতে গৱেষকদ্বয়ে প্ৰতিদিনে পুৱাৰ জলপানৰ সৈতে এমুঠি আখৰোটৰ সোৱাদ ল’বলৈ পৰামৰ্শ আগবঢ়াইছে।

উৎসঃ দৈনিক অসম

English Summary: Benefits of Walnut
Published on: 28 February 2019, 07:28 IST