Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 July, 2023 3:47 PM IST

জাতিলাও অসমৰ কৃষকৰ অতি চিনাকী। ব্যৱসায়িকভাৱে কৰাৰ লগতে জাতিলাও এজোপা প্ৰত্যেক অসমীয়া গ্ৰাম্য মানুহে নিজৰ ঘৰতে ৰোপন কৰে। কিন্তু আজি এই আলোচনাত ভুষণ নামৰ হাইব্ৰীড জাতিলাও জাতটোৰ বিষয়ে আলোচনা কৰিম।

Bhushan-f1

ওপৰৰ ফটোত আপোনালোকে জাতিলাওবিধ দেখিছে। ইয়াক বটল জাতিলাও বুলি ক’ব পাৰি। কাৰণ ইয়াৰ আকাৰটো সৰু বটলৰ দৰে সৰু। ভুষণ জাতিলাও খেতি সকলো সময়তে কৰিব পাৰে। এজোপা গছত সাধাৰণ প্ৰজাতিৰ জাতিলাওতকৈ অধিক পৰিমাণে লাগে ভুষণ প্ৰজাতিৰ জাতিলাও।

ব্যৱসায়িক উদ্দেশ্যলৈ খেতি কৰিব বিচৰা কৃষকসকলে এই প্ৰজাতিৰ জাতিলাও খেতি কৰিলে অধিক লাভান্বিত হব। এই প্ৰজাতিৰ জাতিলাওবোৰ সৰু সৰু। গ্ৰাহকে কিনিবলৈ ভাল পায়। আৰু জৈৱিকভাৱে কৰিলে বহুদিনলৈ সতেজ হৈ থাকে।

লগতে পঢ়ক- 

কৃষকসকলে মাটি মাহ, মাকৈ, স্কোৱাচ, তিল খেতি কৰি লাভ উঠাওক

জাতিলাওৰ উন্নত জাত

যিসকল কৃষককে এই প্ৰজাতিল জাতিলাও কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন অৰ্ডাৰ কৰিও বীজসমূহ সংগ্ৰহ কৰিব পাৰিব। যদি কৃষকজনে অনলাইন অৰ্ডাৰ কৰিব নাজানে ওচৰে জনা কাৰোবাকো ক’ব পাৰে। অনলাইন অৰ্ডাৰ কৰিবৰ কাৰণে এইকাৰণে কোৱা হৈছে যে আমাৰ বীজ ভাণ্ডাৰসমূহ এই উন্নত জাতৰ শস্যসমূহৰ বীজ পোৱা নাযায়।

লগতে পঢ়ক- 

বহি:ৰাজ্যত চৰকাৰী চাকৰি এৰিও চাকৰিয়ালে কৰিছে জুকিনিৰ খেতি

English Summary: Bhushan laki farming methods & its benefit
Published on: 13 July 2023, 04:37 IST