Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 January, 2021 3:55 PM IST
Benefits of Pear

নাচপতি হ'ল এনে এবিধ ফল, যি প্ৰায় প্ৰতিটো বতৰতে উপলব্ধ আৰু খাবলৈ বৰ সোৱাদযুক্ত হয়। ভোজন কৰাৰ পাছত নাচপতি খালে নিশ্চিত ৰুপত সুফল লাভ হয়। নাচপতিত ৭১% পানী ১.৫% চৰ্বি, ১.৫% প্ৰটিন ১৪% শৰ্কৰা আৰু চাৰে ২৫% কাৰ্বহাইড্ৰেট পোৱা যায়। ইয়াৰ লগতে ভিটামিন এ, ভিটামিন চি, আইৰণ, ফাইবাৰ, কেলছিয়াম, ফছফৰাছ আদি পোষক পদাৰ্থ যথেষ্ট পৰিমাণে পোৱা যায়। এই পোষক পদাৰ্থবিলাকৰ দ্বাৰা শৰীৰৰ হাড়বিলাক শক্তিশালী হয়। তদুপৰি শ্বাস প্ৰশ্বাস সম্বন্ধীয় ৰোগ,পেটৰ বিকাৰ আনকি মুখৰ কেঞ্চাৰ ৰোগৰ পৰাও হাত হাৰিব পাৰি।

নাচপতি হ'ল মানুহৰ শৰীৰক প্ৰাণদায়িনী শক্তিৰে উজ্জিৱিত কৰা গ্লুকজৰ এটা প্ৰধান উৎস। যিসকল ব্যক্তিয়ে প্ৰতিদিনে ব্যায়াম বা কচৰৎৰ দ্বাৰা শৰীৰ চৰ্চা কৰে, তেওঁলোকক যথেষ্ট শক্তিৰ আৱশ্যক হয়। এনে ক্ষেত্ৰত তেওঁলোকে সদায় এটাকৈ নাচপতি খোৱা উচিত। নাচপতিত এণ্টি অক্সিডেণ্ট উচ্চ মাত্ৰাত পোৱা যায়, যি মানুহৰ বয়স বাঢ়ি যোৱা প্ৰক্ৰিয়া ৰোধ কৰাত সহায়ক হয়। কাৰণ ই ফ্ৰি ৰেডিকেলচ নাশ কৰিব পাৰে আৰু শৰীৰত বয়সৰ চাপ পৰিবলৈ নিদিয়ে।

লিখক: ৰিদীপ বঞ্জন চেতিয়া (বিকাশপেডিয়া)

English Summary: Benefits of Pear
Published on: 05 February 2019, 05:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now