Others

Others information

  • Morel mushroom : কাশ্মীৰ এই কাঠফুলা বিধৰ এক কেজিৰ দাম ২০-২৫ হাজাৰ

    অতি উচ্চ মূল্যৰ খাদ্য সামগ্ৰীৰ ভিতৰত Morel mushroom বা গুচ্ছি অন্যতম৷ ইয়াৰ বৈজ্ঞানিক নাম Morchella esculenta জম্মু-কাশ্মীৰৰ ডোডা জিলাত স্থানীয় ভাষাত "ঠুন্ঠু" বোলা হয়৷ সাধাৰনতে অনলাইন স্বপিংত Kasmiri morel এই অধিক পোৱা যায়৷…

  • খালি মাটি আছে যদি মাৰ্চ-এপ্ৰিলত এইবাৰ এবিঘা মাটিত অম্ৰপালি আমৰ খেতি কৰক

    আজি দুই-তিনি বছৰৰ পৰা এবিধ চাপৰতে আৰু কম দিনতে লগা এবিধ আমৰ খেতি কৰি আহিছে তিনিচুকীয়াৰ পেঙেৰীৰ কৃষক ধনীৰাম চেতিয়াই। তেওঁ জানিবলৈ দিয়া মতে, অম্ৰপালি নামৰ এই আমৰ জাতটোৰ খেতি কৰি তেওঁ যথেষ্ট লাভান্বিত হৈছে ।…

  • Rural Business Idea : কৃষিভূমি থকা আৰু নথকাসকলেও কৰিব পাৰিব এই তিনিটা কাম

    ফটোত দেখা এই আমবোৰ কৃষক ধনীৰাম চেতিয়াৰ বাৰীৰ। এই আমৰ জাতটোৰ নাম অম্ৰপালি। পূৰ্বতে আমি উত্তৰ, বিহাৰ আদি বহিঃৰাজ্যতহে এনে আমৰ খেতি দেখিছিলো। এই আমবোৰৰ এটা বিশেষত্ব হল যে ই কম দিনতে লাগে আৰু চাপৰতে লাগে। স্কীনত আপোনালোকে দেখিছে হাতেৰে চিঙিব পৰা চাপৰতে আমবোৰ ঠপাঠপে…

  • New Variety bitter gourd : অধিক উপাৰ্জনৰ বাবে কেৰেলাৰ এই উন্নত জাতটোৰ খেতি কৰক

    কৃষকসকলে সদায় উন্নত জাতৰ বীজৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু আমাৰ কৃষকসকলে বীজ ভাণ্ডাৰত যি জাতৰ বীজ পায় তাকে ৰোপন কৰে। ফলত প্ৰযোজন অনুসৰি সাৰ-পানী যোগান ধৰিলেও ভবাৰ ধৰণ খেতি ডৰা ভাল হৈ নুঠে।…

  • Today 10th February : ৰাজ্যৰ লাখ লাখ লোকৰ একাউন্টত সোমাল ধন

    অসমীয়া মানুহৰ বাবে এতিয়া প্ৰতিটো মাহৰ ১০ তাৰিখটো এটা গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ৰাজ্যৰ হিতাধিকাৰীসকলৰ একাউন্টত সোমায় নগদ ধন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্টযোগে লাভ কৰি আহিছে অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি আৰু ৰাষ্ট্ৰীয় দিব্যাংগ,…

  • কৃষকসকলে শীতল ঘৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব!

    What are the benefits of cold storage? শীতল ঘৰ বা Cold Storage হৈছে কোনো সামগ্ৰী বেয়া নোহোৱাকৈ দীৰ্ঘদিনৰ বাবে সজীব কৰি ৰখা এটা শীত-তাপ নিয়ন্ত্ৰিত ঘৰ। এই শীতল ঘৰত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কম খৰচত দীৰ্ঘ দিনৰ সজীব কৰি ৰাখিব পাৰে। বীজৰ বাবে ৰখা শস্যৰ…

  • ২৬০০০ হাজাৰ ×২ =৫২০০০হাজাৰ/ যদি জহা হয় ৬০০০০ হাজাৰ টকা

    বছৰত দুটাকৈ খেতি কৰিব পাৰি। প্ৰতি বিঘা মাটিত সামূহিক খৰছ ৩৫০০/টকাৰ ভিতৰত+ধান চপাই মাৰি খৰছ মোটামুটি ১৭০০/১৮০০ ভিতৰত। সৰ্বমুঠ ৫৫০০/ভিতৰত বা অলপ বেছি। ১ কুইণ্টল ধানৰ বিপৰীতে ৬৫ কেজি চাউল। বজাৰত চাউলৰ মূল্য ৪০/টকা।গতিকে বিঘাত প্ৰায় ২৬০০০ হাজাৰ টকা/×২=৫২০০০হাজাৰ/ যদি জহা বা অন্যান্য মহঙা জাতৰ…

  • "আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২৩”ত শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ বিশ্বনাথৰ পুলিমাই কুটুম পেগুলৈ

    আন্তঃ ৰাষ্ট্ৰীয় কৃষি মেলাত বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চলৰ ৩৭ বছৰীয়া প্ৰগতিশীল কৃষক পুলিমাই কুটুম পেগুয়ে ATMAৰ অধিনত কৃষি আৰু ৰেচম খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।…

  • A to Z হিচাপ কৰিলে খেতিত লাভতকৈ লোকচানহে হয়! কথাষাৰ কিমান সঁচা

    ধান সিঁচাৰ পৰা ধানকাটি দোকালনৈ বা বজাৰলৈ পঠিওৱালৈকে সকলো হিচাপ কৰিলে ধান খেতি কৰাতকৈ কিনি খোৱাই ভাল বুলি তেওঁলোকে ভাবি আৰম্ভ কৰিছে। তাতে আজিকালি বহু গ্ৰামাঞ্চলৰ লোকে চৰকাৰী চাউল পায় আৰু পত্নীয়ে পায় অৰুণোদয়ৰ ধন। মাজতে ঘৰৰ মালিকজনে দুই এটা আনৰ ঘৰত হাজিৰা কৰিলেই ঘৰৰ…

  • Best Goat Breed : অসমৰ জলবায়ু উপযোগী ছাগলীৰ ৩ টা জাত

    ভাৰতৰ অন্য প্ৰান্তৰ দৰে সম্প্ৰতি অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাইছে ৷ সু-খবৰ যে পুৰুষৰ লগতে একাংশ অসমীয়া মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে ৷ ছাগলী পালনৰ ক্ষেত্ৰত যদি আমাৰ ৰাজ্যখনৰ গাঁৱে ভূঞে চকু দিয়া হয়, তেতিয়া দেখা যায়…

  • Coconut-Battle : কেৰ্কেটুৱাৰ পৰা তামোল-নাৰিকল ৰক্ষা কৰাৰ সহজ উপায়

    কেৰ্কেটুৱা থকা অঞ্চলত তামোল, নাৰিকলৰ খেতি কৰিব বিচৰা কৃষকসকলে ১০ ভাবিব লগা হয়। তামোল-নাৰিকল ৰুলে কেৰ্কেটুৱাৰ বাবেহে ৰুৱাৰ হয়। গতিকে কেৰ্কেটুৱা থকা অঞ্চলত কৃষকসকলে তামোল, নাৰিকল ৰুৱাৰ পৰা দূৰত থাকে। যিসকলে ৰুৱে তেওঁলোকে কেৰ্কেটুৱাৰ লগত যুঁজিব লগা হয়। তামোল-নাৰিকল আদিৰ খেতিৰ কৰি বৰঞ্চ পৰৱৰ্তী সময়ত…

  • Special Article : ভৱিষ্যতে ভাত এমুঠিৰ বাবে চাউল পামনে!

    অতি দৰিদ্ৰ, বিকলাংগ আৰু বৃদ্ধৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত বিনামূলীয়া আঁচনিৰ প্ৰয়োজন নাই। অৱশ্যে শিক্ষা আৰু চিকিৎসা সেৱাৰ দৰে আঁচনিবোৰ প্ৰয়োজন সাপেক্ষে বিনামূলীয়া কৰাটোত কাৰো দ্বিমত থাকিব নোৱাৰে। ভাৰতবৰ্ষ এখন কৃষিভূমি দেশ। কিন্তু কেতবোৰ আঁচনিৰ প্ৰকোপত ক্ষুদ্ৰ কৃষকবোৰ, বিশেষকৈ ধান খেতি কৰা খেতিয়কবোৰ নোহোৱা হ'ব ধৰিছে।…

  • সাগৰ পাৰৰ অৰ্ধ নঙঠা মানুহ, সোৱণশিৰিৰ মাছ, ৰাঘৱ আৰু অন্যান্য

    যোৱা দুই তিনিটা দিনত সোৱণশিৰি পানী শুকাই গ'ল। NSPC য়ে পানী আহিবলৈ দিয়া বাটটো পাহাৰ খহি বন্ধ হৈ পৰাত সোৱণশিৰি পানী শুকাই গ'ল। আৰু আমি কি কৰিলো পানী শুকাই যোৱাত চটফটাই থকা মাছবোৰ কুইন্টলে কুইন্টেলে ধৰিলো। এতিয়া শুকান মাছৰ গোন্ধই সোৱণশিৰি পাৰ উদুলি-মুদুলি। পশ্চিমীয়া ধৰ্মহীন…

  • Assam Vs Israel-Palestine war : অসম বনাম ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

    বাইবেলত উল্লেখ থকা অনুসৰি ইহুদিসকলৰ জন্মস্থান পেলেস্তাইনৰ জেৰুজুলাম। কিন্তু জেৰুজালেম আছিল মুছলিম শাসিত পেলেস্তাইনত। গতিকে ইহুদিসকলৰ বাবে জেৰুজালেম উদ্ধাৰ কৰাটো সহজ নাছিল। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে জেৰাজুলামৰ আশে-পাশে থকা পেলেস্তানীসকলৰ পৰা মাটি কিনিবলৈ আৰম্ভ কৰিলে ইহুদিসকলে। আৰু বিভিন্ন ঠাইত সিচৰিত হৈ থকা ইহুদিসকলক জেৰুজালেমত বসতি…

  • Now Apply : আদা, জালুক, হালধি খেতিৰ কৃষকসকলে আবেদন কৰক

    মচলা জাতীয় শস্যৰ খেতিৰ সফলতা লাভ কৰা দক্ষ তথা প্ৰগতিশীল কৃষকসকলক সন্মান জনাব দেশৰ সৰ্ববৃহত কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণ মিডিয়া গ্ৰুপে। ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া Millionaire Farmer of India Awards 2023 ত বঁটাৰে সম্বৰ্ধনা জনাব এই মছলা জাতীয় শস্যৰ খেতি…

  • সময়, শ্ৰম, আয়-ব্যয়ৰ এক ইতিবাচক বাৰ্তাৰে আহিছে কৃষি যান্ত্ৰিকীকৰণে

    সম্প্ৰতি আমাৰ দেশৰো কোনো কোনো কৃষিপ্ৰধান ৰাজ্যত কৃষি কাৰ্যত মেচিনৰ প্ৰয়োগ বিশ্বমানৰ হৈছে। কৃষকসকলে ফল পাবলৈ সমৰ্থ হৈছে। ভাৰতীয় কৃষি পথাৰত এতিয়া পূৰ্বৰ দৰে মানৱ আৰু পশুৰ শক্তিয়েই প্ৰধান উৎস নহয়। কৃষকৰ পথাৰত এতিয়া গৰু, ম’হৰ সলনি মাটি চহোৱাত ট্ৰেক্টৰেই বেছিভাগ কৃষকে ব্যৱহাৰ কৰে।…

  • Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক

    বানপানী হৈ থকা অৱস্থাত বা বানপানী যোৱাৰ সময়ত বা অন্যান্য যিকোনো সময়ত গৰু, ছাগলী, কুকুৰ, গাহৰি আদিৰ লগতে পোহনীয়া জীৱ-জন্তুসমূহৰ যিকোনো বেমাৰ হ’লে এতিয়াৰে পৰা পশুপালকসকলে ঘৰতে পাব চিকিৎসা পোৱাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে।…

  • Rural business : কৃষিভূমি একেবাৰে কম নেকি, তেন্তে এইকেইটা কাম কৰক

    আগতে এজন মানুহৰে ৩০-৪০ বিঘা মাটি থাকে। কিন্তু আজিকালি বহু মানুহৰে নিজৰ ভেঁটিটো সৈতে বাৰীখনহে থাকে। গতিকে ভেটিটোৰ সৈতে বাৰীখন থকা লোক এজনে পৰম্পৰাগত চিন্তা-ধাৰাৰে কাম আগবঢ়াই নিলে বিশেষ ফল লাভ কৰিব নোৱাৰিব। গতিকে নতুন ধৰণে কথাবোৰ চিন্তা কৰি কম ঠাইতে কেনেকৈ অধিক উপাৰ্জন কৰিব…

  • প্ৰতিদিনে ১০০০/১২০০ পানীলাও, কোমোৰা, জিকা ৮/১০ কুইণ্টল উৎপাদন

    আমাৰ যুৱক-যুৱতীসকলে যিসকলে চাকৰি পোৱা নাই বা চাকৰি নাপাই দিক-বিদিক হেৰুৱাই তেওঁলোকে এবাৰ যুৱ বিকাশ কৃষি ফাৰ্মখনলৈ এবাৰ আহক। ফাৰ্মখন পৰিদৰ্শন কৰাৰ পাছতে তেওঁলোকে আৰু তেওঁলোকে চাকৰি নাপালো বুলি দুখ কৰিবলৈ মন নাযাব। যদিহে তেওঁলোক কাম কৰি খোৱাৰ মানসিকতা আছে।…

  • কৃষি ক্ষেত্ৰত নিয়োজিত মহিলাৰ দৈনন্দিন আহাৰৰ প্ৰয়োজনীয়তা

    আহাৰ গ্ৰহণৰ প্ৰয়োজনীয়তা প্ৰধানকৈ শাৰিৰীক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ গ্ৰামাঞ্চলৰ মহিলাসকলে ঘৰুৱা কাম-কাজৰ লগতে কৃষিকৰ্মতো পৰুষসকলৰ দৰেই সক্ৰিয় নিয়োজিত হোৱা দেখা যায়। কিন্তু বিভিন্ন ক্ষেত্ৰত মহিলাসকলে শাৰীৰিক পৰিশ্ৰম অনুপাতে গ্ৰহণ কৰিবলগীয়া আহাৰৰ পৰিমাণৰ বিষয়ে একেবাৰেই সচেতন নহয়। মহিলাসকলে কৰা শাৰীৰিক পৰিশ্ৰমৰ লগত আহাৰৰ ওতঃপোতঃ…

  • বিশ্বৰ আটাতকৈ দামী চাউলঃ এক কিলোৰ দাম ১২-১৫ হাজাৰ টকা

    বজাৰত এই চাউলৰ এক কেজিৰ মূল্য প্ৰায় ১২ হাজাৰৰ পৰা ১৫ হাজাৰ টকাৰ ভিতৰত। এই চাউল খাবলৈ অতি সুস্বাদু। ইয়াৰ ভাতখিনি দেখিবলৈও সুন্দৰ হয়।…

  • ধানৰ বীজৰ ব্যৱসায় আৰু ধান খেতি কৰাসকলে এই লেখাটো পঢ়ক!

    বীজ হ’ল কৃষিৰ প্ৰাথমিক আৰ্হিলা। যিয়ে উৎপাদনৰ লগতে জড়িত অন্যান্য আৰ্হিলাৰ কাৰ্যকাৰীতা বৃদ্ধি কৰে। ভাল জাতৰ ভাল বীজ ব্যৱহাৰ কৰিহে কৃষকে অধিক উৎপাদনৰ আশা কৰিব পাৰি। গুণগত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰি ধানৰ উৎপাদন ৫-২০ শতাংশ বৃদ্ধি কৰিব পাৰি। বীজ উৎপাদন প্ৰক্ৰিয়াত বীজৰ গুণগত মানদণ্ড অক্ষুণ্ন…

  • পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!

    অসমত জেঠৰ পৰা আঘোণ মাহৰ শেষলৈ গৰুবোৰ বন্ধাৰ বাহিৰে বাকী সময়খিনি উদঙত থাকে৷ ঠাইবিশেষে উদঙত থকা এই গৰুসমূহক উদঙীয়া, ভদঙীয়া গৰু বুলি কয়৷ এই উদঙীয়া বা ভদঙীয়া গৰুসমূহৰ বাবে কৃষকসকলে ৰৱিশস্য খেতিৰ নাম ল’বলৈ ভয় কৰে৷…

  • Man-Monkey conflict : দিনে দিনে বাঢ়ি গৈ থকা বান্দৰৰ উপদ্ৰব নিৰাময়ৰ উপায়

    বিগত দিনত বান্দৰৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি পাইছে বুলি কোৱা আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ কথাষাৰ ৰাজ্যৰ জনসাধাৰণে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলেও কথাষাৰ মাজত অলপ সত্যসত্যতা আছে। ইয়াক উপলব্ধি কৰিব পাৰিব কেৱল বান্দৰৰ উপদ্ৰৱ চকুমুদি সহ্য কৰিব লগাসকলেহে।…

  • Kaziranga Orchid Garden : ডেইজী তালুকদাৰৰ মুখৰেই জানো আহক

    আমি ৰাস্ব্ টু আমুক বুলি উৰাজাহাজত উঠি বাহিৰলৈ ফুৰিবলৈ যোৱা ফটো দি বৰমানুহ যেন ফিল এটা দিওঁ। এটা দিন সৰু মানুহ হৈ অসমৰ আঁমঠুত থকা এই অনুষ্ঠানটোত এপাক ভুমুকি মাৰি আমাৰ ল'ৰা-ছোৱালীহঁতক কিবা ভাল অকণ উপহাৰ দিবলৈ ইচ্ছা কৰোঁ আহকচোন! অসমৰ বাহিৰৰ পৰ্যটক আহি গিজগিজাই…

  • কৃষিমেলাত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু শালিধানৰ বীজ বিতৰণ কৃষি বিভাগৰ

    মঙলবাৰে মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় ICAR- DRMR-APARTৰ সৌজন্যেত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত কৃষক মেলা। কৃষকৰ উন্নতিয়েই দেশৰ প্ৰগতি এই নীতিকেই সাৰোগত কৰি জিলাখনৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰাৰ উদ্দেশ্য আয়োজন কৰা হয় এই কৃষক মেলাখনৰ।…

  • New Farming technique : নতুন কৃষি পদ্ধতিৰে খেতি কৰোঁ আহক

    ভাৰতবৰ্ষৰ কৃষিৰ ইতিহাস বহু পুৰণি আৰু সময়ৰ লগে লগে বিভিন্ন কৃষি কৌশল আৰু পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ভাৰতত গ্ৰহণ কৰা কিছুমান নতুন কৃষি কৌশল ইয়াত উল্লেখ কৰা হ’ল। এই নতুন কৃষি কৌশল প্ৰয়োগ কৰি অসমৰ কৃষকসকলো বহু দিশত লাভান্বিত হ’ব।…

  • আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

    এইবাৰ ১০০ কোটি টকা খৰচ কৰি অসম চৰকাৰে বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিলে। অৰ্থাত অভিলেখ গঢ়িলে। এনে অভিলেখ আমাক আৰু লাগে। কেৱল বিহুৰে নহয় অসমত বিশ্বৰ ভিতৰতে এখন গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক। ১০০০ কোটি টকা বিশ্বৰ আটাইতকৈ ডাঙৰ কৃষিফাৰ্ম এখন খুলি, অসমক বিশ্বৰ ভিতৰতে…

  • Top 10 Longest Bridges : ভাৰতৰ আটাইতকৈ দীঘল দলঙকেইখন

    ভাৰতৰ ভিতৰতে প্ৰথম ভূপেন হাজৰিকা সেতু নামেৰে জনাজাত ঢলা শদিয়া দলংখন এছিয়াৰ ভিতৰতে দ্বিতীয় দিঘল দলং। দলংখনৰ দৈৰ্ঘ হৈছে ৯.১৫ কিলমিটাৰ আৰু প্ৰস্থ ১২.৯ মিটাৰ ৷…

  • জিৰ’ বাজেট ফাৰ্মিং পদ্ধতিৰে খেতি কৰি কেনেদৰে লাভান্বিত হ’ব আপুনি!

    জিৰ’ বাজেট ফাৰ্মিং এটা খৰচ শূণ্য (জিৰ’) কৃষি পদ্ধতি। কাৰণ ই এটা প্ৰাকৃতিক প্ৰণালী। এই কৃষি পদ্ধতিত কেৱল কেঁচু, গোৱৰ, গোমূত্ৰ, অণুজীৱ, জাৱৰ-জোথৰ আদিৰ ব্যৱহাৰৰ কৰা হয়। আৰু এই সামগ্ৰীবোৰ কৃষকৰ ঘৰত সহজে উপলব্ধ । এই পদ্ধতিত ৰাসায়নিক সাৰ অথবা কীটনাশকৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ।…

  • ভোটজলকীয়াৰ খেতি, গাহৰি পালন, জৈৱিক সাৰ প্ৰস্তুতেৰে স্বাৱলম্বী ৰমেশ টাইডে

    ওচৰৰ পুঠি খলিহনা, দূৰৰ ৰৌ-বৰালী বুলি অসমীয়াত এষাৰ কথা আছে। ওচৰৰ পুঠি-খলিহনা এৰি বহুলোকে দূৰৰ ৰৌ-বৰালী সন্ধানত যায়। সেয়া বেয়া কথা নহয়। কিন্তু কোনোৱে হাতৰটো এৰি বাটৰটোলৈ দৌৰ নামাৰে। হাতৰ কাষতে থকাখিনিক সজাই-মেলি পৰিকল্পনাৰে জীৱনটো আগবঢ়াই নিয়ে। তেনে এজন ব্যক্তি ধেমাজি চিলাপথাৰৰ ৰমেশ টাইড।…

  • Rural business ideas : হাতৰটো এৰি বাটৰটোলৈ আৰু কিমান দিন ৰ'ব

    এখন গাঁৱত দুগ্ধ উৎপাদন দ্বাৰা ধন উপাৰ্জনৰ এক উত্তম উপায় হ’ব পাৰে। গাঁৱত দুগ্ধ উৎপাদন পৰা ধন উপাৰ্জনৰ কিছুমান উপায় তলত দিয়া ধৰণৰ: গাখীৰ বিক্ৰী: গাখীৰৰ বাবে গৰু বা ছাগলী পালন কৰি স্থানীয় বজাৰত বিক্ৰী কৰিব পাৰি। দুগ্ধজাত সামগ্ৰী তৈয়াৰ কৰাঃ গাখীৰৰ পৰা পনীৰ, মাখন…

  • গৃহিনীসকলৰ স্ব-নিয়োজনৰ সহজ পথ

    সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ খেতি হ’ল কাঠফুলাৰ খেতি। এই খেতি এতিয়া পুৰুষসকলতকৈ গৃহিনী মহিলাসকলৰ মাজত অধিক জনপ্ৰিয় হৈ উঠিছে। ইয়াৰ মূলতে কাঠফুলাৰ খেতি প্ৰণালী অতি সহজ। ইয়াৰ বাবে কোনো খেতি মাটি নালাগে। সাধাৰণ এটি খেৰীঘৰৰ ভিতৰত ইয়াৰ খেতি কৰিব পাৰি।…

  • কাঠফুলা উৎপাদনৰ প্ৰতি কেনেদৰে আকৃষ্ট হৈছিল বাক্সাৰ অজিত দাস

    যুৱকজনৰ নাম অজিত দাস৷ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বাংগালীপাৰা গাঁওৰ বাসিন্দা৷ মাত্ৰ দশম মান শ্ৰেনীলৈ অধ্যয়ন কৰি আৰ্থিক অনাটনৰ মাজেৰে যুবক জনে আজিৰ পৰা চাৰিবছৰ পূৰ্বে আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি৷ মনত দুৰ্বাৰ হেপাঁহ আৰু অযুত সপোন লৈ খেতি সম্পৰ্কীয় "কৃষি সাৰথি" নামৰ এখন…

  • Toxic wild mushrooms: বনৰীয়া কাঠফুলা ভক্ষণ কৰি চৰাইদেউত অসুস্থ তিনিজন

    চৰাইদেউ জিলাৰ বৰহাটত বনৰীয়া কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ তিনিজন লোক গুৰুতৰভাৱে অসুস্থ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ।…

  • বৈজ্ঞানিক পদ্ধতিত কেনেদৰে কৰিব কাঠফুলা খেতি?

    আমাৰ ওচৰে-পাজৰে বিভিন্ন ধৰণৰ কাঠফুলা দেখা পোৱা যায়। কিন্তু এই বিলাক খেৱাৰ বাবে মুঠেই উপযোগী নহয়৷ সেই বিলাক খালে মানুহৰ নানান ধৰণৰ ৰোগ হোৱাৰ উপৰিও খাদ্য বিষক্রিয়া হৈ মৃত্যু পর্য্যন্ত হব পাৰে যিটো আমি টিভি, নিউজ আদিত দেখি আহিছো ৷ কিন্তু বর্তমান সময়ত কাঠফুলাৰ কেইটামান…

  • Mushroom Farming with Rice straw: ধানখেৰৰ কাঠফুলাৰ খেতি কেনেকৈ কৰিব?

    Mushroom Farming with Rice straw: ই এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয়৷ এই তিনিতা মাহ অয়েষ্টাৰ…

  • বাটন কাঠফুলাৰ খেতি কৰি স্বনির্ভৰশীলতাৰ সপোন দেখিছে ধুবুৰীৰ এইগৰাকী মহিলাই

    ধুবুৰী জিলাৰ ৰূপচী উন্নয়ন খণ্ড তথা বালাজান কৃষি চক্ৰৰ সুখাতীখাতা গাঁওৰ এগৰাকী মহিলা কৃষক শ্ৰীমতি বাবলী শীলে সাফল্যতাৰ সৈতে বাটন কাঠফুলাৰ খেতি কৰি সুখ্যাতি অৰ্জন কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰিবলৈ সক্ষম হৈছে ।…

  • এপ্ৰিল মাহত কাঠফুলা খেতি কেনেদৰে কৰিব ? জানো আহক সৰ্বিশেষ...

    আমাৰ খেতিয়ক সকলে বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ খেতি কৰা দেখা যায় । বহু সংখ্যক কৃষকে কাঠফুলা খেতি শৰৎকালত কৰা দেখা যায় । শৰতৰ সময়ত কৰা এই বগা বুটাম কাঠফলা খেতি কৰাৰ পাছতে সেই কাঠফুলা ফাৰ্মখন বন্ধ কৰি দিয়ে খেতিয়ক সকলে ।…

  • ধানখেৰৰ কাঠফুলাৰ (Mushroom Farming with Rice straw) খেতি কেনেকৈ কৰিব ?

    ই এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা ৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম ৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয় ৷ এই তিনিতা মাহ অয়েষ্টাৰ (Pleurotus sp.)…

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.