Horticultutre
Horticulture is a branch of agriculture that deals with the cultivation, management, and study of plants, particularly fruits, vegetables, ornamental plants, and medicinal plants. Horticulturists use scientific knowledge and techniques to grow plants in a variety of settings, including gardens, greenhouses, nurseries, and orchards.
-
Swietenia Pant : হাতী, বান্দৰৰ বাবে খেতি কৰি নোৱৰা অঞ্চলত কৰক
মেহগনি গছৰ কাঠৰ পৰা আচবাব, দৰ্জা, জাহাজ, বিভিন্ন বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা হয়। মেহগনি কাঠৰ পৰা প্ৰস্তুত কৰা আচবাব দীৰ্ঘদিনলৈ বেয়া নহয়, ঘোনে নধৰে, ফিনিচিং ভাল হয় আৰু ধুনীয়া হৈ পৰে। এনেবোৰ গুণৰ বাবে মেহগনি গছৰ কাঠৰ মূল্য বেছি।…
-
Turmeric Farming : এবিঘা মাটিত কৰক ৮-৯ মাহত ১ লাখ টকা চকুমুদি লওঁক
বীজ হিচাবে ব্যৱহাৰ হোৱা হালধি সদায়েই সবল আৰু নিৰোগী হোৱা উচিত। কবৰ বাবে গোটা বা দীঘে দীঘে ফালি লোৱা ৫০-৬০ গ্রাম ওজনৰ হালধিৰ টুকুৰা ব্যৱহাৰ কৰা হয়। বোৱাৰ আগেয়ে হালধিৰ টুকুৰাবোৰ ৩ গ্রাম ইন্দ'ফিল -এম-৪৫ দৰব এক লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্রণত আধা ঘণ্টা…
-
জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এবিঘা এবিঘা মাটিত কৰক এই শস্যৰ খেতি
বাৰিষাৰ সময়ছোৱাত অসমত পাচলি বৰ বেচি উতপাদন নহয়। কিন্তু বজাৰত চাহিদা বাঢ়ে। গতিকে এই সময়ছোৱাত পাচলিৰ দাম যথেষ্ট পৰিমানে বাঢ়ে। গতিকে বাৰিষাৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে কিছুমান শস্যৰ খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব।…
-
Valina farming : মাত্ৰ ১ কঠা মাটিত এবাৰ কৰক ১০ বছৰলৈ ফল পাওঁক
অসমৰ জলবায়ু এই খেতিৰ বাবে অতি উপযোগী বুলি অসমৰ ভেনিলা খেতিৰ কৰি অহা কৃষকসকলে প্ৰমাণ কৰিছে। অসমৰ দুই এজন কৃষকে ভেনিলা খেতিৰ বাবে কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। অসমৰ কৃষকসকলে তামোল গছত জালুক, পাণৰ খেতি কৰাৰ দৰেই ভেনিলাৰ খেতি কৰিব পাৰে।…
-
Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক
আজি আমি আলোচনা কৰিবলৈ লোৱা অমিতাৰ এই জাতটোৰ নাম SAPNA F1। এই জাতটোৰ অমিতাবোৰ অলপ গুল। এটা অমিতা ১ কেজিৰ পৰা ডেৰ কেজি ওজনৰ হয়। ফটোত দেখাৰ দৰেই গছৰ গুৰিৰ পৰা লাগেই অমিতা। উচ্চ উৎপাদনক্ষম অমিতাৰ এই জাতটোৰ পুলি ৰোপন কৰা ৮-৯ মাহৰ ভিতৰত গছবোৰত…
-
জুনৰ পৰা অক্টোবৰৰ ভিতৰত এবিঘা মাটিত কৰক মাটিকঁঠালৰ খেতি
কৃষকসকলে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ১ ফুট বা ডেৰফুট দিব লাগে। শাৰীবিলাকৰ মাজত এজন ব্যক্তিয়ে ৩ ফুট মানৰ এখন বাহন চলাব নিব পৰা দূৰত্ব কৰিব লাগে। অলপ বহল কৰি ৰাখিলে বাগানখন চাফ-চিকুণাই ৰাখিব, পানী যোগান, সাৰ আৰু গছত ফল লাগিলে চিঙিবলৈ সুবিধা হ’ব।…
-
Betel nut farming new style : ২ ফুট স্কোৱাৰত ৪ টাকৈ তামোলৰ পুলি কেনেকৈ ৰুৱ!
কৃষকগৰাকীয়ে এই পদ্ধতিটোত তামোল ৰোপন কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ২ ফুট দিছে। আৰু শাৰীৰ মাজতো ২ ফুট দিছে। ২ বৰ্গফুটত চাৰিটা তামোলৰ পুলি ৰোপন কৰিছে কৃষকগৰাকীয়ে। ছবিত আপোনালোকে দেখিছেই তামোলৰ গছসমূহ। এনেদৰে তামোলৰ পুলি ৰোপন কৰোঁতে এটা কথা মন কৰিব- পুলিবোৰ সমান…
-
Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি
পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আমি গছপুলি ৰোপন কৰো। পৰিৱেশ দিৱসত গছপুলি ৰোৱাৰ সমান্তৰাভাৱে আমি কিছুমান উদ্যান শস্যৰ খেতিয়ো কৰিব পাৰো। কাৰণ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ বেছি। এই সময়ছোৱাত অসমৰ কৃষকে ৰোপন কৰিব পৰা কেইবিধমান উদ্যান শস্য এনেধৰণৰ- হাউব্ৰিড প্ৰজাতিৰ অম্ৰপালি আম (ব্যৱসায়িক উদ্দেশ্য লৈ),…
-
Red Banana Benefit : ৰঙাকলৰ ব্যৱসায়িক আৰু স্বাস্থ্যৰ লাভালাভসমূহ
আপোনালোকে হয়তো ৰঙাকল দেখিছে আৰু দুই এজেন হয়তো খাইছেও কিন্তু অসমৰ বহু লোকেই ৰঙা কল দেখা নাই আৰু খাযো পোৱা নাই। কিন্তু শেহতীয়াকৈ তামিলনাডু, কেৰেলা, পশ্চিমবংগৰ পাছতে অসমতো দুই এজন কৃষকে ৰঙা কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে।…
-
Dragan Fruit : ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ কৃষক অনুপ ৰাভা
গোৱালপাৰাৰ কৃষক অনুপ ৰাভাই ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী হৈ আন বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে । ২০২০ চনত তেলেংগানাত ড্ৰেগন ফলৰ খেতিৰ ওপৰত প্ৰশিক্ষণ লাভ কৰা অনুপ ৰাভাই । প্ৰথমতে প্ৰায় ৫ বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰিছিল। বৰ্তমান ইয়াৰ পৰিসৰ ৮ বিঘা কৃষিভূমিলৈ সম্প্ৰসাৰিত…
-
ৰামায়ণত লক্ষ্মণক বচাবলৈ হনুমানে আনিছিল এই বিশল্যকৰণীৰ পাত
বিশল্যকৰণী বুলি ক'লে সাধাৰণতে ৰামায়ণৰ যুদ্ধত ৰাৱণে যেতিয়া লক্ষ্মণক আঘাত কৰি মৃত্যু শয্যালৈ ঠেলি দিছিল, তেতিয়া ৰাৱণৰ ৰাজবৈদ্য সুসেনে লক্ষ্মণক বচাবলৈ দ্ৰোণগিৰি পৰ্বতৰ পৰা হনুমানক আনিবলৈ দিয়া বনৌষধী বিধৰ কথাই মনলৈ আহে। কিন্তু বহু গৱেষণাৰ পাছতো বিশল্যকৰণী নামৰ সেই বনৌষধী বিধ আজিলৈকে সঠিককৈ চিনাক্ত কৰিব…
-
মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই
আপুনি মই খোৱা এই আমবোৰ বজাৰত প্ৰতিকিলোত ৫০ টকাৰ পৰা ধৰি ৩০০ টকাত পোৱা যায়। কিন্তু আপুনি শুনি আচৰিত হ’ব যে চলিত মাহত পশ্চিমবঙ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আম মহোৎসৱত এক কিলোগ্ৰাম উন্নত প্ৰজাতিৰ আম ২.৭৫ লাখ আৰু কেৱল মাত্ৰ এটা আম ১০,০০০ টকাত বিক্ৰী হৈছিল।…
-
Rambutan : জানো আঁহক নতুন ফলবিধৰ কৃষি পদ্ধতি আৰু লাভালাভসমূহৰ বিষয়ে
ড্ৰেগন, মাল্টা আদি বিদেশী ফলৰ দৰে অসমত নতুনকৈ চৰ্চা লাভ কৰা এবিধ ফল হৈছে ৰামবুটান (Rambutan)। ই মূলতঃ মালেচিয়ান তথা ইণ্ডোনেছিয়ান মূলৰ। বৰ্তমান বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতবৰ্ষতো এই ফলৰ খেতি বহু বছৰ পৰা কৰি অহা অহা হৈছে। ভাৰতবৰ্ষৰ কেৰালাত পোন প্ৰথমে থাইলেণ্ডৰ পৰা আমদানি…
-
Orange Farming System : কমলাৰ উন্নত কৃষি প্রণালী আৰু ইয়াৰ লাভালাভ
টেঙা ফলৰ ভিতৰত আন এবিধ উৎকৃষ্ট ফল হৈছে সুমথিৰা টেঙা। এই কমলাৰ এটি অতি লাভজনক খেতি । বৈজ্ঞানিক ভিত্তিত সুমথিৰা টেঙাৰ খেতি কৰি আন খেতিত কৈ যথেষ্ট লাভ আশা কৰিব পাৰি । উত্তৰ-পূৱ অঞ্চলৰ ঘাইকৈ অসম, মেঘালয় ৰাজ্যত সুমথিৰা টেঙাৰ খেতি কৰা হয় । কমলা…
-
নীলা হালধিৰ খেতি কৰকঃ এক কিলোৰ দাম ৩ হাজাৰ টকা পৰ্যন্ত
এবিধ নীলা ৰঙৰ হালধিও পোৱা যায়। এই হালধিৰ খেতি এতিয়া ভাৰতত দ্ৰুতগতিত কৰা হৈছে। এই হালধি হালধীয়া হালধিতকৈ বেছি লাভজনক আৰু বজাৰত ইয়াৰ মূল্যও অধিক।…
-
ড্ৰেগন ফলতকৈ অধিক উপাৰ্জন দিব ক’লা কুঁহিয়াৰৰ খেতিয়ে : পুলি পাবলৈ আজিয়ে যোগাযোগ কৰক
আপুনি যদিহে এজন কৃষক তেন্তে ক’লা কুঁহিয়াৰৰ খেতি কৰি আপুনি লাভৱান হ’ব পাৰে। কিয়নো ব্লেক ফিলিপাইন কুঁহিয়াৰ এবাৰ ৰুলে ৫বছৰে শস্য চপাই থাকিব পাৰি। তাৰ পাছত নতুন কাটিং লগাব পাৰে। ই কুঁহিয়াৰৰ এক হাইব্ৰিড প্ৰজাতি। দেশী কুহিয়াতকৈ ই দুগুণ মোটা হয়, ৩গুণ দীঘল হয় আৰু…
-
Litchi farming : ভালদৰে কৰিলে এজোপা লিচুত ৬০-৭০ কেজি পৰ্যন্ত লাগে
অসমৰ তেজপুৰৰ লিচুৰ নাম ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো বিখ্যাত। লিচু খোৱাৰ বতৰ অহাৰ সমান্তৰালভাৱে লিচুৰ ৰোৱাৰ বতৰো আহি আছে। গতিকে অসমৰ কৃষকসকললৈ লিচু খেতিৰ বিষয়ে অলপ কথা লৈ আহিছো।…
Latest feeds
-
এগ্ৰিপেডিয়া
ধান খেতিৰ পৰা উপাৰ্জন বৃদ্ধি কৰিবলৈ কৃষকে এইকেইটা কাম কৰক!
-
এগ্ৰিপেডিয়া
Alternatives Paddy farming : কম যত্নত কম খৰচত অধিক উপাৰ্জনৰ সুযোগ
-
এগ্ৰিপেডিয়া
Perfect Paddy Nursery : বিজ্ঞানসন্মতভাৱে ধানৰ কঁঠিয়াতলীখন কেনেকৈ প্ৰস্তুত কৰিব!
-
উদ্য়ানশস্য়
Berry farming time : দুবিঘা মাটিৰ পৰা প্ৰতিবছৰে ২ লাখকৈ উপাৰ্জন
-
উদ্য়ানশস্য়
Tree plantation Time : এপ্ৰিল-জুনৰ ভিতৰত এই ফল-মূলসমূহৰ পুলি ৰোপন কৰক
-
News
Get ready for flooding : পঞ্চায়ত ইলেকচনৰ পাছতে বানপানীৰ বাবে সাজু হৈ থাকক ৰাইজ
-
News
Facebook : প্ৰতিটো লাইন মন দি পঢ়িব যদি সঁচাই পইছা ঘটিব বিচাৰে যদি!
-
সফল কাহিনী
Inspirational Story : এবিঘা মাটি নথকা জীৱন চাহানীৰ বৰ্তমান ১৬ বিঘা মাটিত খেতি
-
উদ্য়ানশস্য়
Sugarcane Farming : ছয় পো ছয় নাতি তেহে কৰিব খেতি! কথাষাৰ কিমান সঁচা!
-
News
গছে, শস্যই কেতিয়াও মানুহক বিশ্বাসঘাটকতা নকৰে