Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 25 January, 2021 7:51 PM IST
Kumar Sangakkara

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ (আই পি এল) ফ্রেন্সাইজী ৰাজস্থান ৰয়েলছে দেওবাৰে শ্ৰীলংকাৰ প্রাক্তন অধিনায়ক তথা উইকেটকীপাৰ কুমাৰ ছাংগাক্কাৰাক পৰৱর্তী সংস্কৰণৰ(2021)ৰ বাবে দলৰ ক্রিকেট ডিৰেক্টৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘােষণা কৰিছে। বর্তমান এম চি চিৰ অধ্যক্ষ ছাংগাক্কাৰাই ৰাজস্থানৰ সম্পূর্ণ আন্তঃগাঁথনিৰ ওপৰত নিৰীক্ষণ কৰিব। তাৰ উপৰি তেওঁৰ ওপৰত থাকিব নাগপুৰত থকা ৰাজস্থান ৰয়েলছৰ ক্রিকেট একাডেমি উন্নয়নৰ দায়িত্ব। মন কৰিবলগীয়া যে ১৬ বছৰীয়া আন্তর্জাতিক ক্রিকেট কেৰিয়াৰত ছাংগাক্কাৰাই ২৮ হাজাৰৰাে অধিক ৰান কৰিছে।

 

অৱশেষত কৃষকলৈ আহিল সুখবৰ ডেৰ বছৰৰ বাবে স্থগিত ৰখা হল কৃষি আইন (three fermer act postponed till one and half years )

English Summary: Rajasthan royals appointed kumar Sangakkara as director of the team
Published on: 25 January 2021, 07:51 IST