Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 8 April, 2022 3:33 PM IST

যদি আমি বাৰিষাৰ কথা কওঁ, ই কৃষকসকলৰ বাবে এক আশীৰ্বাদতকৈ কম নহয় । বাৰিষা আৰম্ভ হোৱাৰ লগে লগে কৃষকসকলে প্ৰয়োজন অনুসৰি খেতি পথাৰত তৰিব আৰু ধান, চয়াবীন, আৰহাৰ, তিল, মাকৈ, উৰাদ, মুগ, চিনাবাদাম আদি খৰিফ শস্য ৰোপণ কৰে ।

কিন্তু আপুনি কেতিয়াবা ভাবিছে নেকি যে, কৃষকে বাৰিষাত আন ব্যৱসায়ৰ জৰিয়তে লাভ অৰ্জন কৰিব পাৰে । এই প্ৰৱন্ধটিত বাৰিষা ব্যৱসায়িক ধাৰণা ওপৰত আলোচনা কৰা হৈছে ।

প্ৰমাণিত বীজ উৎপাদন

এই ব্যৱসায়টো বৰষুণৰ বতৰত আটাইতকৈ জনপ্ৰিয । কৃষকসকলে বাৰিষাত কোনো ধৰণৰ বীজ ৰোপণ কৰিব লাগে সেয়া বিচাৰি উলিওৱাটো অতি গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত, উন্নত মানদণ্ডৰ বীজ উৎপাদনে শস্যৰ উৎপাদন বৃদ্ধিত মুখ্য ভূমিকা পালন কৰে ।

মৎস্যপালন

বাৰিষাৰ সময়ছোৱা মৎস্যপালনৰ বাবে উপযুক্ত সময় । এই সময়ছোৱাৰ মাছৰ পোনাৰ ব্যৱসায় কৰিব পাৰি । বাৰিষাৰ সময়ছোৱা মাছৰ প্ৰজননৰ সময় । গতিকে কৃত্ৰিম পদ্ধতিৰ মৎস্যপালন কৃষক সকলৰ ব্যৱসায় এই সময়ছোৱা অতি লাভজনক হয় ।

উদ্যানশস্যৰ খেতি

যিসকল কৃষকে সেউজগৃহ আৰু নাৰ্চাৰীত ফল, ফুল আৰু উদ্ভিদ খেতি কৰে সেই সকলৰ বাবে এই সময়ছোৱা অতি উপযুক্ত । এই সময়চোৱাত কৃষক সকলে লাভজনক উৎপাদন কৰিব পাৰে ।

কীট নিয়ন্ত্ৰণ

বাৰিষাত কীটৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক । এই বতৰ পোক-পতংগৰ বাবে উপযুক্ত । খেতিয়কসকল শস্যৰ ক্ষতিৰ বাবে এনে পৰিস্থিতিত কীট-পতংগ কেনেদৰে নিয়ন্ত্ৰণ

কৰিব লাগে তাক লৈ যথেষ্ট চিন্তিত কৃষক সকল । এনে পৰিস্থিতিত আপুনি যদি কীট-পতংগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ঘৰৰ পৰা ব্যৱসায় আৰম্ভ কৰিব পাৰে । কিন্তু এই ক্ষেত্ৰত প্ৰয়োজনীয় দক্ষতা থাকিব লাগিব ।

ৰেইনকোটৰ ব্যৱসায়

বাৰিষাত সকলোৱে ৰেইনকোটৰ প্ৰয়োজন । নেৰানেপেৰা বৰষুণ পৰিহাৰ কৰিবলৈ মানুহে ৰেইনকোট ব্যৱহাৰ কৰে । আপুনি নিৰ্মাতাসকলৰ পৰা পাইকাৰী ভিত্তিত ৰেইনকোট ক্ৰয় কৰিব পাৰে আৰু স্থানীয়ভাৱে বিক্ৰী আৰম্ভ কৰিব পাৰে ।

শামুক খেতি

সময়ৰ লগে লগে শামুকৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি হোৱা দেখা গৈছে । পঞ্চতাৰকা হোটেলৰ পৰা ধাবালৈকে, মানুহে ইয়াৰ সোৱাদৰ বাবে পাগল । এনে পৰিস্থিতিত, ই এক ভাল ব্যৱসায়, যাৰ পৰা কৃষকসকলে লাখ লাখ টকাৰ লাভ লাভ কৰে ।

শামুক পালনৰ বাবে আধুনিক প্ৰযুক্তিৰ সঠিক অনুসৰণ আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্যল আপুনি জানিব লাগিব । শামুকত উচ্চ হাৰৰ প্ৰ'টিন, লো, কম চৰ্বি আৰু মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো এমিনো এচিড থাকে । শামুকক পুষ্টিৰ এক স্বাস্থ্যকৰ আৰু সুস্বাদু উৎস বুলি গণ্য কৰা হয় ।

লগতে পঢ়কঃ বহনক্ষম কৃষি পদ্ধতিত কেঁচুৰ ভূমিকা

English Summary: rainy season business idea will make you millionaire
Published on: 08 April 2022, 03:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now