Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 January, 2021 7:41 PM IST
Panipuri

     ফুচকাৰ নাম শুনিলেই আপোনাৰ জিভাত পানী নিশ্চয় আহিব! কিন্তু বহুতে কৈ আছিছে যে ফুচকা খোৱাটো আমাৰ দেহৰ বাবে হানিকাৰক। সেইবাবে বহুতে ইয়াৰ পৰা আতৰত থাকিব বিচাৰে। অসমত ইয়াৰ প্রতি ছোৱালী সকল বেছি আগ্ৰহী হোৱা দেখা যায় ৷ কিন্তু যদি আমি কওঁ, ফুচকাই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে! বিশ্বাস কৰাটো হয়টো কঠিন হব। কিন্তু সঁচাকৈয়ে, ফুচকা আপোনাৰ শৰীৰৰ অতিৰিক্ত ওজন হ্রাস কৰা সহায় কৰিব পাৰে। গতিকে আপুনি আহাৰৰ তালিকাত নিশিতভাবে ইয়াক অন্তভুক্ত কৰিব পাৰে। ফুচকা হৈছে ভাৰতীয় খাদ্যৰ আটাইতকৈ জনপ্ৰিয় খাদ্য। শালপাটাৰ বাটিত নিমখ পানী আৰু আলুৰ স্লাছ খাবলৈ কোনে ভাল নাপায়! কিন্তু এতিয়া স্বাস্থ্যৰ সুস্থতাৰ ওপৰত লক্ষ্য ৰাখি আপুনি বিচাৰিলেও, আপুনি প্ৰায়ে ফুচকাৱালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। কিন্তু এতিয়া চিন্তা নাই আপুনি বিচাৰিলেই খাব পাৰিব।

    আপুনি এতিয়া ফুচকা খায় শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিব পাৰে। জানিব পৰা মতে এটা ফুচকাত অতিকমেও 36 কেলৰি থাকে। অর্থাৎ আপুনি ফুল একপ্লেটৰ (6 টা) ৰ পৰা 216 কেলৰি পাব পাৰে। যিসকল লোকৰ দেহত অতিৰিক্তভাৱে চর্বি আছে তেওঁলোকে ঘৰত তৈয়াৰ কৰা ন্যাক্স হিচাপে খাব পাৰে। ফুচকা খালে পৰৱৰ্তী কেইঘণ্টামান, ভোক একেবাৰে নালাগে। ফলস্বৰূপে, ফুচকাই আপোনাক ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কিন্তু দুটা কথা মনত ৰাখিব লাগিব। প্রথম, আপুনি ঘৰতে তৈয়াৰ কৰিহে খাব, বাহিৰত খালে অপকাৰহে কৰিব পাৰে। দ্বিতীয়তে, নিয়মীয়া শৰীৰৰ ব্যায়াম, খোজ কঢ়া, দৌৰা কোনো প্ৰকাৰে বন্ধ কৰিব নালাগিব।


     ডায়েটিচিয়ানৰ দৰে, ঘৰত তৈয়াৰ কৰা ফুচকাই আপোনাক আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কাৰণ ঘৰত তৈয়াৰ কৰা ফুচকাত কম তেল ব্যৱহাৰ কৰি বনাব পাৰি। সোৱাদৰ বাবে পদিনা, জিৰা, পানী, হিং ব্যৱহাৰ কৰিব পাৰি। মুগৰ দাইল, ময়দাৰে ফুচকা তৈয়াৰ কৰিব পাৰি। আপুনি বুজিছে যে ঘৰত পানী আৰু পানীৰ ক্ষেত্ৰত স্বাস্থ্যকৰ খাদ্য ব্যৱহাৰ কৰিব পাৰি। এনেদৰে বনালে বাছিৰত খোৱাতকৈ পাঁচ গুণাগুণ বেছি পাব পাৰে। আপুনি আলুৰ পৰিৱৰ্তে আলু বা মুগৰ দাইল আৰু গাজৰ ব্যৱহাৰ কৰিব পাৰে। তাৰোপাৰি আপুনি চুজীৰ পৰিৱৰ্তে ময়দা ব্যৱহাৰ কৰিব পাৰে।

 

বন্ধ হব লালকিল্লাঃ কাৰণ জানিবলৈ সম্পূর্ণকৈ পঢ়ক (lal killa willbe closed till republic day due to bird flu)

English Summary: Panipuri can reduce your weight quickly
Published on: 25 January 2021, 07:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now