Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 January, 2022 4:42 PM IST
Makar Sankranti 2022

দেশত প্ৰতি বছৰে ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি (Makar Sankranti 2022) উৎসৱ উদযাপন কৰা হয় । সমগ্ৰ দেশতে  হিন্দু ৰীতি-নীতিৰে উদযাপন কৰা হয় এই মকৰ সংক্ৰান্তি উৎসৱ । কিন্তু আপুনি জানেনে কিয় মানুহে মকৰ সংক্ৰান্তি (Makar Sankranti 2022) উদযাপন কৰে, আৰু ইয়াৰ মুখ্য কাৰণ কি? আজি, এই প্ৰবন্ধটোত, আমি আপোনাক মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰাৰ বিষয়ে আলোচনা কৰিম-

মকৰ সংক্ৰান্তি কিয় উদযাপন কৰা হয় (Why Makar Sankranti celebrated)?

দৰাচলতে মকৰ সংক্ৰান্তিৰ (Makar Sankranti ) গুৰুত্ব মকৰ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ সৈতে সম্পৰ্কিত । কোৱা হয় যে যেতিয়া সূৰ্য ঈশ্বৰে ধনু ৰাশি ত্যাগ কৰে আৰু মকৰ ৰাশিত প্ৰৱেশ কৰে, মকৰ সংক্ৰান্তি উদযাপন কৰা হয় । এবছৰত, সূৰ্য ১২ টা ৰাশিত চলাচল কৰে আৰু ই যি পৰিমাণত প্ৰৱেশ কৰে তাক ইয়াৰ অয়নান্ত বুলি কোৱা হয় । এই বছৰ সূৰ্য ১৪  জানুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিব ।

Makar Sankranti 2022

ভাৰতত মকৰ সংক্ৰান্তি (Makar Sankranti) কেনেদৰে উদযাপন কৰা হয়

এই পবিত্ৰ উৎসৱত ভাৰতীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰাৰ লগতে কলা তিল, চাউল, শাক-পাচলি , দাইল, হালধি, ফল আৰু অন্যান্য সামগ্ৰীবোৰ দৰিদ্ৰ লোকসকলক দান কৰে । বিশ্বাস কৰা হয় যে উক্ত দিনাখন দান কৰিলে সূৰ্। দেৱতা প্ৰসন্ন হয় আৰু ভক্তৰ সমস্ত মনৰ ইচ্ছা পূৰণ কৰে । ইয়াৰ উপৰিও আন এটা বিশ্বাস আছে মকৰ সংক্ৰান্তিৰ দিনাখন দান কৰিলে পৰৱৰ্তী জীৱনত মানুহ হিচাপে জন্ম লাভ কৰে । সেয়ে এই মকৰ সংক্ৰান্তিৰ উৎসৱটি বিশুদ্ধ চিন্ত আৰু আনন্দ মনেৰে উদযাপন কৰা হয় ।

উল্লেখ্য যে, উক্ত দিনাখন ঘৰে ঘৰে খিচৰি খোৱাৰো প্ৰথা আছে । বিশেষভাৱে উত্তৰপ্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডত খিচৰি দিয়াৰ ৰীতি আছে । এই সময়ত প্ৰয়াগৰাজত মাঘ মেলাও অনুষ্ঠিত হয় ।

দেশৰ বিভিন্ন ৰাজ্যত মকৰ সংক্ৰান্তি কিভাৱে উদযাপন কৰা হয়        

· পশ্চিমবংগত এই উৎসৱ পৌষ সংক্ৰান্তি নামে পৰিচিত । যিহেতু পুহ মাহত হিন্দু কেলেণ্ডাৰ অনুসৰি সূৰ্য মকৰ ৰাখিতে প্ৰবেশ কৰে সেই কাৰণে ইয়াক পৌষ সংক্ৰান্তি নামেৰে জনাজাত ।

· গুজৰাটত ইয়াক উত্তৰায়ণ উৎসৱ নামেৰে জনা যায় । এই উপলক্ষে উক্ত দিনা গুজৰাটত ঘূড়ি উৎসৱৰ আয়োজন কৰা হয় । ইয়ে সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীক আকৰ্ষক কৰে । উত্তৰায়ণৰ দিনা স্নান আৰু উপবাস বাধ্যতামূলক ।

· কৰ্ণাটকত মকৰ সংক্ৰান্তিৰ দিনাখন স্নান আৰু দান কৰাৰ ৰীতি আছে । অসমত ইয়াক বিহু হিচাপে উদযাপন কৰা হয় । · দক্ষিণৰ ৰাজ্য তামিলনাডুত পুঙ্গাল হিচাপে উদযাপন কৰা হয় ।মকৰ সংক্ৰান্তিৰ দিনাখন সূৰ্যটো স্হিৰ হিচাপে দেখা যায় · হাৰিয়াণা, পঞ্জাৱ আৰু দিল্লীত মকৰ সংক্ৰান্তিৰ এদিন আগত লোহৰি উদযাপন কৰা হয় ।

লগতে পঢ়কঃ UPSC Recruitment 2022: বিষয়া হোৱাৰ সোণালী সুযোগ! ১৩ জানুৱাৰীৰ আগত কৰক আবেদন

English Summary: Makar Sankranti 2022
Published on: 07 January 2022, 04:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now