Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 April, 2021 11:12 AM IST
Link aadhar card with pan

    আপুনি আজি পর্য্যন্ত আধাৰৰ সৈতে পান কার্ড লিংক কৰা নাই যদি অতি শীঘ্রে কৰি লওঁক ৷ কিয়নো আজি অর্থাৎ 31 মাৰ্চৰ ভিতৰত আধাৰৰ সৈতে পান কার্ড লিংক কৰাৰ অন্তিম তাৰিখ বান্ধি দিছিল আয়কৰ বিভাগে (Income Tax Department)। অন্যথা আপুনি আয়কৰ আইনৰ অধীনত ১০০০ টকা জৰিমনা ভৰিব লাগিব পাৰে। আপুনি আপোনাৰ হাতৰ মোবাইলটোৰে অনলাইন যোগে পান কার্ডখন আধাৰৰ সৈতে লিংক কৰিব পাৰে। বিশদ বিৱৰণৰ বাবে তলত চাওঁক -

১ মাৰ্চৰ পিছত অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড -

   যদি আপুনি চৰকাৰে নিৰ্ধাৰণ কৰা অন্তিম তাৰিখলৈকে আধাৰৰ লগত পান কার্ড লিংক নকৰে, তেন্তে আপুনি সৰ্বাধিক ১,০০০ টকা পর্য্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰোপৰি, যিসকলে ৩১ মাৰ্চ ২০২১ লৈকে পান কাৰ্ডক আধাৰৰ সৈতে লিংক নকৰে, তেওঁলোকৰ পান কাৰ্ড ১ এপ্ৰিল ২০২১ৰ পৰা অচল হৈ পৰিব বুলি আয়কৰ বিভাগে জনাইছে।

কেনেদৰে অনলাইন মাধ্যমেৰে লিংক কৰিব পাৰে চাওক -

1. প্ৰথমে আয়কৰ বিভাগৰ Websiteলৈ যাওক।

2. আধাৰ কাৰ্ডত থকা নাম, পান নম্বৰ আৰু আধাৰ নম্বৰ বিচৰা মতে ভৰাওক।

3. আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ দিয়া হ'লে ইয়াত Right Tick কৰক।

4. এতিয়া Captcha কোড সমূহ ভৰাওক।

5. Link Aadhaar বুটামত ক্লিক কৰক।

এনেদৰে আপোনাৰ পান আধাৰৰ সৈতে লিংক আপুনি ঘৰত বহিয়েই কৰিব পাৰে।

SMSৰ জৰিয়তেও আপুনি লিংক কৰিব পাৰে -

   ইয়াৰ বাবে আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক। লগতে ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক। আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক।

অচল পান কাৰ্ডক কেনেদৰে পুনৰ কাৰ্যকৰী কৰিব জানক -(Activate PAN card)

আপুনি অকাৰ্যকৰী বা অচল পান কাৰ্ডক পুনৰ কাৰ্যকৰী কৰিব পাৰে। ইয়াৰ বাবে আপুনি এটা SMS প্রেৰণ কৰিব লাগিব। আপোনাৰ পঞ্জীভূক্ত ম'বাইলৰ পৰা ১২টা সংখ্যাযুক্ত পান নম্বৰ আৰু ১০টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰাৰ পিছত আপুনি 567678 বা 56161 নম্বৰলৈ SMS পঠাব লাগিব।

English Summary: How to link aadhar card with pan by online from home
Published on: 31 March 2021, 07:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now