Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 February, 2019 5:09 PM IST

আজিকালি কম বয়সতেই চুলি পকাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। ল’ৰা-ছোৱালী উভয়ৰে কম বয়সতে চুলি পকা দেখা যায়। আয়ুৰ্বেদিকৰ মতে পিত্ত আৰু ভাৰ্চ দোষৰ বাবে চুলি পকা দেখা যায়। তদুপৰি খং, চিন্তা, নিৰাশা, ষ্ট্ৰক, খুব বেছি মানসিক চাপত কাম কৰা, মেন’পজ, থাইৰয়ডৰ অসুবিধা, কপাৰ, জিংক, ফলিক এচিড ইত্যাদিৰ অভাৱ হ’লেও চুলি পকে। এনেক্ষেত্ৰত ইয়াৰ সমাধানকল্পে কেইটিমান টিপছ আগবঢ়ালে সৌন্দৰ্ষ বিশেষজ্ঞ ভানু শৰ্মাই।

  • দুই চামুচ চেজ আৰু আখৰুটৰ পাত বটি সদায় চুলিৰ গুৰিত লগাব লাগে। প্ৰতিদিনে নিশা লগাই পিচদিনা ধুই দিব। এনে কৰিলে ভাল ফল পাব। ভিটামিন ই, বায়োটিন, বি কপ্লেক্স, লেচিথিন, আলফা আৰু মিথিৰ টেবলেট খাব লাগে। প্ৰ’টিন,  মিনাৰেল আৰু বাদামজাতীয় খাদ্য খাব লাগে।
  • দুই চামুচ মিথি পাউদাৰ, দুই চামুচ নাৰিকলৰ গাখীৰ, এচিকুট জালুকৰ গুড়ি- এই আটাইখিনি চুলিৰ গুৰিত লগাই মালিচ কৰিব। পিচত শ্বাৱাৰ কেপ এটা পিন্ধি ত্ৰিশ মিনিটমান ৰাখিব। পিচদিনা শ্বেম্পু কৰিব। প্ৰতি নিশা এনেদৰে কৰিলে ক্ৰমান্বয়ে চুলি পকাটো কমি যাব।
  • চুলি গজাৰ বাবে প্ৰতিনিশা লেভেণ্ডাৰ আৰু ৰ’জমেৰি সমানে মিহলাই নাৰিকলৰ তেলত দিব। কিছুদিন এই তেল থৈ দিয়াৰ পিছত চুলিৰ গুৰিত লগাব।
  • ব্ৰাহ্মী, ভৃঙ্গৰাজ আৰু ত্ৰিফলাৰ তেল চুলিৰ গুৰিত লগাব। পিচত শ্বেম্পু কৰিব।
  • শুকান জবা ফুলৰ গুৰি নাৰিকলৰ তেলৰ লগত মিহলাই চুলিত লগাব পাৰিলে ভাল।

উৎস:বিকাশপেডিয়া

English Summary: Ayurvedik Treatment for Hair Problems
Published on: 05 February 2019, 05:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now