Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 January, 2023 10:10 AM IST
এখন ব্যতিক্ৰমী বিবাহ

কেৰালাত সম্পন্ন হল এখন ব্যতিক্ৰমী বিবাহ। সাতটা দিন অতিক্ৰম কৰিলে এই বিবাহখনে। বিবাহখন সম্পন্ন হৈছে কিন্তু সামাজিক মাধ্যমত বৰ্তমানেও ট্ৰেণ্ডিঙত আছে আছে বিবাহখনে। বিয়া বুলি ক’লে সাধাৰণতে মনলৈ আহে লাখ লাখ টকাৰ অভ্যৰ্থনা অনুষ্ঠান, সোণৰ গহনা, সুসজ্জিত ৰভাথলীৰ কথা। এগৰাকী অসামৰিক বিষয়া আৰু এগৰাকী ভাৰতীয় ডাক সেৱাৰ বিষয়াৰ মাজত।

বিয়া বুলি ক’লে সাধাৰণতে মনলৈ আহে লাখ লাখ টকাৰ অভ্যৰ্থনা অনুষ্ঠান, সোণৰ গহনা, সুসজ্জিত ৰভাথলীৰ কথা। কিন্তু এই সকলোবোৰৰ পৰা আতৰি বিয়াৰ নামত খৰছ কৰিবলগীয়া ধনেৰে মানৱ সেৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেৰেলাৰ এই নৱ বিবাহিত দম্পতীহালে। উল্লেখ্য যে, অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰি সংবাদ শিৰোনাম দখল কৰিছিল দৰা আৰ্য আৰ নায়াৰে।

লগতে পঢ়ক- 

Paddy alternative : ধানৰ সলনি অন্য শস্যৰ খেতি কৰক খৰাং পথাৰবোৰত

শেহতীয়াকৈ অসামৰিক বিষয়াগৰাকী বিবাহ পাশত আৱদ্ধ হয় আহমেদাবাদৰ ভাৰতীয় ডাক সেৱাৰ অধীক্ষক শিৱম ত্যাগীৰ সৈতে। কেৰালাৰ পাম্পীড়ীস্থিত উপ পঞ্জীয়ক কাৰ্যালয়ত অনুষ্ঠুপীয়াকৈ তেওঁলোকে বিবাহ সম্পন্ন কৰে। 

তাৰ পিছতে দম্পতীহালে কোট্টায়মৰ ভাঝুৰৰ শিশুগৃহ ‘পুনুয়াম’ত উপস্থিত হৈ বিবাহৰ নামত খৰছ কৰিবলগীয়া ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব বহন কৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক- 

৪ শতাংশ সুতত ৩ লাখ টকা ঋণ কৃষকলৈ। বেংকলৈ গৈ আবেদন কৰক...

English Summary: A Unique Marriage in Kerala
Published on: 30 January 2023, 09:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now