Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 December, 2022 5:25 PM IST
গৃহজিলাৰ ধাননী পথাৰত শিক্ষামন্ত্ৰী ৰণোজ পেগু
অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ কাৰ্যসূচীৰ অধীনত সংযুক্ত হাৰ্ভেষ্টাৰ মেচিনেৰে ধানকটা অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক- 

Cinnamon farming : জানো আহঁক কিদৰে কৰিব পাৰি দালচেনীৰ খেতি

কৃষক ৰাইজক ধানৰ অধিক উৎপাদনৰ বাবে কৃষি যান্ত্ৰিকীকৰণ তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান।
অনুষ্ঠানতে তেওঁ কয়- এইবাৰ ধেমাজিত ধানৰ উৎপাদন সন্তোষজনক আৰু আমাৰ ধান ক্ৰয় আঁচনিৰ দ্বাৰা কৃষকসকল অসীমভাৱে উপকৃত হ’ব।

লগতে পঢ়ক- 

Nuts Farming : অসমৰ কৃষকসকলে জানুৱাৰী-ফেব্ৰুৱাৰীৰ ভিতৰত কৰক বাদামৰ খেতি

English Summary: Ranoj Pegue in the paddy fields of his home district
Published on: 10 December 2022, 04:16 IST