Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 July, 2022 11:06 AM IST

ৰাজ্যৰ ভিন্নপ্ৰান্তত বৰ্তমানেও অব্যাহত আছে ছোৱাইন ফ্লুৰ বিভীষিকা। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ইতিমধ্যে ছোৱাইন ফ্লুত আক্ৰান্ত অঞ্চলৰ সুস্থ গাহৰিসমূহকো নিধন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। বিনিময়ত গাহৰি পালকসকলক আৰ্থিক সকাহ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ ঠায়ে ঠায়ে গাহৰি মাংসৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে পশুপালন বিভাগে। ইতিমধ্যে প্ৰশাসনে গোলাঘাটত গাহৰি মাংসৰ বিক্ৰিৰ ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰিছে।

ছোৱাইন ফ্লুৰ সংক্রমণৰ ৰোধৰ বাবেই জিলা প্রশাসনে এই নিৰ্দেশনা জাৰি কৰিছে। ২২ আগষ্টলৈকে বাহাল থাকিব প্রশাসনৰ এই নিৰ্দেশনা। নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত গোলাঘাট জিলা প্ৰশাসনে।

লগতে পঢ়ক- গাহৰি পালকৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে মন্ত্ৰী অতুল বৰাই !

English Summary: Golaghat Issued 144 on Pork Sale
Published on: 23 July 2022, 11:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now