Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 February, 2023 11:57 AM IST
‘প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচীত উপস্থিত জৈৱিক কৃষক আৰু সমল ব্যক্তি

বুধবাৰে সামৰণি পৰিল খানাপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচী। উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ তত্ত্বাৱধানত আৰু অসম কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ লানি।

খানাপাৰাস্থিত সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত চিৰাং, বাক্সা, কোকৰাঝাৰ, বৰপেটা আৰু ওদালগুৰি জিলাৰ পৰা  নিৰ্বাচিত প্ৰাকৃতিক কৃষিত অগ্ৰণী ৪০ জন কৃষকে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক- 

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

Farmers training on organic farming

'প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ' কাৰ্যসূচীৰ প্ৰথম দিনটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক খগেন্দ্ৰ শৰ্মা, ব্যৱসায়িক উন্নয়ন পৰিচালক আছিফ বিন কুতুব, জিলা উদ্যান শস্য সমন্বয়ক মিতালী বৰদলৈ আৰু প্ৰগতিশীল কৃষক জয়ন্ত মল্ল বুজৰবৰুৱা ।

ধীৰেশ্বৰ তিৱাৰ কৃষি ফাৰ্ম  'ৰংডোলয়' ত জৈৱিক কৃষি সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ

আনহাতে প্ৰশিক্ষণৰ দ্বিতীয় দিনটোত প্ৰশিক্ষাৰ্থীসকলক  সোণাপুৰস্থিত মুখ্য প্ৰশিক্ষক ধীৰেশ্বৰ তিৱাৰ কৃষি ফাৰ্ম  'ৰংডোলয়' ত প্ৰাকৃতিক কৃষি সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

লগতে পঢ়ক- 

TOP AGRI BUSINESS IDEAS : সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

English Summary: Farmers training on organic farming in Khanapara
Published on: 16 February 2023, 11:57 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now