Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 April, 2022 3:39 PM IST
কাঠফুলা চিনাক্তকৰণ

বিষাক্ত কাঠফুলা খাই মানুহৰ মৃত্যু হোৱাৰ খবৰ আমি প্ৰায়ে শুনি থাকো । বিষাক্ত কাঠফুলা বা বনৰীয়া কাঠফুলা খাই বিপদত পৰা মূল কাৰণটো হৈছে, কাঠফুলা চিনাক্তকৰণত অসুবিধা আৰু লোকবিশ্বাস ।

কোন বিধা কাঠফুলা খোৱাৰ উপযোগী আৰু কোন বিধ কাঠফুলা বিষাক্ত বা খোৱাৰ বাবে অপকাৰী তাক চিনাক্ত কৰাত আজিও বহু লোকে ভূল কৰে । বহু লোকে চিনাক্ত কৰিব নাজানি বনৰীয়া বিষাক্ত কাঠফুলা খোৱাৰ ফলত মৃত্যু সাৱতিব লগীয়া হয় ।

সমান্তৰালভাৱে আমাৰ সমাজত কাঠফুলাৰ খোৱাৰ ক্ষেত্ৰত কিছুমান লোকবিশ্বাসও চলি আছে । বহু লোকে প্ৰচলিত বিশ্বাস অনুসৰি কাঠত বিকশিত হোৱা কাঠফুলা খোৱাৰ বাবে সংগ্ৰহ কৰে । কিন্তু এয়া ভূল, কিয়নো  কাঠত বিকশিত হোৱা সকলে কাঠফুলা খোৱাৰ উপযোগী নহয় । এনে ভূলৰ বাবে বহু লোকৰ ইতিমধ্যে মৃত্যুও হৈছে ।

বিষাক্ত কাঠফুলা কেনেদৰে চিনাক্ত কৰিবঃ

  • ৰঙা কেপ বা ৰঙা কাণ্ড থকা কাঠফুলা পৰিহাৰ কৰিব । ৰঙা প্ৰকাৰ সকলো কাঠফুলা বিষাক্ত নহয়, কিন্তু পৰাপক্ষত কাঠফুলাৰ ওপৰত ৰঙা দেখিলে যিকোনো প্রকাৰে পৰিহাৰ কৰক ।
  • বগা গিল থকা কাঠফুলা পৰিহাৰ কৰিব । যি কাঠফুলাৰ মূলটোৰ ওপৰত এটা আঙুঠি লগতে কন্দযুক্ত তাক পৰিহাৰ কৰিব । কন্দযুক্ত সকলো কাঠফুলা বিষাক্ত নহয়,যদিও সেই কাঠফুলা সুৰক্ষিত স্থানৰ পৰা বাচনি কৰিব লাগে ।

লগতে পঢ়কঃ জলকীয়া খেতিত চাহী পোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ উপায়

  • সন্দেহ সৃষ্টি হ'লে কেতিয়াও সেই কাঠফুলা সংগ্ৰহ নকৰিব । ই আপোনাৰ স্বাস্থ্যৰ অতি অপকাৰী তথা ই বৃহৎ ক্ষতি কৰিব পাৰে ।
  • আপুনি কেতিয়াও পুৰণি আৰু পচা কাঠফুলা সংগ্ৰহ নকৰিব । কাঠফুলাৰ গুণাগুণ পৰীক্ষা কৰিহে খোৱা বাবে সংগ্ৰহ কৰিব ।
  • ছাতি আকৃতিৰ বা পেৰাছ'ল আকৃতিৰ কাঠফুলাবোৰ আৰু সেইবোৰৰ কাণ্ডৰ চাৰিওফালে বগা আঙুঠি থাকিলে ক্ৰয় নকৰিব । এইবোৰ অমণিতাছ (Amanitas)প্ৰকাৰ হ'ব পাৰে, যি আটাইতকৈ মাৰাত্মক । এই কাঠফুলাবোৰ বয়সহোৱাৰ লগে লগে মুগা হৈ পৰে।
  • কাঠফুলাৰ মিঠা গোন্ধৰ দ্বাৰা প্ৰলোভিত নহ'ব। মিঠা গোন্ধযুক্ত কাঠফুলা বিষাক্ত হ'ব পাৰে । লগতে ক্ষুদ্ৰ মুগা কাঠফুলা আৰু ওম্ফলটাছ অলেৰিয়াছ (Omphalotus olearius) পৰিহাৰ কৰিব, যাক জেক ও' লণ্ঠন (Jack O’ Lantern) কাঠফুলা বুলিও কোৱা হয় । এইটো এটা বিষাক্ত কমলাবৰণৰ কাঠফুলা  ।
  • কেৱল এজন নিৰ্ভৰযোগ্য বিক্ৰেতাৰ পৰা কাঠফুলা ক্ৰয় কৰাটো সুৰক্ষিত। বনৰীয়া বন বা ৰাস্তাৰ কাষৰ পৰা কাঠফুলা সংগ্ৰহ নকৰিব । কাঠফুলাৰ গুনাগুনৰ বিষয়ে নিশ্চিত নহ'লে , ইয়াক পৰাপক্ষত একেবাৰে পৰিহাৰ কৰিব ।

লগতে পঢ়কঃ কম খৰচতে অতি লাভজনক সেউজগৃহ কেনেদৰে নিৰ্মাণ কৰিব ?

English Summary: How to identify poisonous mushrooms?
Published on: 26 April 2022, 03:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now