Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 April, 2022 10:29 AM IST
Weight Loss Rice

আপুনি জানেনে বিশ্বত ৪০ হাজাৰতকৈও অধিক প্ৰকাৰৰ চাউল আছে । ইয়াৰে মাজত এনে কিছুমান প্ৰকাৰ আছে যিয়ে আপোনাৰ ওজন হ্ৰাসৰ বাবে সহায় কৰে । গতিকে এই প্ৰৱন্ধটিত ওজন হ্ৰাস কৰাৰ বাবে উপযোগী ৪ বিধ চাউলৰ বিষয়ে আলোচনা কৰা হৈছে ।

মূগা চাউল (Brown Rice)

আহাৰত আঁহেৰে সমৃদ্ধ মূগা চাউলে বিপাক বৃদ্ধি কৰে আৰু প্ৰতি ১০০ গ্ৰামৰ বাবে ১১১ কেলৰি থাকে । যদিও বগা চাউলতকৈ ৰান্ধিবলৈ অলপ বেছি সময় লাগিব পাৰে, বেয়া কলেষ্টেৰল হ্ৰাস কৰিবলৈ, অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিবলৈ, পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-বি উন্নত কৰিবলৈ আৰু ষ্ট্ৰোক, হৃদৰোগ, প্ৰকাৰ 2 ডায়বেটিচৰ আশংকা প্ৰতিহত কৰিবলৈ ইয়াক আপোনাৰ মুখ্য আহাৰ কৰি তুলিব পাৰে ।

ৰঙা চাউল (Red Rice)

মেংগানিজ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, এই চাউল ডায়েবেটিচ আৰু মেদবহুলতা ৰোগীসকলৰ বাবে অতি উপযোগী । তদুপৰি হাপানীত ভুগি থকা লোকসকলৰ বাবে নিয়মীয়াকৈ ৰঙা চাউল খোৱাটো অত্যন্ত উপকাৰী । কিয়নো ই অক্সিজেনৰ সঞ্চালন উন্নত কৰে । ৰঙা চাউল খালে আপোনাৰ ভোক দীঘলীয়া সময়ৰ বাবে আঁতৰাই ৰাখিব পাৰে, যি আপোনাৰ ওজন হ্ৰাস কৰে ।

ক'লা চাউল (Black Rice)

ভাৰতত ক'লা চাউল অতি জনপ্ৰিয় । ইয়াক বনৰীয়া চাউল বুলিও কোৱা হয়। ইয়াক পলিছ অবিহনে বজাৰলৈ প্ৰেৰণ কৰা হয়।

ক'লা চাউল হৈছে ফলেট, জিংক, ফছফৰাছ, নিয়াচিন আৰু ভিটামিন বি 6-ৰ এক ভঁৰাল। ই হৈছে এক প্ৰাকৃতিক ডিটক্সিফায়াৰ, যি আঁহেৰে ভৰপূৰ আৰু লগতে ডায়েবেটিচ আৰু মেদবহুলতাৰ আশংকা প্ৰতিহত কৰে ।

বাঁহৰ চাউল (Bamboo Rice)

বাঁহৰ চাউল হৈছে এক বিৰল ধানৰ প্ৰকাৰ যিহেতু ইয়াক প্ৰতি ৪০ বছৰত চপোৱা হয়। এইটো বেছিভাগ পাহাৰীয়া অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা খেতি কৰা হয় আৰু সুস্বাস্থ্য বজাই ৰখাৰ বাবে ই অতি উপকাৰী ।

এই চাউল মৰা বাঁহৰ ডালৰ পৰা খেতি কৰা হয় । যি গাঁঠিৰ বিষত ভুগি থকা লোকসকলৰ বাবে এক অলৌকিক ঔষধ হিচাপে কাম কৰে ।

লগতে পঢ়কঃ Makhana Benefits: জানি লওক মাখনা গাখীৰত উতলাই খোৱাৰ লাভালাভ...

English Summary: Weight Loss Rice:Popular varieties of rice for weight loss
Published on: 18 April 2022, 10:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now