Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 October, 2023 11:40 AM IST
How to relieve neck pain

ডিঙিৰ বিষ নোহোৱা লোক হয়তো বহুত কমেই ওলাব। Arthritis, Spondylosis ৰ পৰা আৰম্ভ কৰি আন বহুতো Degerative কাৰণৰ বাবে আমাৰ ডিঙিৰ পিছফালে বিষ হ’ব পাৰে । কিন্তু কেতিয়াবা বহুতো সময়ত দেখা যায় যে আমাৰ ডিঙি বিষৰ কাৰণ mechanical । অৰ্থাৎ ভুল position বা অত্যাধিক কামৰ বাবে ডিঙিৰ ৰাজহাড়ৰ ওচৰত থকা muscle, ligament , tendon সমূহত জোৰ পৰি আমাৰ ডিঙিৰ পিছফালে বিষ হয়। এনে বিষ সাময়িক যদিও ভুল positionত কাম কৰি থিকিলে ডিঙিৰ ৰাজহাড় আৰু ইয়াত থকা Disc সমূহৰ বিসংগতি হ’ব পাৰে।

(১) আমাৰ শুৱাৰ position ৰ ওপৰত ডিঙিৰ বিষ বহুত নিৰ্ভৰ কৰে। কোনো কোনো লোকে ওখ গাৰু ল’লে আৰাম পায়, আৰু কোনো কোনো লোকে শুৱাৰ সময়ত চাপৰ গাৰু বা একেবাৰে গাৰু নোলোৱাকৈ শুলে আৰাম পায়। আচলতে আমি যেনেদৰে আৰাম পাও তেনেদৰেই শুব লাগে আৰু চাব লাগে যাতে শুই থকা অৱস্থাত আমাৰ ডিঙিৰ যি normal curve থাকে সেয়া maintainহয়। ডিঙি normal অৱস্থাত থকা position ত হে শুব লাগে। আজি কালি বজাৰত কিছুমান ORTHOPEDIC PILLOW পোৱা যায়। ডিঙিৰ সমস্যাত এনে গাৰু ব্যৱহাৰ কৰা উচিত।

(২) যিমান পাৰে ওপৰলৈ মূৰ দি পিঠিৰ ওপৰত শুৱাৰ অভ্যাস কৰিব লাগে।এনেকৈ শুৱতে দুয়োখন হাতৰ তলত এটাকৈ গাৰু ৰাখিব।

লগতে পঢ়ক- 

Teeth diseases : সৰু ল’ৰা-ছোৱালীৰ দাঁত পোকে খোৱা ৰোগ কিয় হয় জানেনে!

(৩) যদি আপুনি side laying বা এটা ফালে মূৰ কৰি হে শুই ভাল পায়, তেনেহ’লে কেতিয়াও শুবলৈ বেছি ওখ আৰু ডাঠ গাৰুৰ ব্যৱহাৰ নকৰিব।

(৪) Computer ত যেতিয়া কাম কৰিবলৈ বহিব, computer ৰটো আগত লৈ কেইচেকেণ্ড মানৰ কাৰণে চকু দুটা মুদিব। তাৰ পিছত চকু মেলি চাব যে আপোনাৰ দৃষ্টি পোনে পোনে Computer ৰ ওপৰ ভাগত পৰিছেনে নাই। যদি নাই পৰা, ইয়াৰ অৰ্থ হ’ল আপুনি আপোনাৰ computer বা Laptop টো কিছু ওপৰত তুলি লৈ কাম কৰিব লাগিব।

(৫) বহু সময় ধৰি যদি কেতিয়াবা mobile ফোনত কথা পাতিব লগা হয়, তেতিয়া হ’লে কাণত লৈ কথা নাপাতিব, Head phone ৰ ব্যৱহাৰ কৰিব।

(৬) মূৰ তল কৰি একেলগে বহু সময় ধৰি mobile ত text কৰিব নালাগে বা message লিখিব নালাগে। যদিহে কেতিয়াবা লিখিব লগা হয়, আপুনি mobile টো চকুৰ ওচৰত বা চকুৰ সমান level ত লৈ লিখিব আৰু মাজত কিছু সময় break ল’ব।

(৭) আমাৰ ৰাজহাড়বোৰৰ মাজে মাজে যি cushion ৰ দৰে Disc থাকে, এইবোৰত যথেষ্ট পৰিমাণে পানী থাকে। ৰাজহাড় সুস্থ হৈ থাকিবলৈ।এই disc বোৰ hydrated হৈ থকাৰ প্ৰয়োজন। সেইবাবে ডিঙিৰ বিষৰ সমস্যা থাকিলে যথেষ্ট পানী খাব লাগে।

(৮) কেতিয়াও হাত দুখনত ওজন থকা বেগ ল’ব নালাগে। ডিঙিৰ সমস্যা থকা লোকে বেগ পিঠিত লোৱাহে উচিত।

(৯) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা " Head Shoulder Forward Position ". ......এইটো এটা ভুল position, যত আমাৰ ডিঙি বাহুতকৈ আগলৈ হালি থাকে বা তলফাললৈ ভাজ হৈ থাকে। এই ভুল position টো শুদ্ধ কৰাটো প্ৰয়োজন। বেছিভাগ ডিঙিৰ বিষ এনে position ত কাম কৰাৰ বাবেই হয়।

লেখক- প্ৰাঞ্জল প্ৰতীম বৰুৱা

লগতে পঢ়ক- 

ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!

English Summary: how to relieve neck pain from sleeping
Published on: 30 October 2023, 11:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now