Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 8 May, 2024 6:17 PM IST
Ladies period time stomach pain solution

পাঠকসকল, আজি আমি মহিলাৰ মাহেকীয়া সময়ছোৱাত হোৱা পেটৰ বিষ কেনেকৈ নিয়ত্ৰণ কৰিব পাৰো, কি কি খাব লাগে, কেনেকৈ প্ৰস্তুতি চলাব লাগে, কি কি কাম কৰিব লাগে আদি কথাবোৰ আলোচনা কৰিম। যিবোৰ কৰিলে কোনো চাইড এফেক্ট নহয়, সকলো মহিলাই ঘৰতে এই কামবোৰ কৰিব পাৰে আৰু কোনো খৰচ নহয়। মাহেকীয়া সময়ত পেটৰ বিষ সকলো মহিলাৰ নহয়। কিছুমানৰ মূৰৰ বিষ, ভৰিব বিষ, টপিনা বিষয়া, পিঠিৰ তলত বিষ হয় বা কিছুমানৰ একোৱেই নহয় আৰু কিছুমানৰ মাহেকীয়া খুব আৰামদায়ক হ’ব পাৰে। কিন্তু বহু মহিলাই মাহেকীয়া সময়ছোৱাত ভোগে পেটৰ বিষত। গতিকে আমি পেটৰ বিষৰ বিষয়েই আলোচনা কৰিম।

মাহেকীয়া সময়ত যিসকল মহিলাই পেটৰ বিষত ভোগে তেওঁলোকে বিষয় পৰা উপক্ষম পাবলৈ কৰিব লাগিব এইকেইটা কাম-

১। যেতিয়াই আপোনাৰ অনুভৱ হ’ব যে  আপোনাৰ পেটৰ বিষ হৈছে তেতিয়াই আপুনি এটা হট ৱাটাৰ বেগ ল’ব। হট ৱাটাৰ বেগটো আপোনাৰ পেটৰ যিটো অংশত বিষ অনুভৱ হৈছে সেই অংশত লগাই দিব। ১০ পৰা ১৫ পোন্ধৰ মিনিট আপোনালোকে সেই হট ৱাটাৰ বেগটো বিষোৱা অংশত লগাই থলে বিষৰ পৰা যথেষ্ট উপক্ষম পাব। আপোনালোকক জনাও যে এটা হট ৱাটৰ বেগৰ দাম যথেষ্ট কম। কম অনলাইত ১৫০-২০০ টকাৰ ভিতৰত পাই যাব। বা ফাৰ্মাচিতো একেই দামত পাই যাব।

২। হটা ৱাটাৰ বেগৰ হেক দিয়াৰ পাছতে আপোনালোকে ওপৰলৈ মুখ কৰি বিচনাত বা মাটিত শুই দিব। গোটেই বডিটো ঢিলা কৰি এৰি দিব। এনেদৰে একমিনিট সময় শুবলৈ চেষ্টা কৰিব। আকৌ এক মিনিট সময় আপোনালোকে তেনেকৈ তললৈ পেট কৰি আৰামেৰে শুই দিব।

৩। তাৰ পাছতে ওপৰলৈ মুখ কৰি শুই ভৰিকেইটা চোফা বা চকিত তুলি এক মিনিট সময় ৰিলেক্স কৰিব। তাৰ পাছতে আপোনালোকে আপোনাৰ বিষ হোৱা অংশত মিঠাতেল, তিল তেল আদিৰ দুখন হাতেৰে খুব লাহেকৈ মাছাজ কৰিব লাগিব।

৪। এই কামখিনি কৰাৰ পাছতে আপুনি একাপ চাহ খাব লাগিব। এই চাহকাপ আপুনি নিজেই প্ৰস্তুত কৰিব পাৰিব। এই চাহকাপত ব্যৱহাৰ কৰিব লগীয়া বস্তুকেইটা হ’ল- আদা, জিৰা, চফ আৰু দালচেনী। চাহকাপ বনাই গৰমে গৰমে খাব।

এই গোটেই কাম যদি আপোনালোকে ৰাতিপুৱা এবাৰ কৰে আৰু আবেলি এবাৰ কৰে তেতিয়া আপোনালোকে পেটৰ বিষ বহুখিনি উপক্ষম পাইছে। লগতে আপোনালোকক জনাও যে আপোনালোকে ভাত খোৱাৰ পাছত প্ৰতিদিনে পাৰিলে ৰঙাগুটি ভাজি চফৰ দৰে খাবলৈ চেষ্টা কৰিব। এই সমস্যাটোৰ পৰা স্থায়ীভাৱে উপক্ষম পাবলৈ আপোনালোকে কিছুমান ব্যায়াম কৰিব লাগিব। বল খেলা, দৌৰা, ঘৰুৱা কামবোৰ কৰি থাকিলেও এই সমস্যাটোৰ পৰা সমাধান পাব।

লগতে পঢ়ক- 

ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!

English Summary: Ladies period time stomach pain solution
Published on: 08 May 2024, 06:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now