Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 March, 2022 3:02 PM IST
ৰঙালাওঁৰ গুটি স্বাস্হ্যৰ বাবে অতিকৈ উপকাৰী

মানুহে তেওঁলোকৰ স্বাস্থ্য ভালে ৰাখিবলৈ বহুত কাম কৰে । সু-স্বাস্হ্য সময়ে সময়ে, বহুলোকে আনকি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে । আজি আমি আপোনাৰ শৰীৰত হোৱা বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে ঘৰুৱাভাৱে কিদৰে সু-স্বাস্থ্য বজাই ৰাখিব পৰিব সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম-

ৰঙালাওৰ বিষয়ে সকলো জানে । ৰঙালাও পাচলি অতি সুস্বাদু । ইয়াৰ পাচলি যথেষ্ট সোৱাদৰ সৈতে খোৱা হয় আৰু বজাৰত ৰঙালাওৰ চাহিদাও অধিক, কিন্তু আপুনি জানেনে? ৰঙালাওৰ গুটিৰ উপকাৰিতা সম্পৰ্কে ?

আমি আপোনাক কওঁ যে এক গৱেষণাত পোৱা গৈছে যে ৰঙালাওঁৰ গুটি স্বাস্হ্যৰ বাবে অতিকৈ উপকাৰী । ৰঙালাওৰ গুটিবোৰে শৰীৰত ইনচুলিনৰ পৰিমাণ সন্তুলিত কৰাত সহায় কৰে । এনে পৰিস্থিতিত, এই বীজবোৰ ডায়েবেটিক ৰোগীৰ বাবে আশীৰ্বাদতকৈ কম নহয় ।

যদি কোনো ব্যক্তিৰ নিশা টোপনি নাহে তেনেহ'লে আপুনি শুবলৈ যোৱাৰ অলপ আগতে ৰঙালাওৰ গুটি খালে সোনকালে টোপনি যোৱাত সহায়ক হয় ।

এটা প্ৰতিবেদনত দেখা গৈছে যে ৰঙালাওৰ গুটি খোৱাটোৱে এজন ব্যক্তিৰ চাপ আৰু ভাগৰ উপশম কৰে । কেৱল এয়াই নহয়, যৌন সমস্যাৰ বাবে ৰঙালাওৰ বীজ খাবলৈও পৰামৰ্শ দিয়া হয় । যদি আপুনি নিয়মীয়াকৈ ৰঙালাওৰ গুটি সেৱন কৰে, তেন্তে এবাৰ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক । যাতে আপোনাৰ ইয়াত কোনো সমস্যা নহয় ।

ৰঙালাওৰ বীজ খোৱাৰ অনন্য লাভালাভ

  • ছাল সম্পৰ্কীয় ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ।

  • সোনকালে ওজন হ্ৰাস কৰাত সহায়ক

  • যদি এজন ব্যক্তিৰ পেটত কৃমি থাকে, তেন্তে তেওঁ ৰঙালাওৰ গুটি খাব লাগে । কিয়নো ই পেটৰ কৃমি আঁতৰ কৰাত সহায় কৰে আৰু একে সময়তে পেটত কৃমি হোৱা প্ৰতিহত কৰে।

  • ৰঙালাওৰ গুটিবোৰে তেজৰ অভাৱ আঁতৰ কৰে।

লগতে পঢ়কঃ 'টাড়গোলা' হৈছে এবিধ ফল যাৰ ঔষধি গুণাগুণ জানি আচৰিত হ'ব আপুনি!

English Summary: Health Benefits of Pumpkin Seeds
Published on: 12 March 2022, 03:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now